Message List: 8943
S.No Message Title Message State Created By Creation Date Status Action
8201 july 14th Amjuli বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৩ ৰ পৰা ১৯ জুলাইলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ °চে.ৰ পৰা ৩৬ ° চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৬ °চে.ৰ পৰা ২৮ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৭০ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। For Tea: • বানপানী কমি যোৱাৰ ঠিক পাছত চাওক কোনো মাটি ডৰাত জমা হোৱা পলস আছে নে নাই । চাহ জোপোহাৰ কলাৰৰ চাৰিওফালে পাতল Forking কৰি বালি খিনি সোনকালে আতৰাব। শিপাৰ ওচৰত ফৰ্কিং(Forking) নকৰিব। • যিবোৰ গছত বানপানীত উটি অহা বালি আৰু বোকাৰ কাৰণে পাত বোৰত বেয়াকৈ চামনি বান্ধিছে সেই সকলো গছ ভালকৈ পৰিস্কাৰ পানীৰে ধুব লাগিব। • অনুকূল বতৰৰ পৰিস্থিতিৰ বাবে মানুৰিঙৰ দ্বিতীয় পালি টো পিছুৱাব লাগিব। • কৃষকসকলে ১% ইউৰিয়া (Urea), ১% জিংক ছালফেটেৰে (Zinc Sulphate) আৰু 1% ডিএপিৰে (DAP ৰে) 100 লিটাৰ পানীৰ সৈতে মিহলি কৰি ফলিয়াৰ স্প্ৰে (Foliar Spraying) কৰিব পাৰে। স্প্ৰে কৰাটো কেৱল ৰাতিপুৱা আৰু আবেলিৰ সময়তহে কৰিব যেতিয়া উষ্ণতা প্ৰায় ৩০-৩২° চে. হয়। • চাহ বাগিচাত Helopeltisৰ আক্ৰমণ হোৱা বৃহৎ অঞ্চল লক্ষ্য কৰা হৈছে। নিয়ন্ত্ৰণ কৰিবলৈ ৰাসায়নিক পদাৰ্থৰ অনুমোদিত পালি বৰষুণ মুক্ত সময়ত আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব। For other crops: জুনৰ পৰা জুলাই মাহত গ্ৰীষ্মকালীন জাতিলাওৰ (Summer bottle gourd) বীজ সিঁচা কার্য্য কৰা হয়। অহা কেইদিনমানত বতৰ অনুকূল হোৱাৰ বাবে কৃষকসকলে বীজ সিঁচাৰ কাম অব্যাহত ৰাখিব পাৰিব। ইয়াৰ খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে বিঘাই প্ৰতি ২.৭ টন গোবৰ/পচন সাৰ, ইউৰীয়া(Urea) সাৰ ১৬.৪ কি: গ্ৰা:, একক চুপাৰ ফচফেট(SSP) ৪৭ কি: গ্ৰা: আৰু মিউৰেট অৱ পটাছ(MOP) ২৫.৪ কি: গ্ৰা:। সাধাৰণতে এই সাৰখিনিৰ সম্পূর্ণভাগ গোৱৰ সাৰ, একক চুপাৰ ফচফেট, মিউৰেট অৱ পটাছ সাৰ আৰু আধাভাগ ইউৰীয়া সাৰ শেষৰবাৰ মাটি প্ৰস্তুতৰ সময়ত প্ৰয়োগ কৰিব লাগে।বাকী থকা আধা ভাগ ইউৰীয়া সাৰ গছ বগাবৰ বাবে জেং পুতি দিয়াৰ এমাহৰ পিছত গছৰ গুৰিত গোবৰৰ লগত মিহলাই প্ৰয়োগ কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 13-07-2022 Disable
8202 VIF2_Talangana Advisory_13 07 2022 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 159.60 మిల్లీ మీటర్లు గా ఉంది. వచ్చే వారం సైతం వానలు కురిసే అవకాశం 60-97 % గా ఉంది. అధిక వర్షం కురిసింది కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 12-07-2022 Disable
