Message List: 9443
S.No Message Title Message State Created By Creation Date Status Action
7901 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 9/03/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ১৫ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩৩-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • দিনৰ উষ্ণতা বৃদ্ধিৰ লগে লগে এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব পাৰে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 08-03-2023 Disable
7902 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 9/03/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ১৫ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • দিনৰ উষ্ণতা বৃদ্ধিৰ লগে লগে এই সময়ত কুহি পাত আৰু নতুনকৈ ওলোৱা কলি বোৰত ৰস সুহি খোৱা পোক-পৰুৱাৰ আক্ৰমণ হব পাৰে। SEARCH AND KILL পদ্ধতি অনুসৰণ কৰিব লাগে যাতে সমগ্ৰ চাহ বাগিচাখনত ৰাসায়নিক পদাৰ্থৰ অতিমাত্ৰা ব্যৱহাৰ নহয়। কীট-পতংগৰ আক্ৰমণৰ প্ৰৱণ অংশ / জোপোহাবোৰ চিহ্নিত কৰক আৰু তাৰ পিছত কীট-পতংগৰ আক্ৰমণৰ পৰিসৰ অনুসৰি পৰামৰ্শ দিয়া ৰাসায়নিক পদাৰ্থৰে স্পট স্প্ৰে কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোকৰ নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব পাৰে। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত। তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 08-03-2023 Disable
7903 Greengram_advisory ଜଳ ର ବତର ଦେଖି ଜଳ ସେଚନ କରନ୍ତୁ । ଯଦି ମୁଗ ରେ ଯଉ ପୋକର ପ୍ରାଦୁର୍ଭାବ ଦେଖାଦିଏ ତେବେ ପ୍ରତି 15 ଦିନ ବ୍ୟବଧାନ ରେ ଏକ ଲିଟର ପାଣି ରେ 4 ମିଲି ଫିପ୍ରୋନିଲ୍ 5 SC ଔଷଧ କୁ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ । Orissa Orissa 08-03-2023 Disable
7904 Sunflower_advisory ଯଦି ସୂର୍ଯ୍ୟମୁଖୀ ଫସଲ ବର୍ତ୍ତମାନ 50-55 ଦିନର ହୋଇଥାଏ ତେବେ ଏକର ପ୍ରତି 500 ଗ୍ରାମ୍ ବୋରାକ୍ସ ସାର କୁ ହାଲୁକା ଗରମ (ଉଷୁମ) ପାଣି ରେ ଭଲ ଭାବରେ ମିଶାଇ ତାହାକୁ 200 ଲିଟର ପାଣି ରେ ଦ୍ରବୀଭୂତ କରି ସିଞ୍ଚନ କରନ୍ତୁ। ଏହା ସହିତ ଏକର ପ୍ରତି 13 କିଗ୍ରା ୟୁରିଆ ସାର କୁ ଗଛ ଠାରୁ 10 ସେ ମି ଦୁରତା ରେ ଧାଡି ରେ ପ୍ରୟୋଗ କରି ହୁଡାଙ୍କ ଟେକି ଦିଅନ୍ତୁ। ପ୍ରୟୋଗ କରାଯାଇଥିବା ସାର ର ସୁବିନିଯୋଗ ନିମନ୍ତେ ଏକ ଜଳ ସେଚନ କରିବା ନିତାନ୍ତ ଆବଶ୍ଯକ। Orissa Orissa 08-03-2023 Disable
7905 வறட்சி பாதுகாப்பு முறை 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 08-03-2023 Disable
7906 டோலமைட் இடுதல் ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 08-03-2023 Disable
