Message List: 9435
S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
---|---|---|---|---|---|---|---|
8221 | January 1st Week Advisory Hardoi | प्रिय किसान साथियों, आप सभी को नए साल की हार्दिक शुभकामनायेंI हमें विश्वास है की आप को प्रति सप्ताह दी जा रही मौसम सम्बन्धी जानकारी से आपको आपकी खेती को लाभ मिल रहा होगाI हरदोई जिले के उत्तरा गाँव के श्याम बहादुर सिंह जी को 266 टन प्रति हेक्टेयर गन्ने की उपज लेने के लिए बधाईI जिन किसानों ने 200 टन प्रति हेक्टेयर या उससे अधिक की उपज प्राप्त की है उन्हें भी बधाईI आगामी 2 जनवरी से 8 जनवरी के दौरान आपके क्षेत्र के मौसम में अचानक बदलाव आयेगा जिससे वायुमंडलीय तापमान में तेज गिरावट आयेगीI दिन का अधिकतम तापमान 18 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 6 डिग्री सेंटीग्रेड तक गिरेगाI इस समय पश्चिमोत्तर दिशा से 2 से 8 किमी प्रति घंटे की रफ़्तार से ठंढी शीतलहर चलेगीI पाला पड़ने की भी सम्भावना हैI सुबह और शाम के समय कोहरा छाने और धुंध रहने की संभावना हैI सप्ताह के दौरान कभी-कभी बादल छाये रहेंगे लेकिन वर्षा की सम्भावना नहीं हैI खड़े गन्ने को पाले से बचाने के लिए खेतों में हल्की नमी बना कर रखेंI गन्नो के खेत में कीट तथा बिमारियों के लक्षण दिखने पर उसका उपचार करेंI गन्ने की जड़ के पास से कटाई करेंI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायेंI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी या लेडी फसलों में गैप फिलिंग करें जिससे पैदावार और लाभ को बढाया जा सकेI सरसों की अन्तः फसल को पाले से बचाने के लिए हल्की सिंचाई करेंI फसल को डाउनी मिल्ड्यू बीमारी से बचाने के लिए डायीएथीन एम् – 45 को 800 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोल कर छिडकाव करेंI 10 दिन के अन्तराल पर दूसरी बार छिडकाव कर फसल को बीमारी से पूरी तरह बचाया जा सकता हैI गेंहू, प्याज और लहसुन और आलू के खेतों में नमी बना कर इन्हें भी पाले से बचाया जा सकता हैI मिट्टी में माइक्रो न्यूट्रीएंट की कमी पूरी करने के लिए चीनी मिल से निकलने वाली मैली का उपयोग अपने खेतों में अवश्य करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 28-12-2022 | Disable |
|
8222 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 29/12/22) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। দিনৰ উষ্ণতা প্ৰায় ১৯-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • প্রয়োজন অনুসৰি কবি খেতিৰ পুলিবোৰ খুচৰি দিয়াৰ লগতে এবাৰ অপতৃণবোৰ আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰিব। অনিষ্টকাৰী কীট-পতংগ যেনে-পাত খোৱা পলু আদি নিয়ন্ত্রৰ বাবে মালাথিয়ন ৫০ ইচি (Malathion 50 EC) ঔষধৰ ১.৫ মিলিমিটাৰ প্রতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 28-12-2022 | Disable |
|
8223 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 29/12/22) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু ৩১ ডিচেম্বৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-৮ কিলোমিটাৰ বেগত পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায় । • যোৱা সপ্তাহত কিছু অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা যাব পাৰে। UP/LP বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ শস্যত ক্ষতিগ্ৰস্ত ফল ,পাত আৰু ডালবোৰ আঁতৰাই পেলাব কাৰণ ই পোক-পৰুৱাক আৰু ৰোগ আকৰ্ষণ কৰিব। • কিছুমান গছ অত্যধিকভাৱে প্ৰভাৱিত হৈছে আৰু শিলাবৃষ্টিৰ ক্ষতি ঠিক কৰাটো সম্ভৱ নহয়। এই গছবোৰ আঁতৰাই নতুন পুলি ৰোপণ কৰিব লাগিব । • শিলাবৃষ্টিৰ ফলত আক্ৰান্ত শাক-পাচলিৰ শস্যত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে Copper fungicide আৰু Streptomycin ঔষধৰ স্প্ৰে কৰিব পাৰে । • নতুন পাতৰ বৃদ্ধিৰ বাবে নাইট্ৰজেন সাৰৰ অনুমোদিত পালি প্ৰয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 28-12-2022 | Disable |
