SA
Home
(current)
Farmer
Group
Message
Audio
Video
Schedule
Message
Audio
Setting
Theme Management
Sub Theme Management
Update Mobile
Newsletter
Soil Dashboard
Logout
Edit Message
SMS Title
*
Language
*
Select Language
Hindi
Marathi
Assamese
Telugu
Tamil
Bengali
Kannada
Odia
English
Gujrati
SMS Text
*
জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৯ৰ পৰা ১৫ নৱেম্বৰলৈ, ২০২৩ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু বৰষুণ হোৱাৰ সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত অক্টোবৰ মাহত মুঠ ১১২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰত্যেক জন খেতিয়কে নিজৰ বাগান খনৰ Pruning program বনাব লাগে । যি বোৰ চেকচন LP আৰু DS হব ,সেই বোৰৰ sample বনাব লাগে আৰু আমাৰ FSC ৰ সহায় লৈ approval কৰাব লাগে । • বাগান বোৰত যদি Black Rotৰ আক্ৰমণ দেখা গৈছে, নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত আক্ৰান্ত জোপোহাবোৰত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই.চি. / প্ৰপিকনাজল ২৫ ই.চি. , ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত পাততোলা কাৰ্য্য খিনি ৮/৯ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব কাৰণ দিনৰ উষ্ণতা কমি আহি আছে লগতে দিনটোৰ দৈৰ্ঘ্য ক্ৰমান্বয়ে কম হৈ আহিছে। চাহপাতৰ মানদণ্ডত যাতে কোনো প্ৰভাৱ নপৰে তাকে চকু দিব লাগে। • UP বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় । UP ৰাখিব লগা বাগান বোৰত পাত তোলাত বিশেষ চকু দিব যাতে টেবুলটো ওখ নহয় । • বাগান বোৰত ফুলি থকা অপতৃণবোৰ হাতেৰে মাটিৰ তলৰ শিপাৰ সৈতে উভালি দিব নাইবা ঔষধৰে স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগিব • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ ।
Select Theme
*
Select Theme
Cotton
Smart Agri project
Soybean Precautionary
सम-सामयिक सलाह
Weather Forecast
Smart Agri Advisory
Jigayasa
Learning With Vodafone
Jaddu Ginni
Jaddu Ginni Treatment
Intro
Smart Agri Advisory
Smart Agri Advisory
Cotton
Cotton
Soyabean
Land Preparation
Seed Treatment
Seed Selection
Irrigation
Fertiliser Application
Inter Cropping
Inter Cultural Operation
Earthing Up
Plant Management
Ratoon Management
Integrated Pest Management
Sowing, Planting and Transplanting
Assam Voice Msg Trial Run
Tea
Monthly Bulletin
Weather Forecast and Advisory
Tea
Tea
Tea
Tea
Smart Agri Advisories
Test
தெயிலை தொட்ட பராமரிப்பஜ நடைமுறைகள்
Land Preparation
Seed Selection
Seed Treatment
Irrigation
Integrated Pest Management
Inter Cropping
Inter Cultural Operation
Harvesting and Transportation
Ratoon Management
Sowing of Seed and Plantation
Sowing of Seed and Plantation
தேயிலை தோட்ட பராமரிப்பு நடவடிக்கைகள்
Smart Agri Weather based Advisories
Sugarcane
Welcome Message
દિવેલા પાક
Water Management
એરંડા પાક રક્ષણ
એરંડા પાક
Cumin Crop
Mustard Crop
Mustard Crop
Cumin Crop
રાઈ
Mustard crop
Mustard crop
Castor crop
દિવેલા પાક ની કાપણી
દિવેલા પાક ની કાપણી
દિવેલા પાકની કાપણી
દિવેલા પાક
Castor crop
pest management in castor crop
Chickpea Crop
Castor
Castor Crop
દિવેલા પાક
એરંડા પાક રક્ષણ
એરંડા પાક રક્ષણ
દિવેલા પકમો પિયત
દિવેલા પાકમો પિયત
irrigation in wheat
ઘઉના પકમો પિયત
Mustard Crop
cumin crop
Fennel Crop
ક્રોપ પ્રોટેક્શન
ઘઉ પાક
ઘઉ પાકમો ઊંધઈ નિયંત્રણ
crop protection in wheat crop
crop protection in Cumin crop
કપાસ પકમો ગુલાબી ઇયળનું નિયંત્રણ
crop protection in cotton
Mustard Crop
Mustard Crop
રાઈ પાકમો પાક સંરક્ષણ
રાઈ પાકમો પાક સંરક્ષણ
Chickpea Crop
દિવેલા પાક
Irrigation in Caster Crop
ઘઉના પાકમો પિયત
Castor Crop
Castor Crop
રાઈ પાકમો પાક સંરક્ષણ
જીરા પાકમો કાળિયા રોગને અટકાવવો
Wheat Crop
ઘઉ પાકમો મોલોમશી જીવાતનું નિયંત્રણ
ઘઉ પાકમો જીવાત નિયંત્રણ
રાઈના પાકની કાપણી
દિવેલા પાકમો કાતરાનું નિયંત્રણ
બાજરી પાકનું વાવેતર
બાજરી પાકનું વાવેતર
વરિયાળી પાકની સુકવણી
વરિયાળી પાકની સુકવણી
Sesame Crop
Summer Season Agriculture Practices
મગફળી પાક
Kitchen Garden
Kitchen Garden
Kitchen Garden
Kitchen Garden
Pearl Millet
Pearl Millet
Groundnut (Summer)
Groundnut (Summer)
Groundnut (Summer)
Cattle
Rain Information
Groundnut(Kharif)
Sunnhemp
Cotton Crop
Soil Testing
Groundnut (Monsoon)
ચોમાસું બાજરી
પર્યાવરણની જાણવણી
પર્યાવરણની જાળવણી
ચોમાસું મગફળી
કપાસ પાકમાં ખાતર વ્યવસ્થાપન
કપાસ પાક
કપાસ પાક
દિવેલા પાક
Cumin Crop (Jiru)
દિવેલા પાક
Select Sub Theme
*
Select Sub Theme
Weekly Advisory