Message List: 9435
S.No Message Title Message State Created By Creation Date Status Action
8381 VIF-1-Amravati-Talegaon-23-11 VIF-1-Amravati-Talegaon-23-11 शेतकऱ्यांसाठी सूचना  शेतक-यांनी पाण्याची आणि खतांची उपयोगिता वाढविण्यासाठी विद्राव्य खतांचा वापर ठिबक सिंचन संचामधून केल्यास अधिक फायद्याचे ठरते. या  तंत्रामुळे कापसाचे गूणवत्तापुर्ण आणि अधिक उत्पादन मिळण्यास मदत होते. अन्नद्रव्यांची कमतरता व लक्षणे- -- त्यावरील उपाय- 1)मॅग्नेशियमचे कमतरतेमूळे--  पाने लाल होतात-- त्यावर १% मॅग्नेशियम सल्फेट फवारावे. 2)जस्त व बोरॉनची कमतरतेमूळे- पाते व फुले चांगल्या प्रकारे उमलत नाहीत व त्यांची गळ होते--०.३ ते ०.५% झिंक सल्फेट व ०.१% बोरॉनची फवारणी करावी. 3)लोह/मॅग्निज-कमतरतेमूळे - पाने पिवळी होतात त्या करिता --०.३ ते ०.५% फेरस सल्फेट किंवा ०.३ ते ०.५% मॅंगनिज सल्फेटची फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 22-11-2022 Disable
8382 सरसों मे कीट एवं रोग प्रबंधन सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें I सरसों में डाउनी मिल्डयू रोग में पत्ते के निचले भाग पर मध्यम उजले रंग का पाउडरनुमा दाग दिखते हैं रोग की शुरुआत में मैनकोज़ेब 70% डब्ल्यू पी दवा का 2 ग्राम प्रति लीटर पानी की दर से 10 दिनों के अंतराल से दो-तीन बार छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Rajasthan Rajasthan User 22-11-2022 Disable
8383 गहू मे सिचाई प्रबंधन गेहूँ का अधिक उत्पादन हेतु 6 सिचाई अनुसंशित है पहली सिंचाई 20 से 21 दिन बाद मुख्य जड़ बनते समय , दूसरी सिंचाई 40 से 45 दिन बाद कल्ले निकलते समय , तीसरी सिंचाई 60 से 65 दिन बाद तने में गाँठ पडते समय, चौथी सिंचाई 80 से 85 दिन बाद फूल आने की अवस्था में, पांचवी सिंचाई 100 से 105 दिन बाद दानो में दूध बनते समय एवं छटवी सिचाई 120 से 125 दिन बाद दाना सख्त होते समय करना चाहिऐ I पर्याप्त मात्रा में पानी उपलब्ध होने पर सभी अवस्थाओं मे सिंचाई करनी चाहिये I यदि पानी दो सिंचाइयों के लिये ही उपलब्ध होने पर पहली सिंचाई 20 से 21 दिन बाद मुख्य जड़ बनते समय दूसरी सिंचाई 80 से 85 दिन बाद फूल आने की अवस्था मे I यदि पानी तीन सिंचाइयों के लिये ही उपलब्ध होने पर पहली सिंचाई 20 से 21 दिन बाद मुख्य जड़ बनते समय, दूसरी सिंचाई 60 से 65 दिन बाद तने में गाँठ पडते समय एवं तीसरी सिंचाई 100 से १05दिन बाद दानो में दूध बनते समय कर अधिक उत्पादन प्राप्त कर सकते है Madhya Pradesh MP 22-11-2022 Disable
8384 Advisory for November Fourth Week प्रिय किसान साथियों, आगामी 21 से 27 नवम्बर के दौरान हरदोई, लखीमपुर और शाहजहांपुर जिलो के वायुमंडलीय तापमान में और गिरावट आयेगीI दिन का अधिकतम तापमान 25 डिग्री सेंटीग्रेड तक तथा रात का न्यूनतम तापमान 12 डिग्री सेंटीग्रेड तक गिरने की सम्भावना हैI लेकिन पाला पड़ने की सम्भावना नहीं है और सप्ताह के दौरान आसमान साफ रहेगाI पिछले साल बोये गए गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत में नमी की जाँच करते रहें, खेत को गीला न होनें दें I गन्ने की जड़ के पास से कटाई करके गन्ने को मिल में ले जाएँI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI इस काम के लिए वेस्ट डीकोम्पोसर का उपयोग किया जा सकता हैI पड़ी गन्ने के बाद लेडी अवश्य लें इससे लागत में कमी आयेगीI पैडी और लेडी फसलों में गैप फिलिंग अवश्य करें जिससे गन्ने के पैदावार बढ़ सकेI इस साल बोये गए शरद कालीन गन्ने की बुवाई को यदि 50 से 60 दिन हो गए है तो 50 किलोग्राम यूरिया प्रति एकड़ की दर से गोबर की खाद को मिला कर खूडों में डालें तथा हलकी सिंचाई करेंI इसके अतिरिक्त 4-4 किलोग्राम अजेतोबैक्टर और पी एस बी का भी प्रति एकड़ की दर से उपयोग किया जा सकता हैI जो किसान साथी गन्ने के साथ गेंहू की फसल लेना चाहते हैं वह एफ आई आर बी विधि से गेंहू की बुवाई करें तथा पहली सिंचाई पर गन्ने के पौध को लगायें I इसके लिए किसान साथियों को यह भी सलाह दी जाती है कि गन्ने की एस.