Message List: 11,930
S.No Message Title Message State Created By Creation Date Status Action
3771 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu,15/8/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৩৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3772 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 15/8/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৫২৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3773 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 15/8/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৩৪৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3774 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 15/8/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৩৯৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3775 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 15/8/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3776 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 15/8/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত জুলাই মাহত মুঠ ৪৪৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3777 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 15/8/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৩২১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3778 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 15/8/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিমদিশৰ পৰা বলিব। বিগত জুলাই মাহত মুঠ ৫২৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। LP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • হেলোপেল্টিছৰ দ্বাৰা সংক্ৰমিত বাগানবোৰত , ৰোগ নিয়ন্ত্ৰণৰ বাবে ২০০ লিটাৰ পানীত ৪৫ গ্ৰাম Thiomethoxam ষ্টিকাৰৰ সৈতে বা ২০০ লিটাৰ পানীত ১০০ মি.লি ডেচিছ মিহলাই স্প্ৰে কৰিব । বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ১৫ আগষ্টৰ পিচত প্ৰায় সকলো বোৰ বাগিছাতে পাত তোলা দিনটো পিচুৱাই যায় আৰু ১০-১২ দিনৰ দীঘল পাত তুলিব লগা হয় । পাতৰ গুণসম্পন্ন মানো বহুত কমি যোৱাৰ বাবে এই সময়ত বিক্ৰি হোৱা চাহৰ দাম খুব বেয়াকৈ কমি যায় যিটোৱে কেচাপাতৰ দামটোও বহুত কমায় দিয়ে । এই সময়ত যাতে তেনে পৰিস্হিতি উদ্ভব নহয় তাৰ বাবে বহুত যত্ন লব লাগে । দীঘল হোৱা পাত তোলাৰ পিচতো প্লাকিং টেবুলৰ ওপৰত বহুত খুটি ৰৈ যায় আৰু এই খুটিবোৰ সমানকৈ কাটি নিদিলে আগলৈ পাত ওলোৱাৰ পৰিমান কমি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ১.৩ কেজি বীজৰ প্ৰয়োজন হয়। । প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 14-08-2024 Enable
3779 सोयाबीन मे कीट प्रबंधन Jhalawar वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 13 August से 19 August के दौरान दिन में 31 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है। सोयाबीन की फसल मे तम्बाखू की इल्ली एवां चने की इल्ली के प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ असरदार होते हैं.I खेत में 15 से 20 प्रति एकड़ टी आकर की खूंटी बर्ड पर्च लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है सोयाबीन पर चक्र भृंग (गर्डल बीटल) के साथ साथ पत्ती खाने वाली इल्लियों का प्रकोप होने पर इनके नियंत्रंण हेंतु किसानों को सलाह दी जाती है कि वे पूर्व मिश्रित कीटनाशक का छिड़काव करें। जैसे थियामेथोक्सम + लैम्ब्डा साइहलोथ्रिन (१२५ मिली/हेक्टेयर) या बीटासीफ्लुथ्रिन + इमिडाक्लोप्रिड (३५० मिली/हेक्टेयर ) का 500 लीटर पानी के साथ प्रति हेक्टेयर में छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 14-08-2024 Enable
3780 सोयाबीन मे कीट प्रबंधन Bundi वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 13 August से 19 August के दौरान दिन में 31 और रात में 27 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है। सोयाबीन की फसल मे तम्बाखू की इल्ली एवां चने की इल्ली के प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ असरदार होते हैं.I खेत में 15 से 20 प्रति एकड़ टी आकर की खूंटी बर्ड पर्च लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है सोयाबीन पर चक्र भृंग (गर्डल बीटल) के साथ साथ पत्ती खाने वाली इल्लियों का प्रकोप होने पर इनके नियंत्रंण हेंतु किसानों को सलाह दी जाती है कि वे पूर्व मिश्रित कीटनाशक का छिड़काव करें। जैसे थियामेथोक्सम + लैम्ब्डा साइहलोथ्रिन (१२५ मिली/हेक्टेयर) या बीटासीफ्लुथ्रिन + इमिडाक्लोप्रिड (३५० मिली/हेक्टेयर ) का 500 लीटर पानी के साथ प्रति हेक्टेयर में छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Rajasthan Rajasthan User 14-08-2024 Enable