Message Schedule List : 9701
S. No. Message Language Created By Date Time Status Action
3041 ಆತ್ಮೀಯ ಬೆಳಗಾವಿ ಜಿಲ್ಲೆಯ ರೈತ ಮಿತ್ರರೇ , ಫೆಬ್ರುವರಿ 24 ರಿಂದ ಮಾರ್ಚ್ 1 ನೇ ತಾರೀಖಿನ ವರೆಗೆ ಬೆಳಗಾವಿ ಜಿಲ್ಲೆಯ ಗೋಕಾಕ್ ಮತ್ತು ಅಥಣಿ ತಾಲ್ಲೂಕಿನ ಸುತ್ತಮುತ್ತಲಿನ ಪ್ರದೇಶಗಳಲ್ಲಿ ಹಗಲಿನ ತಾಪಮಾನವು ಗರಿಷ್ಠ 34 ರಿಂದ 36 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಮತ್ತು ರಾತ್ರಿಯ ಕನಿಷ್ಠ ತಾಪಮಾನವು 18 ರಿಂದ 23 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ಆಸುಪಾಸಿನಲ್ಲಿ ಇರುವ ಸಾಧ್ಯತೆ ಇದೆ.ಈ ಪೂರ್ವ ಮತ್ತು ಪಶ್ಚಿಮ ದಿಕ್ಕಿನಿಂದ 05 ರಿಂದ 15 ಕಿಮೀ ಪ್ರತೀ ಗಂಟೆಯ ವೇಗದಲ್ಲಿ ಗಾಳಿ ಬೀಸುತ್ತದೆ. ಈ ವಾರದಲ್ಲಿ ಕೆಲವೊಮ್ಮೆ ಆಕಾಶವು ಭಾಗಶಃ ಮೋಡ ಕವಿದ ವಾತಾವರಣವಿರಲಿದ್ದು ಮಳೆಯಾಗುವ ಸಾಧ್ಯತೆ ಇಲ್ಲ. ಈ ವಾರ ಗಾಳಿಯಲ್ಲಿ ತೇವಾಂಶವು ಶೇಕಡಾ 20 ರಿಂದ 72 ವರೆಗೆ ಇರಲಿದೆ. ಈ ಸಮಯ ಕಬ್ಬು ನಾಟಿ ಮಾಡಲು ಅನುಕೂಲಕರವಾಗಿರುವುದರಿಂದ ಹೊಲಗಳಲ್ಲಿ ಕಬ್ಬು ಮಾಡಲು ಇಚ್ಛಿಸುವ ರೈತರು ತಮ್ಮ ಜಮೀನಿನ ಮಣ್ಣನ್ನು ಪರೀಕ್ಷೆಗೆ ಒಳಪಡಿಸಿ ಅದಕ್ಕೆ ತಕ್ಕಂತೆ ಗೊಬ್ಬರವನ್ನು ಹಾಕಿ ಗದ್ದೆಯನ್ನು ಸಿದ್ಧಪಡಿಸಿಕೊಳ್ಳಿ. ಗದ್ದೆಯನ್ನು ಸಿದ್ಧಪಡಿಸುವಾಗ, ಪ್ರತಿ ಎಕರೆಗೆ 25 ಕ್ವಿಂಟಾಲ್ ಹಸುವಿನ ಸಗಣಿ ಅಥವಾ ಎರೆಹುಳು ಗೊಬ್ಬರವನ್ನು ಮಿಶ್ರಣ ಮಾಡಿ ಹೊಲವನ್ನು ಸಮತಟ್ಟು ಮಾಡಿ ಸಿದ್ಧಪಡಿಸಿದ ಗದ್ದೆಯಲ್ಲಿ ಒಂದು ಅಥವಾ ಎರಡು ಕಣ್ಣುಗಳಿಂದ ಕಬ್ಬಿನ ಆರೋಗ್ಯಕರ ಬೀಜಗಳನ್ನು ಬೀಜೊಪಚಾರ ಮಾಡಿದ ನಂತರ ಬಿತ್ತಬೇಕು. ಹೊಲಗಳಲ್ಲಿ 6 ಇಂಚು ಆಳದ ತೋಡುಗಳನ್ನು ಮಾಡಿ ನಾಟಿ ಮಾಡಿ . ನಾಟಿ ಮಾಡುವಾಗ ಬೀಜದಿಂದ ಬಿಜಕ್ಕೆ 1 ರಿಂದ 2 ಅಡಿ ಅಂತರವನ್ನು ಹಾಗೂ ಸಾಲಿನಿಂದ ಸಾಲಿಗೆ 4 ರಿಂದ 5 ಅಡಿ ಅಂತರವನ್ನು ಇಟ್ಟುಕೊಳ್ಳಿ. ನಾಟಿಯ ಸಮಯದಲ್ಲಿ, 225 ಕೆಜಿ ಸಿಂಗಲ್ ಸೂಪರ್ ಫಾಸ್ಫೇಟ್ ಅನ್ನು 25 ಕೆಜಿ ಯೂರಿಯಾ, 85 ಕೆಜಿ ಪೊಟ್ಯಾಷ್ ಮತ್ತು 25 ಕೆಜಿ ಸೂಕ್ಷ್ಮ ಪೋಷಕಾಂಶಗಳೊಂದಿಗೆ ಭೂಮಿಗೆ ಹಾಕಬೇಕು. ಕಬ್ಬಿನ ಗದ್ದೆಯಲ್ಲಿ ಧೈಂಚದ ಬೆಳೆಯನ್ನು ಅಂತರ ಬೆಳೆಯಾಗಿ ಬೆಳೆಯ ಬಹುದು. ಈ ಸಮಯದಲ್ಲಿ ಹೊಸದಾಗಿ ಬಿತ್ತಿದ ಕಬ್ಬಿನ ಗದ್ದೆಗಳಿಗೆ ನೀರು ಹಾಯಿಸಬೇಕು. ಕಬ್ಬು ಮೊಳಕೆಯೊಡೆಯಲು ಆರಂಭಿಸಿದಾಗ 50 ಕೆಜಿ ಯೂರಿಯಾ, 225 ಕೆಜಿ ಎಸ್‌ಎಸ್‌ಪಿ, 50 ಕೆಜಿ ಪೊಟ್ಯಾಷ್, 