Message List: 11,927
S.No Message Title Message State Created By Creation Date Status Action
1451 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 16/6/25) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1452 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 16/6/25) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1453 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 16/6/25) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1454 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 16/6/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি (VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1455 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 16/6/25) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1456 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 16/6/25) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1457 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 16/6/25) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২৫ জুনলৈ, ২০২৫ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত প্ৰায় সকলোবোৰ পৈণত আৰু অপৈণত চাহ বাগানত প্ৰথম কিস্তিত (First Split dose) কৰিব লগা সাৰৰ প্ৰয়োগ ইতিমধ্যে সম্পন্ন হৈ যাব লাগে। যি সকলে এইবাৰ সাৰৰ অভাৱৰ বাবে সাৰ দিব পৰা নাই তেওঁলোকে Foliar Spray কৰিবলৈ ৩০০ গ্ৰাম ইউৰিয়া (Urea), ২০০ গ্ৰাম ডি এ পি(DAP) আৰু ৪৭০ গ্ৰাম এম অ পি(MOP) ১০০ লিটাৰ পানীত মিহলাই বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব পাৰে । • যিহেতু বাৰিষা আৰম্ভ হৈছে, চাহ বাগানত পানী জমা হোৱাৰ পৰিস্থিতিত, অতিৰিক্ত পানীভাগ উলিয়াবলৈ সৰু নলাৰ ব্যৱস্থা কৰিব আৰু লগতে ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব । • এই সময়ত চাহ খেতিত Black Rot, Red Rust আদি ৰোগৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব লাগে। এই ৰোগবোৰ সাধাৰণতে মাটিৰ পুষ্টিৰ অভাৱত আৰু পানী জমা হোৱাৰ পিছত দেখা যায়। পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰি নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। সংক্ৰমিত চাহৰ জোপোহাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব লাগে। হেলোপেল্টিছ, এফিড বা থ্ৰিপছৰ দ্বাৰা সংক্ৰমিত এলেকাবোৰত Black প্লাকিং কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাত ২.৭ টন গোবৰ/পচন সাৰ, ১৬.৪ কি: গ্ৰা: ইউৰীয়া(Urea) সাৰ, ৪৭ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ২৫.৪ কি: গ্ৰা:মিউৰেট অৱ পটাছ(MOP) । • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 16-06-2025 Enable
1458 16-06-2025 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 6.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 25.1 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 19 முதல் 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு மற்றும் தெற்கு திசையில் மணிக்கு சுமார் 2 முதல் 30 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். மே மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 16-06-2025 Enable
1459 16-06-2025 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 2.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 17 முதல் 21 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தெற்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 5 முதல் 26 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். மே மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 16-06-2025 Enable
1460 16-06-2025 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூன் மாதம் 6ம் தேதி முதல் 15ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 77.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 28.1 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூன் மாதம் 16ம் தேதி முதல் 25ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 5 முதல் 25 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். அதிக மகசூல் தரும் தோட்டங்களில் மெக்னீசியம் சல்பேட் 50 கிலோ கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். மே மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 16-06-2025 Enable