Message List: 9524
S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
---|---|---|---|---|---|---|---|
6541 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 6/07/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ৬ৰ পৰা ১১ জুলাই লৈ মজলীয়া বৰষুণ আৰু ১২ জুলাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৪৩৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 05-07-2023 | Disable |
|
6542 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 6/07/23) | জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব । ৬ৰ পৰা ১১ জুলাই লৈ মজলীয়া বৰষুণ আৰু ১২ জুলাইত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । বিগত জুন মাহত মুঠ ৪৩২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 05-07-2023 | Disable |
|
6543 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 6/07/23) | জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৬ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৭৯১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 05-07-2023 | Disable |
|
6544 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 6/07/23) | জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৬ৰ পৰা ১২ জুলাই লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত জুন মাহত মুঠ ৭৯২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাতৰ ঘনত্ব বেছি হয় , গতিকে পাতৰ ৰাউন্দটো ৭ দিন মূৰে মূৰে হব লাগে আৰু Standard Plucking অৰ্থাৎ সৰু কুমলীয়া কলি , এটি কলি এটা পাত যিমান পৰা যায় গছত এৰি গলে ভাল হয় । • বৰষুণৰ বাবে তোলা পাত বোৰ বহুত নষ্ট হোৱাৰ সম্ভাবনা থাকে , পাত উন্নত মানৰ তুলিলেও যদি damage হৈ যায় তেতিয়া গুণগত চাহ প্ৰস্তুত কৰাত বাধা হয় । সেই বাবে leaf handling and transportation ত খুব যত্ন লোৱাৰ দৰকাৰ । • বহুত বাগানত এই সময়ত লাল চাহীঁ পোক আৰু মাজে মাজে Helopeltis ৰ আক্ৰমন দেখা গৈছে । সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব লাগে । • নলাবোৰ ঠিকমতে বাগানৰ মাজৰ পানী একেবাৰে outlet ত পেলাইছে নে নাই চকু দিব লাগে । পানী যদি বাগানৰ ভিতৰত জমা হৈ থাকে তেতিয়া উৎপাদন কমাৰ উপৰিও গছ বোৰত Black rot আৰু শিপাৰ বেমাৰ Violet root rot হব পাৰে । পানী জমা হোৱা আৰু বেছি সেমেকা জেগাত যত ছাঁ গছ বহুত থাকে তেতিয়া গছৰ পাত বোৰ শুকাই ও ডাল বোৰ ঠুনুকা হৈ গৈ নিশকটীয়া হৈ পৰে । লগে লগে দৰব নামাৰিলে গছ মৰি যাব পাৰে । অন্যান্য শস্যৰ বাবে: • লতা জাতীয় পাচলিসমূহ আৰু পুলিবোৰৰ মাটিৰ ওপৰৰ অংশবোৰ বৰষুণৰ ফলত যাতে বেঁকা হৈ নাযায় তাৰ বাবে লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • উচ্চ আৰ্দ্ৰতা আৰু নিৰন্তৰ বৰষুণৰ সৈতে উষ্ণতা বৃদ্ধিৰ ফলত কুমুৰা, ভোল, জিকা, ভাত কেৰেলাৰ দৰে পাচলি শস্যত বিভিন্ন ধৰণৰ পোকৰ আক্রমন দেখিবলৈ পোৱা যায় যেনে বৰল পোক (Fruit fly), ৰস চুহি খোৱা পোক (Aphid), কলা আৰু ৰঙা বৰণৰ পাম্পকিন বিটল ( Black and red pumpkin beetle) আদি । এই পোকবোৰ নিয়ন্ত্রন কৰিবৰ বাবে ০.২% (২ মিঃ লিঃ প্রতি লিটাৰ পানীত) মালাথিয়ন ৫০ ই চি (Malathion 50 EC) ১% গুড়ৰ সৈতে মিহলাই ফৰকাল বতৰত স্প্রে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 05-07-2023 | Disable |
