Message List: 9443
S.No Message Title Message State Created By Creation Date Status Action
7931 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 2/03/23) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩, বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ৬ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-২০ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-03-2023 Disable
7932 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 2/03/23) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ৬ মাৰ্চত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-03-2023 Disable
7933 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 2/03/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১১ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-03-2023 Disable
7934 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 2/03/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ মাৰ্চলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা সামান্যভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। • এই সময়ত পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে । কৃষক সকলে ইয়াৰ বাবে কমেও ৫/৬ দিনৰ মূৰত উঠি অহা পাতবোৰ জনমৰ ওপৰত তুলি সমানকৈ টেবুল এখন বনাব পাৰে । পাততোলা টেবুলখন সমান হৈ যোৱাৰ পিছত বাকী মাহটোৰ বাবে পাততোলা কাৰ্য্য খিনি পুনৰ ৬/৭ দিনৰ ৰাউণ্ডত তুলিব পাৰে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিহেতু কিছু অঞ্চলত বৰষুণৰ অভাৱ দেখা গৈছে, সেয়েহে প্ৰয়োজন অনুসৰি চাহ বাগিচাত জলসিঞ্চনৰ সুবিধা থাকিলে এটা বা দুটা জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডি খেতিৰ বাবে সাৰুৱা মাটি নির্বাচন কৰি ভেণ্ডিৰ উন্নত মানৰ বীজ যেনে অর্কা অনামিকা (Arka Anamika), পুছা চাৱনী (Pusa Sawani), পর্ভানী ক্রান্তী (Parbhani Kranti) নতুবা থলুৱা জাত সংগ্রহ কৰি বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। এই মাহৰ ভিতৰতে বীজ সিঁচা সম্পূৰ্ণ কৰিব পাৰিলে আগতীয়াকৈ শস্য চপোৱাব পৰা হব। • প্রতিবিঘা মাটিৰ বাবে ২.৮ কেজি বীজৰ প্রয়োজন হয়। পথাৰত পুলি ৰোপন কৰোতে প্রতিটো শাৰীৰ মাজত এফুট (৩০ছে. মি.) আৰু প্রতিটো পুলিৰ মাজত আধাফুটৰ (১৫ ছে. মি.) ব্যৱধান ৰাখিব লাগে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-03-2023 Disable
7935 Advisory on Sunflower ଗତ ସପ୍ତାହରେ ଦିଆଯାଇଥିବା ସୂଚନା ମୁତାବକ ସାର ପ୍ରୟୋଗ କରିନଥିଲେ ଏବେ ତାହାକୁ ଦେଇପାରିବେ | ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | Orissa Orissa 01-03-2023 Disable
7936 advisory on Green gram ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | ଅଧିକ ଛୁଇଁ ଧାରଣ କରିବା ପାଇଁ ୧ଲିଟର ପାଣିରେ ୨୦ଗ୍ରାମ ହିସାବରେ DAP ସାରକୁ ମିଶାଇ ଦ୍ରବଣ ପ୍ରସ୍ତୁତ କରି ପତ୍ର ସିଞ୍ଚନ କରନ୍ତୁ | Orissa Orissa 01-03-2023 Disable
7937 பூண்டு பூண்டு குமிழ் விளைச்சலை அதிகரிக்க நடவு செய்த 30, 45 மற்றும் 60 நாட்களில் நீரில் கரையக்கூடிய நுண்ணூட்ட சத்து கலவையை ஒரு லிட்டர் தண்ணீருக்கு 0.50 கிராம் என்ற அளவில் இலையில் இடலாம். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 01-03-2023 Disable
7938 டோலமைட் இடுதல் ஏப்ரல் மே மாதங்களில் கவாத்து செய்வதற்கு தயாராக உள்ள தோட்டங்களில் மண் பரிசோதனை செய்வது அவசியமானது. இந்த பரிசோதனையின் அடிப்படையில் தேவைப்படும் தேயிலை தோட்டங்களில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 800 கிலோவும், கார அமில நிலை 4.1 முதல் 4.5 வரை உள்ள தோட்டங்களில் 600 கிலோவும், கார அமில நிலை 4.6 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 01-03-2023 Disable
7939 வறட்சி பாதுகாப்பு முறை 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 01-03-2023 Disable
7940 Harvesting and Storage in Mustard वर्मी कंपोस्ट खाद (केंचुआ खाद) का उपयोग जैविक खेती में किया जाता है इस खाद के प्रयोग से क्षारीय मृदा का क्षारीयपन एवं अम्लीय मृदा की अम्लता को कम करने में उपयोगी है इस खाद से मिट्टी की भौतिक दशा में सुधार होता है एवं मृदा जल अवशोषण एवं जल धारण क्षमता में वृद्धि होती है I वर्मी कंपोस्ट के उपयोग से मृदा की उर्वरता एवं उत्पादकता में बढ़ोतरी के साथ-साथ किसान अपनी आय में वृद्धि कर सकते हैं I वर्मी कंपोस्ट खाद (केंचुआ खाद) अनाज वाली फसलों में 5 टन प्रति हेक्टेयर एवं सब्जी वाली फसलों में 7 टन प्रति हेक्टेयर के अनुसार उपयोग करें I गेहूँ की फ़सल में कहीं कहीं इल्लियों का प्रकोप देखने में आ रहा है. इनके नियंत्रण हेतु एमामेक्टिन बेन्जोएट 425 मि.ली. या लैम्ब्डा सायहेलोथ्रिन 300 मि.ली. या प्रोफेनोफोस 1000 मि.ली. की दर से स्प्रे करें I गेहूं की फसल मैं बाली निकलने के बाद सिंचाई वायु की गति के अनुसार करना चाहिए I यदि तापमान सामान्य से अधिक बढ़ने लगे तो एक या दो अतिरिक्त सिंचाई अवश्य करनी चाहिए Rajasthan Rajasthan User 28-02-2023 Disable