Message List: 8677
S.No Message Title Message State Created By Creation Date Status Action
7801 VIF-1-Nanded-Tulshi-21-09-22 आपण कपाशीतील आकस्मिक मर रोग ह्यविषयी महित बघू: शेतात काही प्रमाणात झाडे पिवळी व मलूल पडून आकस्मिक मर रोगांची लक्षणे दिसून येतात. या विकृतीसाठी कुठलेही रोगकारक बुरशी, जिवाणू, विषाणू किंवा सूत्रकृमी कारणीभूत नसतात. आकस्मिक मर रोग एकतर हळू किंवा जलद गतीने विकसित होऊ शकतो. रोगाचे प्रमाण झाडांची अधिक वाढ तसेच पात्या, फुले धरण्याची अवस्था आणि बोंडाचे प्रमाण अधिक असल्यास वाढल्याचे दिसून येते. लक्षणे : प्रादुर्भावग्रस्त झाडांच्या हिरव्या पानांवर मर रोगाची लक्षणे दिसतात. ती पिवळसर व तांबूस किंवा लाल होऊन सुकतात. पात्या व लहान बोंडे गळून पडतात. अपरिपक्व अवस्थेतच बोंडे उमलल्याचे आढळते. उपाययोजना १. शेतात पाण्याचा व्यवस्थित निचरा करावा. २. प्रादुर्भावग्रस्त लक्षणे दिसलेल्या झाडाच्या मुळाशी कॉपर ऑक्सिक्लोराईड (५०% डब्लू. पी.) २५ ग्रॅम अधिक युरिया १०० ग्रॅम किंवा कार्बेन्डाझिम (५०% डब्लू. पी.) २० ग्रॅम अधिक युरिया १०० ग्रॅम प्रति १० लिटर पाणी या प्रमाणे द्रावणाची आळवणी करावा. झाडाच्या मुळांपर्यंत जाईल इतके द्रावण भांड्याने ओतावे. कपाशी मधील नैसर्गिक पाते व फुलगळ टाळण्यासाठी नॅप्थेलिक ऍसिटिक ऍसिड ४ मिली प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. कपाशीची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेक्वेट क्लोराईड ५०% एसएल १- मिली. प्रती १० लिटर पाण्यात मिसळून स्वच्छ हवामान परिस्थिती असताना फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 20-09-2022 Disable
7802 VIF-1-Nagpur-Sawli-21-09-22 आपण कपाशीतील आकस्मिक मर रोग ह्यविषयी महित बघू: शेतात काही प्रमाणात झाडे पिवळी व मलूल पडून आकस्मिक मर रोगांची लक्षणे दिसून येतात. या विकृतीसाठी कुठलेही रोगकारक बुरशी, जिवाणू, विषाणू किंवा सूत्रकृमी कारणीभूत नसतात. आकस्मिक मर रोग एकतर हळू किंवा जलद गतीने विकसित होऊ शकतो. रोगाचे प्रमाण झाडांची अधिक वाढ तसेच पात्या, फुले धरण्याची अवस्था आणि बोंडाचे प्रमाण अधिक असल्यास वाढल्याचे दिसून येते. लक्षणे : प्रादुर्भावग्रस्त झाडांच्या हिरव्या पानांवर मर रोगाची लक्षणे दिसतात. ती पिवळसर व तांबूस किंवा लाल होऊन सुकतात. पात्या व लहान बोंडे गळून पडतात. अपरिपक्व अवस्थेतच बोंडे उमलल्याचे आढळते. उपाययोजना १. शेतात पाण्याचा व्यवस्थित निचरा करावा. २. प्रादुर्भावग्रस्त लक्षणे दिसलेल्या झाडाच्या मुळाशी कॉपर ऑक्सिक्लोराईड (५०% डब्लू. पी.) २५ ग्रॅम अधिक युरिया १०० ग्रॅम किंवा कार्बेन्डाझिम (५०% डब्लू. पी.) २० ग्रॅम अधिक युरिया १०० ग्रॅम प्रति १० लिटर पाणी या प्रमाणे द्रावणाची आळवणी करावा. झाडाच्या मुळांपर्यंत जाईल इतके द्रावण भांड्याने ओतावे. कपाशी मधील नैसर्गिक पाते व फुलगळ टाळण्यासाठी नॅप्थेलिक ऍसिटिक ऍसिड ४ मिली प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. कपाशीची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेक्वेट क्लोराईड ५०% एसएल १- मिली. प्रती १० लिटर पाण्यात मिसळून स्वच्छ हवामान परिस्थिती असताना फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 20-09-2022 Disable
7803 VIF-1-Amravati-Talegaon-21-09-22 आपण कपाशीतील आकस्मिक मर रोग ह्यविषयी महित बघू: शेतात काही प्रमाणात झाडे पिवळी व मलूल पडून आकस्मिक मर रोगांची लक्षणे दिसून येतात. या विकृतीसाठी कुठलेही रोगकारक बुरशी, जिवाणू, विषाणू किंवा सूत्रकृमी कारणीभूत नसतात. आकस्मिक मर रोग एकतर हळू किंवा जलद गतीने विकसित होऊ शकतो. रोगाचे प्रमाण झाडांची अधिक वाढ तसेच पात्या, फुले धरण्याची अवस्था आणि बोंडाचे प्रमाण अधिक असल्यास वाढल्याचे दिसून येते. लक्षणे : प्रादुर्भावग्रस्त झाडांच्या हिरव्या पानांवर मर रोगाची लक्षणे दिसतात. ती पिवळसर व तांबूस किंवा लाल होऊन सुकतात. पात्या व लहान बोंडे गळून पडतात. अपरिपक्व अवस्थेतच बोंडे उमलल्याचे आढळते. उपाययोजना १. शेतात पाण्याचा व्यवस्थित निचरा करावा. २. प्रादुर्भावग्रस्त लक्षणे दिसलेल्या झाडाच्या मुळाशी कॉपर ऑक्सिक्लोराईड (५०% डब्लू. पी.) २५ ग्रॅम अधिक युरिया १०० ग्रॅम किंवा कार्बेन्डाझिम (५०% डब्लू. पी.) २० ग्रॅम अधिक युरिया १०० ग्रॅम प्रति १० लिटर पाणी या प्रमाणे द्रावणाची आळवणी करावा. झाडाच्या मुळांपर्यंत जाईल इतके द्रावण भांड्याने ओतावे. कपाशी मधील नैसर्गिक पाते व फुलगळ टाळण्यासाठी नॅप्थेलिक ऍसिटिक ऍसिड ४ मिली प्रती १० लिटर पाणी या प्रमाणात फवारणी करावी. कपाशीची अतिरिक्त कायिक वाढ रोखण्यासाठी क्लोरमेक्वेट क्लोराईड ५०% एसएल १- मिली. प्रती १० लिटर पाण्यात मिसळून स्वच्छ हवामान परिस्थिती असताना फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 20-09-2022 Disable
