Message List: 9349
S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
---|---|---|---|---|---|---|---|
41 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 6/1/25) | জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা প্ৰায় ৯৮ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২৪৮১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-01-2025 | Enable |
|
42 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/1/25) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২০৭৩ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-01-2025 | Enable |
|
43 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/1/25) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। যোৱা বছৰত মুঠ ২১৩৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-01-2025 | Enable |
|
44 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/1/25) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা বছৰত মুঠ ২১৭১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-01-2025 | Enable |
|
45 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/1/25) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১৫ জানুৱাৰীলৈ, ২০২৫ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব আৰু লগতে ৮ জানুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা বছৰত মুঠ ২৪৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-01-2025 | Enable |
|
46 | VIL_4-Nagpur-Umred-Aptur-4/1/2025 | शेतकऱ्यांसाठी सूचना:- सध्या शेतकऱ्यांची कापूस पिकाची वेचणी हि अंतिम टप्प्यात आहे. शेतकऱ्यांनी शेवटच्या वेचणीचा कापूस हा वेगळा साठवून ठेवावा. कापूस वेचणी व साठवणुकीसाठी व पुढील संक्रमणाचे नुकसान टाळण्यासाठी प्लास्टिक/गोणपाटाच्या पिशविऐवजी कॉटन पिशव्याचा वापर करावा. ज्या शेतकऱ्यांची कापसाची वेचणी पूर्ण झालेली आहे, त्या ठिकाणी शेतकऱ्यांनी रोटाव्हेटर किंवा श्रेडर चा वापर करून पिकाचे अवशेष बारीक करून घ्यावे व ते गोळा करून शेताच्या एका कोपऱ्याला १०x४x३ फुटाचा खड्डा करावा व त्यात ते सर्व पिकाचे अवशेष टाकून त्यांचे कंपोस्ट खत तयार करावे व त्यांचा वापर पुढील हंगामासाठी करावा. कृपया शेतकऱ्यांनी ते अवशेष जाळू नये. सध्या हरभरा पीक हे ४५ ते ५० दिवसाचे आहे व काही ठिकाणी हरभरा पीक हे फुलोरा अवस्थेत आहे. हरभरा पीक फुलोरा अवस्थेत असताना शेतकऱ्यांनी २% युरिया (२ किलो १०० लिटर पाण्यात) किंवा १३:००:४५ (१ किलो १०० लिटर पाण्यात) किंवा अमिनो ऍसिड ची फवारणी करावी. जेणेकरून फुलोरा वाढीस मदत होईल. तसेच ४५ दिवसाच्या आत निंदण व १-२ डवरणी करावी, जेणेकरून तण व्यवस्थापन होईल. हरभरा पिकावर घाटे अळीच्या बारीक अळ्या दिसून येताच ५% निंबोळी अर्काची फवारणी करावी तसेच ८-१० दिवसानंतर HaNPV (हेलिओकील) २०० मिली २०० लिटर पाण्यात प्रति एकर किंवा इमामेक्टीन बेन्झोएट ७-८ ग्रॅम ह्या प्रमाणे फवारावी.स्मार्ट ॲग्री ॲडव्हायझरी ॲप चे अपडेटेड व्हर्जन प्ले स्टोअर मध्ये उपलब्ध आहे ते मोबाईल मध्ये डाऊनलोड करणे सदर अपडेटेड व्हर्जन मध्ये हवामान केंद्राच्या माहितीचा तपशील समाविष्ट करण्यात आला आहे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबाईल क्रमांक 9923224043 धन्यवाद! | Maharashtra | MH | 04-01-2025 | Enable |
