Message Schedule List : 9660
S. No. Message Language Created By Date Time Status Action
2331 Vodafone Idea Foundation, Indus Tower మరియు Solidaridad ద్వారా అమలు చేయబడిన స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. పెదవేగి క్లస్టర్ రైతులకు ప్రస్తుత సలహా. ఈ వారం అంచనా వేసిన ఉష్ణోగ్రత పగటిపూట గరిష్టంగా 41 డిగ్రీల సెల్సియస్ మరియు రాత్రి సమయాల్లో కనిష్టంగా 28 డిగ్రీల సెల్సియస్ ఉండవచ్చు. పెదవేగి క్లస్టర్ రైతులు ఆయిల్ పామ్ మొక్క పెరుగుదల మరియు దిగుబడి కోసం నత్రజని, భాస్వరం, పొటాష్ మరియు మెగ్నీషియం సల్ఫేట్‌లను సమతుల్యంగా మరియు తగిన మోతాదులో వేయవలెను. సూచన ప్రకారం, పెదవేగి క్లస్టర్‌లో ఎటువంటి వర్షపాతం ఆశించబడదు, సరైన నీటిపారుదలని నిర్ధారించుకోవడం చాలా ముఖ్యం, పెద్దల తోటలలో రోజుకు ఆయిల్ పామ్‌ మొక్కకు 300 నుండి 360 లీటర్ల వరకు సిఫార్సు చేయబడింది. తురిమిన ఆకులు, మగ పుష్పగుచ్ఛాలు మరియు ఖాళీ పండ్ల గుత్తులతో కప్పడం వలన తేమ ఆవిరిని నివారించడానికి ప్రయోజనకరంగా ఉంటుంది. జువెనైల్ కాలంలో పామ్ బేసిన్‌లో పచ్చిరొట్ట ఎరువు పంటగా జనుము ను విత్తండి. చిన్న తోటలలో బల్లెము మరియు పెద్ద తోటలలో అల్యూమినియం పోలుకి కొడవలిని బిగించి గెలలు కోయవలెను. గెలలు. కోత సమయంలో 5 సెంటీమీటర్ల గెల కొమ్మను మాత్రమే వదిలివేయండి. ఆయిల్ పామ్ బేసిన్ లో దున్నవద్దు. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహాల కోసం, 7065-00-5054కు మిస్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహాలను పొందండి. మరింత సమాచారం కోసం, దయచేసి మా వ్యవసాయ సలహాదారుని ఫోన్ 9866041087 మరియు 9959944032 ద్వారా ఉదయం 10 నుండి సాయంత్రం 6 గంటల మధ్య మాట్లాడండి. ఈ సందేశాన్ని మళ్లీ పునరావృతం చేయడానికి సున్నాని నొక్కండి. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహాల కోసం, 7065-00-5054కు మిస్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహాలను పొందండి. మరింత సమాచారం కోసం, దయచేసి మా వ్యవసాయ సలహాదారుని ఫోన్ 9866041087 మరియు 9959944032 ద్వారా ఉదయం 10 నుండి సాయంత్రం 6 గంటల మధ్య మాట్లాడండి. ఈ సందేశాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Andhra Pradesh 02-05-2024 16:41:00 SCHEDULED
2332 Vodafone Idea Foundation, Indus Tower మరియు Solidaridad ద్వారా అమలు చేయబడిన స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. వెంకటాద్రిగూడం క్లస్టర్ రైతులకు ప్రస్తుత సలహా. ఈ వారం అంచనా వేసిన ఉష్ణోగ్రత పగటిపూట గరిష్టంగా 41 డిగ్రీల సెల్సియస్ మరియు రాత్రి సమయాల్లో కనిష్టంగా 28 డిగ్రీల సెల్సియస్ ఉండవచ్చు. వెంకటాద్రిగూడం క్లస్టర్ రైతులు ఆయిల్ పామ్ మొక్క పెరుగుదల మరియు దిగుబడి కోసం నత్రజని, భాస్వరం, పొటాష్ మరియు మెగ్నీషియం సల్ఫేట్‌లను సమతుల్యంగా మరియు తగిన మోతాదులో వేయవలెను. సూచన ప్రకారం, వెంకటాద్రిగూడం క్లస్టర్‌లో ఎటువంటి వర్షపాతం ఆశించబడదు, సరైన నీటిపారుదలని నిర్ధారించడం చాలా ముఖ్యం, పెద్దల తోటలలో రోజుకు ఆయిల్ మొక్కకు 300 నుండి 360 లీటర్ల వరకు సిఫార్సు చేయబడింది. తురిమిన ఆకులు, మగ పుష్పగుచ్ఛాలు మరియు ఖాళీ పండ్ల గుత్తులతో కప్పడం వలన తేమ ఆవిరిని నివారించడానికి ప్రయోజనకరంగా ఉంటుంది. జువెనైల్ కాలంలో పామ్ బేసిన్‌లో పచ్చిరొట్ట ఎరువు పంటగా జనుము ను విత్తండి. చిన్న తోటలలో బల్లెము మరియు పెద్ద తోటలలో అల్యూమినియం పోలుకి కొడవలిని బిగించి గెలలు కోయవలెను..పుష్పగుచ్ఛాలు. కోత సమయంలో 5 సెంటీమీటర్ల గుత్తి కొమ్మను మాత్రమే వదిలివేయండి. ఆయిల్ పామ్ బేసిన్ లో దున్నవద్దు. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహాల కోసం, 7065-00-5054కు మిస్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహాలను పొందండి. మరింత సమాచారం కోసం, దయచేసి మా వ్యవసాయ సలహాదారుని ఫోన్ 9866041087 మరియు 9959944032 ద్వారా ఉదయం 10 నుండి సాయంత్రం 6 గంటల మధ్య మాట్లాడండి. ఈ సందేశాన్ని మళ్లీ పునరావృతం చేయడానికి సున్నాని నొక్కండి. స్మార్ట్ అగ్రి ప్రాజెక్ట్ కింద వ్యవసాయంపై తాజా సలహాల కోసం, 7065-00-5054కు మిస్ కాల్ ఇవ్వండి మరియు ఉపయోగకరమైన సలహాలను పొందండి. మరింత సమాచారం కోసం, దయచేసి మా వ్యవసాయ సలహాదారుని ఫోన్ 9866041087 మరియు 9959944032 ద్వారా ఉదయం 10 నుండి సాయంత్రం 6 గంటల మధ్య మాట్లాడండి. ఈ సందేశాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telugu Andhra Pradesh 02-05-2024 16:40:00 SCHEDULED
