Message List: 9394
S.No Message Title Message State Created By Creation Date Status Action
8581 25 Aug 2022 Tinsukia জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৬°চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
8582 25 Aug 2022 Darogachuba জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৫০ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
8583 25 Aug 2022 Jorhat জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩°চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
8584 25 Aug 2022 Dibrugarh জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত পশ্চিম আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত বহুত হাবি বনৰে বাগান খন ভৰি পৰিব পাৰে। লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত অকনো সমস্যা নহয়। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ ১.৫ কিলোগ্ৰাম Glyphosate ২০০ লিটাৰ পানীত মিহলাই বেকপেক মেচিনত WFN ৪৫ nozzle ৰাখি স্প্ৰেকৰিব। Spraying pressure ১৫ psi হব লাগে। • প্ৰগ্ৰেম অনুযায়ী দ্বিতীয় কিষ্টিৰ সাৰ প্ৰয়োগ যি সকল খেতিয়কে এতিয়াও কৰা নাই সেই সকলে এই সময়ত কৰিব লাগিব। বৰষুণ মুক্ত বতৰৰ স্থিতিত সাৰ প্ৰয়োগ কৰিব। যদি গছৰ গুৰিত এতিয়াও পানী জমা হৈ আছে তেতিয়া হলে সাৰ প্ৰয়োগ নকৰিব। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ঔষধ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • গ্ৰীষ্মকালীন লাওৰ দৰে পাচলিত যদি Fruit fly, Red Pumpkin Beetle , Epilachna Beetle আদি কীট-পতংগৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে নিৰপেক্ষ বতৰৰ পৰিস্থিতি ১ মিলিলিটাৰ Malathion 50 EC @ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰি নিয়ন্ত্ৰণ কৰিব পাৰে। • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 24-08-2022 Disable
8585 VIF Text Advisory 24 Aug 2022 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 26 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 46-75% గా ఉంది. అధిక వర్షాలు కురిసాయి కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 23-08-2022 Disable
8586 VIF 2 Text Advisory 24 Aug 2022 मागील काही दिवसात झालेल्या सतत पावसामुळे कपाशीवर आक्स्मिक मर रोगाचा प्रादुर्भाव होण्याची शक्यता आहे. यामध्ये सुरवातीस झाडातील तजेला नाहीसा होऊ लागतो, झाड एकाएकी मलूल होते आणि पिवळे पडून सुकायला लागते. यासाठी काळजी म्हणून जमिनीत पाण्याचा योग्य निचरा होण्यासाठी योग्य वेळी डवरणीच्या पाळ्या देऊन जमीन भुसभुशीत ठेवावी. पिकास पाण्याचा ताण जास्त कालावधीकरिता बसू देऊ नये. तसेच शेतात झाडाजवळ दीर्घ काळ पाणी तुंबून राहणार नाही, याची काळजी घ्यावी. रोगग्रस्त झाडाच्या भोवतालची जमीन खुरपीने त्वरित भुसभुशीत करावी आणि प्रति झाड 2 ते 3 ग्रॅम युरिया झाडाजवळ जमिनीत मिसळून द्यावा. झाडाच्या मुळ्यांजवळ कॉपर ऑक्सिक्‍लोराइड 30 ग्रॅम प्रति 10 लिटर पाण्यात मिसळून या द्रावणाची झाडांच्या बुंध्याजवळ आळवणी करावी जास्त पावसामुळे कपाशीच्या वाढ व्यवस्थितरित्या झाली नाही. कपाशीच्या योग्य वाढीसाठी नत्र युक्त खताची मात्रा द्यावी. निंदण करुन पीक तणरहित करावे. जेणे करुन दिलेली खतमात्रा मुख्य पिकास उपयोगी पडेल. त्याचबरोबर सुक्ष्म अन्नद्रव्य साठी मयक्रोन्युट्रीयंट फोर्म्युला 4 किंवा फोर्म्युला 6 ची 5 ग्रॅम प्रति लिटर पाणी याप्रमाणे फवारणी करावी. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 23-08-2022 Disable
