Message List: 9524
S.No Message Title Message State Created By Creation Date Status Action
6201 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 27/07/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 26-07-2023 Disable
6202 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 27/07/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ২৭ৰ পৰা ২৯ জুলাইলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ১-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-07-2023 Disable
6203 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 27/07/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ২৭ৰ পৰা ২৯ জুলাইলৈ মজলীয়াৰ পৰা প্ৰবল বৰষুণ আৰু ৩০ জুলাইৰ পৰা ২ আগষ্টলৈ অতি পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ১-৫ কিলোমিটাৰ বেগত উত্তৰ-পশ্চিম আৰু পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-07-2023 Disable
6204 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 27/07/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৯ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয় । মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-07-2023 Disable
6205 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 27/07/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৭ জুলাইৰ পৰা ২ আগষ্টলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • বাগিচা বোৰত পানী ওলাই নোযোৱা অৱস্হা হলে Black rot , Red rust আদি ৰোগ হব পাৰে । অস্থায়ী ড্ৰেইনৰ সহায়ত পানী উলিয়াই দিব লাগে আৰু ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি অনুমোদিত মাত্ৰাত COC আৰু Hexaconazole স্প্ৰে কৰিব লাগে । • MS আৰু UP এলেকাবোৰত Banjhi পাত দেখা যাব পাৰে। Flushৰ নতুনকৈ বৃদ্ধিৰ বাবে Banjhi পাত বোৰ পাত তোলাৰ লগতে উলিয়াই পেলাব লাগে। • চাহ বাগিচাত পোক-পতংগ দেখা পোৱাৰ লগে লগে Search and Kill পদ্ধতি সম্পন্ন কৰাটো গুৰুত্বপূৰ্ণ। • বানাগ্ৰষ্ট অন্চল বোৰত চাহৰ জোপোহাবোৰ সজীব হোৱা লক্ষ্য কৰাৰ লগে লগে ১% ইউৰিয়া আৰু ১% জিংক ছালফেট ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলি পৰত Foliar স্প্ৰে কৰিব পাৰে। • এই সময়ত কেচা চাহ পাতৰ দামৰ ওপৰত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে বহুত আক্ষেপ কৰিব লগা হৈছে। সকলো খেতিয়কে কেচা চাহ পাতৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিব যাতে দীঘলীয়া পাতৰ ৰাউন্ড আৰু তোলা পাত খিনি সযত্নে ৰাখি নষ্ট হবলৈ দিয়া নহয়। মনত ৰাখিব যে পকা চাহ পাতৰ দাম নিৰ্ভৰ কৰে কেচা চাহ পাতৰ কোৱালিটিৰ ওপৰতহে। অন্যান্য শস্যৰ বাবে: • জুলাই মাহৰ মাজভাগৰ পৰা আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈকে প্ৰাৰম্ভিক জাতৰ ফুলকবি আৰু ব্ৰকলিৰ বীজ সিঁচাৰ বাবে অনুকূল সময়। • কৃষক সকলে ইয়াৰ খেতিৰ বাবে Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুলকবিৰ বীজ আৰু Green Bud, Atlantic, Early Danish Giant আদি প্ৰাৰম্ভিক জাতৰ ব্ৰকলিৰ বীজ সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এক বিঘা মাটিৰ বাবে ফুলকবিৰ বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম আৰু ব্ৰকলিৰ বীজৰ পৰিমাণ ৪০-৫৩.৩ গ্ৰাম প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 26-07-2023 Disable
6206 27-07-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூலை மாதம் 19ம் தேதி முதல் 25 ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 36.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூலை மாதம் 26ம் தேதி முதல் ஆகஸ்ட் மாதம் 1ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 20 முதல் 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 16 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 9 முதல் 29 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். ஜூலை மாதத்தில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 26-07-2023 Disable
