Message List: 9443
S.No Message Title Message State Created By Creation Date Status Action
7821 Sugarcane Crop advisory Fifth week March - Lakhimpur प्रिय किसान साथियों, पिछलें कुछ दिनों में 20 – 25 mm वर्षा रिकॉर्ड की गई हैं | आगामी 27 मार्च से 02 अप्रैल के दौरान लखीमपुर जिले का अधिकतम तापमान 33 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 19 डिग्री सेंटीग्रेड रहने की सम्भावना है| इस सप्ताह 30 मार्च से 01 अप्रैल तक बादल छाए रहेंगे पर बारिश की संभावना नहीं हैं | वायुमंडल में आर्द्रता 25 से 80 % तक रहेगी | पस्चिमोतर दिशा से 7 से19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना है| वाशपिकरण 3 से 5 mm/दिन होगा | ऐसी परिस्थिति में किसान भाई कुछ बातों का ध्यान रखें : - गन्ने की पत्ति को rotavator के माध्यम से जुताई कर के मिटटी में मिलाएं | 10 kg /एकड़ PSB को गोबर की खाद में मिलाकर खेत में नमी की अवस्था में मिलाएं | 50 kg यूरिया + 75 kg DAP + 50kg Potash + 10 kg zinc और 10 kg लोहा मिलाकर खूडो में डालें| गप फिलिंग के लिए STP या Poly bag में तैयार पौधे के द्वारा करें| गन्ने की पत्तियो को जलाएं नहीं | बसंतकालीन गन्ना : जमीन में नमी की अवस्था को देखकर गन्ना बोआइ की जा सकती हैं | गन्ना बुआई से पहले गहरी जुताई कर के खेत में 25 टन/एकड की दर से गोबर की खाद डालें | क्यारिओं में दूरी 3.5 फूट से जयादा न रखें | बीज की उम्र 1 माह से अधिक न हो और गन्ने के एक-तिहाई हिस्से को ही बोने में प्रयोग करें| बीज उपचार के लिए thiophinate methyle में 20 से 25 मिनट तक दूबयें | फसल के रूप में मूंग और ढेंचा का प्रयोग करें | | रूट बोरर के प्रभाव को कम करने के लिए खेत के चारो तरफ दो लाइन अरहर की फसल लगायें | गन्ना काटने के दो सप्ताह के अन्दर टॉप बोरर की सफ़ेद रंग की तितली दिखाई देने पर उसे मार दें और खेत में Trichocard लगायें | शूट बोरर से प्रभावित गन्ने को जड़ से उखाड़ कर नष्ट कर दें | अंडे वाली पत्तियों को तोड़कर नष्ट करें | Moisture मीटर की सहायता से मिटटी की नमी की जांच कीजिये और उसके आधार पे खेत की सिंचाई का निर्णय करें | Intercrop सरसों की कटाई के तुरंत बाद हल चलाकर NPK (12:32:16) के दर से 50 kg/एकड़ खुडो में डालें| वाइट ग्रब से बचने के लिए BVM का प्रयोग करें | जिन खेतों में लाल सडन पायी गयी है उनमें Metarrizhium 10 kg /एकड़ के दर से प्रयोग करें| प्रेस mud एकत्रित करें | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करें| इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करे| Uttar Pradesh Uttar Pradesh 22-03-2023 Disable
7822 Sugarcane Crop advisory Fifth week March - Hardoi प्रिय किसान साथियों, पिछलें कुछ दिनों में 20 – 25 mm वर्षा रिकॉर्ड की गई हैं | आगामी 27 मार्च से 02 अप्रैल के दौरान हरदोई जिले का अधिकतम तापमान 33 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 19 डिग्री सेंटीग्रेड रहने की सम्भावना है| इस सप्ताह 30 मार्च से 01 अप्रैल तक बादल छाए रहेंगे पर बारिश की संभावना नहीं हैं | वायुमंडल में आर्द्रता 25 से 80 % तक रहेगी | पस्चिमोतर दिशा से 7 से19 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना है| वाशपिकरण 3 से 5 mm/दिन होगा | ऐसी परिस्थिति में किसान भाई कुछ बातों का ध्यान रखें : - गन्ने की पत्ति को rotavator के माध्यम से जुताई कर के मिटटी में मिलाएं | 10 kg /एकड़ PSB को गोबर की खाद में मिलाकर खेत में नमी की अवस्था में मिलाएं | 50 kg यूरिया + 75 kg DAP + 50kg Potash + 10 kg zinc और 10 kg लोहा मिलाकर खूडो में डालें| गप फिलिंग के लिए STP या Poly bag में तैयार पौधे के द्वारा करें| गन्ने की पत्तियो को जलाएं नहीं | बसंतकालीन गन्ना : जमीन में नमी की अवस्था को देखकर गन्ना बोआइ की जा सकती हैं | गन्ना बुआई से पहले गहरी जुताई कर के खेत में 25 टन/एकड की दर से गोबर की खाद डालें | क्यारिओं में दूरी 3.5 फूट से जयादा न रखें | बीज की उम्र 1 माह से अधिक न हो और गन्ने के एक-तिहाई हिस्से को ही बोने में प्रयोग करें| बीज उपचार के लिए thiophinate methyle में 20 से 25 मिनट तक दूबयें | फसल के रूप में मूंग और ढेंचा का प्रयोग करें | | रूट बोरर के प्रभाव को कम करने के लिए खेत के चारो तरफ दो लाइन अरहर की फसल लगायें | गन्ना काटने के दो सप्ताह के अन्दर टॉप बोरर की सफ़ेद रंग की तितली दिखाई देने पर उसे मार दें और खेत में Trichocard लगायें | शूट बोरर से प्रभावित गन्ने को जड़ से उखाड़ कर नष्ट कर दें | अंडे वाली पत्तियों को तोड़कर नष्ट करें | Moisture मीटर की सहायता से मिटटी की नमी की जांच कीजिये और उसके आधार पे खेत की सिंचाई का निर्णय करें | Intercrop सरसों की कटाई के तुरंत बाद हल चलाकर NPK (12:32:16) के दर से 50 kg/एकड़ खुडो में डालें| वाइट ग्रब से बचने के लिए BVM का प्रयोग करें | जिन खेतों में लाल सडन पायी गयी है उनमें Metarrizhium 10 kg /एकड़ के दर से प्रयोग करें| प्रेस mud एकत्रित करें | ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करें| इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करे| Uttar Pradesh Uttar Pradesh 22-03-2023 Disable