|
6545 | Paddy ka nursery raising | ନମସ୍କାର,ମାହାଙ୍ଗା ଓ ଡେରାବିଶ ଅଞ୍ଚଳର କୃଷକ ମାନଙ୍କୁ ସୋଲିଦାରିଦାଡ ଏବଂ ଶରତ କର ଫାଉଣ୍ଡେସନ ତରଫରୁ ଭୋଡlଫୋନ ଆଇଡିଆ ଓ ଇଣ୍ଡସ ଟାୱାର ସହଯୋଗ ରେ ଚାଲୁଥିବା ଆଧୁନିକ କୃଷି ପ୍ରଣାଳୀ ପ୍ରକଳ୍ପରେ ସ୍ବାଗତ କରାଯାଉଛି।ଯେଉଁ କୃଷକ ମାନେ ଧନରୁଆ କରୁଛନ୍ତି ସେମାନଙ୍କ ପାଇଁ ଏ ସପ୍ତାହରେ କୃଷି ସୂଚନା। ଉପଯୁକ୍ତ ଜଳସେଚନ ତଥା ଜଳନିଷ୍କାସନ ସୁବିଧା ଥିବା ସ୍ଥାନ ରେ କlଦୁଆ ତଳିଧରା ପ୍ରସ୍ତୁତ କରନ୍ତୁ।ଏକାଏକର ଧାନ ଜମିରେ ରୋକିବା ପାଇଁ ୩୨୦ ବର୍ଗମିଟର ଯାହାକି ୨ ଗୁଣ୍ଠ ତଳିଘରା ପ୍ରସ୍ତୁତ କରନ୍ତୁ।ଉଚ୍ଚତା ପାଇଁ ୧୦ ସେଣ୍ଟିମିଟର , ପ୍ରସ୍ଥ ୧.୨ ରୁ ୧.୫ ମିଟର ଓ ସୁବିଧା ଅନୁସାରେ ଲମ୍ବା ପଟାଳି ବିଶିଷ୍ଟ ତଳିଘରl ପ୍ରସ୍ତୁତ କରନ୍ତୁ।ଦୁଇ ତଳିଘରା ପଟାଳି ମଧ୍ୟରେ ୩୦ ରୁ ୪୫ ସେଣ୍ଟି ମିଟର ବ୍ୟବଧାନ ର ଏକ ନlଳୀ ଜଳ ସେଚନ ଓ ଜନ ନିଷ୍କାସନ ପାଇଁ ରଖନ୍ତୁ। ଅଧିକ ଅମଳ କ୍ଷମ ଧାନ ହୋଇଥିଲେ ଏକର ପିଛା ୧୪-୧୬ କିଲୋଗ୍ରାମ ବିହନ ଏବଂ ସଙ୍କର କିସମ ଧାନ ପାଇଁ ଏକର ପିଛା ୫-୬ କିଲୋଗ୍ରାମ ବିହନ ତଳିଧରା ପାଇଁ ବ୍ୟବହାର କରନ୍ତୁ। ତଳି ପକାଇବା ପୂର୍ବରୁ ବିହନ ବିଶୋଧନ ନିମନ୍ତେ ଏକ କିଲୋଗ୍ରାମ ବିହନ ପାଇଁ ୧୦ ଗ୍ରାମ ଟ୍ରିକୋଡରର୍ମା ଜୀବାଣୁ ଗୁଣ୍ଡ ବ୍ୟବହାର କରନ୍ତୁ। ଏହି ପ୍ରଣାଳୀ ପାଇଁ ବିହନ କୁ ୮ ଘଣ୍ଟା ବତୁରାଇ ପାଣି ରୁ ଛlଣିବା ପରେ ଟ୍ରିକୋଡରର୍ମା ଗୁଣ୍ଡ ମିଶାଇ ଏକ ଓଦା ଅଖା କିମ୍ବା ପଲିଥିନ୍ ସାହାଯ୍ୟ ରେ ୧୨ ରୁ ୨୪ ଘଣ୍ଟା ଘୋଡାଇ ରଖନ୍ତୁ।ଅଧିକ ସୂଚନା ପାଇଁ ୭୦୬୫୦୦୫୦୫୪ ରେ ମିସ୍ କଲ କରନ୍ତୁ। | Orissa | Orissa | 05-07-2023 | Disable |
|
6546 | VIL-Adilabad-Jainad-05-07-2023 | VIL-Adilabad-Jainad-05/07/2023- నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఆదిలాబాద్లోని జైనాద్లోని ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 25 నుండి 26 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 29 నుండి 31 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం వాతావరణం మేఘావృతమై ఉంటుంది మరియు జూలై 5 మరియు 8 మధ్య వర్షం కురిసే అవకాశం ఉంది. పత్తి - రైతులు వాఫ్సా దశలో 75 నుండి 100 మి.మీ వర్షపాతం తర్వాత మాత్రమే విత్తుకోవాలి. •మట్టి ద్వారా వచ్చే వ్యాధులు మరియు వ్యాధి పీడిత పొలాల్లో నెమటోడ్లను నియంత్రించడంలో పంట మార్పిడి చాలా ప్రభావవంతంగా ఉంటుంది. • విత్తనం ద్వారా వ్యాపించే వ్యాధుల నిర్వహణకు టెట్రా కోనజోల్ 11.6 % w/w (12.5 % w/v) SL @ 1.5 ml ప్రతి కిలో విత్తనానికి విత్తన శుద్ధి చేసి విత్తన ముడత (మూల ముడత) నివారణకు చేయాలి. కిలో విత్తనానికి 20 నుండి 25 గ్రాముల చొప్పున నత్రజని స్థిరీకరణ కోసం అజోటోబాక్టర్ మరియు ఫాస్పరస్ కరిగే బ్యాక్టీరియా (PSB) ఫాస్పరస్ ద్రావణీకరణ కోసం బ్యాక్టీరియా కల్చర్తో శుద్ధి చేయాలి. పత్తి పంటలో తొలిదశ కలుపు మొక్కల నివారణకు పంటల వారీగా సలహా మేరకు ఎకరాకు 200 లీటర్ల నీటికి 700 మి.లీ.ల పెండిమిథాలిన్ 38.7% సిఎస్ @ 700 మి.లీ. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 04-07-2023 | Disable |
