Message List: 8677
S.No Message Title Message State Created By Creation Date Status Action
7751 October 2 week advisory प्रिय किसान साथियों, आगामी 10 से 16 अक्टूबर के दौरान लखीमपुर और हरदोई जिलो के तापमान में कमी आयेगीI दिन का अधिकतम तापमान 28 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 22 डिग्री सेंटीग्रेड तक होगाI इस दौरान वायु मंडल में आर्द्रता 60 से 90 प्रतिशत तक रहेगी तथा 10 से 12 अक्टूबर के दौरान वर्षा की सम्भावना रहेगीI सप्ताह के दौरान 5 से 10 किलोमीटर प्रति घंटे की रफ़्तार से पूर्व उत्तर से दक्षिण पश्चिम दिशा की ओर हवा चलने की सम्भावना हैI जो किसान शरद कालीन गन्ने की बुवाई करना चाहते हैं तो उनसे अनुरोध है कि खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI ऐसे खेतों का चुनाव करें जो थोड़े ऊँचे हों और जिसमे बारिश के समय पानी लगने की सम्भावना न होI खेत तैयार करते समय 25 टन प्रति हेक्टेयर की दर से गोबर की सड़ी खाद को भी खेत मिलायेंI बीजों के चयन में सावधानी बरतें और केवल एक आख वाले स्वस्थ बीजो को ही खेत में लगायेंI बीज वाले गन्ने की उम्र 9 माह से अधिक की नहीं होनी चाहिएI बीजों को लगाने से पहले उनका हेक्सा स्टॉप से उपचार अवश्य करेंI गन्ने की बुवाई दो लाइनों के बीच 4 से साढ़े 4 फुट की दूरी बना कर करेंI खाली स्थान पर अंतः फसल के रूप में टमाटर, लहसन, आलू, सरसों, तोरिया की बुवाई करके आमदनी को बढाया जा सकता हैI बुवाई के बाद 75 किग्रा डी.ए.पी. 25 किग्रा यूरिया और 50 किग्रा पोटाश को 25 किग्रा माइक्रो नुट्रीएंट्स के साथ मिला कर खेत में डालेंI जिन किसान साथियों के खेत अभी खाली नहीं है उनके द्वारा गन्ने की नर्सरी लगाई जा सकती हैI 25 से 30 दिनों के बाद इन पौधों की रोपाई की जा सकती हैI नर्सरी के लिए बीज अगेती किस्म के गन्ने का ही लेंI पिछले साल बोये गए गन्ने के पौधे अब परिपक्व हो रहें हैंI गन्नो का पूरा वजन लेने के लिए जरुरी है कि खेत में नमी बनी रहेI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 06-10-2022 Disable
7752 Telangana_ Text Advisory _6 Oct. 2022 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 0 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 75-80%గా ఉంది.ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 06-10-2022 Disable
7753 6th Oct Message সোলিডারিডাড এবং ভোডাফোন আইডিয়া এর পক্ষ থেকে আপনাদের সবাইকে জানাই শুভ বিজয়ার প্রীতি ও শুভেছা । পূজার ছুটির পর প্রথম পাতা তোলার সময় অবশ্যই সঠিক পদ্ধতি প্রয়োগ করুন এর ফলে আগামী রাউন্ডে এবং আসছে বছরে ভালো পাতা পাওয়া যেতে পারে ।পাতা তোলার সময় ক্রীপ বা ডান্টি উঠিয়ে দিন । বাগানে পোকা মাকড়ের উপদ্রব থাকলে পাতা তোলার পর এক রাউন্ড কীটনাশক ব্যবহার করতে পারেন । পাতা তোলার সময় অবশ্যই হেলোপেল্টিস বা চা মশা আক্রান্ত কুষি উঠিয়ে ফেলবেন । West Bengal West Bengal 05-10-2022 Disable
7754 6 October 2022, Jorhat বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । বিগত মাহত গড়ে ২১২ মি.মি বৰষুণ হৈছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
7755 6 October 2022, Tinsukia বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । বিগত মাহত গড়ে ২০৬ মি.মি বৰষুণ হৈছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৮০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২- ৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