6-10 ಕೆಜಿ ಜಿಂಕ್, 6-10 ಕೆಜಿ ಕಬ್ಬಿಣಾಂಶವನ್ನು ಪ್ರತಿ ಎಕರೆಗೆ ಗಿಡಗಳ ಸಾಲಿನಲ್ಲಿ ಹಾಕಬೇಕು. ಕಬ್ಬಿನ ಪಕ್ವತೆಗೆ ಈ ಋತುವು ಅನುಕೂಲಕರವಾಗಿದೆ, ಆದ್ದರಿಂದ, ಕಬ್ಬಿನ ಗದ್ದೆಗಳಲ್ಲಿ ತೇವಾಂಶವನ್ನು ಕಾಪಾಡಿಕೊಳ್ಳಿ. ಕಬ್ಬು ಕಟಾವು ಮಾಡುತ್ತಿರುವ ಗದ್ದೆಗಳಲ್ಲಿ ರೈತರು ನೆಲದ ಸಮೀಪ ಕಬ್ಬು ಕಡಿಯುವಂತೆ ಸೂಚಿಸಲಾಗಿದೆ ಇದರಿಂದ ನಾವು ಉತ್ತಮ ರತುನ್ ಬೆಳೆ ಪಡೆಯಬಹುದು. ಕಬ್ಬಿನ ಕಟಾವು ನಂತರ ಕಬ್ಬಿನ ತರಗೆಲೆಗಳನ್ನು ಹೊಲದಲ್ಲಿಯೇ ಹರಡಿ ಕೊಳೆಯಲು ಬಿಡಿ, ಇದರಿಂದ ನಿಮ್ಮ ಹೊಲದಲ್ಲಿಯೇ ಉತ್ತಮವಾದ ಸಾವಯವ ಗೊಬ್ಬರ ತಯಾರಾಗುತ್ತದೆ. ಇದಕ್ಕಾಗಿ ವೇಸ್ಟ ಡಿ-ಕಂಪೊಸರ್ ಅನ್ನು ಕೂಡ ಬಳಕೆ ಮಾಡಬಹುದು. ಕಬ್ಬು ಕಟಾವು ಮಾಡಿದ ಒಂದು ತಿಂಗಳೊಳಗೆ ಈ ಹೊಲಗಳಲ್ಲಿ ಪ್ರತಿ ಎಕರೆಗೆ 85 ಕೆಜಿ ಯೂರಿಯಾ, 225 ಕೆಜಿ ಸಿಂಗಲ್ ಸೂಪರ್ ಫಾಸ್ಫೇಟ್, 50 ಕೆಜಿ ಪೊಟ್ಯಾಷ್ ಜೊತೆಗೆ 25 ಕೆಜಿ ಸೂಕ್ಷ್ಮ ಪೋಷಕಾಂಶಗಳನ್ನು ಬೆರೆಸಿ ಹೊಲಗಳಲ್ಲಿ ಹಾಕುವುದರಿಂದ ರತುನ್ ಬೆಳೆಗೆ ಉತ್ತಮ ಪೋಷಕಾಂಶ ದೊರೆಯುತ್ತದೆ ಮತ್ತು ಗಿಡಗಳು ಬೇಗ ಬೆಳೆಯುತ್ತವೆ ಹಾಗೂ ಈ ಬೆಳೆಯಲ್ಲಿ ಅಂತರವನ್ನು ಭರ್ತಿ ಮಾಡಬೇಕು. ರತುನ್ ಬೆಳೆ ಹಾಕಿ ಎರಡು ತಿಂಗಳಿಗಿಂತ ಹೆಚ್ಚು ಆಗಿದ್ದರೆ, 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಬೇರುಗಳ ಸಮೀಪದಲ್ಲಿ ಹಾಕಬೇಕು. ಈ ಋತುವಿನಲ್ಲಿ ಚಿಗುರು ಕೊರಕ ರೋಗ ಕಾಡುವ ಸಂಭವವಿದ್ದು ಬಾಧಿತ ಕಬ್ಬಿನ ಗಿಡಗಳನ್ನು ಕಿತ್ತು ಹೊಲದ ಹೊರಗೆ ತೆಗೆದುಕೊಂಡು ಹೋಗಿ ನಾಶಮಾಡಿ, ರೋಗದ ಬಾಧೆ ತೀವ್ರವಾದಲ್ಲಿ ಹತೊಟಿಗೆ ತರಲು ಎಕರೆಗೆ 150 ಮಿಲಿ ಕೊರಜೆನ್ ಅನ್ನು 400 ಲೀಟರ್ ನೀರಿಗೆ ಬೆರೆಸಿ ಬೇರುಗಳ ಬಳಿ ಹಾಕಬೇಕು. ಸ್ಮಾಟ್ ಅಗ್ರಿ ಕಾರ್ಯಕ್ರಮದ ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ ಮೊಬೈಲ್ ನಂ 9205021814 ಗೆ ಕರೆ ಮಾಡಿ ಮತ್ತು ಈ ಸಂದೇಶವನ್ನು ಮತ್ತೆ ಪುನಃ ಕೇಳಲು 7065-00-5054 ನ್ನು ಸಂಪರ್ಕಿಸಿ Kannada Karnataka 23-02-2024 10:00:00 SCHEDULED
3042 জিলা: যোৰহাট ( ষ্টেচন: নামচিছু_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক। স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ নামচিছুত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ & ২৩ ফেব্ৰুৱাৰীত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:45:00 SCHEDULED