8587 VIF 1 Text Advisory 24 Aug 2022 मागील काही दिवसात झालेल्या सतत पावसामुळे कपाशीवर आक्स्मिक मर रोगाचा प्रादुर्भाव होण्याची शक्यता आहे. यामध्ये सुरवातीस झाडातील तजेला नाहीसा होऊ लागतो, झाड एकाएकी मलूल होते आणि पिवळे पडून सुकायला लागते. यासाठी काळजी म्हणून जमिनीत पाण्याचा योग्य निचरा होण्यासाठी योग्य वेळी डवरणीच्या पाळ्या देऊन जमीन भुसभुशीत ठेवावी. पिकास पाण्याचा ताण जास्त कालावधीकरिता बसू देऊ नये. तसेच शेतात झाडाजवळ दीर्घ काळ पाणी तुंबून राहणार नाही, याची काळजी घ्यावी. रोगग्रस्त झाडाच्या भोवतालची जमीन खुरपीने त्वरित भुसभुशीत करावी आणि प्रति झाड 2 ते 3 ग्रॅम युरिया झाडाजवळ जमिनीत मिसळून द्यावा. झाडाच्या मुळ्यांजवळ कॉपर ऑक्सिक्‍लोराइड 30 ग्रॅम प्रति 10 लिटर पाण्यात मिसळून या द्रावणाची झाडांच्या बुंध्याजवळ आळवणी करावी जास्त पावसामुळे कपाशीच्या वाढ व्यवस्थितरित्या झाली नाही. कपाशीच्या योग्य वाढीसाठी नत्र युक्त खताची मात्रा द्यावी. निंदण करुन पीक तणरहित करावे. जेणे करुन दिलेली खतमात्रा मुख्य पिकास उपयोगी पडेल. त्याचबरोबर सुक्ष्म अन्नद्रव्य साठी मयक्रोन्युट्रीयंट फोर्म्युला 4 किंवा फोर्म्युला 6 ची 5 ग्रॅम प्रति लिटर पाणी याप्रमाणे फवारणी करावी. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. Maharashtra MH 23-08-2022 Disable
8588 Water Drainage and Insect Managment पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन पर चक्र भृंग (गर्डल बीटल )के साथ साथ पत्ती खाने वाली इल्लियों का प्रकोप होने पर इनके नियंत्रंण हेंतु किसानों को सलाह दी जाती है कि वे पूर्व मिश्रित कीटनाशक छिड़काव का स्प्रे करें। थियामेथोक्सम + लैम्ब्डा साइहलोथ्रिन (१२५ मिली/हेक्टेयर) या बीटासीफ्लुथ्रिन + इमिडाक्लोप्रिड (३५० मिली/हेक्टेयर या इमामेक्टीन बेन्जोएट (425 मिलीलीटर / है.) का 500 लीटर पानी के साथ प्रति हेक्टेयर में छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 23-08-2022 Disable
8589 Insect Management in Blackgram उड़द की फ़सल जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I उड़द की फ़सल पर सफ़ेद मक्खी द्वारा फैलाया जाने वाला पीला मोजाइक रोग की सम्भावना है. अतः सफ़ेद मक्खी की रोकथाम के लिए इमिडाक्लोप्रिड 17.8 एस.एल. @ 0.2 मि.ली./ली.पानी या थायमिथोक्सम 25 डब्ल्यू.जी. @ 100 ग्राम/हेक्टे. का छिड़काव करें I फ़सल में पाउडरी मिल्ड्यू के लक्षण दिखने पर कार्बेन्डाजिम (1 ग्राम/ली.पानी) या घुलनशील सल्फर (4 ग्राम/ली.पानी) का छिड़काव करें.I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Rajasthan Rajasthan User 23-08-2022 Disable
8590 Inter culture Operations in August प्रिय किसान साथियों, अगस्त माह के चौथे सप्ताह में 22 से 28 तारीख तक लखीमपुर और हरदोई जिले में तापमान में बहुत बदलाव नहीं होगाI इस दौरान न्यूनतम तापमान 27 डिग्री और अधिकतम तापमान 33 डिग्री सेंटीग्रेड तक बना रहेगाI वायुमंडल में नमी 70 से 90 प्रतिशत तक होगीI 22 से 28 अगस्त के दौरान वर्षा की भी सम्भावना हैI इस दौरान तेज हवा के झोंके भी आएंगे जिससे गन्ने के पेड़ों के गिरने की सम्भावना बनेगीI गन्ना गिरने से उसकी पैदावार में 15 से 20 प्रतिशत तक कमी आ सकती है जिससे किसानों की आमदनी घट सकती हैI इससे बचने के लिए गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की तीसरी या चौथी बंधाई भी करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों को उतार कर उसे पौधों की लाइनों में बिछा देंI बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था अवश्य कर लेंI कुछ खेतों में लाल सडन रोग के लक्षण अब स्पस्ट दिखायी दे रहे हैंI ऐसे रोग ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोलें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI बिमारियों के लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI पोक्का बोइंग रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायें यह अगली शरद कालीन गन्ने के लिए खाद का काम करेगीI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 18-08-2022 Disable