Message List: 8677
S.No Message Title Message State Created By Creation Date Status Action
7731 रबी फसल बोवनी सोयाबीन की कटाई एवं गहाई कर सुरक्षित भण्डारण कर ले I गेहूँ एवं चना की उन्नत खेती हेतु खेत की तैयारी करने का उचित समय हैI गेहूं के लिए खेत की तैयारी तथा सिंचाई जल उपयोगिता बढ़ाने के लिए खरीफ की फसल काटते ही एक सप्ताह के अंदर जुताई करना लाभदायक होता है I गेंहू एवं चने की फसल के लिये आपके क्षेत्र के लिए अनुशंसित प्रजातियों का प्रमाणित या आधार बीज जो उचित स्रोत तथा गुणवत्ता वाला बीज का ही चुनाव करना चाहिये। प्रजाति का चुनाव अपने संसाधनों यानि उपलब्ध सिंचाई की मात्रा तथा आवश्यकताओं के अनुरूप करेंI Madhya Pradesh MP 18-10-2022 Disable
7732 Crop Husbandary प्रिय किसान साथियों, आगामी 17 से 23 अक्टूबर के दौरान लखीमपुर और हरदोई जिलो में तापमान एक बार फिर बढेगाI दिन का अधिकतम तापमान 29-30 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 22-23 डिग्री सेंटीग्रेड तक होगाI वर्षा की सम्भावना न होने के कारण यह तापमान गन्ने के पकने के लिए बहुत अनुकूल हैI इस दौरान वायु मंडल में आर्द्रता 50 से 80 प्रतिशत तक रहेगी तथा सप्ताह के दौरान 1 से 8 किलोमीटर प्रति घंटे की रफ़्तार से पश्चिम उत्तर से दक्षिण पूर्व दिशा की ओर हवा चलने की सम्भावना हैI पिछले सप्ताह में बेमौसम वर्षा से किसानों को कुछ नुकसान हुआ हैI गन्ने की खेती करने वाले किसान साथियों के लिए सलाह है कि गिरे हुए गन्ने की बंधाई जल्द से जल्द करें और प्रति एकर 2 से 3 किलोग्राम फास्फोरिक एसिड को 400 लीटर पानी में मिला कर छिडकाव करेंI पिछले साल बोये गए गन्ने के पौधे अब परिपक्व हो रहें हैंI गन्नो का पूरा वजन लेने के लिए जरुरी है कि खेत में नमी बनी रहेI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI जो किसान शरद कालीन गन्ने की बुवाई करना चाहते हैं तो उनसे अनुरोध है कि खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI ऐसे खेतों का चुनाव करें जो थोड़े ऊँचे हों और जिसमे बारिश के समय पानी लगने की सम्भावना न होI खेत तैयार करते समय 25 टन प्रति हेक्टेयर की दर से गोबर की सड़ी खाद को भी खेत मिलायेंI बीजों के चयन में सावधानी बरतें और केवल एक आख वाले स्वस्थ बीजो को ही खेत में लगायेंI बीज वाले गन्ने की उम्र 9 माह से अधिक की नहीं होनी चाहिएI बीजों को लगाने से पहले उनका हेक्सा स्टॉप से उपचार अवश्य करेंI गन्ने की बुवाई दो लाइनों के बीच 4 से साढ़े 4 फुट की दूरी बना कर करेंI खाली स्थान पर अंतः फसल के रूप में टमाटर, लहसन, आलू, सरसों, तोरिया की बुवाई करके आमदनी को बढाया जा सकता हैI बुवाई के बाद 75 किग्रा डी.ए.पी. 25 किग्रा यूरिया और 50 किग्रा पोटाश को 25 किग्रा माइक्रो नुट्रीएंट्स के साथ मिला कर खेत में डालेंI जिन किसान साथियों के खेत अभी खाली नहीं है उनके द्वारा गन्ने की नर्सरी लगाई जा सकती हैI 25 से 30 दिनों के बाद इन पौधों की रोपाई की जा सकती हैI नर्सरी के लिए बीज अगेती किस्म के गन्ने का ही लेंI धान या गन्ने की फसल को काटने के बाद बचे अवशेष को जलाये नहीं बल्कि उनको खेत में ही मिला देंI इसको जानवरों के बिछावन के रूप में भी उपयोग किया जा सकता है और 2-3 दिनों के बाद उसे खेत में या खाद वाले गड्ढों में डाल कर कुछ समय में ही अच्छी कार्बनिक खाद तैयार की जा सकती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 13-10-2022 Disable
7733 13th Oct Message যে সব বাগানে প্লাকিং বা পাতা তোলা হয়ে গেছে সে সব বাগানে এক রাউণ্ড ফোলিয়োর হিসাবে ইউরিয়া ১ কেজি এবং জিঙ্ক সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । হ্যালোপেল্টিস মশা দেখা দিলে থায়ামেথোস্কাম ২৫ গ্রাম ১০০ লিটার জলে এবং রেড স্পাইডার বা লাল পোকা থাকলে ফেনাজাকুইন ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । গত কয়েক দিন ধরে কিছু কিছু জায়গায় মাঝারি থেকে ভাড়ী বৃষ্টি পাত হচ্ছে তাই পাতা তোলার পর এক রাউন্ড ফাঙ্গিসাইড অবশ্যই ব্যবহার করবেন । পুনঃরায় ভয়েস কল শুনতে হলে মিস কল করুন এই নম্বরে ৭০৬৫০০৫০৫৪ । West Bengal West Bengal 12-10-2022 Disable
