Message List: 9435
S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
---|---|---|---|---|---|---|---|
8341 | Advisory for December 1st Week Lakhimpur | प्रिय किसान साथियों, आगामी 5 से 11 दिसंबर के दौरान लखीमपुर के वायुमंडलीय तापमान में गिरावट आयेगीI दिन का अधिकतम तापमान 24 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 10 डिग्री सेंटीग्रेड तक रहेगाI इस दौरान वायुमंडल में आर्द्रता 30 से 75 प्रतिशत तक रहेगी, सुबह के समय धुंध रहेगी लेकिन दिन के समय आसमान साफ रहेगा और वर्षा तथा पाला पड़ने की सम्भावना नहीं हैI मिलों में पेराई शुरू होने से गन्ना कटाई का काम जोरों से जारी हैI काटे जाने वाले गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें देंI गन्ने की जड़ के पास से कटाई करेंI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी और पैडी गन्ने को काटने के बाद लेडी अवश्य लें इससे लागत में 30 प्रतिशत तक कमी आती हैI पैडी या लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने की पैदावार अधिक हो और लाभ को बढाया जा सकेI इस साल बोये गए शरद कालीन गन्ने की बुवाई को यदि 50 से 60 दिन हो गए है और कल्ले निनिकल रहे हैं तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गन्ने के पौधों की जड़ों पर डाल कर हल्की मिट्टी चढ़ाएंI यदि कल्ले नहीं निकाल रहें हों तो 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी को 5 कुंटल गोबर की खाद में मिला कर प्रति एकड़ की दर से उपयोग किया जा सकता हैI अंतः फसल के रूप में लिए जा रहे सरसों, तोरिया, लाही आदि फसलों में बुवाई के 30 दिन के बाद सिंचाई अवश्य करें जिससे फूल खिलने और दानों के बनने में मदद मिलेI आलू की फसल में मिट्टी चढाने का काम अवश्य करेंI इस समय चीनी मिल से निकलने वाली मैली का उपयोग अपने खेतों में अवश्य करें इससे मिट्टी में माइक्रो न्यूट्रीएंट की कमी पूरी होती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 01-12-2022 | Disable |
|
8342 | December 1st Week Advisory for Hardoi | प्रिय किसान साथियों, आगामी 5 से 11 दिसंबर के दौरान हरदोई के वायुमंडलीय तापमान में गिरावट आयेगीI दिन का अधिकतम तापमान 24 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 10 डिग्री सेंटीग्रेड तक रहेगाI इस दौरान वायुमंडल में आर्द्रता 30 से 75 प्रतिशत तक रहेगी, सुबह के समय धुंध रहेगी लेकिन दिन के समय आसमान साफ रहेगा और वर्षा तथा पाला पड़ने की सम्भावना नहीं हैI मिलों में पेराई शुरू होने से गन्ना कटाई का काम जोरों से जारी हैI काटे जाने वाले गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें देंI गन्ने की जड़ के पास से कटाई करेंI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI गन्ना काटने के बाद पैडी और पैडी गन्ने को काटने के बाद लेडी अवश्य लें इससे लागत में 30 प्रतिशत तक कमी आती हैI पैडी या लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने की पैदावार अधिक हो और लाभ को बढाया जा सकेI इस साल बोये गए शरद कालीन गन्ने की बुवाई को यदि 50 से 60 दिन हो गए है और कल्ले निनिकल रहे हैं तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गन्ने के पौधों की जड़ों पर डाल कर हल्की मिट्टी चढ़ाएंI यदि कल्ले नहीं निकाल रहें हों तो 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी को 5 कुंटल गोबर की खाद में मिला कर प्रति एकड़ की दर से उपयोग किया जा सकता हैI अंतः फसल के रूप में लिए जा रहे सरसों, तोरिया, लाही आदि फसलों में बुवाई के 30 दिन के बाद सिंचाई अवश्य करें जिससे फूल खिलने और दानों के बनने में मदद मिलेI आलू की फसल में मिट्टी चढाने का काम अवश्य करेंI इस समय चीनी मिल से निकलने वाली मैली का उपयोग अपने खेतों में अवश्य करें इससे मिट्टी में माइक्रो न्यूट्रीएंट की कमी पूरी होती हैI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 01-12-2022 | Disable |
|
8343 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 01/12/22) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১ৰ পৰা ৭ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। অন্যান্য শস্যৰ বাবে: • এই সময়ত বেঙেনা আৰু বিলাহী খেতিত বেক্টেৰিয়াৰ দ্বাৰা মৰহি যোৱা ৰোগৰ (Bacterial wilt) যথেষ্ট সম্ভাৱনা আছে। সেয়েহে এই বেমাৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, ষ্ট্ৰেপ্টমাইচিন (Streptomycin) ২০০ পি পি এম পানীৰ লগত মিহলাই আক্রান্ত হোৱা গছৰ তল তিয়াই দিব লাগে। (২০০ পি পি এম = ১ লিটাৰ পানীত ২০০ মিলিগ্ৰাম) • ইয়াৰ উপৰিও বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-12-2022 | Disable |
|