|
47 | Vil2.Dabhada.०४.०१.२०२४ | Advisory: -04.01.2025 नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. धामनगाव रे तालुक्यातील दाभाडा येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 12 ते 15 अंश तर कमाल 26 ते 30 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना:- सध्या शेतकऱ्यांची कापूस पिकाची वेचणी हि अंतिम टप्प्यात आहे. शेतकऱ्यांनी शेवटच्या वेचणीचा कापूस हा वेगळा साठवून ठेवावा. कापूस वेचणी व साठवणुकीसाठी व पुढील संक्रमणाचे नुकसान टाळण्यासाठी प्लास्टिक/गोणपाटाच्या पिशविऐवजी कॉटन पिशव्याचा वापर करावा. ज्या शेतकऱ्यांची कापसाची वेचणी पूर्ण झालेली आहे, त्या ठिकाणी शेतकऱ्यांनी रोटाव्हेटर किंवा श्रेडर चा वापर करून पिकाचे अवशेष बारीक करून घ्यावे व ते गोळा करून शेताच्या एका कोपऱ्याला १०x४x३ फुटाचा खड्डा करावा व त्यात ते सर्व पिकाचे अवशेष टाकून त्यांचे कंपोस्ट खत तयार करावे व त्यांचा वापर पुढील हंगामासाठी करावा. कृपया शेतकऱ्यांनी ते अवशेष जाळू नये. सध्या हरभरा पीक हे ४५ ते ५० दिवसाचे आहे व काही ठिकाणी हरभरा पीक हे फुलोरा अवस्थेत आहे. हरभरा पीक फुलोरा अवस्थेत असताना शेतकऱ्यांनी २% युरिया (२ किलो १०० लिटर पाण्यात) किंवा १३:००:४५ (१ किलो १०० लिटर पाण्यात) किंवा अमिनो ऍसिड ची फवारणी करावी. जेणेकरून फुलोरा वाढीस मदत होईल. तसेच ४५ दिवसाच्या आत निंदण व १-२ डवरणी करावी, जेणेकरून तण व्यवस्थापन होईल. हरभरा पिकावर घाटे अळीच्या बारीक अळ्या दिसून येताच ५% निंबोळी अर्काची फवारणी करावी तसेच ८-१० दिवसानंतर HaNPV (हेलिओकील) २०० मिली २०० लिटर पाण्यात प्रति एकर किंवा इमामेक्टीन बेन्झोएट ७-८ ग्रॅम ह्या प्रमाणे फवारावी..सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राम बद्दल असलेल्या आपल्या शंकांचे समाधान करण्यासाठी ९१५८२६१९२२ या मोबाईल क्रमांकावर संपर्क साधावा. धन्यवाद! | Maharashtra | MH | 03-01-2025 | Enable |
|
48 | Vil1.Talegaon.04.01.2024 | Advisory: -04.01.2025 नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. धामनगाव रे तालुक्यातील तळेगाव दशासर येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 12 ते 15 अंश तर कमाल 26 ते 30 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना:- सध्या शेतकऱ्यांची कापूस पिकाची वेचणी हि अंतिम टप्प्यात आहे. शेतकऱ्यांनी शेवटच्या वेचणीचा कापूस हा वेगळा साठवून ठेवावा. कापूस वेचणी व साठवणुकीसाठी व पुढील संक्रमणाचे नुकसान टाळण्यासाठी