7804 सरसो की उन्नत खेती सरसों समूह की फसलों की खेती हेतु दोमट एवं हल्की दोमट मिट्टी अधिक आदर्श होती है I अच्छी जलधारण क्षमता वाली व मध्यम आर्गेनिक कार्बन वाली काली मिट्टी भी सरसों वर्ग की किस्मों के लिए अच्छी होती है I लवणीय एवं क्षारीय मिट्टी में इन फसलों को लगाना उचित नहीं होगा स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Rajasthan Rajasthan User 20-09-2022 Disable
7805 सोया की कटाई सोयाबीन की फलियों में दाने भरने या परिपक्वता की अवस्था में फसल पर होने वाली लगातार बारिश से सोयाबीन की गुणवत्ता में कमी आ सकती है I एवं फलियों के दाने अंकुरित होने की संभावना होती है अतः सलाह है कि सुविधा अनुसार उचित समय पर फसल की कटाई करें I वर्तमान मौसम को देखते हुए यह सलाह है की सोयाबीन फसल में दैहिक परिपक्वता आने पर कटाई कर लें, पत्तों के पीले होकर गिरने व पौधे के सूखने का इंतजार न करें. ऐसा करने से बीज की गुणवत्ता अच्छी होगी, बीज के अंकुरण की क्षमता में कमी होने से बचाव एवं उपज में नुकसान से बचाव स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 20-09-2022 Disable
7806 15 sep 2022 Amjuli জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৪ পৰা ২০ ছেপ্টেম্বৰলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৮ °চে.ৰ পৰা ৩২ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৪ °চে.ৰ পৰা ২৬ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১০৩ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৬ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 15-09-2022 Disable
7807 15 sep 2022 Darogachuba জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৪৭ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৫ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 15-09-2022 Disable
7808 15 sep 2022 Tinsukia জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 15-09-2022 Disable
7809 15 sep 2022 Dibrugarh জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 15-09-2022 Disable
7810 Crop advisory 3rd week September प्रिय किसान साथियों, आगामी 19 से 25 सितम्बर के दौरान लखीमपुर और हरदोई जिलो के तापमान में थोड़ी और कमी आयेगी और दिन का अधिकतम तापमान 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 डिग्री तक रहेगाI इस दौरान पूर्व और दक्षिण दिशा से 5 से 10 किलोमीटर प्रति घंटे की रफ़्तार से हवा के झोंके आ सकते हैंI सप्ताह के अंत में 23 से 25 तारीख तक वर्षा की सम्भावना हैI पिछले महीनों की कम बरसात को देखते हुए गन्ने की फसल में वाले खेतों में नमी बनाये रखना चाहिए जिससे गन्ने की बढ़त ठीक से हो सकेI गन्ने के पेड़ों को गिरने से बचाने के लिए जड़ों पर मिट्टी चढाने और पौधों की बंधाई का काम करेंI कैंची बंधाई करने से हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों की छिलाई करें और उसे पौधों की लाइनों में बिछायेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI बिमारियों के लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI शरद कालीन गन्ना लेने के लिए खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI लगायेंI ऐसे खेतों का चुनाव करें जिसमे बारिश के समय पानी लगने की सम्भावना न होI यदि जून या जुलाई माह में सनई, ढैंचा जैसी फसल हरी खाद के लिए लगायी थी तो खेत तैयार करते समय उसे मिट्टी में मिला देI गोबर की खाद का जरुरत के अनुसार प्रबंध करेंI बीजों के चयन में सावधानी बरतें और केवल स्वस्थ बीजो को ही खेत में लगायेंI बीजों को लगाने से पहले उनका उपचार अवश्य करेंI धान की फसल में अब बालियाँ निकलने लगी हैंI इसमें फाल्स स्मट जैसे कीटों के लगने से पहले फसल सुरक्षा की तैयारी पूरी कर लेंI खीरा, करेला और लौकी जैसे फसलों को लेने के बाद आलू और सरसों के फसल लेने के लिए भी खेत की तैयारी पूरी कर लेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 15-09-2022 Disable