7734 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 13/10/22) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৩,১৪ আৰু ১৯ অক্টোবৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । ১৫ৰ পৰা ১৮ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই । দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২- ৬ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • বৰষুণত তোলা পাত যাতে নষ্ট নহয় তাৰ যত্ন লব লাগে । • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। • পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় আৰু বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব লাগে । অহা বছৰত UP ৰাখিব লগা বাগান বোৰত Step up কৰি এখিলা ডাঙৰ পাতৰ ওপৰত পাত তুলি সমান কৰিলে ভাল হয় । • বাগিচাবোৰত নলাবোৰ বন্ধ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে যাতে অনাগত ঠাণ্ডা বতৰত চাহ বাগিচাত জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰিব পৰা যায়। • বাগানবোৰত উঠি অহা অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 12-10-2022 Disable
7735 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 13/10/22) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৩,১৪ আৰু ১৯ অক্টোবৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । ১৫ৰ পৰা ১৮ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই । দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • বৰষুণত তোলা পাত যাতে নষ্ট নহয় তাৰ যত্ন লব লাগে । • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। • পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় আৰু বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব লাগে । অহা বছৰত UP ৰাখিব লগা বাগান বোৰত Step up কৰি এখিলা ডাঙৰ পাতৰ ওপৰত পাত তুলি সমান কৰিলে ভাল হয় । • বাগিচাবোৰত নলাবোৰ বন্ধ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে যাতে অনাগত ঠাণ্ডা বতৰত চাহ বাগিচাত জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰিব পৰা যায়। • বাগানবোৰত উঠি অহা অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 12-10-2022 Disable
7736 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 13/10/22) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৩,১৪, ১৮ আৰু ১৯ অক্টোবৰত পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । ১৫ৰ পৰা ১৭ অক্টোবৰলৈ বৰষুণ অহা সম্ভাৱনা নাই । দিনৰ উষ্ণতা প্ৰায় ২৬-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • বৰষুণত তোলা পাত যাতে নষ্ট নহয় তাৰ যত্ন লব লাগে । • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। • পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় আৰু বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব লাগে । অহা বছৰত UP ৰাখিব লগা বাগান বোৰত Step up কৰি এখিলা ডাঙৰ পাতৰ ওপৰত পাত তুলি সমান কৰিলে ভাল হয় । • বাগিচাবোৰত নলাবোৰ বন্ধ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে যাতে অনাগত ঠাণ্ডা বতৰত চাহ বাগিচাত জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰিব পৰা যায়। • বাগানবোৰত উঠি অহা অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 12-10-2022 Disable
7737 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 13/10/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৩ৰ পৰা ১৫ অক্টোবলৈ পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে আৰু বাকি কেইদিনত বৰষুণ অহা সম্ভাৱনা নাই । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। বিগত ৬ৰ পৰা ১২ অক্টোবৰলৈ মুঠ ১১৬ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • বৰষুণত তোলা পাত যাতে নষ্ট নহয় তাৰ যত্ন লব লাগে । • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। • পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় আৰু বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব লাগে । অহা বছৰত UP ৰাখিব লগা বাগান বোৰত Step up কৰি এখিলা ডাঙৰ পাতৰ ওপৰত পাত তুলি সমান কৰিলে ভাল হয় । • বাগিচাবোৰত নলাবোৰ বন্ধ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে যাতে অনাগত ঠাণ্ডা বতৰত চাহ বাগিচাত জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰিব পৰা যায়। • বাগানবোৰত উঠি অহা অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭ কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 12-10-2022 Disable
