Message List: 9435
S.No Message Title Message State Created By Creation Date Status Action
8251 22nd Dec 2022 22/12/2022--Baukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ২৭ শে ডিসেম্বর অবধি আকাশ হাল্কা মেঘাচ্ছন্ন থাকবে এবং মূলত পরিষ্কার থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে হবে এবং গতিবেগ গড়ে ৩ থেকে ৬ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমারা ১৮.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ২০ ডিগ্রি সেণ্টগ্রেড এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । বাগানে এল পি , ডি এস ,এবং এম এস এই মাসের মধ্যে শেষ করে দিন । কাটার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড স্প্রে করে দিন ।এল পি করা বাগানে কে সি ও বা খুলনি হওয়ার পর অ্যালকালাইন ওয়াশ করে দিন ।এল ও এস ,ও এল এস করার ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন । মাটিতে ১২ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিন মাটি পরীক্ষা করার জন্য মাটি বাগানের বিভিন্ন জায়গা থেকে সংগ্রহ করে পরীক্ষার জন্য পাঠিয়ে দিন । মাটির অম্লতা কম থাকলে (পি এইচ ) ৪.৫ এর নিচে থাকলে ডলমাইট অথবা চুন ব্যবহার করুন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 22-12-2022 Disable
8252 உறைபனி நிர்வாகம் பொதுவாக டிசம்பர் மாதத்தில் நீலகிரி மாவட்டத்தில் கடும் உறைபனி காணப்படும். இந்த சமயத்தில் மகசூல் இழப்பானது மிக அதிகமாக ஏற்படும். இதை கட்டுப்படுத்த தேயிலை செடியின் மேற்பரப்பை பரணி என்ற செடி வகையை கொண்டு மூடுவதினால் தேயிலை செடியை ஓரளவிற்கு பனி பொழிவிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் Tamil Nadu Tamil Nadu 21-12-2022 Disable
8253 கொழுந்து எடுத்தல் இந்த மாதத்தில் மட்டத்திற்கு இலை எடுக்கலாம், இவ்வாறு இலை எடுக்கும் போது வஞ்சிகளை அகற்றி விடுதல் அவசியமாகும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் Tamil Nadu Tamil Nadu 21-12-2022 Disable
8254 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 22/12/22) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব আৰু ২৭ ডিচেম্বৰত অতি পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 21-12-2022 Disable
8255 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 22/12/22) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। ২৫ৰ পৰা ২৭ ডিচেম্বৰলৈ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 21-12-2022 Disable
8256 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 22/12/22) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২২ৰ পৰা ২৪ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। ২৫ৰ পৰা ২৭ ডিচেম্বৰলৈ বতৰ আংশিকভাৱে ভাবে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়া বৰষুণ অহা সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৯-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 21-12-2022 Disable
8257 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 22/12/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 21-12-2022 Disable
8258 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 22/12/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। • পাত তোলা টেবুলৰ ওপৰৰ দীঘল খুটিবোৰ আঁতৰাই পেলাব আৰু টেবুল খন সমান কৰি ৰাখিব। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহা বোৰত ৰৈ নাযায় । • নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। বৰষুণমুক্ত সময়ত স্প্ৰে কৰিব । অন্যান্য শস্যৰ বাবে: • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত প্রয়োজন অনুসৰি জলঞ্চিনৰ ব্যৱস্থা লব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 21-12-2022 Disable
8259 वैस्ट डेकोमपोसेर का उपयोग ଚାଷୀଙ୍କୁ କ୍ଷେତରେ ଧାନ ନଡ଼ା ନ ଜଳେଇବାକୁ ପରାମର୍ଶ ଦିଆଯାଇଛି। ଏଥି ପାଇଁ ଆପଣଙ୍କ କ୍ଷେତରେ ଧାନ ଅମଳ କରିବା ପରେ ଡିକମ୍ପୋଜର ବ୍ୟବହାର କରନ୍ତୁ | ଵସ୍ତୁ ଡିକୋମ୍ପୋଜର ବ୍ୟବହାର କରି ନଡା ସମସ୍ୟାର ମୁକାବିଲା କରିବାକୁ ପରାମର୍ଶ ଦିଆଯାଇଛି | ଏହି ନଡା ବର୍ଜ୍ୟବସ୍ତୁର ସମାଧାନ କରିବାକୁ ପ୍ରଥମେ 200 ଲିଟର ଡ୍ରମ୍ କିମ୍ବା ଟ୍ୟାଙ୍କ ନିଅନ୍ତୁ | ଏହାକୁ ପାଣିରେ ଭରନ୍ତୁ, ତା’ପରେ ସେଥିରେ 2 କିଲୋଗ୍ରାମ ଗୁଡ ପକାଇ ଭଲ ଭାବରେ ମିଶାନ୍ତୁ | ସେହିଥିରେ ବେସ୍ତ ଡିକମ୍ପୋଜରର ବାକ୍ସ ଖୋଲନ୍ତୁ ଏବଂ ଏହାକୁ ପାଣି ଟାଙ୍କିରେ ଢାଳି ଦିଅନ୍ତୁ | ମନେରଖନ୍ତୁ ଯେ ଏହାକୁ କାଠରେ ବା ବାଉଁଶ ବ୍ୟବହାର କରି ମିଶ୍ରଣକୁ ମିଶାନ୍ତୁ କିନ୍ତୁ ଖାଲି ହାତ ବ୍ୟବହାର  କରନ୍ତୁ  ନାହିଁ | Orissa Orissa 21-12-2022 Disable
8260 सरसों मे कीट प्रबंधन सरसों की फसल में हानिकारक कीटों का आक्रमण से बहुत अधिक नुकसान होता है जिसमें माहू कीट लगभग 30 से 70 % उपज में कमी करता है जब कीट का प्रकोप औसतन 25 प्रति पौधा या 10 % पोधो पर हो जाए तो इनमे से किसी एक कीटनाशक का प्रयोग करे जैसे इमिडाक्लोप्रिड 17.8 का 20 से 25 ग्राम या डायमिथोएट ३० EC या मिथाइल डिमेटोन २5 EC 1000 मिलीलीटर प्रति हेक्टेयर की दर से 600 से 800 लीटर पानी का घोल बनाकर छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Rajasthan Rajasthan User 21-12-2022 Disable