Message List: 9394
S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
---|---|---|---|---|---|---|---|
8501 | VIF-1-Nagpur-Kalmeshwar-28-09-22 | Nagpur (1) नमस्कार शेतकरी बंधूंनो, ह्या आठवड्यातील सूचना खालीलप्रमाणे ... कपाशी फुल अवस्थेत असतांना तसेच चांगल्या उत्पादकतेसाठी फुलांच्या वाढीच्या अवस्थेत डीएपी किंवा युरिया 200 ग्रॅम + 10 लीटर पाणी घेउन फवारणी करावी. कपाशीची पातीगळ व तूरीची फुलगळ नियंत्रण करण्यासाठी 5 मी.ली. प्लॅनोफिक्स प्रती 10 लिटर पाण्यात मिसळुन फवारणी करावी. पीकामध्ये एकरी किमान दोन ते तिन कामगंध सापळे लावावे. या सापळ्या मध्ये अडकलेले पतंग काढून नष्ट करावे. तसेच 20 दिवसांनी वड्या (ल्युर) बदलावे. उपलब्धते प्रमाणे एकरी तीन ट्रायकोकार्ड दहा ते बारा दीवसाचे अंतराने आणि पिकाच्या पानांच्या खालच्या बाजूला स्टेपलने टाचावे. पिकात एकरी 10 प्रमाणे पक्षी थांबे लावावे. फुलोरावस्थेत बोंडअळीग्रस्त डोमकळ्या तोडून नष्ट कराव्या. कपाशीवर एझाडीरेक्टिन 3000 पीपीएम 40मिली प्रती 10 लिटर पाणी या प्रमाणे उपाय म्हणून फवारणी करावी. फुलांमध्ये बोंडअळीचा प्रादुर्भाव 5% पर्यंत आढळून आल्यास क्विनॉलफॉस 20% एएफ 25 मिली. किंवा सायपरमेथ्रिन 10% प्रवाही 20 मिली प्रती 10 लिटर पाण्यात ͧमीसळून फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. | Maharashtra | MH | 27-09-2022 | Disable |
|
8502 | VIF-1-Amravati-Talegaon D-28-09-22 | Amravati (1) नमस्कार शेतकरी बंधूंनो, ह्या आठवड्यातील सूचना खालीलप्रमाणे ... कपाशी फुल अवस्थेत असतांना तसेच चांगल्या उत्पादकतेसाठी फुलांच्या वाढीच्या अवस्थेत डीएपी किंवा युरिया 200 ग्रॅम + 10 लीटर पाणी घेउन फवारणी करावी. कपाशीची पातीगळ व तूरीची फुलगळ नियंत्रण करण्यासाठी 5 मी.ली. प्लॅनोफिक्स प्रती 10 लिटर पाण्यात मिसळुन फवारणी करावी. पीकामध्ये एकरी किमान दोन ते तिन कामगंध सापळे लावावे. या सापळ्या मध्ये अडकलेले पतंग काढून नष्ट करावे. तसेच 20 दिवसांनी वड्या (ल्युर) बदलावे. उपलब्धते प्रमाणे एकरी तीन ट्रायकोकार्ड दहा ते बारा दीवसाचे अंतराने आणि पिकाच्या पानांच्या खालच्या बाजूला स्टेपलने टाचावे. पिकात एकरी 10 प्रमाणे पक्षी थांबे लावावे. फुलोरावस्थेत बोंडअळीग्रस्त डोमकळ्या तोडून नष्ट कराव्या. कपाशीवर एझाडीरेक्टिन 3000 पीपीएम 40मिली प्रती 10 लिटर पाणी या प्रमाणे उपाय म्हणून फवारणी करावी. फुलांमध्ये बोंडअळीचा प्रादुर्भाव 5% पर्यंत आढळून आल्यास क्विनॉलफॉस 20% एएफ 25 मिली. किंवा सायपरमेथ्रिन 10% प्रवाही 20 मिली प्रती 10 लिटर पाण्यात ͧमीसळून फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. | Maharashtra | MH | 27-09-2022 | Disable |
|
8503 | सरसो मे खेत की तैयारी | सरसों की फसल के लिए खेत की तैयारी हेतु कल्टीवेटर से ३ से ४ जुताई करें और पाटा लगाने के बाद बोवनी करें I संभव हो तो कुड व नाली अथवा बीबीएफ पद्धति से बोवनी करें I बीज के खेत में अच्छे वितरण के लिए उसमें समुचित बालू मिलाकर बोवनी करें I लाइन से लाइन की दुरी 30 से मी रखें व बीज को 6 से. मी. कम गहराई पर डालें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 27-09-2022 | Disable |
|
8504 | Harvesting of Soy | जहाँ सोयाबीन फसल में 90-95 प्रतिशत फलियों का हरे से सुनहरा, पीला, भूरा या काला हो गया हो, तो मौका मिलते हीं फसल काट लें जिससे बीज चटकने से नुकसान नहीं होगा व बीज की गुणवत्ता बनी रहेगी I किसान भाइयों को सलाह दी जाती है कि इस सप्ताह बारिश होने की संभवना बहुत कम है सोयाबीन की फसल कटाई समय पर कर लेने में ही फायदा है I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 27-09-2022 | Disable |
|
8505 | Crop advisory sep last week | प्रिय किसान साथियों, आगामी 26 सितम्बर से 02 अक्टूबर के दौरान लखीमपुर और हरदोई जिलो के तापमान में और कमी आयेगी और दिन का अधिकतम तापमान 30 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 23 डिग्री तक रहेगाI यह मौसम शरद कालीन गन्ने की बुवाई के लिए बहुत अनुकूल हैI शरद कालीन गन्ना लेने के लिए खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI लगायेंI ऐसे खेतों का चुनाव करें जिसमे बारिश के समय पानी लगने की सम्भावना न होI यदि जून या जुलाई माह में सनई, ढैंचा जैसी फसल हरी खाद के लिए लगायी थी तो खेत तैयार करते समय उसे मिट्टी में मिला देI गोबर की खाद का जरुरत के अनुसार प्रबंध करेंI बीजों के चयन में सावधानी बरतें और केवल एक आख वाले