6207 27-07-2023 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூலை மாதம் 19ம் தேதி முதல் 25 ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 79.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 19.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூலை மாதம் 26ம் தேதி முதல் ஆகஸ்ட் மாதம் 1ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 15 முதல் 19 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12 முதல் 13 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடமேற்கு திசையில் மணிக்கு சுமார் 15 முதல் 25 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். ஜூலை மாதத்தில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 26-07-2023 Disable
6208 27-07-2023 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஜூலை மாதம் 19ம் தேதி முதல் 25 ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 443.6mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23.4 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற ஜூலை மாதம் 26ம் தேதி முதல் ஆகஸ்ட் மாதம் 1ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். மிதமானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 25 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 65 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். ஜூலை மாதத்தில் இலைப்பேன் தாக்குதல் காணப்படும். இலையின் மைய நரம்பிற்கு இரண்டு பக்கங்களிலும் இரு இணை கோடுகள் காணப்படும். இதனை கட்டுப்படுத்த ஏகலக்ஸ் மருந்தினை 10 லிட்டர் தண்ணீரில் 10 மில்லி கலந்து 10 நாட்கள் இடைவெளியில் இரண்டு முறை தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 26-07-2023 Disable
6209 July August 1st Week Advisory 2023 Moholi प्रिय किसान साथियों, जुलाई माह की 29 से 4 अगस्त की तारीख वाले सप्ताह के दौरान शाहजहांपुर जिले के मोहोली क्षेत्र के तापमान में बदलाव की कोई सम्भावना नहीं है I सप्ताह के दौरान दिन का अधिकतम तापमान 31 से 35 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 27 से 28 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह दक्षिण पश्चिम दिशा से 2 से 8 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI कभी कभी 15 से 22 किमी प्रति घंटे की रफ़्तार से तेज हवा के झोके भी आ सकते है जिसकी वजह से पूरे सप्ताह आसमान में बादल छाये रहेंगे तथा 29 से 2 तारीख के बीच वर्षा होने की सम्भावना है I इस दौरान वायुमंडल में आर्द्रता 65 से 90 प्रतिशत तक रहेगीI हवा में अधिक समय तक अधिक आर्द्रता रहने की स्थिति में रोगों और बिमारियों के रोगाणुओं के अधिक जमाव की सम्भावना बढती हैI गन्ने की खेती में खास कर लाल सडन रोग के लिए यह मौसम बहुत अनुकूल होता हैI जिन गन्नो की ऊपर से तीसरी या चौथी पत्ती पीली पड़ रही हैं या सूख रही हैं, उन पर विशेष ध्यान देंI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI याद रहे कि लाल सडन रोग से प्रभावित गन्ने के खेतों का पानी दूसरे स्वस्थ गन्ने वाले खेतों में न जाने पाये I हवा में अधिक समय तक अधिक आर्द्रता होने के कारण पोक्का बोईंग रोग के भी लक्षण दिखाई देते है | इसमें नई पत्ती के जड़ की ओर पीले रंग के धब्बे दिखाई देते है तथा पत्ती सिकुड़ने लगती है| ऐसी स्थिति में प्रति एकड की दर से 250 ग्राम कार्बेन्डाजिम या कॉपर ओक्सी क्लोराइड को 250 लीटर पानी में घोल बनाकर छिडकाव करे | किसान भाइयो को अगर अपने खेतो में पायरिल्ला कीट के लक्षण दिख रहे है तो ऐसे में किसान साथियों को सलाह दी जाती है कि वह अपने खेतो में