Message List: 9443
S.No Message Title Message State Created By Creation Date Status Action
3581 सरसों मे आर मक्खी से प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Barkhedadev जिला Mandsaur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 24 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसों में आरा मक्खी एक प्रमुख कीट है, इसका प्रकोप देखा जा रहा है । इस कीट का वयस्क नारंगी रंग की मक्खी होती है। छोटी इल्लियाँ प्रारंभ में पत्तियों में छोटे-छोटे छेद करती हैएवं बड़ी इल्लियाँ पत्तियों को पूरा नष्ट कर देती है। इससे सरसों की उपज में 20 से 35% तक की कमी हो जाती है। आरा मक्खी कीट के रासायनिक नियंत्रण के लिए डाइमेथोएट 30% ईसी 264 मिली 200-400 लीटर पानी प्रति एकड़ में या प्रोफेनोफॉस 1.5 मिली प्रति लीटर उपयोग कर नियंत्रण किया जा सकता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 24-01-2024 Disable
3582 सरसों मे आर मक्खी से प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Narayangarh जिला Mandsaur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 24 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसों में आरा मक्खी एक प्रमुख कीट है, इसका प्रकोप देखा जा रहा है । इस कीट का वयस्क नारंगी रंग की मक्खी होती है। छोटी इल्लियाँ प्रारंभ में पत्तियों में छोटे-छोटे छेद करती हैएवं बड़ी इल्लियाँ पत्तियों को पूरा नष्ट कर देती है। इससे सरसों की उपज में 20 से 35% तक की कमी हो जाती है। आरा मक्खी कीट के रासायनिक नियंत्रण के लिए डाइमेथोएट 30% ईसी 264 मिली 200-400 लीटर पानी प्रति एकड़ में या प्रोफेनोफॉस 1.5 मिली प्रति लीटर उपयोग कर नियंत्रण किया जा सकता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 24-01-2024 Disable
3583 सरसों मे आर मक्खी से प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Tonk Khurd जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 27 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसों में आरा मक्खी एक प्रमुख कीट है, इसका प्रकोप देखा जा रहा है । इस कीट का वयस्क नारंगी रंग की मक्खी होती है। छोटी इल्लियाँ प्रारंभ में पत्तियों में छोटे-छोटे छेद करती हैएवं बड़ी इल्लियाँ पत्तियों को पूरा नष्ट कर देती है। इससे सरसों की उपज में 20 से 35% तक की कमी हो जाती है। आरा मक्खी कीट के रासायनिक नियंत्रण के लिए डाइमेथोएट 30% ईसी 264 मिली 200-400 लीटर पानी प्रति एकड़ में या प्रोफेनोफॉस 1.5 मिली प्रति लीटर उपयोग कर नियंत्रण किया जा सकता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 24-01-2024 Disable
3584 सरसों मे आर मक्खी से प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Agrod जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 26 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसों में आरा मक्खी एक प्रमुख कीट है, इसका प्रकोप देखा जा रहा है । इस कीट का वयस्क नारंगी रंग की मक्खी होती है। छोटी इल्लियाँ प्रारंभ में पत्तियों में छोटे-छोटे छेद करती हैएवं बड़ी इल्लियाँ पत्तियों को पूरा नष्ट कर देती है। इससे सरसों की उपज में 20 से 35% तक की कमी हो जाती है। आरा मक्खी कीट के रासायनिक नियंत्रण के लिए डाइमेथोएट 30% ईसी 264 मिली 200-400 लीटर पानी प्रति एकड़ में या प्रोफेनोफॉस 1.5 मिली प्रति लीटर उपयोग कर नियंत्रण किया जा सकता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 24-01-2024 Disable
3585 सरसों मे आर मक्खी से प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Mahudiya जिला Dewas ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 23 January - 29 January के दौरान दिन में 27 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। सरसों में आरा मक्खी एक प्रमुख कीट है, इसका प्रकोप देखा जा रहा है । इस कीट का वयस्क नारंगी रंग की मक्खी होती है। छोटी इल्लियाँ प्रारंभ में पत्तियों में छोटे-छोटे छेद करती हैएवं बड़ी इल्लियाँ पत्तियों को पूरा नष्ट कर देती है। इससे सरसों की उपज में 20 से 35% तक की कमी हो जाती है। आरा मक्खी कीट के रासायनिक नियंत्रण के लिए डाइमेथोएट 30% ईसी 264 मिली 200-400 लीटर पानी प्रति एकड़ में या प्रोफेनोफॉस 1.5 मिली प्रति लीटर उपयोग कर नियंत्रण किया जा सकता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 24-01-2024 Disable
3586 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 25/1/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
3587 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 25/1/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
3588 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 25/1/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ৩১ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
3589 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 25/1/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable
3590 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 25/1/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৫ৰ পৰা ৩১ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য আৰম্ভ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 24-01-2024 Disable