Message List: 11,927
S.No Message Title Message State Created By Creation Date Status Action
1221 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/8/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-08-2025 Enable
1222 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/8/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-08-2025 Enable
1223 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/8/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৭ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-08-2025 Enable
1224 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/8/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ আগষ্টলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮% আৰু ৮০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউণ্ড বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে, গতিকে ১৫ আগষ্টৰ আগতে পাততোলা কাৰ্য্য খিনি ৫-৬ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ কৰিব যাতে পিছলৈ plucking ৰাউণ্ডত পলম নহয়। • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 05-08-2025 Enable
1225 सोयाबीन मे रोग प्रबंधन Jhabua वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 28 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 121 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 724mm बारिश दर्ज हुई है। आगामी सप्ताह मे 40-85% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Madhya Pradesh MP 01-08-2025 Enable
1226 सोयाबीन मे रोग प्रबंधन Dhar वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Dhar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 27 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 220 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 650.6mm बारिश दर्ज हुई है। आगामी सप्ताह मे 45-85% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Madhya Pradesh MP 01-08-2025 Enable
1227 सोयाबीन मे रोग प्रबंधन Vidisha वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Vidisha ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 28 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 189.4 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 563.8mm बारिश दर्ज हुई है। आगामी सप्ताह मे 50-80% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Madhya Pradesh MP 01-08-2025 Enable
1228 सोयाबीन मे रोग प्रबंधन Ratlam वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 27 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 118.6 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 592.8mm बारिश दर्ज हुई है। आगामी सप्ताह मे 65-80% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Madhya Pradesh MP 01-08-2025 Enable
1229 सोयाबीन मे रोग प्रबंधन Shajapur वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Shajapur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 28 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 206.6 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 490mm बारिश दर्ज हुई है। आगामी सप्ताह मे 45-80% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Madhya Pradesh MP 01-08-2025 Enable
1230 सोयाबीन मे रोग प्रबंधन Raisen वोडाफोन आईडिया फाउंडेशन एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Raisen ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 3 August से 12 August के दौरान दिन में 28 और रात में 23 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। पिछले सप्ताह 212.4 mm बारिश दर्ज हुई है। जून माह से अबतक कुल 754.8mm बारिश दर्ज हुई है। आगामी सप्ताह मे 30-85% बारिश होने की संभावना हे। पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन की फसल में यदि एन्थ्राक्नोज एवं राइजोक्टोनिया ब्लाइट फफूंद जनित रोग दिखने पर इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा टेबूकोनाझोल + सल्फर 1 किलोग्राम प्रति हेक्टेयर अथवा टेबूकोनाजोल + ट्राईफ्लोक्सीस्ट्रोबिन @ 350 मि.ली. प्रति हेक्टे. अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I Madhya Pradesh MP 01-08-2025 Enable