किसी भी प्रकार के कीटनाशक का प्रियोग न करे | इस मौसम में ग्रीन होपर या फुदका नामक कीट भी दिखाई देते है खेतो में इनकी अधिक संख्या पाए जाने पर 125 मिली एमिडा को 250 लीटर पानी में घोल बनाकर प्रति एकड की दर से छिडकाव करे | मिटटी में अधिक समय तक नमी रहने तथा तेज हवा चलने के कारण गन्ना गिरने की सम्भावना अधिक हो जाती है ऐसे में किसान भाइयो को सलाह दी जाती है की वे शरदकाल में लगाये गए गन्नो पर भरपूर मिटटी चढाये व जिन गन्नो की ऊंचाई अगर 5-6 फीट की हो गयी हो उसकी पहली बंधाई जड़ से 3-4 फीट की ऊँचाई पर करेंI ऐसे खेत जो खाली पड़े है जिनमे किसान भाई शरद कालीन गन्ने की बुवाई करना चाहते है उन खेतो में सनई, ढ़ैचा आदि हरी खाद की फसलो को अवश्य बोये | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 26-07-2023 Disable
6210 July August 1st Week Advisory 2023 Jalalabad प्रिय किसान साथियों, जुलाई माह की 29 से 4 अगस्त की तारीख वाले सप्ताह के दौरान शाहजहांपुर जिले के जलालाबाद क्षेत्र के तापमान में बदलाव की कोई सम्भावना नहीं है I सप्ताह के दौरान दिन का अधिकतम तापमान 31 से 35 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 27 से 28 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI इस सप्ताह दक्षिण पश्चिम दिशा से 2 से 8 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI कभी कभी 15 से 22 किमी प्रति घंटे की रफ़्तार से तेज हवा के झोके भी आ सकते है जिसकी वजह से पूरे सप्ताह आसमान में बादल छाये रहेंगे तथा 29 से 2 तारीख के बीच वर्षा होने की सम्भावना है I इस दौरान वायुमंडल में आर्द्रता 65 से 90 प्रतिशत तक रहेगीI हवा में अधिक समय तक अधिक आर्द्रता रहने की स्थिति में रोगों और बिमारियों के रोगाणुओं के अधिक जमाव की सम्भावना बढती हैI गन्ने की खेती में खास कर लाल सडन रोग के लिए यह मौसम बहुत अनुकूल होता हैI जिन गन्नो की ऊपर से तीसरी या चौथी पत्ती पीली पड़ रही हैं या सूख रही हैं, उन पर विशेष ध्यान देंI लाल सडन रोग की पुष्टि होने पर ऐसे पौधों को जड़ से निकाल लें और उन्हें खेत से दूर ले जाकर तीन से चार फूट गहरे गड्ढे में दबा देंI उखाड़े गये स्थान पर ब्लीचिंग पाउडर को भरें और मिट्टी से दबा देंI ऐसे खेतों में 4 किग्रा ट्राईकोडर्मा को 4-5 कुंटल गोबर की सडी खाद में मिला कर खेतो में डालें और हल्की सिंचाई करेंI याद रहे कि लाल सडन रोग से प्रभावित गन्ने के खेतों का पानी दूसरे स्वस्थ गन्ने वाले खेतों में न जाने पाये I हवा में अधिक समय तक अधिक आर्द्रता होने के कारण पोक्का बोईंग रोग के भी लक्षण दिखाई देते है | इसमें नई पत्ती के जड़ की ओर पीले रंग के धब्बे दिखाई देते है तथा पत्ती सिकुड़ने लगती है| ऐसी स्थिति में प्रति एकड की दर से 250 ग्राम कार्बेन्डाजिम या कॉपर ओक्सी क्लोराइड को 250 लीटर पानी में घोल बनाकर छिडकाव करे | किसान भाइयो को अगर अपने खेतो में पायरिल्ला कीट के लक्षण दिख रहे है तो ऐसे में किसान साथियों को सलाह दी जाती है कि वह अपने खेतो में किसी भी प्रकार के कीटनाशक का प्रियोग न करे | इस मौसम में ग्रीन होपर या फुदका नामक कीट भी दिखाई देते है खेतो में इनकी अधिक संख्या पाए जाने पर 125 मिली एमिडा को 250 लीटर पानी में घोल बनाकर प्रति एकड की दर से छिडकाव करे | मिटटी में अधिक समय तक नमी रहने तथा तेज हवा चलने के कारण गन्ना गिरने की सम्भावना अधिक हो जाती है ऐसे में किसान भाइयो को सलाह दी जाती है की वे शरदकाल में लगाये गए गन्नो पर भरपूर मिटटी चढाये व जिन गन्नो की ऊंचाई अगर 5-6 फीट की हो गयी हो उसकी पहली बंधाई जड़ से 3-4 फीट की ऊँचाई पर करेंI ऐसे खेत जो खाली पड़े है जिनमे किसान भाई शरद कालीन गन्ने की बुवाई करना चाहते है उन खेतो में सनई, ढ़ैचा आदि हरी खाद की फसलो को अवश्य बोये | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 26-07-2023 Disable