|
6547 | VIL-Adilabad-Bela-05/07/2023 | VIL -Adilabad-Bela-05/07/2023- నమస్కారం తోటి రైతులకు...సాలిడారిడాడ్ మరియు వోడాఫోన్ ఐడియా ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఆదిలాబాద్లోని బేల వద్ద ఉన్న ఆటోమేటిక్ వాతావరణ కేంద్రం ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 25 నుండి 26 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 29 నుండి 30 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. ఈ వారం వాతావరణం మేఘావృతమై ఉంటుంది, జూలై 5 మరియు 10 మధ్య వర్షం పడే అవకాశం ఉంది. పత్తి - రైతులు వాఫ్సా దశలో 75 నుండి 100 మి.మీ వర్షపాతం తర్వాత మాత్రమే విత్తుకోవాలి. •మట్టి ద్వారా వచ్చే వ్యాధులు మరియు వ్యాధి పీడిత పొలాల్లో నెమటోడ్లను నియంత్రించడంలో పంట మార్పిడి చాలా ప్రభావవంతంగా ఉంటుంది. • విత్తనం ద్వారా సంక్రమించే వ్యాధుల నిర్వహణకు టెట్రా కోనజోల్ 11.6 % w/w (12.5 % w/v) SL @ 1.5 ml ప్రతి కిలో విత్తనానికి విత్తన శుద్ధి చేసి విత్తన ముడత (మూల ముడత) నివారణకు చేయాలి. కిలో విత్తనానికి 20 నుండి 25 గ్రాముల చొప్పున నత్రజని స్థిరీకరణ కోసం అజోటోబాక్టర్ మరియు ఫాస్పరస్ కరిగే బ్యాక్టీరియా (PSB) ఫాస్పరస్ ద్రావణాన్ని బాక్టీరియా సంస్కృతితో శుద్ధి చేయాలి. పత్తి పంటలో తొలిదశ కలుపు మొక్కల నివారణకు పంటల వారీగా సలహా మేరకు ఎకరాకు 200 లీటర్ల నీటికి 700 మి.లీ.ల పెండిమిథాలిన్ 38.7% సిఎస్ @ 700 మి.లీ. ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. | Telangana | Telangana | 04-07-2023 | Disable |
|
6548 | VIL 2-Amravati-Dabhada-05/07/2023 | Amravati (2)-नमस्कार शेतकरी बंधूंनो... सॉलिडरीडॅड, वोडाफोन आयडिया फाऊंडेशन आणि इंडस टॉवर्स यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. धामनगाव तालुक्यातील दाभाडा येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 25 ते 26 अंश तर कमाल 30 ते 31 अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक ५ ते ८ जुलै दरम्यान पावसाची शक्यता आहे. कपाशी - शेतात मित्र किडींचे संवर्धनर्ध होण्याच्या दृष्टीने शेताच्या चहू बाजूनेजूने तसेच कापसाच्या दर दहा ओळीनंतर एक आड एक मका व चवळी यासारखी सापळा पिके लावावीत. शेतकरी बांधवांनी मान्सून चा ७५ ते १०० मिमी पाऊस झाल्यानंतरच वाफसा अवस्थेत पेरणी करावी. •रोग प्रवण शेतात मातीजन्य रोग आणि सूत्रकृमीचा निरीक्षणासाठी पीक फेरपालट खूप प्रभावी आहे. बियाण्यांपासून होणाऱ्या रोगांच्या व्यवस्थापनासाठी टेट्रा कोनाझोल ११.६ % डब्ल्यू/डब्ल्यू (१२.५ % डब्ल्यू/व्ही) एसएल १.५ मिली प्रति किलो बियाणे या प्रमाणात बियाणेजण्य रोगाच्या (मूळ कुज रोग) व्यवस्थापनासाठी बीजप्रक्रिया करावी. नत्र स्थिरीकरणासाठी अझोटोबॅक्टर आणि स्फुरद विरघळण्यासाठी स्फुरद विरघळविणारे जीवाणू (पीएसबी) २० ते २५ ग्राम प्रती किलो बियाणे प्रमाणात जीवाणू संवर्धकाची बीज प्रक्रिया करावी. कपाशीमध्ये मुग आणि उडीद यासारख्या आंतरपिकाचा (१:१) ओळीत समाविष्ट कराव. कपाशी पिकामध्ये सुरुवातीच्या अवस्थेत तणांचे नियंत्रण करण्यासाठी उगवण पूर्व तननाशक पेंडीमेथालिन ३८.७ % सीएस ७०० मिली पिक पिक निहाय सल्ला २०० लिटर पाणी प्रती एकर या प्रमाणात वापर करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 04-07-2023 | Disable |