7907 VIL-Adilabad-Bela-08-03-2023 VIL-Adilabad-Bela- రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 22 నుంచి 24 డిగ్రీల సెల్సియస్‌, గరిష్ట ఉష్ణోగ్రత 35 నుంచి 38 డిగ్రీల సెల్సియస్‌గా ఉండే అవకాశం ఉందని ఆదిలాబాద్‌లోని బేలలోని ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సూచనలు ఈరోజు భూసార పరీక్ష అంటే ఏమిటో అర్థం చేసుకోండి. వ్యవసాయ నేలలో పోషక పదార్ధాలను తనిఖీ చేయడానికి భౌతిక, రసాయన మరియు జీవ విశ్లేషణ ప్రక్రియను భూసార పరీక్ష అంటారు. భూసార పరీక్ష లక్ష్యాలు: 1) రసాయన ఎరువులు మరియు పోషకాల అవసరాన్ని పరిగణనలోకి తీసుకోవడం. 2) భూమి యొక్క ఉత్పాదక సామర్థ్యాన్ని అర్థం చేసుకోవడం. 3) నేల ఆకృతి సెలైన్ లేదా సెలైన్ గురించి తెలుసుకోవడం. 4) రసాయనికంగా తగిన ఎరువులు మరియు ఎరువులను నిర్ణయించడం. 5) సమీకృత పోషక నిర్వహణపై సమాచారం. భూసార పరీక్ష యొక్క ప్రాముఖ్యత. 1) పొలంలో నేలను పరిశీలించి, దానికి అవసరమైన ఎరువులను సమతౌల్యంగా ఇవ్వడం ద్వారా నేల ఉత్పాదకత నిలకడగా ఉండి, ఉత్పాదకత పెరుగుతుంది. 2) సరైన పరిమాణంలో ఎరువులు వేయడం వల్ల ఎరువుల ధర ఆదా అవుతుంది. 3) పంటలకు అవసరమైన పోషకాల సమతుల్యతను కాపాడుతుంది. 4) అందుబాటులో ఉన్న ఎరువులను పూర్తిగా వినియోగించుకోవచ్చు. 5) నేల ఆకృతి మరియు లవణీయత యొక్క లక్షణాల మూల్యాంకనం నుండి నేల గురించి సమాచారాన్ని పొందవచ్చు. 6) నేల రకాన్ని బట్టి పంటలను ఎంపిక చేసుకొని ప్రణాళిక వేసుకోవచ్చు. పొలంలో గోధుమ కాడలు, కూతలు మరియు కలప వ్యర్థాలను కాల్చవద్దు. ఇది కంపోస్ట్ సిద్ధం చేయడానికి ఉపయోగించాలి. ధన్యవాదాలు Telangana Telangana 06-03-2023 Disable
7908 VIL-Adilabad-Jainad-08-03-2023 VIL-Adilabad-Jainad- రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea Foundation యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 21 నుండి 23 డిగ్రీల సెల్సియస్ మరియు గరిష్ట ఉష్ణోగ్రత 34 నుండి 37 డిగ్రీల వరకు ఉంటుందని ఆదిలాబాద్‌లోని జైనాద్‌లోని ఆటోమేటెడ్ వాతావరణ కేంద్రం ద్వారా ఈ వారం వాతావరణ సూచన సెల్సియస్. రైతులకు సూచనలు ఈరోజు భూసార పరీక్ష అంటే ఏమిటో అర్థం చేసుకోండి. వ్యవసాయ నేలలో పోషక పదార్ధాలను తనిఖీ చేయడానికి భౌతిక, రసాయన మరియు జీవ విశ్లేషణ ప్రక్రియను భూసార పరీక్ష అంటారు. భూసార పరీక్ష లక్ష్యాలు: 1) రసాయన ఎరువులు మరియు పోషకాల అవసరాన్ని పరిగణనలోకి తీసుకోవడం. 2) భూమి యొక్క ఉత్పాదక సామర్థ్యాన్ని అర్థం చేసుకోవడం. 3) నేల ఆకృతి సెలైన్ లేదా సెలైన్ గురించి తెలుసుకోవడం. 4) రసాయనికంగా తగిన ఎరువులు మరియు ఎరువులను నిర్ణయించడం. 5) సమీకృత పోషక నిర్వహణపై సమాచారం. భూసార పరీక్ష యొక్క ప్రాముఖ్యత. 1) పొలంలో నేలను పరిశీలించి, దానికి అవసరమైన ఎరువులను సమతౌల్యంగా ఇవ్వడం ద్వారా నేల ఉత్పాదకత నిలకడగా ఉండి, ఉత్పాదకత పెరుగుతుంది. 2) సరైన పరిమాణంలో ఎరువులు వేయడం వల్ల ఎరువుల ధర ఆదా అవుతుంది. 3) పంటలకు అవసరమైన పోషకాల సమతుల్యతను కాపాడుతుంది. 4) అందుబాటులో ఉన్న ఎరువులను పూర్తిగా వినియోగించుకోవచ్చు. 5) నేల ఆకృతి మరియు లవణీయత యొక్క లక్షణాల మూల్యాంకనం నుండి నేల గురించి సమాచారాన్ని పొందవచ్చు. 6) నేల రకాన్ని బట్టి పంటలను ఎంపిక చేసుకొని ప్రణాళిక వేసుకోవచ్చు. పొలంలో గోధుమ కాడలు, కూతలు మరియు కలప వ్యర్థాలను కాల్చవద్దు. ఇది కంపోస్ట్ సిద్ధం చేయడానికి ఉపయోగించాలి. ధన్యవాదాలు Telangana Telangana 06-03-2023 Disable