8203 VIF2_Text Advisory_13 07 2022 पिकांवर अन्नद्रव्यांच्या कमतरतेची लक्षणे दिसल्यास लगेचच फवारणी केल्याने विद्राव्य खते प्रभावीपणे काम करतात. विद्राव्य खते फवारणीद्वारे दिल्याने ती पिकांना लवकर उपलब्ध होतात. ही खते पिकांच्या वाढीच्या अवस्थेनुसार द्यावयाची असतात. पिकांना फवारणीद्वारे अन्नद्रव्य देताना द्रावणातील अन्नद्रव्यांचे प्रमाण अत्यंत कमी असणे आवश्यक आहे. अन्नद्रव्यांचा फवारणीद्वारे वापर करताना पिकांवर नियमित वारंवार फवारणी करावी. सूक्ष्म अन्नद्रव्ये फवारणीद्वारे देताना द्रावणाचा सामू आम्ल किंवा अल्कधर्मीय असू नये. त्यासाठी द्रावणात खतांचा चुना योग्य त्या प्रमाणात वापरणे आवश्यक आहे. मिश्रणाचा सामू साडेचारपेक्षा खाली व सहापेक्षा अधिक नाही याची दक्षता घ्यावी. द्रावणाची तीव्रता कमी ठेवून जास्त फवारण्या कराव्यात. परंतु जास्त तीव्रतेचे द्रावण कधीही करू नये. सूक्ष्म अन्नद्रव्यांची कमतरता आटोक्यात आणण्यासाठी तीव्रतेचे प्रमाण 15 ते 21 दिवसांच्या अंतराने 2 ते 3 वेळा शिफारशीनुसार पिकांवर फवारणी करून द्यावे. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 12-07-2022 Disable
8204 VIF1_Text Advisory_13 07 2022 पिकांवर अन्नद्रव्यांच्या कमतरतेची लक्षणे दिसल्यास लगेचच फवारणी केल्याने विद्राव्य खते प्रभावीपणे काम करतात. विद्राव्य खते फवारणीद्वारे दिल्याने ती पिकांना लवकर उपलब्ध होतात. ही खते पिकांच्या वाढीच्या अवस्थेनुसार द्यावयाची असतात. पिकांना फवारणीद्वारे अन्नद्रव्य देताना द्रावणातील अन्नद्रव्यांचे प्रमाण अत्यंत कमी असणे आवश्यक आहे. अन्नद्रव्यांचा फवारणीद्वारे वापर करताना पिकांवर नियमित वारंवार फवारणी करावी. सूक्ष्म अन्नद्रव्ये फवारणीद्वारे देताना द्रावणाचा सामू आम्ल किंवा अल्कधर्मीय असू नये. त्यासाठी द्रावणात खतांचा चुना योग्य त्या प्रमाणात वापरणे आवश्यक आहे. मिश्रणाचा सामू साडेचारपेक्षा खाली व सहापेक्षा अधिक नाही याची दक्षता घ्यावी. द्रावणाची तीव्रता कमी ठेवून जास्त फवारण्या कराव्यात. परंतु जास्त तीव्रतेचे द्रावण कधीही करू नये. सूक्ष्म अन्नद्रव्यांची कमतरता आटोक्यात आणण्यासाठी तीव्रतेचे प्रमाण 15 ते 21 दिवसांच्या अंतराने 2 ते 3 वेळा शिफारशीनुसार पिकांवर फवारणी करून द्यावे. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 12-07-2022 Disable
8205 Weed Control सोयाबीन में लगातार अधिक बारिश होने पर उचित जल निकास की व्यवस्था अवश्य करें I सोयाबीन में खरपतवार नियंत्रण करने के लिये पहली निंदाई बुआई के 15-20 दिन बाद डोरा चलाकर तथा दूसरी 35-40 दिन बाद हस्त चलित एवं स्व-चलित निंदाई यंत्रों से करनी चाहिये । रसायनों के उपयोग से भी खरपतवारों का नियंत्रण किया जा सकता है । फ़सल की निगरानी लगातार करते रहें ।सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें Rajasthan Rajasthan User 12-07-2022 Disable
8206 Weed Control सोयाबीन में लगातार अधिक बारिश होने पर उचित जल निकास की व्यवस्था अवश्य करें I सोयाबीन में खरपतवार नियंत्रण करने के लिये पहली निंदाई बुआई के 15-20 दिन बाद डोरा चलाकर तथा दूसरी 35-40 दिन बाद हस्त चलित एवं स्व-चलित निंदाई यंत्रों से करनी चाहिये । रसायनों के उपयोग से भी खरपतवारों का नियंत्रण किया जा सकता है । फ़सल की निगरानी लगातार करते रहें ।सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें Madhya Pradesh MP 12-07-2022 Disable
8207 Crop Advisory July 2nd Week 08-07-2022 प्रिय किसान साथियों, जुलाई माह के दूसरे सप्ताह में 11 से 16 जुलाई के दौरान हरदोई और लखीमपुर जिलों के अधिकतम तापमान में कुछ और कमी आयेगीI सप्ताह के दौरान न्यूनतम तापमान 28 डिग्री से लेकर अधिकतम 36 डिग्री सेंटीग्रेड के बीच रहेगाI वायुमंडल में नमी लगभग 80 प्रतिशत तक रहेगीI पूरे सप्ताह बादल दिखेंगे और वर्षा की सम्भावना बनेगीI बिमारियों के बढ़ते लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI बारिश के बाद गन्ने में पोक्का बोईंग रोग के लक्षण दिखते हैI पत्तियौ में जड़ की तरफ पीले रंग के धब्बे दिखायी पड़ते हैं तथा पत्तियाँ सिकुड़ने लगती हैंI रोग की पह्काहं के बाद २५० ग्राम बाविस्टिन दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI लाल सडन रोग पर ध्यान देते रहेंI गन्ने के पेड़ की उपरी 3-4 पत्तियाँ पिली पड़कर सूखने लगें तो ऐसे पेड़ों का निरीक्षण करें और रोग से ग्रसित गन्नो को जड़ से उखाड़ लें तथा खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI इसके बाद उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोल लें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI ध्यान रखें कि सिंचाई के दौरान इस खेत का पानी दूसरे खेतों में न जायेI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI पिछले साल सितम्बर या अक्टूबर में बोये गए गन्ने के पौधों पर मिट्टी चढाने का काम कर लेI यदि गन्ने के पौधों की लम्बाई 6-7 फीट से अधिक हो गयी हो तो पौधों की जड़ों से लगभग २ फीट की ऊंचाई पर हर मेढ़े की पहली बंधाई कर लेI यदि पौधे 10 फीट से ज्यादा बड़े हो गए हो तो 5 फीट की ऊंचाई पर दूसरी बंधाई भी करेंI इससे हवा चलने या बारिश होने की स्थिति में गन्ने के पौधे नहीं गिरेंगेI क्योंकि गन्ने की फसल अब बढ़वार की स्थिति में होगी इसके लिए खेतों में नमी को बनाये रखेंI इसके साथ ही बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था भी कर लेंI जिन किसानों ने धान की नर्सरी तैयार की है उनसे अनुरोध है कि खेत की तैयारी के बाद धान की रोपाई का काम आरम्भ कर देंI जिन खेतों में धान की बुवाई नहीं करनी है उनमे ढेंचा, सनई आदि की फसल की बुवाई करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 07-07-2022 Disable
8208 July 7th 2022 All বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী সংশ্লিষ্ট অঞ্চলবোৰত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১ °চে.ৰ পৰা ৩৫ ° চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত প্ৰবাহিত হব। চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব। চাহ বাগিচাত Helopeltisৰ আক্ৰমণ হোৱা বৃহৎ অঞ্চল লক্ষ্য কৰা হৈছে। নিয়ন্ত্ৰণ কৰিবলৈ ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰক । লুপাৰ কেটাৰপিলাৰ (Looper caterpillar) নিয়ন্ত্ৰণ কৰিবলৈ কীট-পতংগ হাতেৰে সংগ্ৰহ কৰক আৰু অনুমোদিত ৰাসায়নিক পদাৰ্থ পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব লাগিব। অনুকূল বতৰৰ বাবে লাওৰ দৰে পাচলিত Fruit fly আৰু Leaf Hopper দেখা যাব পাৰে। উপদ্ৰৱ হ্ৰাস কৰিবলৈ বাগিচাখন পৰিষ্কাৰ কৰি ৰাখিব লাগে লগতে আক্ৰান্ত ফলবোৰ আঁতৰাই মাটিৰ তলত পুতি থব লাগে । তাৰোপৰি যদিহে আক্ৰমণ বেছি দেখা যায়, এমামেক্টিন বেনজোয়েট ৫% এছ. জি. @ ৪.৫ গ্ৰাম আৰু গুড় @১০০ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 06-07-2022 Disable
