Message List: 9443
S.No Message Title Message State Created By Creation Date Status Action
3801 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 11/1/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-01-2024 Disable
3802 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 11/1/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪, বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-01-2024 Disable
3803 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 11/1/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৩৫ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-01-2024 Disable
3804 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 11/1/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৬-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-01-2024 Disable
3805 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 11/1/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৬ & ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৪০ %আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-01-2024 Disable
3806 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 11/1/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১১ৰ পৰা ১৭ জানুৱাৰীলৈ, ২০২৪ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৬ & ১৭ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 10-01-2024 Disable
3807 Crop protection in Cumin crop નમસ્કાર સોલીડારીડાડ અને વોડાફોન આઈડિયા ફાઉન્ડેશનના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ 10 જાન્યુઆરી, ૨૦૨૪ થી 16 જાન્યુઆરી, ૨૦૨૪ દરમિયાન તાપમાન ૧૨ થી ૨૭ સેલ્સિયસ અને પવનની ગતિ ૧૭ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વાદળછાયું વાતાવરણ રહેવાની સંભાવના છે. વરસાદની કોઈ શક્યતા નથી.આ હવામાનને ધ્યાને લઈ જીરા પાકમો ચરમી રોગના નિયંત્રણ માટે મેનકોજેબ ૩૫ ગ્રામ દવા ૨૫ મી. લી . તૈલી સબુના દ્રાવણ સાથે ૧૦ લિટર પાણીમો ઓગળી જીરા પાક ઉપર છંટકાવ કરવો. Gujarat Gujrat 10-01-2024 Disable
3808 11-01-2024 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜனவரி மாதம் 3ம் தேதி முதல் 9ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 78.7mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 17.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜனவரி மாதம் 10ம் தேதி முதல் 16ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 19 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 3 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 10-01-2024 Disable
3809 11-01-2024 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜனவரி மாதம் 3ம் தேதி முதல் 9ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 62.5mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 18.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.2 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜனவரி மாதம் 10ம் தேதி முதல் 16ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 17 முதல் 21 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 10 முதல் 12 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 96 சதவீதமாகவும் மாலை நேரத்தில் 50 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு மற்றும் வடகிழக்கு திசையில் மணிக்கு சுமார் 4 முதல் 14 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 10-01-2024 Disable
3810 सरसों मे रोग एवं कीट प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Jamli जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 9 January - 15 January के दौरान दिन में 24 और रात में 12 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। मौसम में हुए बदलाव से सरसो की फसल में रोग एवं कीट के आक्रमण बढ़ने की संभावना है। सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें प्रमुख रूप से माहू कीट से लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे। जैसे इमिडाक्लोप्रिड 70% WG का 30 से 35 ग्राम या थाईमिथोक्साम 25 डब्ल्यूजी 100 ग्राम प्रति हेक्टेयर का छिड़काव करें । इसके साथ मे 13 अनुपात 0 अनुपात 45 NPK 2 ग्राम प्रति लीटर का जड़ों के पास छिड़काव फसल बड़वार मे लाभदायी होता है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 10-01-2024 Disable