Message Schedule List : 9701
S. No. Message Language Created By Date Time Status Action
3361 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২, ৬ আৰু ৭ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণ আৰু ৩ ফেব্ৰুৱাৰীত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ১৭-২২ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
3362 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১৩ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
3363 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ, ২০২৪ বতৰ সামান্যৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ২ আৰু ৩ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৩ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৮০% আৰু ৩৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP কৰা section বোৰৰ Bush hygiene treatmentৰ ওপৰত যথেষ্ট চকু দিব লাগে , পাৰিলে ৬ কিলোগ্ৰাম কাপোৰ ঢোৱা চৌদা আৰু লগতে ৩ কিলোগ্ৰাম চূন ১০০ লিটাৰ পানীত মিহলাই চাহ গছ জোপাৰ ডাল আৰু গুৰিত ভালকৈ স্প্ৰে কৰিব লাগে । গোটেই বাগান খনৰ নলা বোৰ চাফা কৰি কমেও ৩ ফুট দ কৰি পানী যাতে ওলাই গৈ ডাঙৰ নলাত পৰি বাহিৰৰ খাৱৈ বা জান-জুৰিত পৰে তাৰ ব্যৱস্হা কৰিব লাগে । নলা খন্দা মাটি বোৰ সমানকৈ মেলি দিব লাগে যাতে পানী জমা নহয় । • মাটি পৰীক্ষা কৰি যদি Ph 4.5ৰ তলত পাইছে , তেতিয়া হলে এই LP বাগান বোৰত এই সময়ত Dolomite @ 250-260কেজি প্ৰতি বিঘাত সমানকৈ চটিয়াই দিব লাগে । • মাটি পৰীক্ষা কৰি organic matter যদি ১%তকৈ কম আছে তেতিয়া কেচুসাৰ @ ২৫০ কেজি প্ৰতি বিঘা মাটিত চটিয়াই কোৰেৰে মাটিৰ লগত মিহলাই দিব লাগে । এই সকলোবোৰ কাম ফেব্ৰুৱাৰী মাহৰ ভিতৰত শেষ হোৱা উচিত । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 01-02-2024 08:00:00 SCHEDULED
3364 નમસ્કાર સોલીડારીડાડ , વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇનડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૩૧ જાન્યુઆરી, ૨૦૨૪ થી ૬ ફેબ્રુઆરી, ૨૦૨૪ દરમિયાન તાપમાન ૧૨ થી ૨૯ સેલ્સિયસ અને પવનની ગતિ ૧૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વરસાદની કોઈ શક્યતા નથી.આ હવામાનને ધ્યાને લઈ જીરા પાકમો કાળિયો રોગ આવવાની સંભાવના હોઈ તેને અટકાવવા માટે મેનકોજેબ ૦.૨૫ ટકા (ડાયથેમ એમ-૪૫) ૩૦ ગ્રામ દવા ૧૦ લિટર પાણીમો ભેળવી પાક ઉપર છંટકાવ કરવો. Hindi Gujrat 31-01-2024 18:32:00 SCHEDULED
3365 નમસ્કાર સોલીડારીડાડ , વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇનડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૩૧ જાન્યુઆરી, ૨૦૨૪ થી ૬ ફેબ્રુઆરી, ૨૦૨૪ દરમિયાન તાપમાન ૧૨ થી ૨૯ સેલ્સિયસ અને પવનની ગતિ ૧૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વરસાદની કોઈ શક્યતા નથી.આ હવામાનને ધ્યાને લઈ રાઈ પાકમો મોલોમશી ઉપદ્રવ થવાની સંભાવના હોઈ તેના નિયંત્રણ માટે શોષક પ્રકારની જંતુનાશક દવા ફોસફામિડોન ૩ મીલીલિટર દવા ૧૦ લિટર પાણીમો ભેળવી છંટકાવ કરવો. Hindi Gujrat 31-01-2024 17:55:00 SCHEDULED
3366 નમસ્કાર સોલીડારીડાડ , વોડાફોન આઈડિયા ફાઉન્ડેશન અને ઇનડસ ટાવરના વાણી સંદેશમાં આપનું હાર્દિક સ્વાગત છે. આપના વિસ્તારમાં ગોઠવેલ હવામાન સ્ટેશનની માહિતીના આધારે તારીખ ૩૧ જાન્યુઆરી, ૨૦૨૪ થી ૬ ફેબ્રુઆરી, ૨૦૨૪ દરમિયાન તાપમાન ૧૨ થી ૨૯ સેલ્સિયસ અને પવનની ગતિ ૧૧ કિલોમીટર પ્રતિ કલાક રહેવાની સંભાવના છે.વરસાદની કોઈ શક્યતા નથી.આ હવામાનને ધ્યાને લઈ રાઈ પાકમો મોલોમશી ઉપદ્રવ થવાની સંભાવના હોઈ તેના નિયંત્રણ માટે શોષક પ્રકારની જંતુનાશક દવા ફોસફામિડોન ૩ મીલીલિટર દવા ૧૦ લિટર પાણીમો ભેળવી છંટકાવ કરવો. Hindi Gujrat 31-01-2024 17:55:00 SCHEDULED
3367 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Nagoniya जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 January - 5 February के दौरान दिन में 25 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 31-01-2024 16:25:00 SCHEDULED
3368 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Anwalikalan जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 January - 5 February के दौरान दिन में 25 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 31-01-2024 16:22:00 SCHEDULED
3369 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Bagher जिला Jhalawar ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 January - 5 February के दौरान दिन में 24 और रात में 13 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 31-01-2024 16:20:00 SCHEDULED
3370 वोडाफोन आईडिया फाउंडेशन, इंडस टावर एवं Solidaridad द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है। किसानों के लिए सम-सामयिक सलाह, ग्राम Khumariya जिला Bundi ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह: 30 January - 5 February के दौरान दिन में 25 और रात में 14 डिग्री सेल्सियस ताप क्रम रहने का अनुमान है। गेहूं की फसल मे बाली मे दूध भरने की अवस्था मे सिंचाई बहुत ही आवश्यक होती है,जिससे दानों का भराव अच्छे से होता है। इस अवस्था मे 13 अनुपात 00 अनुपात 45 NPK 5 ग्राम प्रति लीटर पानी साथ में उपयोग लाभदायक होता है। प्याज़; लहसुन मे इस समय मौसम मे बहुत ज्यादा उतार चढ़ाव से फफूंद जनित रोगों की अत्यधिक समस्या आ रही है मेंटलेक्सील मैनकोज़ेब 2 दशमलो 5 ग्राम प्रति लीटर पानी मे स्प्रे करे। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065005054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें । अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें । Hindi Rajasthan User 31-01-2024 16:18:00 SCHEDULED