Message List: 9524
S.No Message Title Message State Created By Creation Date Status Action
5791 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 31/08/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ কোৱালিটিত কোনো প্ৰভাৱ নপৰে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা পৰিস্থিতি হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব পাৰে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • যিহেতু অহা সপ্তাহত কোনো প্ৰৱল বৰষুণৰ সম্ভাৱনা নাই সেয়েহে আগতীয়াকৈ কৰা ফুলকবিৰ বীজ ৰোপণৰ কাৰ্য্য অব্যাহত ৰাখিব পাৰে। এক বিঘা মাটিত পুলি ৰোপণ কৰিবলৈ বীজতলিত প্ৰায় ৮৫ গ্ৰাম বীজ সিঁচিব লাগে। • মূলা খেতিৰ বাবে বালি চহিয়া মাটি প্ৰয়োজন। মাটি তৈয়াৰ কৰা পিছত পচন সাৰ প্ৰয়োগ কৰিব লাগে। সোনকালে কৰা মূলা খেতিৰ বীজ সিঁচা কার্য্য আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰিব লাগে।আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 30-08-2023 Disable
5792 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 31/08/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩৩-৩৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ কোৱালিটিত কোনো প্ৰভাৱ নপৰে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা পৰিস্থিতি হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব পাৰে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • যিহেতু অহা সপ্তাহত কোনো প্ৰৱল বৰষুণৰ সম্ভাৱনা নাই সেয়েহে আগতীয়াকৈ কৰা ফুলকবিৰ বীজ ৰোপণৰ কাৰ্য্য অব্যাহত ৰাখিব পাৰে। এক বিঘা মাটিত পুলি ৰোপণ কৰিবলৈ বীজতলিত প্ৰায় ৮৫ গ্ৰাম বীজ সিঁচিব লাগে। • মূলা খেতিৰ বাবে বালি চহিয়া মাটি প্ৰয়োজন। মাটি তৈয়াৰ কৰা পিছত পচন সাৰ প্ৰয়োগ কৰিব লাগে। সোনকালে কৰা মূলা খেতিৰ বীজ সিঁচা কার্য্য আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰিব লাগে।আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 30-08-2023 Disable
5793 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 31/08/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩১ আগষ্টৰ পৰা ৬ ছেপ্টেম্বৰলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ কোৱালিটিত কোনো প্ৰভাৱ নপৰে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা পৰিস্থিতি হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী নিষ্কাশন কৰিব লাগে। এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব পাৰে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • যিহেতু অহা সপ্তাহত কোনো প্ৰৱল বৰষুণৰ সম্ভাৱনা নাই সেয়েহে আগতীয়াকৈ কৰা ফুলকবিৰ বীজ ৰোপণৰ কাৰ্য্য অব্যাহত ৰাখিব পাৰে। এক বিঘা মাটিত পুলি ৰোপণ কৰিবলৈ বীজতলিত প্ৰায় ৮৫ গ্ৰাম বীজ সিঁচিব লাগে। • মূলা খেতিৰ বাবে বালি চহিয়া মাটি প্ৰয়োজন। মাটি তৈয়াৰ কৰা পিছত পচন সাৰ প্ৰয়োগ কৰিব লাগে। সোনকালে কৰা মূলা খেতিৰ বীজ সিঁচা কার্য্য আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত কৰিব লাগে।আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 30-08-2023 Disable
5794 31-08-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 23ம் தேதி முதல் 29ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 40.8mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 24.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 30ம் தேதி முதல் செப்டம்பர் மாதம் 5ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 3 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பானை விசைதெளிப்பான் மூலம் 40 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 30-08-2023 Disable