3043 জিলা: যোৰহাট ( ষ্টেচন: এলেংগি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। যোৰহাট জিলাৰ এলেংগিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ & ২৩ ফেব্ৰুৱাৰীত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:40:00 SCHEDULED
3044 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:40:00 SCHEDULED
3045 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:40:00 SCHEDULED
3046 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:35:00 SCHEDULED
3047 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:30:00 SCHEDULED
3048 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭ % আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:30:00 SCHEDULED
3049 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২২ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যভাৱে ডাৱৰীয়াৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২২ আৰু ২৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৭% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। • এফিড, গ্ৰীন ফ্লাইৰ দৰে পোক যদি চাহ বাগান বোৰত লক্ষ্য কৰা হৈছে, নিয়ন্ত্ৰণ কৰিবলৈ Thiacloprid (Alanto) @২০০ মিলিলিটাৰ ২০০ লিটাৰ পানীত বা Thiamethoxam 25 WG(Actara) @ ৫০ মিলিলিটাৰ ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। কৃষকসকলক গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্ৰে কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে , সেয়েহে বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব। বৰষুণৰ তীব্ৰতা অতি বেছি হলে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। • বৰষুণ লাভ কৰাৰ লগে লগে জলাশয়ৰ স্থাপন আৰু গছ উদ্ভিদ ৰোপণ কৰা ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিব লাগে যাতে চাহ বাগানত উপযুক্ত ক্ষুদ্ৰ জলবায়ু বাতাবৰণ সৃষ্টিৰ সুবিধা হয়। • এই সময়ত বাগানৰ ভিতৰত যি বোৰ হাবি বনৰ ফুল ফুলি থকা দেখা যায় সেই সকলোবোৰ গুটি হোৱাৰ আগতে শিপাৰে সৈতে উভালি পেলাই বাহিৰত জমা কৰি পচন সাৰ বনোৱাৰ চেষ্টা কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। এবিঘা মাটিৰ বাবে ৫০০ গ্রামৰ পৰা ৬০০ গ্রাম বীজৰ আৱশ্যক। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 22-02-2024 11:30:00 SCHEDULED
3050 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২১ তারিখ থেকে ফেব্রুয়ারী মাসের ২৭ তারিখ পর্যন্ত আকাশ মূলত পরিষ্কার ও আংশিক মেঘলা থাকবে তবে ২৩ এবং ২৪ তারিখ হাল্কা বৃষ্টিপাতের সম্ভনা আছে এবং বাকি দিন গুলিতে বৃষ্টিপাত হওয়ার কনো সম্ভবনা নেই বলে অনুমান করা হচ্ছে। দিনের সবোর্চ্চ তাপমাত্রা ২৩ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড । বাতাসের গতিবেগ গড়ে ৫ থেকে ১৬ কিমি প্রতি ঘণ্টায় দক্ষিণ পশ্চিম দিক থেকে প্রবাহিত হবে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৫% থেকে ৪৫% ,। মাটির নিচের ১০সেমি থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.২ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৭.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । চা বাগানের মাটি পরীক্ষার রিপোর্ট পেয়ে থাকলে মাটির পি এইচ (pH) ঠিক করতে ডলোমাইট বা চুন ব্যবহার করুন ।বাগানের পোকামাকড় নিয়ন্ত্রনের জন্য পি পি সি কোড অনুমোদিত কীটনাশক ব্যবহার করুন। চা বাগানে নিশিদ্ধ করা হয়েছে এমন কীটনাশক ব্যবহার করবেন না এই সময়ে বাগানের লাল পোকা দেখা দিলে স্পট স্প্রে করুন । এবং প্রয়োজন মাফিক জল সেচ দিন ।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 22-02-2024 12:00:00 SCHEDULED