प्लास्टिक/गोणपाटाच्या पिशविऐवजी कॉटन पिशव्याचा वापर करावा. ज्या शेतकऱ्यांची कापसाची वेचणी पूर्ण झालेली आहे, त्या ठिकाणी शेतकऱ्यांनी रोटाव्हेटर किंवा श्रेडर चा वापर करून पिकाचे अवशेष बारीक करून घ्यावे व ते गोळा करून शेताच्या एका कोपऱ्याला १०x४x३ फुटाचा खड्डा करावा व त्यात ते सर्व पिकाचे अवशेष टाकून त्यांचे कंपोस्ट खत तयार करावे व त्यांचा वापर पुढील हंगामासाठी करावा. कृपया शेतकऱ्यांनी ते अवशेष जाळू नये. सध्या हरभरा पीक हे ४५ ते ५० दिवसाचे आहे व काही ठिकाणी हरभरा पीक हे फुलोरा अवस्थेत आहे. हरभरा पीक फुलोरा अवस्थेत असताना शेतकऱ्यांनी २% युरिया (२ किलो १०० लिटर पाण्यात) किंवा १३:००:४५ (१ किलो १०० लिटर पाण्यात) किंवा अमिनो ऍसिड ची फवारणी करावी. जेणेकरून फुलोरा वाढीस मदत होईल. तसेच ४५ दिवसाच्या आत निंदण व १-२ डवरणी करावी, जेणेकरून तण व्यवस्थापन होईल. हरभरा पिकावर घाटे अळीच्या बारीक अळ्या दिसून येताच ५% निंबोळी अर्काची फवारणी करावी तसेच ८-१० दिवसानंतर HaNPV (हेलिओकील) २०० मिली २०० लिटर पाण्यात प्रति एकर किंवा इमामेक्टीन बेन्झोएट ७-८ ग्रॅम ह्या प्रमाणे फवारावी..सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राम बद्दल असलेल्या आपल्या शंकांचे समाधान करण्यासाठी ९१५८२६१९२२ या मोबाईल क्रमांकावर संपर्क साधावा. धन्यवाद! | Maharashtra | MH | 03-01-2025 | Enable |
|
49 | VIL-Adilabad-Bela-04-01-2025 | VIL-Adilabad-Bela-04-01-2025- నమస్కారం తోటి రైతులకు... Solidaridad, Vodafone Idea Foundation స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఆదిలాబాద్లోని బేల వద్ద ఉన్న ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 15 నుండి 17 డిగ్రీల సెల్సియస్, గరిష్టంగా 27 నుండి 30 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం జనవరి 6 మరియు 7 తేదీల్లో పాక్షికంగా మేఘావృతమైన వాతావరణం ఉంటుంది.రైతులకు సూచనలు:- ప్రస్తుతం రైతులు పత్తి పంట కోతలు చివరి దశలో ఉన్నాయి. రైతులు చివరిగా పండించిన పత్తిని విడిగా నిల్వ చేసుకోవాలి. పత్తి తీయడానికి మరియు నిల్వ చేయడానికి మరియు ఇన్ఫెక్షన్ నుండి మరింత నష్టాన్ని నివారించడానికి ప్లాస్టిక్/సాక్ బ్యాగ్లకు బదులుగా కాటన్ బ్యాగులను ఉపయోగించాలి. పత్తి కోతలు పూర్తి చేసిన రైతులు, రైతులు రోటావేటర్ లేదా ష్రెడర్ని ఉపయోగించి పంట అవశేషాలను మెత్తగా రుబ్బి వాటిని సేకరించి పొలంలో ఒక మూలలో 10x4x3 అడుగుల గుంతను తయారు చేసి, దానిలో పంట అవశేషాలన్నింటినీ వేసి కంపోస్ట్ తయారు చేసి వాటిని ఉపయోగించాలి. తదుపరి సీజన్ చేయాలి దయచేసి రైతులు ఆ అవశేషాలను కాల్చవద్దు. ప్రస్తుతం మినుము పంట 45 నుంచి 50 రోజులు కాగా కొన్ని చోట్ల శనగ పంట పుష్పించే దశలో ఉంది. రైతులు శనగ పంట పుష్పించే దశలో ఉన్నప్పుడు 2% యూరియా (100 లీటర్ల నీటిలో 2 కిలోలు) లేదా 13:00:45 (100 లీటర్ల నీటిలో 1 కిలోలు) లేదా అమైనో ఆమ్లాలను పిచికారీ చేయాలి. ఇది పువ్వుల పెరుగుదలకు సహాయపడుతుంది. అలాగే 45 రోజులలోపు కలుపు తీయుట మరియు 1-2 కలుపు తీయుట వలన కలుపు నిర్వహణ జరుగుతుంది. పెసర పంటపై సూక్ష్మ లార్వా కనిపించిన వెంటనే 5% నింబోలి సారం పిచికారీ చేసి 8-10 రోజుల తర్వాత ఎకరాకు 200 లీటర్ల నీటిలో 200 మిల్లీలీటర్ల హాఎన్పివి (హీలియోకిల్) లేదా ఎమామెక్టిన్ బెంజోయేట్ 7-8 గ్రా.