Message List: 11,930
S.No Message Title Message State Created By Creation Date Status Action
3941 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 1/8/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। • এই মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-08-2024 Enable
3942 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 1/8/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪, বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। • এই মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। • দিবৰ সময়ত কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-08-2024 Enable
3943 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 1/8/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। • এই মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-08-2024 Enable
3944 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 1/8/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪ বতৰ সাধাৰণতে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। • এই মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-08-2024 Enable
3945 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 1/8/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। • এই মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-08-2024 Enable
3946 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 1/8/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৯ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সাধাৰণতে বছৰৰ মুঠ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। • এই মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। • তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-08-2024 Enable
3947 मूंगफली पर सलाह Ratlam वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Ratlam ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 July से 5 August के दौरान दिन में 27 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है।मूंगफली की उन्नत खेती हेतु समन्वित कीट प्रबंधन अति महत्वपूर्ण है। मूंगफली की खेत में अरंडी एवं सूरजमुखी के पौधे लगाने से यह पौधे ट्रेप फसल के रूप में काम करती है इससे पत्ती का रस चूसने व पत्ती खाने वाले कीड़ों का नियंत्रण होता है। इसी तरह बॉर्डर क्रॉप के रूप में बाजरा या मक्का लगाने से कीट का प्रकोप कम होता हे। मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ लगाने से एवं खेत में में बर्ड पर्च (T आकार की खूंटी) लगाने से कीट भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है। मानसून आने के 20 से 35 दिनों के बाद प्रकाश प्रपंच (लाइट ट्रैप ) लगाने से वयस्क कीट पतंगे फंस जाते है इससे कीटों की संख्या खेत मे नुकसान के सीमा तक नहीं बड़ पाती है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 31-07-2024 Enable
3948 मूंगफली पर सलाह Mandsaur वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Mandsaur ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 July से 5 August के दौरान दिन में 29 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है।मूंगफली की उन्नत खेती हेतु समन्वित कीट प्रबंधन अति महत्वपूर्ण है। मूंगफली की खेत में अरंडी एवं सूरजमुखी के पौधे लगाने से यह पौधे ट्रेप फसल के रूप में काम करती है इससे पत्ती का रस चूसने व पत्ती खाने वाले कीड़ों का नियंत्रण होता है। इसी तरह बॉर्डर क्रॉप के रूप में बाजरा या मक्का लगाने से कीट का प्रकोप कम होता हे। मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ लगाने से एवं खेत में में बर्ड पर्च (T आकार की खूंटी) लगाने से कीट भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है। मानसून आने के 20 से 35 दिनों के बाद प्रकाश प्रपंच (लाइट ट्रैप ) लगाने से वयस्क कीट पतंगे फंस जाते है इससे कीटों की संख्या खेत मे नुकसान के सीमा तक नहीं बड़ पाती है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 31-07-2024 Enable
3949 धान की फसल पर सलाह Raisen वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Raisen ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 July से 5 August के दौरान दिन में 28 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है।धान की फसल इस समय मे पोषक तत्व प्रबंधन पर विशेष ध्यान देना चाहिए धान की फसल में 100 कि.ग्रा.नाइट्रोजन, 60 कि.ग्रा. फास्फोरस,40 कि.ग्रा.पोटास और 25 कि.ग्रा. जिंक सल्फेट की आवश्यकता होती है। फास्फोरस, पोटास और जिंक सल्फेट की संपूर्ण मात्रा पडलिंग के समय ही डालना चाहिए। नाइट्रोजन को तीन भागों में बांट लें। नाइट्रोजन की पहली खुराक रोपाई के 6-8 दिन बाद, दूसरी खुराक रोपाई के 25-30 दिन बाद और तीसरी खुराक रोपाई के 50-60 दिन बाद देनी चाहिए। जिंक की कमी से धान की फसल में खैरा रोग होता है, जिसके नियंत्रण के लिये 1 किलोग्राम जिंक सल्फेट एवं 5 कि.ग्रा. यूरिया को 200 ली.पानी में घोलकर प्रति एकड़ छिड़काव करना चाहिए। आयरन (लोहा) एवं गंधक की कमी की पूर्ति हेतु लोहे की कमी को दूर करने के लिये 1 कि.ग्रा. फेरस सल्फेट को 200 ली. पानी में घोलकर छिड़काव करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 31-07-2024 Enable
3950 मूंगफली पर सलाह Jhabua वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhabua ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 July से 5 August के दौरान दिन में 27 और रात में 24 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्ताह बारिश होने की संभावना बनी हुई है। मूंगफली की उन्नत खेती हेतु समन्वित कीट प्रबंधन अति महत्वपूर्ण है। मूंगफली की खेत में अरंडी एवं सूरजमुखी के पौधे लगाने से यह पौधे ट्रेप फसल के रूप में काम करती है इससे पत्ती का रस चूसने व पत्ती खाने वाले कीड़ों का नियंत्रण होता है। इसी तरह बॉर्डर क्रॉप के रूप में बाजरा या मक्का लगाने से कीट का प्रकोप कम होता हे। मूंगफली की फसल में कम लागत मे प्रभावी कीट प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स 6 प्रति एकड़ लगाने से एवं खेत में में बर्ड पर्च (T आकार की खूंटी) लगाने से कीट भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती है। मानसून आने के 20 से 35 दिनों के बाद प्रकाश प्रपंच (लाइट ट्रैप ) लगाने से वयस्क कीट पतंगे फंस जाते है इससे कीटों की संख्या खेत मे नुकसान के सीमा तक नहीं बड़ पाती है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 31-07-2024 Enable