7738 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 13/10/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৩ৰ পৰা ১৯ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ১৩ৰ পৰা ১৫ অক্টোবলৈ পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে আৰু বাকি কেইদিনত বৰষুণ অহা সম্ভাৱনা নাই । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ দিশৰ পৰা বলিব। বিগত ৬ৰ পৰা ১২ অক্টোবৰলৈ মুঠ ১০১ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • বৰষুণত তোলা পাত যাতে নষ্ট নহয় তাৰ যত্ন লব লাগে । • পাততোলা কাৰ্য্য খিনি ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব যাতে চাহপাতৰ মানদণ্ডত কোনো প্ৰভাৱ নপৰে। • পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায় আৰু বান্জী পাত বোৰ টৈবুলৰ সমানে আঁতৰাই পেলাব লাগে । অহা বছৰত UP ৰাখিব লগা বাগান বোৰত Step up কৰি এখিলা ডাঙৰ পাতৰ ওপৰত পাত তুলি সমান কৰিলে ভাল হয় । • বাগিচাবোৰত নলাবোৰ বন্ধ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰে যাতে অনাগত ঠাণ্ডা বতৰত চাহ বাগিচাত জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰিব পৰা যায়। • বাগানবোৰত উঠি অহা অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই পেলাব যাতে পাত তোলাত সমস্যা নহয়। অন্যান্য শস্যৰ বাবে: • শীতকালীন বেঙেনাৰ বীজ সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰ মাহলৈকে। বীজ সিঁচাৰ বাবে বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আৰু অন্যান্য নিৰ্বাচিত স্থানীয় প্ৰকাৰৰ বীজ সংগ্ৰহ কৰিব পাৰে আৰু নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ অব্যাহত ৰাখিব পাৰে। • ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ /পচন সাৰ, Urea @ ১৪.৭কি: গ্ৰা:, SSP @ ৪২ কি: গ্ৰা: আৰু MOP @ ১১.৩ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে। বাকী থকা আধা ভাগ Urea এটা বা দুটা কিস্তিত প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 12-10-2022 Disable
7739 12-10-Adilabad-Jainad జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 43.8మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 95%గా ఉంది.ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 12-10-2022 Disable
7740 12-10-Yavatmal (2) Yavatmal (2) नमस्कार शेतकरी बंधूंनो... किट प्रबंधन सबंधी माहिती पुढीलप्रमाणे, कपाशीतील आंतरिक बोंड सड रोगाच्या व्यवस्थापनासाठी, कॉपर ऑक्सिक्लोराईड ५० डब्ल्यूपी/डब्ल्यूजी २५ ते ३० ग्राम आणि त्यानंतर ७ दिवसाच्या अंतराने प्रोपीकोनाझोल २५ ईसी १० मिली प्रती १० लिटर पाण्यात मिसळून फवारणी करावी.• कपाशीमध्ये रस शोषक किडीचा प्रादुर्भाव आर्थिक नुकसान पातळीपेक्षा जास्त असेल तर, नियंत्रणासाठी फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ८० ग्रॅम प्रती एकर प्रमाणात किटकनाशकाची फवारणी करावी. गुलाबी बोंडअळीचे निरीक्षण आणि नियंत्रण करण्यासाठी, शेतात २ कामगंध सापळे प्रती एकर लावावे. कामगंध सापळ्यामध्ये सलग ३ रात्री ६ ते ८ पतंग आढळून आल्यास किंवा प्रादुर्भाव ग्रस्त हिरवी बोंडे आढळून आल्यास प्रोफेनोफॉस ५० % ईसी ६०० मिली प्रती एकर किंवा इमामेक्टीन बेन्झोएट 5 % एसजी 100 ग्राम प्रती एकर या प्रमाणात फवारणी करावी. तसेच ट्रायकोग्रामा कार्ड 5 प्रती एकर या प्रमाणात लावावी. प्रकाश सांपळ्यांचा वापर करावा. कपाशी मधील नैसर्गिक पाते व फुलगळ टाळण्यासाठी एनएए (नॅप्थेलिक ऍसिटिक ऍसिड) ४ मिली प्रती 10 लिटर पाणी या प्रमाणात फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 11-10-2022 Disable