2333 वोडाफोन आईडिया फाउंडेशन, इंडस टावर, जेआर agro एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, आपके नजदीकी वेदर स्टेशन जिला Ayodhya के अनुसार इस सप्ताह: 27 April - 3 March के दौरान दिन में 39 और रात में 29 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। ग्रीष्मकालीन मूंग एवं उड़द की फसल में खरपतवार प्रबंधन अतिआवश्यक है। ताकि प्रारंभिक विकास के चरण में फसल व खरपतवार की प्रतिस्पर्धा को कम कर अधिक उत्पादन लिया जा सके । फसल खरपतवार प्रतिस्पर्धा बुआई के 20 से 25 दिनों बाद अधिकतम होती है इस क्रांतिक अवस्था पर खरपतवार प्रबंधन नहीं करने की स्थिति में 30 से 50 प्रतिशत तक उपज का नुकसान हो सकता है । बुआई के 20 से 25 दिनों बाद हाथ से निराई गुड़ाई फायदेमंद रहती है । खड़ी फसल में खरपतवार नियंत्रण के लिए बुआई के 15 से 20 दिनों बाद इमाजीथायपर 10 प्रतिशत एस एल 55 ग्राम सक्रिय तत्व; प्रति हेक्टेयर कि दर से मृदा में पर्याप्त नमी होने की अवस्था में छिड़काव करना चाहि। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Uttar Pradesh 02-05-2024 12:55:00 SCHEDULED
2334 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, आपके नजदीकी ऑटोमैटिक वेदर स्टेशन, जिला Varanasi के अनुसार इस सप्ताह: 27 April - 3 March के दौरान दिन में 41 और रात में 27 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। ग्रीष्मकालीन मूंग एवं उड़द की फसल में खरपतवार प्रबंधन अतिआवश्यक है। ताकि प्रारंभिक विकास के चरण में फसल व खरपतवार की प्रतिस्पर्धा को कम कर अधिक उत्पादन लिया जा सके । फसल खरपतवार प्रतिस्पर्धा बुआई के 20 से 25 दिनों बाद अधिकतम होती है इस क्रांतिक अवस्था पर खरपतवार प्रबंधन नहीं करने की स्थिति में 30 से 50 प्रतिशत तक उपज का नुकसान हो सकता है । बुआई के 20 से 25 दिनों बाद हाथ से निराई गुड़ाई फायदेमंद रहती है । खड़ी फसल में खरपतवार नियंत्रण के लिए बुआई के 15 से 20 दिनों बाद इमाजीथायपर 10 प्रतिशत एस एल 55 ग्राम सक्रिय तत्व; प्रति हेक्टेयर कि दर से मृदा में पर्याप्त नमी होने की अवस्था में छिड़काव करना चाहि। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 76690 47747) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Uttar Pradesh 02-05-2024 12:40:00 SCHEDULED
2335 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ১২৯.৪০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 02-05-2024 09:52:00 SCHEDULED
2336 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ১৬০.২০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 02-05-2024 09:50:00 SCHEDULED
2337 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ২৭৮.৪০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 02-05-2024 09:50:00 SCHEDULED
2338 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ মেলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ২৫২.৬০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 02-05-2024 09:45:00 SCHEDULED
2339 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 02-05-2024 09:45:00 SCHEDULED
2340 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ মেলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২ৰ পৰা ৮ মেলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে মজলীয়াৰ পৰা প্ৰবল বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। বিগত এপ্ৰিল মাহত মুঠ ২৩৪.০০ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 02-05-2024 09:45:00 SCHEDULED