Message List: 9394
S.No Message Title Message State Created By Creation Date Status Action
2201 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 23/5/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৪০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-05-2024 Enable
2202 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 23/5/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৪০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-05-2024 Enable
2203 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 23/5/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৭ৰ পৰা ২৯ মে লৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৪০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-05-2024 Enable
2204 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 23/5/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৭ৰ পৰা ২৯ মে লৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৪০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-05-2024 Enable
2205 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 23/5/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৬ৰ পৰা ২৯ মেলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৪২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৩৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-05-2024 Enable
2206 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 23/5/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৩ৰ পৰা ২৯ মেলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২৬ৰ পৰা ২৯ মেলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৪১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৩৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • Black rot, Red rust আদি বেমাৰ বাগান বোৰত দেখা যাব পাৰে। প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • এই মাহৰ ভিতৰত পৈণত আৰু অপৈণত চাহ বাগান বোৰত অপতৃণৰ বৃদ্ধি কম কৰিবলৈ প্ৰথম ৰাউণ্ডৰ দৰৱ (First round of Weedicide) অনুমোদিত মাত্ৰাত স্প্ৰে কৰি সম্পূৰ্ণ কৰিব লাগিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • কাৰ্য্যকৰী নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধানত পাততোলাৰ পিছত স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • অস্থায়ী (Temporary) ছাঁৰ গছ (shade tree) ৰোপণৰ বাবে এপ্ৰিলৰ পৰা জুন মাহলৈকে সঠিক সময়। অস্থায়ী (Temporary) ছাঁ গছ ১২ x ১২ ফুট ব্যৱধানত ৰোপণ কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাউৰ (Summer Bottle gourd) অনুমোদিত জাত যেনে পুছা ছামাৰ প্ৰলিফিক ৰাউণ্ড (Pusa Summer Prolific Round), পুছা মেঘদূত (Pusa Meghdoot), পুছা মঞ্জিৰি (Pusa Manjiri) আদিৰ বীজ সংগ্ৰহ কৰিব পাৰে। তীব্ৰ বতাহ আৰু বৰষুণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত কৰিবলৈ পুলি বোৰ Shade Netৰ তলত ৰোপণ কৰিব লাগে। • পাচলিশস্য যেনে লাও, জিকা, ভাত কেৰেলা , বেঙেনা ইত্যাদিত অনুকূল বতৰৰ বাবে Fruit fly, Epilachna beetle, Aphid আদি পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ লেম্বডা চাইহেলোথ্ৰিন (Lambda Cyhelothrin) ৫ ইচি (@ প্ৰতি ১০ লিটাৰ পানীত ৩-৫ মিলি) বা এমামেক্টিন বেনজোয়েট (Emmamectin Benzoate) ৫% এছজি (@ ৫ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত ) বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-05-2024 Enable
2207 23-05-2024 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மே மாதம் 15ம் தேதி முதல் 21ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 174.9mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 22ம் தேதி முதல் 28ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 22 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17 முதல் 19 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 75 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 8 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 22-05-2024 Enable
2208 23-05-2024 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மே மாதம் 15ம் தேதி முதல் 21ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 134.6mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 22ம் தேதி முதல் 28ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு மற்றும் மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 5 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 22-05-2024 Enable
2209 23-05-2024 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மே மாதம் 15ம் தேதி முதல் 21ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 234.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 29 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 20.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 22ம் தேதி முதல் 28ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 20 முதல் 21 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 8 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு அம்மோனியம் சல்பேட் 150 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். உரமிடும் பொழுது களைகள் இல்லாமல் இருக்க வேண்டும். அம்மோனியம் சல்பேட் உரம் கிடைக்காத பட்சத்தில் Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து ஒரு ஏக்கர் தோட்டத்திற்கு இட வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 22-05-2024 Enable
2210 उन्नत किस्मों के चयन पर जानकारी Jhalawar वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, आपके नजदीकी ऑटोमैटिक वेदर स्टेशन जिला Jhalawar के अनुसार इस सप्ताह: 21 May - 27 May के दौरान दिन में 45 और रात में 32 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। खरीफ फसलों की खेती में पोषण प्रबंधन हेतु जैविक खाद की व्यवस्था कर के रख ले I खरीफ फसलों मे खेत की तैयारी के दौरान 5 से 10 टन अच्छे से सड़ी हुई गोबर की खाद अथवा 5 टन वर्मीकम्पोस्ट खाद अथवा 2.5 टन मुर्गी की खाद खेत में फैलाकर देने से अधिक उत्पादन प्राप्त होता है I खरीफ फसलों में अधिक उत्पादन के लिये उचित किस्मों का चुनाव करना अत्यंत महत्वपूर्ण है I बीज के अंकुरण की जाँच कर ही बीज की बोआई करे स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 22-05-2024 Enable