7909 VIL 3-Nanded-Loni-08-03-2023 Nanded (3)- नमस्कार शेतकरी बंधूंनो...नांदेड मधील लोणी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 22 ते 24 अंश तर कमाल 34 ते 37 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना - माती परीक्षण म्हणजे काय हे आज समजून घेउ. शेतातील मातीचे भौतिक, रासायनिक आणि जैविक पृथ:करण करुन त्यातील अन्नद्रव्याचे प्रमाण तपासणे या प्रक्रियेला माती परीक्षण असे म्हणतात. माती परीक्षणाचे उद्देश: 1)रासायनिक खते व अन्नद्रव्यांची गरज लक्षात घेणे. 2) जमिनीची उत्पादन क्षमता समजुण घेणे. 3)जमिनीचा पोत क्षारयुक्त किंवा खारवट याबाबत माहिती करणे. 4) रासायनिक योग्य खते व खतांचे प्रमाण ठरविणे. 5) एकात्मिक अन्नद्रव्य व्यवस्थापन माहीती करणे. माती परीक्षणाचे महत्त्व. 1) शेतातील मातीचे परीक्षण करुन त्याला आवश्यक खते समतोल प्रमाणात दिल्याने जमिनीची सुपीकता टिकून उत्पादन क्षमता वाढते. 2)योग्य खताची मात्रा दिल्यामुळे खतांच्या खर्चात बचत होते. 3)पिकांना आवश्यक असलेल्या अन्नद्रव्यांचा समतोलपणा टिकून राहतो. 4)उपलब्ध खतांचा पुरेपूर फायदा घेता येतो. 5)जमिनीचा सामू व क्षारता ह्या गुणधर्माच्या मूल्यमापनावरुन जमिनीबाबत माहिती घेता येते. 6) जमिनीच्या प्रकारानुसार किंवा प्रतीनुसार पिकांची निवड व नियोजन करता येते.शेतातील गव्हाची काडे, कूटार आणि काडीकचरा जाळु नका. त्याचा कंपोस्ट खत तयार करण्यास वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-03-2023 Disable
7910 VIL 3-Parbhani-Pingli-08-03-2023 Parbhani (3)- नमस्कार शेतकरी बंधूंनो...परभणी तालुक्यातील पिंगळी येथील स्वयंचलीत हवामान केंद्रातर्फे या आठवड्यातील हवामानाचा अंदाज असा, तापमान किमान 21 ते 24 अंश तर कमाल 34 ते 37 अंश सेल्सियस एवढे राहील. शेतकऱ्यांसाठी सूचना - माती परीक्षण म्हणजे काय हे आज समजून घेउ. शेतातील मातीचे भौतिक, रासायनिक आणि जैविक पृथ:करण करुन त्यातील अन्नद्रव्याचे प्रमाण तपासणे या प्रक्रियेला माती परीक्षण असे म्हणतात. माती परीक्षणाचे उद्देश: 1)रासायनिक खते व अन्नद्रव्यांची गरज लक्षात घेणे. 2) जमिनीची उत्पादन क्षमता समजुण घेणे. 3)जमिनीचा पोत क्षारयुक्त किंवा खारवट याबाबत माहिती करणे. 4) रासायनिक योग्य खते व खतांचे प्रमाण ठरविणे. 5) एकात्मिक अन्नद्रव्य व्यवस्थापन माहीती करणे. माती परीक्षणाचे महत्त्व. 1) शेतातील मातीचे परीक्षण करुन त्याला आवश्यक खते समतोल प्रमाणात दिल्याने जमिनीची सुपीकता टिकून उत्पादन क्षमता वाढते. 2)योग्य खताची मात्रा दिल्यामुळे खतांच्या खर्चात बचत होते. 3)पिकांना आवश्यक असलेल्या अन्नद्रव्यांचा समतोलपणा टिकून राहतो. 4)उपलब्ध खतांचा पुरेपूर फायदा घेता येतो. 5)जमिनीचा सामू व क्षारता ह्या गुणधर्माच्या मूल्यमापनावरुन जमिनीबाबत माहिती घेता येते. 6) जमिनीच्या प्रकारानुसार किंवा प्रतीनुसार पिकांची निवड व नियोजन करता येते. शेतातील गव्हाची काडे, कूटार आणि काडीकचरा जाळु नका. त्याचा कंपोस्ट खत तयार करण्यास वापर करावा. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-03-2023 Disable