5795 31-08-2023 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 23ம் தேதி முதல் 29ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 47mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 22.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 30ம் தேதி முதல் செப்டம்பர் மாதம் 5ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 17 முதல் 19 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13 முதல் 14 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பானை விசைதெளிப்பான் மூலம் 40 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 30-08-2023 Disable
5796 31-08-2023 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஆகஸ்ட் மாதம் 23ம் தேதி முதல் 29ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 1.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 29.2 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஆகஸ்ட் மாதம் 30ம் தேதி முதல் செப்டம்பர் மாதம் 5ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 26 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பானை விசைதெளிப்பான் மூலம் 40 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 30-08-2023 Disable
5797 VIL-Adilabad-Bela-30-08-2023 VIL-Adilabad- Bela-30-08-2023- నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని బేల వద్ద ఉన్న ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 24 నుండి 26 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 30 నుండి 33 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారంలో, వాతావరణం పాక్షికంగా మేఘావృతమై ఉంటుంది, ఆగస్టు 31 మరియు సెప్టెంబర్ 1 నుండి 4 వరకు వర్షం పడే అవకాశం ఉంది. రైతులకు సలహాలు - విత్తిన 45 నుండి 60 రోజుల తరువాత, గులాబీ రంగు కాయతొలుచు పురుగును పర్యవేక్షించడానికి కామగండ్ ఉచ్చును ఉపయోగించాలి. చిమ్మట పర్యవేక్షణ కోసం ఎకరాకు 8 నుంచి 10 కమగండ్ల ఉచ్చులు ఏర్పాటు చేయాలి. పువ్వులలో పింక్ బాల్‌వార్మ్ సంభవనీయతను పర్యవేక్షించడానికి, రేకులు మరియు పుష్పించే దశను గమనించండి. సోకిన మొగ్గలను పొలం వెలుపల తొలగించి నాశనం చేయాలి. పత్తి పంట 60 రోజుల వరకు ఉన్న చోట 5% నింబోలి సారం పిచికారీ చేయాలి. పత్తి పంట 60 నుండి 90 రోజుల వయస్సు ఉన్న ప్రాంతాల్లో, కాయతొలుచు పురుగు ఉధృతి ఆర్థికంగా నష్టపోయే స్థాయికి మించి ఉంటే, ఫ్లూనికామిడ్ 50 డబ్ల్యుజి 10 లీటర్ల నీటికి 4 గ్రా లేదా ఎసిటామిప్రిడ్ 6 నుండి 8 గ్రా 10 లీటర్ల నీటికి కలిపి వాడాలి. వాతావరణం స్పష్టంగా మరియు ప్రశాంతంగా ఉన్నప్పుడు ప్రస్తుత వర్షాలు ప్రారంభమైన తర్వాత వర్తించండి. తెల్లదోమ, తెల్లదోమ పర్యవేక్షణ కోసం ఎకరాకు 8 నుంచి 10 పసుపు రంగు స్టిక్కీ ట్రాప్‌లు, తెల్లదోమ నివారణకు 8 నుంచి 10 బ్లూ స్టిక్కీ ట్రాప్‌లు వేసి 5 శాతం నిమ్మరసం పిచికారీ చేయాలి. పత్తిలో గులాబీ రంగు కాయతొలుచు పురుగులను పర్యవేక్షించడానికి, ఎకరానికి పెక్టినోల్యూర్ లేదా గాసిప్లెయూరేను కలిగి ఉన్న ఒకటి లేదా రెండు వాసన ఉచ్చులను నాటాలి. వాసన ఉచ్చులలో చిక్కుకున్న చిమ్మటల పరిశీలనలను క్రమం తప్పకుండా నమోదు చేయాలి. చిమ్మటలు ఆర్థిక నష్టం స్థాయిని అధిగమించినట్లు గమనించిన వెంటనే (ఒక ఉచ్చుకు రోజుకు 7 నుండి 8 చిమ్మటలు వరుసగా మూడు రోజులు), సిఫార్సు చేయబడిన రసాయన పురుగుమందులతో పిచికారీ చేయండి ఉదా. ఒక్కో పంపుకు ట్రేసర్ 6 నుంచి 7 మి.లీ లేదా థయోడికార్బ్ 8 నుంచి 10 గ్రాములు చొప్పున పిచికారీ చేయాలి. అలాగే, లభ్యత ప్రకారం, ట్రైకోగ్రామా బాక్టీరియా గుడ్లను తినే పరాన్నజీవి మిత్ర పురుగును ఎకరాకు 60 వేల చొప్పున ఆకు పుష్పించే దశ నుండి 15 రోజుల వ్యవధిలో మూడుసార్లు ప్రసారం చేయాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 29-08-2023 Disable