|
6549 | VIL 3-Parbhani -Pingli-05/07/2023 | Parbhani (3) - नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २४ ते २५ अंश तर कमाल २९ ते ३० अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक ५ ते ८ जुलै दरम्यान पावसाची शक्यता आहे. कपाशी - शेतकरी बांधवांनी मान्सून चा ७५ ते १०० मिमी पाऊस झाल्यानंतरच वाफसा अवस्थेत पेरणी करावी. •रोग प्रवण शेतात मातीजन्य रोग आणि सूत्रकृमीचा निरीक्षणासाठी पीक फेरपालट खूप प्रभावी आहे. • बियाण्यांपासून होणाऱ्या रोगांच्या व्यवस्थापनासाठी टेट्रा कोनाझोल ११.६ % डब्ल्यू/डब्ल्यू (१२.५ % डब्ल्यू/व्ही) एसएल १.५ मिली प्रति किलो बियाणे या प्रमाणात बियाणेजण्य रोगाच्या (मूळ कुज रोग) व्यवस्थापनासाठी बीजप्रक्रिया करावी. नत्र स्थिरीकरणासाठी अझोटोबॅक्टर आणि स्फुरद विरघळण्यासाठी स्फुरद विरघळविणारे जीवाणू (पीएसबी) २० ते २५ ग्राम प्रती किलो बियाणे प्रमाणात जीवाणू संवर्धकाची बीज प्रक्रिया करावी. कपाशी पिकामध्ये सुरुवातीच्या अवस्थेत तणांचे नियंत्रण करण्यासाठी उगवण पूर्व तननाशक पेंडीमेथालिन ३८.७ % सीएस ७०० मिली पिक पिक निहाय सल्ला २०० लिटर पाणी प्रती एकर या प्रमाणात वापर करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 04-07-2023 | Disable |
|
6550 | VIL 3-Nanded-Loni-05/07/2023 | Nanded(3)-नमस्कार शेतकरी बंधूंनो...सॉलिडरीडॅड आणि वोडाफोन आयडिया फाऊंडेशन यांच्या स्मार्ट ऍग्री प्रोग्राममध्ये आपले स्वागत आहे. किनवट तालुक्यातील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान २५ ते २६ अंश तर कमाल २९ ते ३० अंश सेल्सियस एवढे राहील. या आठवड्यात वातावरण ढगाळ राहून दिनांक ५ ते ८ जुलै दरम्यान पावसाची शक्यता आहे. कपाशी - शेतकरी बांधवांनी मान्सून चा ७५ ते १०० मिमी पाऊस झाल्यानंतरच वाफसा अवस्थेत पेरणी करावी. •रोग प्रवण शेतात मातीजन्य रोग आणि सूत्रकृमीचा निरीक्षणासाठी पीक फेरपालट खूप प्रभावी आहे. • बियाण्यांपासून होणाऱ्या रोगांच्या व्यवस्थापनासाठी टेट्रा कोनाझोल ११.६ % डब्ल्यू/डब्ल्यू (१२.५ % डब्ल्यू/व्ही) एसएल @ १.५ मिली प्रति किलो बियाणे या प्रमाणात बियाणेजण्य रोगाच्या (मूळ कुज रोग) व्यवस्थापनासाठी बीजप्रक्रिया करावी. नत्र स्थिरीकरणासाठी अझोटोबॅक्टर आणि स्फुरद विरघळण्यासाठी स्फुरद विरघळविणारे जीवाणू (पीएसबी) २० ते २५ ग्राम प्रती किलो बियाणे प्रमाणात जीवाणू संवर्धकाची बीज प्रक्रिया करावी. कपाशी पिकामध्ये सुरुवातीच्या अवस्थेत तणांचे नियंत्रण करण्यासाठी उगवण पूर्व तननाशक पेंडीमेथालिन ३८.७ % सीएस @ ७०० मिली पिक पिक निहाय सल्ला २०० लिटर पाणी प्रती एकर या प्रमाणात वापर करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 04-07-2023 | Disable |
|