8209 July 7th Darogachuba বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতল বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩৪ °চে.ৰ পৰা ৩৬ ° চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৭ °চে.ৰ পৰা ২৯ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। জুন মাহত মুঠ ১১৫৫ মি.মি পৰিমাণৰ বৰষুণ হৈছিল। যোৱা সপ্তাহত ২৫ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব। চাহ বাগিচাত Helopeltisৰ আক্ৰমণ হোৱা বৃহৎ অঞ্চল লক্ষ্য কৰা হৈছে। নিয়ন্ত্ৰণ কৰিবলৈ ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰক । লুপাৰ কেটাৰপিলাৰ নিয়ন্ত্ৰণ কৰিবলৈ কীট-পতংগ হাতেৰে সংগ্ৰহ কৰক আৰু অনুমোদিত ৰাসায়নিক পদাৰ্থ পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব লাগিব। অনুকূল বতৰৰ বাবে লাওৰ দৰে পাচলিত Fruit fly আৰু Leaf Hopper দেখা যাব পাৰে। উপদ্ৰৱ হ্ৰাস কৰিবলৈ বাগিচাখন পৰিষ্কাৰ কৰি ৰাখিব লাগে লগতে আক্ৰান্ত ফলবোৰ আঁতৰাই মাটিৰ তলত পুতি থব লাগে । তাৰোপৰি যদিহে আক্ৰমণ বেছি দেখা যায়, এমামেক্টিন বেনজোয়েট ৫% এছ. জি. @ ৪.৫ গ্ৰাম আৰু গুড় @১০০ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 06-07-2022 Disable
8210 July 7th Amjuli বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৭ৰ পৰা ১২ জুলাইলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩২ °চে.ৰ পৰা ৩৪ ° চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৬ °চে.ৰ পৰা ২৮ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। জুন মাহত মুঠ ৯১০ মি.মি পৰিমাণৰ বৰষুণ হৈছিল। যোৱা সপ্তাহত ৫৯ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিত পানী জমা হোৱা এলেকাবোৰ চিহ্নিত কৰিব আৰু নলাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা লব I ঠেক নলাবোৰ পৰিষ্কাৰ কৰিব। চাহ বাগিচাত Helopeltisৰ আক্ৰমণ হোৱা বৃহৎ অঞ্চল লক্ষ্য কৰা হৈছে। নিয়ন্ত্ৰণ কৰিবলৈ ২০০ L পানীত থাইওমেথোক্সাম @৪৫ গ্ৰা. ষ্টিকাৰৰ সৈতে বা ২০০ লি. পানীৰ লগত ডেচিছ @১০০মি. লি. মিহলাই স্প্ৰে কৰক । লুপাৰ কেটাৰপিলাৰ (Looper caterpillar) নিয়ন্ত্ৰণ কৰিবলৈ কীট-পতংগ হাতেৰে সংগ্ৰহ কৰক আৰু অনুমোদিত ৰাসায়নিক পদাৰ্থ পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব লাগিব। অনুকূল বতৰৰ বাবে লাওৰ দৰে পাচলিত Fruit fly আৰু Leaf Hopper দেখা যাব পাৰে। উপদ্ৰৱ হ্ৰাস কৰিবলৈ বাগিচাখন পৰিষ্কাৰ কৰি ৰাখিব লাগে লগতে আক্ৰান্ত ফলবোৰ আঁতৰাই মাটিৰ তলত পুতি থব লাগে । তাৰোপৰি যদিহে আক্ৰমণ বেছি দেখা যায়, এমামেক্টিন বেনজোয়েট ৫% এছ. জি. @ ৪.৫ গ্ৰাম আৰু গুড় @১০০ গ্ৰাম প্ৰতি ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 06-07-2022 Disable