स्वस्थ बीजो को ही खेत में लगायेंI बीजों को लगाने से पहले उनका हेक्सा स्टॉप से उपचार अवश्य करेंI गन्ने की बुवाई दो लाइनों के बीच 4 से साढ़े 4 फुट की दूरी बना कर करेंI बच्च वाले स्थान पर अंतः फसल के रूप में आलू, सरसों, तोरिया की बुवाई की जा सकती हैI सप्ताह के दौरान पूर्व और दक्षिण दिशा से 5 से 10 किलोमीटर प्रति घंटे की रफ़्तार से हवा के झोंके आ सकते हैंI 26 और 27 तारीख तक वर्षा की सम्भावना हैI पिछले साल बोये गए गन्ने के पेड़ों को गिरने से बचाने के लिए जड़ों पर मिट्टी चढाने और पौधों की बंधाई का काम करेंI कैंची बंधाई करने से हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों की छिलाई करें और उसे पौधों की लाइनों में बिछायेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI धान की फसल सुरक्षा की तैयारी पूरी कर लेंI खीरा, करेला और लौकी जैसे फसलों को लेने के बाद आलू और सरसों के फसल लेने के लिए भी खेत की तैयारी पूरी कर लेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 22-09-2022 | Disable |
|
8506 | 22 September 2022, Jorhat | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, অতিৰিক্ত পানী উলিয়াবলৈ বাগান বোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত স্পট স্প্ৰে (spot spraying) কৰিব লাগে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 21-09-2022 | Disable |
|
8507 | 22 September 2022, Dibrugarh | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩২ ডিগ্ৰী চেলচিয়াছ. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, অতিৰিক্ত পানী উলিয়াবলৈ বাগান বোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত স্পট স্প্ৰে (spot spraying) কৰিব লাগে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 21-09-2022 | Disable |
|
8508 | 22 September 2022, Tinsukia | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৩-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, অতিৰিক্ত পানী উলিয়াবলৈ বাগান বোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত স্পট স্প্ৰে (spot spraying) কৰিব লাগে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 21-09-2022 | Disable |
|
8509 | 22 September 2022, Darogachuba | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ২১ পৰা ২৭ ছেপ্টেম্বৰ লৈকে ওচৰৰ অঞ্চলবোৰত, বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মজলীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩২ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ থাকিব। যোৱা সপ্তাহত ৪৭ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৬ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, অতিৰিক্ত পানী উলিয়াবলৈ বাগান বোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত স্পট স্প্ৰে (spot spraying) কৰিব লাগে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 21-09-2022 | Disable |
|
8510 | 22 September 2022, Amjuli | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি অহা ২১ পৰা ২৭ ছেপ্টেম্বৰ লৈকে ওচৰৰ অঞ্চলবোৰত, বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মজলীয়া বৰষুণ অহা সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ থাকিব। যোৱা সপ্তাহত ১৮৭ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, অতিৰিক্ত পানী উলিয়াবলৈ বাগান বোৰত প্ৰয়োজনীয় ব্যৱধানত সৰু নলাৰ ব্যৱস্থা কৰিব। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত স্পট স্প্ৰে (spot spraying) কৰিব লাগে। বৰষুণৰ তীব্ৰতা অতি বেছি হলে স্প্ৰে নকৰিব । • ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • ইতিমধ্যে গজি উঠা ফুলকবিৰ পুলিবোৰ বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ চালিৰে ঢাকি দিব লাগে। • মূলাৰ পুলিবোৰ গজাৰ ১০-১৫ দিনৰ পিছত বেছি ঘনকোই গোজা পুলিবোৰ উভালী পেলাই দিব আৰু প্ৰতিটো শাৰীত পুলিৰ মাজত দূৰত্ব ১০ চে.মি. ৰাখিব। • কৃষক সকলে শীতকালৰ বেঙেনাৰ বীজ সিঁচা কার্য্য বর্তমান সময়ত স্থগিত কৰা উচিত যিহেতু অহা কেইদিনত বৰষুণ অহা সম্ভাৱনা আছে, অনুকুল বতৰ চাই বীজ সিঁচা কার্য্য অব্যাহত কৰিব পাৰে। ইয়াৰ উপযুক্ত সময় ছেপ্টেম্বৰ মাহৰ পৰা অক্টোবৰৰ মাহলৈ। বেঙেনাৰ কিছুমান জাত যেনে- Pusa Purple Round, Pusa Purple Long, Pusa Kranti, আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 21-09-2022 | Disable |
|