Message List: 9554
S.No Message Title Message State Created By Creation Date Status Action
7381 May Second Week 23 Advisory Bilgram प्रिय किसान साथियों, आगामी 8 मई से 14 मई के दौरान हरदोई जिले के बिलग्राम क्षेत्र में दिन का तापमान बढ़ने से गर्मी भी बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 36 से 40 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 23 से 26 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान पश्चिमोत्तर दिशा से 4 से 20 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI सप्ताह के दौरान कभी- कभी बादल छायेगे, लेकिन वर्षा की भी सम्भावना नहीं हैI वायुमंडल में आर्द्रता 10 से 70% तक रहेगीI आने वाले समय में बढती गर्मी को देखते हुए हुए खेतों की सिंचाई करेंI सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से खुंडो या नाली में सिंचाई करेंI तापमान में बदलाव से गन्ने के खेतों में शूट बोरर, टॉप बोरर, और पायरिल्ला जैसे कीड़ों और बिमारियों को पनपने में मदद मिलती हैI ऐसे में किसान साथी अपने खेतों का नियमित निरिक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 03-05-2023 Disable
7382 May Second Week 23 Advisory Barkhani प्रिय किसान साथियों, आगामी 8 मई से 14 मई के दौरान हरदोई जिले के बरखनी क्षेत्र में दिन का तापमान बढ़ने से गर्मी भी बढ़ेगीI इस दौरान दिन का अधिकतम तापमान 36 से 40 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 23 से 26 डिग्री सेंटीग्रेड के बीच रहने की सम्भावना हैI सप्ताह के दौरान पश्चिमोत्तर दिशा से 4 से 20 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना हैI सप्ताह के दौरान कभी- कभी बादल छायेगे, लेकिन वर्षा की भी सम्भावना नहीं हैI वायुमंडल में आर्द्रता 10 से 70% तक रहेगीI आने वाले समय में बढती गर्मी को देखते हुए हुए खेतों की सिंचाई करेंI सिंचाई करने से पहले साइल मोइस्चर इंडिकेटर की सहायता से अपने खेत में नमी की जाँच करेI खेत में फरो विधि के माध्यम से खुंडो या नाली में सिंचाई करेंI तापमान में बदलाव से गन्ने के खेतों में शूट बोरर, टॉप बोरर, और पायरिल्ला जैसे कीड़ों और बिमारियों को पनपने में मदद मिलती हैI ऐसे में किसान साथी अपने खेतों का नियमित निरिक्षण करते रहें और जरूरी होने पर कीट नियंत्रण का काम करेंI पायरिल्ला के कीट मिलने पर इसके रोकथाम के लिए इसके परजीवी की व्यवस्था करें तो वह पायरिल्ला के कीटों को खुद नियंत्रित कर लेंगेI टॉप बोरर से प्रभावित गन्नों को जड़ से उखाड कर खेत से दूर ले जाकर नष्ट कर देंI ऐसे खेतों में ट्राईकोकार्ड या अन्य ट्रैप का उपयोग किया जा सकता हैI शूट बोरर का प्रकोप बढ़ने की स्थिति में 150 मिली प्रति एकड़ की दर से कोराजेन को 400 लीटर पानी में घोल कर गन्ने के तनों को ड्रेंच करें और इसके तुरंत बाद पानी लगायेंI शरद काल में बोये गए गन्ने में हल्की मिट्टी चढ़ाएं इससे अवांछित कल्लों को रोकने में मदद मिलेगी और अच्छे गन्ने तैयार होंगेI इन खेतों में घुलनशील एन.पी.के. का छिडकाव किया जा सकता हैI खाली हो रहे खेतों में मूंग, ढैंचा, सनई की बुवाई करेंI फसलों को काटने के बाद उनके बचे अवशेष को खेत में मिलाने से अच्छी हरी खाद खेत को मिलेगीI बारिश के बाद इन खेतों में गन्ने की बोवाई की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 03-05-2023 Disable
7383 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Namsissu, 4/05/23) জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১০৯ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
7384 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jor_Alengi, 4/05/23) জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ৯৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
7385 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 4/05/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ২৫২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
7386 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 4/05/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ২৪৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
7387 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 4/05/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১৭৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 03-05-2023 Disable
7388 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 4/05/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১১৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 03-05-2023 Disable
7389 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 4/05/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ২৪৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
7390 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 4/05/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ১৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable