Message List: 11,933
S.No Message Title Message State Created By Creation Date Status Action
5091 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 18/4/24) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5092 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 18/4/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5093 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 18/4/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5094 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 18/4/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5095 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 18/4/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5096 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 18/4/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5097 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 18/4/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-২৫ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5098 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 18/4/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৮ৰ পৰা ২৪ এপ্ৰিললৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-২০ কি: মি: বেগেৰে ঘাইকৈ পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • DS , LOSৰ লগতে MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব লাগে যাতে পাততোলা টেবুল খন সমান হৈ থাকে। • নতুনকৈ ৰোপণ কৰা পুলি বাগানত প্ৰি-ইমাৰ্জেণ্ট হাৰ্বিচাইড (Pre emergent herbicide) যেনে অক্সিফ্লৰফেন (Oxyfluorfen) প্ৰতি ২০০ লিটাৰ পানীত ৫০০ মিলিলিটাৰ দৰব মিহলাই পৰিষ্কাৰ আৰু আৰ্দ্ৰ/ ভিজা মাটিত স্প্ৰে কৰিব লাগে। যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে বৰষুণ মুক্ত স্থিতিত দৰব স্প্ৰে কৰিব। • নিষিদ্ধ হোৱা দৰৱ কেতিয়াও ব্যৱহাৰ নকৰিব । কেচা চাহ পাতক সদায় মানুহৰ খাদ্য বস্তু হিচাপে গণ্য কৰিব লাগে । আগতেও কোৱা হৈছে যে যি কোনো দৰব বজাৰৰ পৰা কিনিলে দৰব ৰখা বাকচ বা বটলটোত সেউজীয়া ৰঙৰ চাপ থকা দৰবহে কিনিব । ‘ৰঙা’ ৰঙৰ চাপটো আটাইতকৈ বিষাক্তকৰ যিটোক নিষিদ্ধ কৰিছে । • LP বাগান বোৰত টিপিংৰ (Tipping) কাম অব্যাহত ৰখাৰ প্ৰয়োজন। ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। অন্যান্য শস্যৰ বাবে: • শাক পাচলী খেতিত অপতৃণৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে। অপতৃণবোৰ হাতেৰে আঁতৰাই পেলাব চেষ্টা কৰিব । প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • লতাৰ দৰে পাচলিশস্য বোৰত লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব যাতে বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত হৈ থাকে। • শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগেI বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 17-04-2024 Disable
5099 ચોમાસું પાક માટે જમીનની તપાસ Solidaridad, વોડાફોન આઇડિયા ફાઉન્ડેશન અને ઇનડસ ટાવર તરફ થી આવતા વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. મીઠોઇ, આહીર સિંહણ અને મોટા આંબલા ના વેધર સ્ટેશનની માહિતીના આધારે તમારા વિસ્તારમાં તારીખ 17 -04 -2024 થી 22 -04 -2024 સુધી હવામાન વાદળ છાયું રહેવાની સંભાવના છે. આ સમયગાળા દરમ્યાન દિવસનું તાપમાન 32 થી 38 ડિગ્રી સે. અને રાત્રિ નું તાપમાન 25 થી 27 ડિગ્રી સે. જેટલું રહેવાની શકયતા છે. આ સમય ગાળા દરમ્યાન પવનની ગતિ 19 થી 20 કિમી/કલાક રહેવાની સંભાવના છે. ચોમાસું પાકને સારી રીતે લેવા માટે જમીનની તપાસ અવશ્ય કરાવવી. અને જમીન ના નમૂના મુજબ જ રાસાયણિક ખાતર નો ઉપયોગ કરવો. Gujarat Gujrat 16-04-2024 Disable
5100 मूंग एवं उरद मे खरपतवार प्रबंधन वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, आपके नजदीकी ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 16 April - 22 April के दौरान दिन में 38 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। ग्रीष्मकालीन मूंग एवं उड़द की फसल में खरपतवार प्रबंधन अतिआवश्यक है ताकि प्रारंभिक विकास के चरण में फसल व खरपतवार की प्रतिस्पर्धा को कम कर अधिक उत्पादन लिया जा सके । फसल खरपतवार प्रतिस्पर्धा बुआई के 20 से 25 दिनों बाद अधिकतम होती है इस क्रांतिक अवस्था पर खरपतवार प्रबंधन नहीं करने की स्थिति में 30 से 50 प्रतिशत तक उपज का नुकसान हो सकता है । बुआई के 20 से 25 दिनों बाद हाथ से निराई गुड़ाई फायदेमंद रहती है । खड़ी फसल में खरपतवार नियंत्रण के लिए बुआई के 15 से 20 दिनों बाद इमाजीथायपर 10 प्रतिशत एस. एल . 55 ग्राम सक्रिय तत्व प्रति हेक्टेयर कि दर से मृदा में पर्याप्त नमी होने की अवस्था में छिड़काव करना चाहिए। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 70650 05054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Madhya Pradesh MP 15-04-2024 Disable