5798 VIL-Adilabad-Jainad-30-08-2023 VIL-Adilabad-Jainad-30-08-2023- నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 24 నుండి 26 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 30 నుండి 33 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం వాతావరణం పాక్షికంగా మేఘావృతమై ఉంటుంది, సెప్టెంబర్ 1 మరియు 4 మధ్య వర్షం పడే అవకాశం ఉంది. రైతులకు సలహాలు - విత్తిన 45 నుండి 60 రోజుల తరువాత, గులాబీ రంగు కాయతొలుచు పురుగును పర్యవేక్షించడానికి కామగండ్ ఉచ్చును ఉపయోగించాలి. చిమ్మట పర్యవేక్షణ కోసం ఎకరాకు 8 నుంచి 10 కమగండ్ల ఉచ్చులు ఏర్పాటు చేయాలి. పువ్వులలో పింక్ బాల్‌వార్మ్ సంభవనీయతను పర్యవేక్షించడానికి, రేకులు మరియు పుష్పించే దశను గమనించండి. సోకిన మొగ్గలను పొలం వెలుపల తొలగించి నాశనం చేయాలి. పత్తి పంట 60 రోజుల వరకు ఉన్న చోట 5% నింబోలి సారం పిచికారీ చేయాలి. పత్తి పంట 60 నుండి 90 రోజుల వయస్సు ఉన్న ప్రాంతాలలో, కాయతొలుచు పురుగు ఉధృతి ఆర్థికంగా నష్టపోయే స్థాయికి మించి ఉంటే, ఫ్లూనికామిడ్ 50 డబ్ల్యుజి 4 గ్రా 10 లీటర్ల నీటికి లేదా ఎసిటామిప్రిడ్ 6 నుండి 8 గ్రా 10 లీటర్ల నీటికి వేయాలి. స్పష్టమైన మరియు ప్రశాంత వాతావరణంలో ప్రస్తుత వర్షాలు ప్రారంభమైన తర్వాత వర్తించబడుతుంది. . తెల్లదోమ, తెల్లదోమ పర్యవేక్షణ కోసం ఎకరాకు 8 నుంచి 10 పసుపు రంగు స్టిక్కీ ట్రాప్‌లు, తెల్లదోమ నివారణకు 8 నుంచి 10 బ్లూ స్టిక్కీ ట్రాప్‌లు వేసి 5 శాతం నిమ్మరసం పిచికారీ చేయాలి. పత్తిలో గులాబీ రంగు కాయతొలుచు పురుగులను పర్యవేక్షించడానికి, ఎకరానికి పెక్టినోల్యూర్ లేదా గాసిప్లెయూరేను కలిగి ఉన్న ఒకటి లేదా రెండు వాసన ఉచ్చులను నాటాలి. వాసన ఉచ్చులలో చిక్కుకున్న చిమ్మటల పరిశీలనలను క్రమం తప్పకుండా నమోదు చేయాలి. చిమ్మటలు ఆర్థిక నష్టం స్థాయిని అధిగమించినట్లు గమనించిన వెంటనే (ఒక ఉచ్చుకు రోజుకు 7 నుండి 8 చిమ్మటలు వరుసగా మూడు రోజులు), సిఫార్సు చేయబడిన రసాయన పురుగుమందులతో పిచికారీ చేయండి ఉదా. ఒక్కో పంపుకు ట్రేసర్ 6 నుంచి 7 మి.లీ లేదా థయోడికార్బ్ 8 నుంచి 10 గ్రాములు చొప్పున పిచికారీ చేయాలి. అలాగే, లభ్యత ప్రకారం, ట్రైకోగ్రామా బాక్టీరియా గుడ్లను తినే పరాన్నజీవి మిత్ర పురుగును ఎకరాకు 60 వేల చొప్పున ఆకు పుష్పించే దశ నుండి 15 రోజుల వ్యవధిలో మూడుసార్లు ప్రసారం చేయాలి. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 29-08-2023 Disable
5799 VIL 3-Parbhani-Pingli-30-08-2023 Parbhani (3)-नमस्कार शेतकरी बंधूंनो... परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २५ अंश तर कमाल 29 ते 32 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून दिनांक 2 ते ४ सप्टेंबर दरम्यान पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना – गुलाबी बोंडअळीच्या निरीक्षणासाठी पेरणीनंतर ४५ ते ६० दिवसांनी कामगंध सापळ्याचा वापर करावा. पतंगांच्या निरीक्षणासाठी प्रती एकरी ८ ते १० कामगंध सापळे उभारावे. फुलांमध्ये गुलाबी बोंडअळीच्या प्रादुर्भाव निरीक्षणासाठी पाते आणि फुले लागण्याच्या अवस्थेत निरीक्षण करावे. प्रादुर्भाव ग्रस्त डोमकळ्या काढून शेताबाहेर नष्ट कराव्या. कपाशीचे पिक ६० दिवसां पर्यंत असलेल्या ठिकाणी, ५ % निंबोळी अर्क ची फवारणी करावी. ज्या ठिकाणी कपाशीचे पिक ६० ते ९० दिवसांचे आहे अशा ठिकाणी तुडतुडे किडीचा प्रादुर्भाव आर्थिक नुकसान पातळीच्या वर असल्यास, फ्लॉनिकॅमिड ५० डब्ल्यूजी ४ ग्राम प्रती १० लिटर पाणी किंवा अॅसिटामीप्रीड ६ ते ८ ग्रम प्रती १० लिटर पाणी किटकनाशकाची फवारणी सध्याच्या पावसाच्या उघाडीनंतर स्वच्छ व शांत हवामान असताना करावी. पांढऱ्या माशी आणि तुडतुतडेत निरीक्षणासाठी ८ ते १० पिवळे चिकट सापळे प्रती एकर व फुलकिड्यांच्या निरीक्षणासाठी ८ ते १० निळे चिकट सापळे प्रती एकर लावावेत तसेच ५ % निंबो ळी अर्क फवारणी करावी. कपाशीमध्ये गुलाबी बोंड अळीच्या पतंगांच्या निरीक्षण करण्यासाठी एकरी दोन याप्रमाणे पेक्टीनोल्युरयु अथवा गॉसिप्ल्युरयु हे सक्रिय घटक असलेले कामगंध सापळे लावावेत. कामगंध सापळ्या मध्ये अडकलेल्या पतंगांची नियमितपणे निरीक्षणे नोंदवावीत. पतंगांनी आर्थिक नुकसान पातळी (7 ते ८ पतंग प्रति दिन प्रती सापळा असे सलग तीन दिवस) ओलांडल्याचे निदर्शनास येताच शिफारशीत असलेल्या रासायनिक कीटकनाशकांची फवारणी करावी उदा. ट्रेसर ६ ते 7 मिली प्रती पंप किंवा थायोडीकार्ब ८ ते १० ग्राम प्रती पंप यानुसार फवारणी करावी. तसेच उपलब्धतेनुसार ट्रायकोग्रामा बॅक्ट्री अंड्यावर उपजीविका करणाऱ्या परोपजीवी मित्रकीटकाचे ६० हजार प्रति एकर याप्रमाणे पात्या-फुले लागण्याच्या अवस्थेपासूनसू १५ दिवसांच्या अंतअं राने तीनदा प्रसारण करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 29-08-2023 Disable
5800 VIL 3-Kinwat-Loni-30-08-2023 Nanded (3)-नमस्कार शेतकरी बंधूंनो...किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २३ ते २५ अंश तर कमाल 29 ते ३३ अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण अंशत: ढगाळ राहून दिनांक ३१ ऑगस्ट तसेच १ ते ४ सप्टेंबर दरम्यान पाउस पडण्याची शक्यता आहे. शेतकऱ्यांसाठी सूचना –गुलाबी बोंडअळीच्या निरीक्षणासाठी पेरणीनंतर ४५ ते ६० दिवसांनी कामगंध सापळ्याचा वापर करावा. पतंगांच्या निरीक्षणासाठी प्रती एकरी ८ ते १० कामगंध सापळे उभारावे. फुलांमध्ये गुलाबी बोंडअळीच्या प्रादुर्भाव निरीक्षणासाठी पाते आणि फुले लागण्याच्या अवस्थेत निरीक्षण करावे. प्रादुर्भाव ग्रस्त डोमकळ्या काढून शेताबाहेर नष्ट कराव्या. कपाशीचे पिक ६० दिवसां पर्यंत असलेल्या ठिकाणी, ५ % निंबोळी अर्क ची फवारणी करावी. ज्या ठिकाणी कपाशीचे पिक ६० ते ९० दिवसांचे आहे अशा ठिकाणी तुडतुडे किडीचा प्रादुर्भाव आर्थिक नुकसान पातळीच्या वर असल्यास, फ्लॉनिकॅमिड ५० डब्ल्यूजी ४ ग्राम प्रती १० लिटर पाणी किंवा अॅसिटामीप्रीड ६ ते ८ ग्रम प्रती १० लिटर पाणी किटकनाशकाची फवारणी सध्याच्या पावसाच्या उघाडीनंतर स्वच्छ व शांत हवामान असताना करावी. पांढऱ्या माशी आणि तुडतुतडेत निरीक्षणासाठी ८ ते १० पिवळे चिकट सापळे प्रती एकर व फुलकिड्यांच्या निरीक्षणासाठी ८ ते १० निळे चिकट सापळे प्रती एकर लावावेत तसेच ५ % निंबो ळी अर्क फवारणी करावी. कपाशीमध्ये गुलाबी बोंड अळीच्या पतंगांच्या निरीक्षण करण्यासाठी एकरी दोन याप्रमाणे पेक्टीनोल्युरयु अथवा गॉसिप्ल्युरयु हे सक्रिय घटक असलेले कामगंध सापळे लावावेत. कामगंध सापळ्या मध्ये अडकलेल्या पतंगांची नियमितपणे निरीक्षणे नोंदवावीत. पतंगांनी आर्थिक नुकसान पातळी (7 ते ८ पतंग प्रति दिन प्रती सापळा असे सलग तीन दिवस) ओलांडल्याचे निदर्शनास येताच शिफारशीत असलेल्या रासायनिक कीटकनाशकांची फवारणी करावी उदा. ट्रेसर ६ ते 7 मिली प्रती पंप किंवा थायोडीकार्ब ८ ते १० ग्राम प्रती पंप यानुसार फवारणी करावी. तसेच उपलब्धतेनुसार ट्रायकोग्रामा बॅक्ट्री अंड्यावर उपजीविका करणाऱ्या परोपजीवी मित्रकीटकाचे ६० हजार प्रति एकर याप्रमाणे पात्या-फुले लागण्याच्या अवस्थेपासूनसू १५ दिवसांच्या अंतअं राने तीनदा प्रसारण करावे. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 29-08-2023 Disable