Message Schedule List : 9627
S. No. Message Language Created By Date Time Status Action
771 জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক ঔষধ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-09-2024 10:00:00 SCHEDULED
772 জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪, বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১১ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক ঔষধ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-09-2024 10:00:00 SCHEDULED
773 Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். செப்டம்பர் மாதம் 4ம் தேதி முதல் 10ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 8.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 26.5 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 19.6 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற செப்டம்பர் மாதம் 11ம் தேதி முதல் 17ம் தேதி வரை வானம் மேகமூட்டத்துடன் காணப்படும். லேசானது முதல் மிதமான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 27 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18 முதல் 20 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 70 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 6 முதல் 15 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். இந்த மாதம் உரமிடுவதற்கு சரியான தருணம் ஆகும். ஒரு ஏக்கர் தோட்டத்திற்கு Urea 100 கிலோ மற்றும் 50 கிலோ MOP கலந்து இட வேண்டும். தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் ஆகும். மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். மட்டம் உடைப்பதற்கு தயாராக உள்ள தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். நீலகிரியில் உள்ள சில பகுதிகளில் கொப்புள நோயின் தாக்கம் இந்த மாதத்தில் காணப்படலாம். இவ்வாறு காணப்பட்டால் ஒரு இலையில் ஒன்று அல்லது இரண்டு கொப்பளங்கள் உள்ளபோதே மருந்து தெளிக்க ஆரம்பிக்க வேண்டும். ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு காண்டாப் (Contaf) 80 மி. லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பான் (Wetting Agent) (அல்லது) டில்ட் 50 மி லிட்டர் + காப்பர் ஆக்ஸி குளோரைடு 85 கிராம் + 40 மி லிட்டர் நனைப்பானை விசைதெளிப்பான் மூலம் 40 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் இருவரிசையும், கைத்தெளிப்பான் மூலம் 80 லிட்டர் தண்ணீருடன் கலந்து இருபுறமும் ஒருவரிசையும் தெளிக்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 12-09-2024 10:10:00 SCHEDULED
774 জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল। ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক ঔষধ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-09-2024 10:00:00 SCHEDULED
775 জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে ১৪ৰ পৰা ১৬ ছেপ্টেম্বৰলৈ পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক ঔষধ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-09-2024 10:00:00 SCHEDULED
776 জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station)পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩৩-৩৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৬-২৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৫ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক ঔষধ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-09-2024 10:00:00 SCHEDULED
777 জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪) চলিদাৰীডেড ৰ প্রিয় ক্ষুদ্ৰ চাহ খেতিয়ক সকল । ভি আই স্মাৰ্ট কৃষি ( VI Smart Agri) পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত স্বয়ংক্ৰিয় বতৰ বিজ্ঞান কেন্দ্ৰৰ (Automatic Weather Station) পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১২ৰ পৰা ১৮ ছেপ্টেম্বৰলৈ, ২০২৪ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩০-৩৪ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯৮ % আৰু ৭০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক ঔষধ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • নিৰপেক্ষ বতৰৰ পৰিস্থিতিত Foliar spraying কৰিব পাৰে। তাৰ বাবে ১% urea , MOP আৰু Zinc sulphate, ১০০ লিটাৰ পানীত মিহলাই ৰাতিপুৱা আৰু আবেলিৰ সময়ত ১৫ দিনৰ মূৰে মূৰে spray কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 12-09-2024 10:00:00 SCHEDULED
778 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ১১ই সেপ্টেম্বর থেকে ১৭ ই সেপ্টেম্বর অবধি আকাশ আংশিক মেঘলা থাকবে ও হাল্কা ধ`রনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮ % থেকে ৬০% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৪ থেকে ১১ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২৮.৬ ডিগ্রি সেণ্টিগ্রেড থেকে ২৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ২৫.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে রেডস্পাইডারের উপদ্রব দেখা দিলে ফেনপাইরোক্সিমেট ৬৭ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । কুশী বৃদ্ধির জন্য পাতা তোলার পর এক রাউন্ড বায়োজাইম (লিকুইড) ২৫০ মিলি + ইউরিয়া ১ কেজী+এম ও পি ১ ১০০ লিটার জলে মিশিয়ে স্প্রে করতে পারেন।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 12-09-2024 12:00:00 SCHEDULED
779 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ১১ই সেপ্টেম্বর থেকে ১৭ ই সেপ্টেম্বর অবধি আকাশ আংশিক মেঘলা থাকবে ও হাল্কা ধ`রনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৮ % থেকে ৬৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ৩১.১ ডিগ্রি সেণ্টিগ্রেড থেকে ২৯.৬ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৫.২ শতাংশ থাকবে বলে অনুমান করা হচ্ছে। চা বাগানে রেডস্পাইডারের উপদ্রব দেখা দিলে ফেনপাইরোক্সিমেট ৬৭ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । কুশী বৃদ্ধির জন্য পাতা তোলার পর এক রাউন্ড বায়োজাইম (লিকুইড) ২৫০ মিলি + ইউরিয়া ১ কেজী+এম ও পি ১ ১০০ লিটার জলে মিশিয়ে স্প্রে করতে পারেন।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 12-09-2024 12:00:00 SCHEDULED
780 সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে ,আগামী ১১ই সেপ্টেম্বর থেকে ১৭ ই সেপ্টেম্বর অবধি আকাশ আংশিক মেঘলা থাকবে ও হাল্কা ধ`রনের বৃষ্টিপাত হওয়ার সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩১ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড থাকবে বলে অনুমান করা হচ্ছে । সকাল এবং বিকালের বাতাসের আপেক্ষিক আদ্রতা ৯৭ % থেকে ৬৫% থাকবে বলে অনুমান করা হচ্ছে । বাতাস প্রধানত উত্তর পূর্ব দিক থেকে প্রবাহিত হবে যার গতিবেগ গড়ে ৫ থেকে ১২ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । চা বাগানে রেডস্পাইডারের উপদ্রব দেখা দিলে ফেনপাইরোক্সিমেট ৬৭ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । কুশী বৃদ্ধির জন্য পাতা তোলার পর এক রাউন্ড বায়োজাইম (লিকুইড) ২৫০ মিলি + ইউরিয়া ১ কেজী+এম ও পি ১ ১০০ লিটার জলে মিশিয়ে স্প্রে করতে পারেন।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ। Bengali West Bengal 12-09-2024 12:00:00 SCHEDULED