टी.पी. विधि से नर्सरी लगायेंI नर्सरी के लिए बीज अगेती किस्म के गन्ने का ही लेंI अंतः फसल के रूप में लिए जा रहे आलू की फसल को ब्लाइट कंट्रोल से बचने के लिए एन्त्राकोल 70 डब्लू का 500 ग्राम प्रति एकड़ की दर से 200 ली पानी में घोल कर छिडकाव करेंI कट वार्म और एफिड के नियंत्रण के लिए इमिडा कलोरोफिड को 20 ग्राम प्रति एकड़ की दर से 200 ली पानी में घोल कर छिडकाव करेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 17-11-2022 Disable
8385 17 Nov 2022 : 17/11/2022:--সোলিডারিডেড এবং ভোডাফোন আইডিয়ার পক্ষ থেকে জানাই চা চাষের কিছু পরামর্শ । টারমাইট প্রস্তাবিত বাগানে বাইফেন্থ্রিন দিয়ে ভালো করে গাছের গুড়ি সংলগ্ন মাটি ভিজিয়ে দিন । পরিকল্পিত এল পি বাগানে কলম করার আগে এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । যে সব শিশু গাছ আগামী জানুয়ারী মাসে এফ এফ পি হবে সে সব গাছে পাতা না তুলে বিশ্রাম দিন । প্রস্তাবিত আনপ্রুন ও এল ও এস বাগানে এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।হ্যালো পেল্টিস বা চা মশা দেখা দিলে এক রাউন্ড কুইনা্লফস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । প্রয়োজন অনুযায়ী জল সেচ দিন। বাগানে কলমের নমুনার জন্য আমাদের সাথে যোগাযোগ করতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 17-11-2022 Disable
8386 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 17/11/22) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
8387 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 17/11/22) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
8388 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 17/11/22) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ Assam Assam 16-11-2022 Disable
8389 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 17/11/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable
8390 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 17/11/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ৰ পৰা ২৩ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নৱেম্বৰৰ মাজভাগৰ পৰা ১৫ দিনৰ ব্যৱধানত LOS/UP ৰখা বাগানবোৰত MOP(১%) আৰু Magnesium Sulphate (১%) স্প্ৰে কৰিব লাগে। ফেব্ৰুৱাৰী মাহৰ শেষলৈকে স্প্ৰে চলি থাকিব লাগে। • Black Rotত আক্ৰান্ত জোপোহাত ১০০ মিলিলিটাৰ হেক্সাকনাজল ৫ই চি / প্ৰপিকনাজল ২৫ই চি ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে বন্ধাকবিৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে যিহেতু অহা সপ্তাহত বৰষুণ অহা সম্ভাৱনা নাই। বন্ধাকবিৰ কিছু জাত যেনে- Pusa Mukta, Pride of India, Drum Head আদি সংগ্ৰহ কৰিব পাৰে। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। • যিকোনো উদ্যান শস্যৰ খেতিৰ মাজৰ খালি ঠাইখিনি যদি প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ঢাকি দিয়া হয় (Mulching) তেন্তে ই ঘাঁ বন বা অপতৃণবোৰ গজাত বাধা দিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 16-11-2022 Disable