7823 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 23/03/23) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত UP/LOS/LS বাগান বোৰত যদি বৰষুণৰ ফলত মাটিৰ আৰ্দ্ৰতা যথেষ্ট পৰিমাণে পোৱা গৈছে তেতিয়া এই বাগান সমূহত প্ৰথম কিষ্টিৰ সাৰ (First Split dose) প্ৰয়োগ কৰিব পাৰে। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 22-03-2023 Disable
7824 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 23/03/23) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩, বতৰ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত UP/LOS/LS বাগান বোৰত যদি বৰষুণৰ ফলত মাটিৰ আৰ্দ্ৰতা যথেষ্ট পৰিমাণে পোৱা গৈছে তেতিয়া এই বাগান সমূহত প্ৰথম কিষ্টিৰ সাৰ (First Split dose) প্ৰয়োগ কৰিব পাৰে। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 22-03-2023 Disable
7825 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 23/03/23) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৪-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত UP/LOS/LS বাগান বোৰত যদি বৰষুণৰ ফলত মাটিৰ আৰ্দ্ৰতা যথেষ্ট পৰিমাণে পোৱা গৈছে তেতিয়া এই বাগান সমূহত প্ৰথম কিষ্টিৰ সাৰ (First Split dose) প্ৰয়োগ কৰিব পাৰে। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 22-03-2023 Disable
7826 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 23/03/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত UP/LOS/LS বাগান বোৰত যদি বৰষুণৰ ফলত মাটিৰ আৰ্দ্ৰতা যথেষ্ট পৰিমাণে পোৱা গৈছে তেতিয়া এই বাগান সমূহত প্ৰথম কিষ্টিৰ সাৰ (First Split dose) প্ৰয়োগ কৰিব পাৰে। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 22-03-2023 Disable
7827 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 23/03/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৩ৰ পৰা ২৯ মাৰ্চলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত UP/LOS/LS বাগান বোৰত যদি বৰষুণৰ ফলত মাটিৰ আৰ্দ্ৰতা যথেষ্ট পৰিমাণে পোৱা গৈছে তেতিয়া এই বাগান সমূহত প্ৰথম কিষ্টিৰ সাৰ (First Split dose) প্ৰয়োগ কৰিব পাৰে। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • বিশেষকৈ UP/LOS/LS অঞ্চলত, বৰষুণৰ লগতে দিনৰ উষ্ণতা বৃদ্ধিৰ বাবে অপতৃণৰ উপদ্ৰৱ বেছি হব পাৰে। সাৰ প্ৰয়োগ কৰাৰ আগতে মিকানিয়া, টেংগালাটাৰ দৰে লতাবোৰ হাতেৰে উভালি পেলোৱাটো অতি প্ৰয়োজনীয়। • এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 22-03-2023 Disable
7828 23-03-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 15ம் தேதி முதல் 21 ம் வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் அதிக பட்ச வெப்பநிலையானது 24.9 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 12.8 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 15ம் தேதி முதல் 21 ம் வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 26 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 15 முதல் 17 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 90 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 7 கிலோமீட்டர் வேகத்தில் வீசக்கூடும் சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Nadu Tamil Nadu 22-03-2023 Disable
7829 23-03-2023 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 15ம் தேதி முதல் 21 ம் வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் அதிக பட்ச வெப்பநிலையானது 32.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 23.1 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 22ம் தேதி முதல் 28 ம் வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். 24, 25 மற்றும் 26ம் தேதிகளில் லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 21 முதல் 24 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 100 சதவீதமாகவும் மாலை நேரத்தில் 50 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது கிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 7 கிலோமீட்டர் வேகத்தில் வீசக்கூடும் சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Nadu Tamil Nadu 22-03-2023 Disable
7830 23-02-2023 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். மார்ச் மாதம் 15ம் தேதி முதல் 21 ம் வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் அதிக பட்ச வெப்பநிலையானது 30.8 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17.3 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மார்ச் மாதம் 22ம் தேதி முதல் 27ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். 25, 26 மற்றும் 27ம் தேதிகளில் லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 27 முதல் 30 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 17 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 90 சதவீதமாகவும் மாலை நேரத்தில் 40 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 10 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Nadu Tamil Nadu 22-03-2023 Disable