|
8224 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 29/12/22) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু ৩১ ডিচেম্বৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১০-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায় । • যোৱা সপ্তাহত কিছু অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা যাব পাৰে। UP/LP বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • শিলাবৃষ্টিৰ ফলত শাক-পাচলিৰ শস্যত ক্ষতিগ্ৰস্ত ফল ,পাত আৰু ডালবোৰ আঁতৰাই পেলাব কাৰণ ই পোক-পৰুৱাক আৰু ৰোগ আকৰ্ষণ কৰিব। • কিছুমান গছ অত্যধিকভাৱে প্ৰভাৱিত হৈছে আৰু শিলাবৃষ্টিৰ ক্ষতি ঠিক কৰাটো সম্ভৱ নহয়। এই গছবোৰ আঁতৰাই নতুন পুলি ৰোপণ কৰিব লাগিব । • শিলাবৃষ্টিৰ ফলত আক্ৰান্ত শাক-পাচলিৰ শস্যত ভেঁকুৰ আৰু বেক্টেৰিয়াৰ আক্ৰমণৰ প্ৰভাৱৰ পৰা প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে Copper fungicide আৰু Streptomycin ঔষধৰ স্প্ৰে কৰিব পাৰে । • নতুন পাতৰ বৃদ্ধিৰ বাবে নাইট্ৰজেন সাৰৰ অনুমোদিত পালি প্ৰয়োগ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 28-12-2022 | Disable |
|
8225 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 29/12/22) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু ৩১ ডিচেম্বৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • প্রয়োজন অনুসৰি কবি খেতিৰ পুলিবোৰ খুচৰি দিয়াৰ লগতে এবাৰ অপতৃণবোৰ আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰিব। অনিষ্টকাৰী কীট-পতংগ যেনে-পাত খোৱা পলু আদি নিয়ন্ত্রৰ বাবে মালাথিয়ন ৫০ ইচি (Malathion 50 EC) ঔষধৰ ১.৫ মিলিমিটাৰ প্রতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 28-12-2022 | Disable |
|
8226 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 29/12/22) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৯ ডিচেম্বৰ, ২০২২ৰ পৰা ৪ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু ৩১ ডিচেম্বৰত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • প্রয়োজন অনুসৰি কবি খেতিৰ পুলিবোৰ খুচৰি দিয়াৰ লগতে এবাৰ অপতৃণবোৰ আঁতৰাই পেলোৱাৰ ব্যৱস্থা কৰিব। অনিষ্টকাৰী কীট-পতংগ যেনে-পাত খোৱা পলু আদি নিয়ন্ত্রৰ বাবে মালাথিয়ন ৫০ ইচি (Malathion 50 EC) ঔষধৰ ১.৫ মিলিমিটাৰ প্রতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 28-12-2022 | Disable |
|
8227 | मुआसम संबंधी सलाह | आगामी सप्ताह में आसमान साफ रहने व रात के तापमान में तीव्र गिरावट के कारण पाले की आशंका बनी है I इससे सरसों की बढ़वार, विशेष कर के फूल आने के समय और फलियों के विकास पर प्रतिकूल प्रभाव पड़ता है इससे बचने के लिए सल्फर युक्त रसायन जैसे डाई मिथाइल सल्फो ऑक्साइड का 0.2 % अथवा 0.1 % थायो यूरिया का प्रयोग लाभकारी होता है I इसके साथ साथ पाला पड़ने की संभावना के पूर्व हलकी सिंचाई करने से या रात में कचरा/फसल अवशेष/खरपतवार जलाकर धुआँ करने व पलवार बिछाने से भी पाले का दुष्प्रभाव कम होता है I सभी किसान भाइयो को आने वाले नववर्ष 2023 की शुभकामनाये I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 28-12-2022 | Disable |
