Message List: 11,933
S.No Message Title Message State Created By Creation Date Status Action
5401 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 14/3/24) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২০ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5402 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 14/3/24) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5403 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 14/3/24) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪, বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5404 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 14/3/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৩ আৰু ১৪ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5405 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 14/3/24) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৩ আৰু ১৪ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5406 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 14/3/24) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২০ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-২১ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৭৫% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5407 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 14/3/24) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ৰ পৰা ২০ মাৰ্চলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২০ মাৰ্চত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 13-03-2024 Disable
5408 14-03-2024 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் அதிக பட்ச வெப்பநிலையானது 26.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 11.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 13ம் தேதி முதல் 19ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 26 முதல் 28 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 16 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 35 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 12 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 13-03-2024 Disable
5409 14-03-2024 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் அதிக பட்ச வெப்பநிலையானது 24.9 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 13ம் தேதி முதல் 19ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 23 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 94 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது கிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 4 முதல் 12 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 13-03-2024 Disable
5410 14-03-2024 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 6ம் தேதி முதல் 12ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் அதிக பட்ச வெப்பநிலையானது 31.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 13ம் தேதி முதல் 19ம் தேதி வரை ஓரளவு மேகமூட்டம் முதல் தெளிவான வானம் காணப்படும். மழை பொழிவிற்கு வாய்ப்பில்லை. அதிக பட்ச வெப்பநிலையானது 29 முதல் 32 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 21 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 3 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 13-03-2024 Disable