8344 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 01/12/22) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১ৰ পৰা ৭ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। অন্যান্য শস্যৰ বাবে: • এই সময়ত বেঙেনা আৰু বিলাহী খেতিত বেক্টেৰিয়াৰ দ্বাৰা মৰহি যোৱা ৰোগৰ (Bacterial wilt) যথেষ্ট সম্ভাৱনা আছে। সেয়েহে এই বেমাৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, ষ্ট্ৰেপ্টমাইচিন (Streptomycin) ২০০ পি পি এম পানীৰ লগত মিহলাই আক্রান্ত হোৱা গছৰ তল তিয়াই দিব লাগে। (২০০ পি পি এম = ১ লিটাৰ পানীত ২০০ মিলিগ্ৰাম) • ইয়াৰ উপৰিও বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-12-2022 | Disable |
|
8345 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 01/12/22) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১ৰ পৰা ৭ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। অন্যান্য শস্যৰ বাবে: • এই সময়ত বেঙেনা আৰু বিলাহী খেতিত বেক্টেৰিয়াৰ দ্বাৰা মৰহি যোৱা ৰোগৰ (Bacterial wilt) যথেষ্ট সম্ভাৱনা আছে। সেয়েহে এই বেমাৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, ষ্ট্ৰেপ্টমাইচিন (Streptomycin) ২০০ পি পি এম পানীৰ লগত মিহলাই আক্রান্ত হোৱা গছৰ তল তিয়াই দিব লাগে। (২০০ পি পি এম = ১ লিটাৰ পানীত ২০০ মিলিগ্ৰাম) • ইয়াৰ উপৰিও বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ | Assam | Assam | 01-12-2022 | Disable |
|
8346 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 01/12/22) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। অন্যান্য শস্যৰ বাবে: • এই সময়ত বেঙেনা আৰু বিলাহী খেতিত বেক্টেৰিয়াৰ দ্বাৰা মৰহি যোৱা ৰোগৰ (Bacterial wilt) যথেষ্ট সম্ভাৱনা আছে। সেয়েহে এই বেমাৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, ষ্ট্ৰেপ্টমাইচিন (Streptomycin) ২০০ পি পি এম পানীৰ লগত মিহলাই আক্রান্ত হোৱা গছৰ তল তিয়াই দিব লাগে। (২০০ পি পি এম = ১ লিটাৰ পানীত ২০০ মিলিগ্ৰাম) • ইয়াৰ উপৰিও বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-12-2022 | Disable |
|
8347 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 01/12/22) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ ডিচেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS ৰখা বাগান বোৰত পাত তোলা টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। ৭-৮ দিনৰ ব্যৱধানত জনমৰ ওপৰত পাত তুলিব লাগে। • পাত তোলা টেবুলৰ ওপৰত বাঁহৰ কামি (Kami) ব্যৱহাৰ কৰিব। বাঁহৰ কামিৰ ওপৰৰ ডালবোৰ ছিঙিলে টেবুলটো সমান ৰখাত সহায়ক হব। • LP বাগান বোৰৰ পৰা Pruning আৰম্ভ কৰিব লাগিব আৰু অহা জানুৱাৰীৰ মাজভাগলৈকে LOS/LS বাগান বোৰত Pruning সম্পূৰ্ণ হব লাগিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায়। অন্যান্য শস্যৰ বাবে: • এই সময়ত বেঙেনা আৰু বিলাহী খেতিত বেক্টেৰিয়াৰ দ্বাৰা মৰহি যোৱা ৰোগৰ (Bacterial wilt) যথেষ্ট সম্ভাৱনা আছে। সেয়েহে এই বেমাৰৰ কাৰ্যকৰী নিয়ন্ত্ৰণৰ বাবে, ষ্ট্ৰেপ্টমাইচিন (Streptomycin) ২০০ পি পি এম পানীৰ লগত মিহলাই আক্রান্ত হোৱা গছৰ তল তিয়াই দিব লাগে। (২০০ পি পি এম = ১ লিটাৰ পানীত ২০০ মিলিগ্ৰাম) • ইয়াৰ উপৰিও বর্তমান অব্যাহত থকা ফৰকাল আৰু শুষ্ক বতৰৰ বাবে শাকপাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে সেয়েহে প্রয়োজন অনুসৰি নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • যি সকল খেতিয়কে বৰ্তমান পুলি লগাই আছে, মন কৰিব যাতে সুস্থ আৰু সবল পুলিহে মূল পথাৰত ৰোপণ কৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 01-12-2022 | Disable |
|
8348 | சாம்பல் நிற நோய் (Grey blight) | இந்நோய் உருவாக்கும் பூஞ்சாணம் மழைக்காலங்களில் காணப்படும். இந்த நோய் கட்டுப்படுத்த கார்பன்டைஸிம் 50 கிராம் மருந்தை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு சுமார் 10 முதல் 15 நாட்கள் இடைவெளியில் கை தெளிப்பான் கொண்டு தெளித்தல் வேண்டும். | Tamil Nadu | Tamil Nadu | 30-11-2022 | Disable |
|
8349 | அழுகல் நோய் (die-back) | இந்த நோய் கடல் மட்டத்திலிருந்து 1500 மீட்டருக்கு மேல் அமைந்துள்ள தோட்டங்களில் மழைக்காலங்களில் காணப்படும். இந்த நோய் கட்டுப்படுத்த 250 கிராம் Copper Oxy Chloride மருந்தை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் கட்டுப்படுத்துதலாம். | Tamil Nadu | Tamil Nadu | 30-11-2022 | Disable |
|
8350 | களைகளை கட்டுப்படுத்தல் | தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 10 லிட்டர் தண்ணீருக்கு 50 மி லிட்டர் கிளைசல் + 50 கிராம் கயோலின் பவுடர் + 10 மி லிட்டர் நனைப்பான் (இது இன்ட்ரான் மற்றும் டிரைடான் என்ற வியாபார பெயால் கிடைக்கிறது) சேர்த்து தெளித்து கட்டுப்படுத்தலாம். 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். | Tamil Nadu | Tamil Nadu | 30-11-2022 | Disable |
|