|
8228 | मौसम संबंधी सलाह | आगामी सप्ताह में आसमान साफ रहने व रात के तापमान में तीव्र गिरावट के कारण पाले की आशंका बनी हुई है I इससे फसलों के विकास पर प्रतिकूल प्रभाव पड़ता है इससे बचने के लिए सल्फर युक्त रसायन जैसे डाई मिथाइल सल्फो ऑक्साइड का 0.2 % अथवा 0.1 % थायो यूरिया का प्रयोग लाभकारी होता है I इसके साथ साथ पाला पड़ने की संभावना के पूर्व हलकी सिंचाई करने से या रात में कचरा/फसल अवशेष/खरपतवार जलाकर धुआँ करने व पलवार बिछाने से भी पाले का दुष्प्रभाव कम होता है I सभी किसान भाइयो को आने वाले नववर्ष 2023 की शुभकामनाये सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 28-12-2022 | Disable |
|
8229 | VIF-Adilabad-Bela-28-12-2022 | VIF- Adilabad- Bela - రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 18 నుంచి 23 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 30 నుంచి 33 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని బేల మండలానికి చెందిన ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సూచనలు డిసెంబరు చివరిలో, పత్తి పంట దాని చివరి దశలో తేలికపాటి మరియు పొడి వ్యవసాయంలో కనిపిస్తుంది. నీటిపారుదల మరియు బరువైన నేలల్లో ఒకటి నుండి రెండు పికింగ్ల తర్వాత, కొత్త పత్తి పొలాలు చిగురించే స్థితిలో ఉన్నాయి. రసాన్ని పీల్చే సంభావ్య కీటకాల నియంత్రణకు ఫిప్రోనిల్ (ఐదు శాతం) 20 మి.లీ. ఉదా - కాయతొలుచు పురుగులు, కాయతొలుచు పురుగులు, పత్తి పంట పచ్చగా ఉన్న తెల్లదోమ. లేదా లాంబ్డా సైహలోత్రీన్ (ఐదు శాతం) ఎనిమిది మి.లీ. 10 లీటర్ల నీటిలో లేదా ఎసిఫేట్ (75 శాతం) 20 గ్రాములు 10 లీటర్ల నీటిలో కలిపి పిచికారీ చేయాలి. ఎసిఫేట్ మధ్యస్తంగా విషపూరితమైన సమూహానికి చెందినందున స్నేహపూర్వక కీటకాలకు తక్కువ హానికరం. పొలంలో ఎకరానికి 15 నుంచి 20 పసుపు జిగురు ఉచ్చులు వేయాలి. కాయతొలుచు పురుగు ఉధృతిని నివారించడానికి పత్తిలో కలుపు తీయడాన్ని నివారించాలి. ధన్యవాదాలు! | Telangana | Telangana | 27-12-2022 | Disable |
|
8230 | VIF-Adilabad-Jainad-28-12-2022 | VIF- Adilabad- Jainad- 28-12-2022 రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ ద్వారా స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 17 నుంచి 23 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 30 నుంచి 32 డిగ్రీల సెల్సియస్గా ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని జైనద్ మండల ఆటోమేటెడ్ వాతావరణ కేంద్రం వాతావరణ సూచన. రైతులకు సూచనలు డిసెంబరు చివరిలో, పత్తి పంట దాని చివరి దశలో తేలికపాటి మరియు పొడి వ్యవసాయంలో కనిపిస్తుంది. నీటిపారుదల మరియు బరువైన నేలల్లో ఒకటి నుండి రెండు పికింగ్ల తర్వాత, కొత్త పత్తి పొలాలు చిగురించే స్థితిలో ఉన్నాయి. రసాన్ని పీల్చే సంభావ్య కీటకాల నియంత్రణకు ఫిప్రోనిల్ (ఐదు శాతం) 20 మి.లీ. ఉదా - కాయతొలుచు పురుగులు, కాయతొలుచు పురుగులు, పత్తి పంట పచ్చగా ఉన్న తెల్లదోమ. లేదా లాంబ్డా సైహలోత్రీన్ (ఐదు శాతం) ఎనిమిది మి.లీ. 10 లీటర్ల నీటిలో లేదా ఎసిఫేట్ (75 శాతం) 20 గ్రాములు 10 లీటర్ల నీటిలో కలిపి పిచికారీ చేయాలి. ఎసిఫేట్ మధ్యస్తంగా విషపూరితమైన సమూహానికి చెందినందున స్నేహపూర్వక కీటకాలకు తక్కువ హానికరం. పొలంలో ఎకరానికి 15 నుంచి 20 పసుపు జిగురు ఉచ్చులు వేయాలి. కాయతొలుచు పురుగు ఉధృతిని నివారించడానికి పత్తిలో కలుపు తీయడాన్ని నివారించాలి. ధన్యవాదాలు! | Telangana | Telangana | 27-12-2022 | Disable |
|