7756 6 October 2022, Dibrugarh বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । বিগত মাহত গড়ে ২৬৩ মি.মি বৰষুণ হৈছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২২-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৭০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
7757 6 October 2022, Darogachuba বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২- ৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। যোৱা ছেপ্টেম্বৰ মাহত মুঠ ১০০ মি.মি বৰষুণ হৈছে। বিগত ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ মুঠ ২৪ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
7758 6 October 2022, Amjuli বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৬ৰ পৰা ১২ অক্টোবৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ৭ দিনত ওচৰৰ অঞ্চলবোৰত, বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। যোৱা ছেপ্টেম্বৰ মাহত মুঠ ২৩৩ মি.মি বৰষুণ হৈছে। বিগত ২৯ ছেপ্টেম্বৰৰ পৰা ৫ অক্টোবৰলৈ মুঠ ২৭ মিলি. বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টেবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব। ঠেক নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব। অন্যান্য শস্যৰ বাবে: • দেৰিকৈ কৰা মূলাৰ কিছুমান জাত যেনে-Bombay Red, Jaunpuri আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় অক্টোবৰ মাহৰ পৰা নবেম্বৰ মাহৰ ভিতৰত। বীজবোৰ সাৰিৰ মাজত ২০ ছে: মি: ব্যাবধান ৰাখি সিঁচিব লাগে । • পাচলি বাগিছাত অতিৰিক্ত পানী উলিয়াবলৈ বাগিচাবোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 05-10-2022 Disable
7759 VIF-2-Yavatmal-Mozar-05-10-22 Yavatmal (2) ह्या आठवड्यातील माहिती, आपल्या कपाशीची पुढीललक्षणे आढळून आल्यास खताचे नियोजन योग्य प्रकारे करावे. १. लक्षणे- मोठी पाने प्रथमपिवळी होतात मुळांची व पिकाची वाढ खुंटते. उपायः आवश्यकते नुसार नत्रयुक्त खतांचावापर करावा. २. लक्षणे- पिकाची पाने गर्द हिरवी व जांभळी, पानांचा आकार लांबट होतो. उपाय -आवश्यकते नुसार सिंगल सूपरफॉस्फेट मात्रा द्यावी. ३. लक्षणे- पानांच्या कडा तांबड्या व पानांवर तांबडे किंवापिवळे ठिपके दिसतात. शेंडे मलूल होतात व गळतात. उपाय- पालाश युक्त म्युरेट ऑफपोटॅश हे खत द्यावे. ४. लक्षणे-नविन पाने व पालवी पिवळी पडणे. उपाय- बेंटोनाइट किंवागंधकयुक्त खते वापरावी. ५. लक्षणे- नविन पांनाच्या शिरांमधील भाग पिवळा दिसणे झाडाचीवाढ खुंटणे. उपाय- फेरस अमोनियम सल्फेट च्या 5% द्रावणाची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद !आपणास दसऱ्याच्या हार्दिक शुभेच्छा.  Maharashtra MH 04-10-2022 Disable
7760 VIF-2-Wardha-Ajansara-05-10-22 Wardha (2) ह्या आठवड्यातील माहिती, आपल्या कपाशीची पुढीललक्षणे आढळून आल्यास खताचे नियोजन योग्य प्रकारे करावे. १. लक्षणे- मोठी पाने प्रथमपिवळी होतात मुळांची व पिकाची वाढ खुंटते. उपायः आवश्यकते नुसार नत्रयुक्त खतांचावापर करावा. २. लक्षणे- पिकाची पाने गर्द हिरवी व जांभळी, पानांचा आकार लांबट होतो. उपाय -आवश्यकते नुसार सिंगल सूपरफॉस्फेट मात्रा द्यावी. ३. लक्षणे- पानांच्या कडा तांबड्या व पानांवर तांबडे किंवापिवळे ठिपके दिसतात. शेंडे मलूल होतात व गळतात. उपाय- पालाश युक्त म्युरेट ऑफपोटॅश हे खत द्यावे. ४. लक्षणे-नविन पाने व पालवी पिवळी पडणे. उपाय- बेंटोनाइट किंवागंधकयुक्त खते वापरावी. ५. लक्षणे- नविन पांनाच्या शिरांमधील भाग पिवळा दिसणे झाडाचीवाढ खुंटणे. उपाय- फेरस अमोनियम सल्फेट च्या 5% द्रावणाची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद !आपणास दसऱ्याच्या हार्दिक शुभेच्छा.  Maharashtra MH 04-10-2022 Disable