Message Schedule List : 9627
S. No. Message Language Created By Date Time Status Action
1041 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 20 August से 26 August के दौरान दिन में 29 और रात में 25 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्तह बारिश होने की संभावना बनी हुई है। सोयाबीन की फसल में यदि पत्ती, तना तथा फलियों पर अनियमित भूरे काले छोटे से बड़े आकार के धब्बे दिखाई देते हैं तो यह फफूंद जनित एन्थ्रेकनोज नामक बीमारी का प्रकोप होने संकेत है। इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें। किसान भाइयों को सलाह दी जाती है कि केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें। कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये । आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करने से कीटों में प्रतिरोध क्षमता विकसित नहीं होती है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 22-08-2024 10:25:00 SCHEDULED
1042 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Kota ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 20 August से 26 August के दौरान दिन में 30 और रात में 26 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्तह बारिश होने की संभावना बनी हुई है। सोयाबीन की फसल में यदि पत्ती, तना तथा फलियों पर अनियमित भूरे काले छोटे से बड़े आकार के धब्बे दिखाई देते हैं तो यह फफूंद जनित एन्थ्रेकनोज नामक बीमारी का प्रकोप होने संकेत है। इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें। किसान भाइयों को सलाह दी जाती है कि केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें। कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये । आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करने से कीटों में प्रतिरोध क्षमता विकसित नहीं होती है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 22-08-2024 10:20:00 SCHEDULED
1043 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, जिला Tonk ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 20 August से 26 August के दौरान दिन में 30 और रात में 26 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। इस सप्तह बारिश होने की संभावना बनी हुई है। सोयाबीन की फसल में यदि पत्ती, तना तथा फलियों पर अनियमित भूरे काले छोटे से बड़े आकार के धब्बे दिखाई देते हैं तो यह फफूंद जनित एन्थ्रेकनोज नामक बीमारी का प्रकोप होने संकेत है। इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें। किसान भाइयों को सलाह दी जाती है कि केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें। कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये । आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करने से कीटों में प्रतिरोध क्षमता विकसित नहीं होती है। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 22-08-2024 10:15:00 SCHEDULED
1044 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ১৫১ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:50:00 SCHEDULED
1045 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৪২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:40:00 SCHEDULED
1046 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৪৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:40:00 SCHEDULED
1047 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ৫১৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:40:00 SCHEDULED
1048 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২২৭ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:40:00 SCHEDULED
1049 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ২৭৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:30:00 SCHEDULED
1050 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ আগষ্টলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১৭ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত ১ৰ পৰা ১৫ আগষ্টলৈ মুঠ ১০৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পাত তোলাৰ ৰাউন্ডটো বহুত বাঢ়ি যোৱাৰ সম্ভাৱনা হয় , পাত তোলা মানুহৰ অনুপস্থিতিয়ে সমস্যা আৰু বেয়া কৰি তোলে । গতিকে যিমান পৰা যায় পাতৰ ৰাউন্ড ৮-৯ দিনিয়া কৰিব পাৰি তাৰে যত্ন লব। এনেই পাতৰ মূল্যৰ বাবে বৰ্তমান সকলো খেতিয়কৰ মনত বহুত হতাশাৰ ভাব হৈছে , দীৰ্ঘদিনিয়া পাতৰ পৰা হোৱা চাহৰ মূল্য আৰু কমি যোৱাৰ সম্ভাৱনা থাকে । • বাগানৰ নলা বোৰত বৰষুণৰ পানী জমা হৈ থকা দেখিলে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে । নহলে চাহ গছ বোৰৰ তলৰ শিপা বোৰ পচি গলে বহুত বেমাৰ হব পাৰে । • এই সময়ত অপতৃণৰে বাগানখন ভৰি পৰিব পাৰে। মিকানিয়া, টেংগালতা আদি লতাজাতীয় হাবি বোৰ মাটিৰ শিপাৰ পৰাই উভালি পেলাই ৰাখিব লাগে যাতে পাত তোলাত সমস্যা নহয়। • বৰষুণৰ বাবে তোলা পাত বহুত ভাঙি নষ্ট হয় , লগতে টোপাত ভৰোৱা আৰু এজেন্টক দিয়াৰ সময়ত পাতৰ damage যথেষ্ট হোৱাৰ বাবে চাহৰ কোৱালিটি বহুত নিম্ন মানৰ হয় , গতিকে যিমান পৰা যায় তোলা পাত নষ্ট হব দিব নালাগে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • যিহেতু অহা কেইদিনমানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, শাক-পাচলি খেতিত নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব যাতে বৰষুনৰ পানী জমা হব নোৱাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-08-2024 09:30:00 SCHEDULED