స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ యొక్క అప్డేట్ వెర్షన్ ప్లే స్టోర్లో అందుబాటులో ఉంది మరియు అప్డేట్ చేయబడిన వెర్షన్లో మీ సందేహాలను పరిష్కరించడానికి సాలిడారిడాడ్ స్మార్ట్ అగ్రి ప్రోగ్రామ్ను సంప్రదించండి. మొబైల్ నంబర్ 7798008855 ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 03-01-2025 | Enable |
|
50 | VIL-Adilabad-Jainad-04-01-2025 | VIL-Adilabad-Jainad-04-01-2025- నమస్కారం తోటి రైతులకు... Solidaridad, Vodafone Idea Foundation స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 17 నుంచి 22 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 27 నుంచి 30 డిగ్రీల సెల్సియస్గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని జైనాద్లోని ఆటోమేటిక్ వాతావరణ కేంద్రం వాతావరణ సూచన. ఈ వారం జనవరి 5, 6 మరియు 7 తేదీల్లో పాక్షికంగా మేఘావృతమైన వాతావరణం ఉంటుంది.రైతులకు సూచనలు:- ప్రస్తుతం రైతులు పత్తి పంట కోతలు చివరి దశలో ఉన్నాయి. రైతులు చివరిగా పండించిన పత్తిని విడిగా నిల్వ చేసుకోవాలి. పత్తి తీయడానికి మరియు నిల్వ చేయడానికి మరియు ఇన్ఫెక్షన్ నుండి మరింత నష్టాన్ని నివారించడానికి ప్లాస్టిక్/సాక్ బ్యాగ్లకు బదులుగా కాటన్ బ్యాగులను ఉపయోగించాలి. పత్తి కోతలు పూర్తి చేసిన రైతులు, రైతులు రోటావేటర్ లేదా ష్రెడర్ని ఉపయోగించి పంట అవశేషాలను మెత్తగా రుబ్బి వాటిని సేకరించి పొలంలో ఒక మూలలో 10x4x3 అడుగుల గుంతను తయారు చేసి, దానిలో పంట అవశేషాలన్నింటినీ వేసి కంపోస్ట్ తయారు చేసి వాటిని ఉపయోగించాలి. తదుపరి సీజన్ చేయాలి దయచేసి రైతులు ఆ అవశేషాలను కాల్చవద్దు. ప్రస్తుతం మినుము పంట 45 నుంచి 50 రోజులు కాగా కొన్ని చోట్ల శనగ పంట పుష్పించే దశలో ఉంది. రైతులు శనగ పంట పుష్పించే దశలో ఉన్నప్పుడు 2% యూరియా (100 లీటర్ల నీటిలో 2 కిలోలు) లేదా 13:00:45 (100 లీటర్ల నీటిలో 1 కిలోలు) లేదా అమైనో ఆమ్లాలను పిచికారీ చేయాలి. ఇది పువ్వుల పెరుగుదలకు సహాయపడుతుంది. అలాగే 45 రోజులలోపు కలుపు తీయుట మరియు 1-2 కలుపు తీయుట వలన కలుపు నిర్వహణ జరుగుతుంది. పెసర పంటపై సూక్ష్మ లార్వా కనిపించిన వెంటనే 5% నింబోలి సారం పిచికారీ చేసి 8-10 రోజుల తర్వాత ఎకరాకు 200 లీటర్ల నీటిలో 200 మిల్లీలీటర్ల హాఎన్పివి (హీలియోకిల్) లేదా ఎమామెక్టిన్ బెంజోయేట్ 7-8 గ్రా.స్మార్ట్ అగ్రి అడ్వైజరీ యాప్ యొక్క అప్డేట్ వెర్షన్ ప్లే స్టోర్లో అందుబాటులో ఉంది మరియు అప్డేట్ చేయబడిన వెర్షన్లో మీ సందేహాలను పరిష్కరించడానికి సాలిడారిడాడ్ స్మార్ట్ అగ్రి ప్రోగ్రామ్ను సంప్రదించండి. మొబైల్ నంబర్ 7798008855 ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 03-01-2025 | Enable |
|