Message List: 9386
S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
---|---|---|---|---|---|---|---|
8601 | Precaution for using Insecticide in Blackgram and Soy | उड़द एवं सोयाबीन की फसल में केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें I कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये I आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 09-08-2022 | Disable |
|
8602 | VIF 2 Text Advisory 10 Aug 2022 | कापूस पिकामधील वाढीच्या अवस्थेतील व्यवस्थापनाबद्दल माहिती घेऊ. पीक 70 ते 80 दिवसांचे असताना, जमिनीत मुबलक ओल असताना व पिकाची ऊंची साधारण 3.5 फूट असताना, मजुरांच्या साहाय्याने कपाशीच्या झाडांचा केवळ वरचा कोवळा शेंडा खुडून घ्यावा. कपाशीचे कोवळे शेंडे खुडून घेतल्यामुळे कपाशीची अवास्तव वाढ टाळता येईल व फळफांद्यांची संख्या वाढण्यास मदत होईल. फळफांद्यांची संख्या वाढवण्यासाठी तसेच पिकाची उंची कमी राखण्यासाठी काही वेळा कपाशीचे पीक 55 दिवसांचे असताना सुद्धा शेंडे खुडता येतात. याद्वारे दोन फळफांद्यामधील अंतर कमी राहून संख्या वाढण्यास मदत होते. फळफांद्यांची संख्या वाढवण्यासाठी कपाशीची उंची आटोक्यात ठेवण्यासाठी आणि दोन फळफांद्यामधील अंतर कमी ठेवण्यासाठी क्लोरमेक्वाट क्लोराईड या वाढनियंत्रकाची फवारणी 0.05 ते 0.1 मिलि प्रति लिटर पाणी याप्रमाणे फवारणी करावी. कापूस पिकाच्या खोल मूळप्रणाली मुळे कापूस हे दुष्काळ प्रतिरोधक पीक आहे. पीकवाढीच्या कालावधीदरम्यान दुष्काळाची वेळ व तीव्रता कापूस उत्पादनावर विशेष परिणाम करते. सुरुवातीच्या हंगामात मध्यम दुष्काळ काही वेळा फायदेशीर ठरू शकतो. फुले येण्याच्या आधीच्या अवस्थेतील दुष्काळ काही वेळा फुलांच्या आणि उत्पन्नाचा दर वाढवण्यासाठी काही प्रमाणात उपयुक्त असतो. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. | Maharashtra | MH | 09-08-2022 | Disable |
|
8603 | VIF 1 Text Advisory 10 Aug 2022 | कापूस पिकामधील वाढीच्या अवस्थेतील व्यवस्थापनाबद्दल माहिती घेऊ. पीक 70 ते 80 दिवसांचे असताना, जमिनीत मुबलक ओल असताना व पिकाची ऊंची साधारण 3.5 फूट असताना, मजुरांच्या साहाय्याने कपाशीच्या झाडांचा केवळ वरचा कोवळा शेंडा खुडून घ्यावा. कपाशीचे कोवळे शेंडे खुडून घेतल्यामुळे कपाशीची अवास्तव वाढ टाळता येईल व फळफांद्यांची संख्या वाढण्यास मदत होईल. फळफांद्यांची संख्या वाढवण्यासाठी तसेच पिकाची उंची कमी राखण्यासाठी काही वेळा कपाशीचे पीक 55 दिवसांचे असताना सुद्धा शेंडे खुडता येतात. याद्वारे दोन फळफांद्यामधील अंतर कमी राहून संख्या वाढण्यास मदत होते. फळफांद्यांची संख्या वाढवण्यासाठी कपाशीची उंची आटोक्यात ठेवण्यासाठी आणि दोन फळफांद्यामधील अंतर कमी ठेवण्यासाठी क्लोरमेक्वाट क्लोराईड या वाढनियंत्रकाची फवारणी 0.05 ते 0.1 मिलि प्रति लिटर पाणी याप्रमाणे फवारणी करावी. कापूस पिकाच्या खोल मूळप्रणाली मुळे कापूस हे दुष्काळ प्रतिरोधक पीक आहे. पीकवाढीच्या कालावधीदरम्यान दुष्काळाची वेळ व तीव्रता कापूस उत्पादनावर विशेष परिणाम करते. सुरुवातीच्या हंगामात मध्यम दुष्काळ काही वेळा फायदेशीर ठरू शकतो. फुले येण्याच्या आधीच्या अवस्थेतील दुष्काळ काही वेळा फुलांच्या आणि उत्पन्नाचा दर वाढवण्यासाठी काही प्रमाणात उपयुक्त असतो. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. | Maharashtra | MH | 09-08-2022 | Disable |
|
8604 | Flowering in Soy | सोयाबीन में फूल आने का समय हो गया हो या फूल आने लगे हैं, अतः कृषक इल्लियों की रोकथाम के समुचित उपाय करें.I जिस तरह रुक रुक कर वर्षा हो रही है, इल्लियों पत्तियों को छोड़ कर फ़ूलों को खाना पसंद करती हैं, जिससे सोयाबीन में अफलन की स्थिति बनती है I जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 09-08-2022 | Disable |
|
8605 | Crop Advisory August Second week 22 | प्रिय किसान साथियों, अगस्त माह के दूसरे सप्ताह में 9 से 14 तारीख तक लखीमपुर और हरदोई जिलों में तापमान में फिर वृद्धि होगीI इस दौरान न्यूनतम तापमान 29 डिग्री और अधिकतम तापमान 35 डिग्री सेंटीग्रेड तक रहेगाI वायुमंडल में नमी भी काम होकर 50 से 75 प्रतिशत तक रहेगीI इस दौरान बदल छाये रहेंगे लेकिन वर्षा की सम्भावना नहीं हैI पूर्व दिशा से हवा के झोंके आ सकते हैं जिससे गन्ने के पेड़ों के गिरने की सम्भावना बनेगीI इस समय गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की पहली या दूसरी बंधाई करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने की सूखी पत्तियों की छिलाई भी करें और उसे लाइनों के बीच बिछा दें इससे भी गन्ने के पौधों को गिरने से रोकने में मदद मिलेगीI वातावरण में लम्बे समय तक नमी और पत्तो पर देर तक पानी होने से गन्ने की फसल में कीटों का प्रकोप बढेगाI बिमारियों के बढ़ते लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI पोक्का बोइंग में पत्तियौ में जड़ की तरफ पीले रंग के धब्बे दिखायी पड़ते हैं तथा पत्तियाँ सिकुड़ने लगती हैंI रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायें यह अगली शरद कालीन गन्ने के लिए खाद का काम करेगीI खेतों में नमी को बनाये रखेंI इसके साथ ही बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था भी कर लेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 04-08-2022 | Disable |
|
8606 | 4 August 2022 Darogachuba | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ °চে.ৰ পৰা ৩৬ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৮ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১৪৮ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৮০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
8607 | 4 August 2022 Amjuli | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩ পৰা ৯ আগষ্টলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯° চে.ৰ পৰা ৩৩ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১১৯ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩ -১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
8608 | 4 August 2022 Jorhat | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৭ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
8609 | 4 August 2022 Dibrugarh | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৮ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
8610 | 4 August 2022 Tinsukia | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৭ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|