Message Schedule List : 9833
S. No. | Message | Language | Created By | Date | Time | Status | Action |
---|---|---|---|---|---|---|---|
7971 | ಆತ್ಮೀಯ ಬೆಳಗಾವಿ ಜಿಲ್ಲೆಯ ರೈತ ಮಿತ್ರರೇ , ಫೆಬ್ರುವರಿ 13 ರಿಂದ 19 ರವರೆಗೆ ಬೆಳಗಾವಿ ಜಿಲ್ಲೆಯಲ್ಲಿ ಬಿಸಿಲು ಇನ್ನೂ ಸ್ವಲ್ಪ ಹೆಚ್ಚಾಗಲಿದೆ. ದಿನದ ಗರಿಷ್ಠ ತಾಪಮಾನವು 33 ರಿಂದ 35 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಮತ್ತು ರಾತ್ರಿಯ ಕನಿಷ್ಠ ತಾಪಮಾನವು 14 ರಿಂದ 16 ಡಿಗ್ರಿ ಸೆಂಟಿಗ್ರೇಡ್ ವರೆಗೆ ಇರುತ್ತದೆ. ಇದರಿಂದಾಗಿ ವಾಯುಮಂಡಲದಲ್ಲಿ ಆರ್ದತೆಯು ಶೇಕಡಾ 14 ರಿಂದ 53ರ ವರೆಗೆ ಇರಲಿದೆ. ಈ ವಾರದಲ್ಲಿ ಶುಭ್ರ ಆಕಾಶ ಇರಲಿದ್ದು ಒಣ ಹವೆ ಮುಂದುವರೆಯುತ್ತದೆ. ಈ ವಾರದಲ್ಲಿ ಪೂರ್ವ ಮತ್ತು ಉತ್ತರ ದಿಕ್ಕಿನಿಂದ 2 ರಿಂದ 20 ಕಿ ಮೀ ಪ್ರತೀ ಗಂಟೆಯ ವೇಗದಲ್ಲಿ ಗಾಳಿ ಬೀಸುತ್ತದೆ ವಾತಾವರಣದಲ್ಲಿ ಉಷ್ಣತೆಯ ಏರಿಕೆಯಿಂದ ಹಾಗೂ ಒಣ ಹವೆಯಿಂದಾಗಿ ಹೊಲದಲ್ಲಿ ಬಾಷ್ಪೀಕರಣದಿಂದಾಗಿ ಹೊಲ ಒಣಗುತ್ತದೆ. ಆದ್ದರಿಂದ ಹೊಲದಲ್ಲಿ ತೇವಾಂಶವನ್ನು ಕಾಪಾಡಿಕೊಳ್ಳಿ. ನೀರಾವರಿ ಮಾಡುವ ಮೊದಲು, ಮಣ್ಣಿನ ತೇವಾಂಶ ಸೂಚಕವನ್ನು ಬಳಸಿ ತೇವಾಂಶದ ಪ್ರಮಾಣವನ್ನು ಅಳೆಯಬಹುದು ಮತ್ತು ಅದಕ್ಕೆ ಅನುಗುಣವಾಗಿ ಬೇರುಗಳ ಬಳಿ ನೀರಾವರಿ ಮಾಡಬಹುದು. ತಡವಾಗಿ ಬಿತ್ತಿದ ಕಬ್ಬಿನಲ್ಲಿ ಕಾಂಡ ಕೊರಕ ಮತ್ತು ತುಕ್ಕು ಬಾಧೆ ಹೆಚ್ಚಾಗಿದ್ದರೆ ಕಬ್ಬು ಬಿತ್ತನೆ ಮಾಡಬೇಡಿ ಈ ಹಿಂದೆ ಬಿತ್ತಿದ ಕಬ್ಬಿನ ಅವಧಿ 70-90 ದಿನಗಳಾಗಿದ್ದರೆ ಪ್ರತಿ ಎಕರೆಗೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಗಿಡಗಳ ಬೇರಿನ ಬಳಿ ಹಾಕಬೇಕು. ರಟೂನ್ ಬೆಳೆಗೆ ಎರಡು ತಿಂಗಳಾಗಿದ್ದರೆ ನೀವು ಅದರ ಬುಡಕ್ಕೆ ಗೊಬ್ಬರವನ್ನು ಹಾಕಿದ್ದರೆ, ಅದಕ್ಕೆ ಎಕರೆಗೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಬೇರುಗಳ ಬಳಿ ಹಾಕಿ ಲಘು ನೀರಾವರಿ ಮಾಡಿ.. ಈ ಸಮಯದಲ್ಲಿ ಅಧಿಕ ತಾಪಮಾನದಿಂದಾಗಿ ಚಿಗುರು ಕೊರಕ ರೋಗ ಕಾಡುವ ಸಂಭವವಿದ್ದು ಅದನ್ನು ಹತೊಟಿಗೆ ತರಲು ಎಕರೆಗೆ 150 ಮಿಲಿ ಕೊರಜೆನ್ ಅನ್ನು 400 ಲೀಟರ್ ನೀರಿಗೆ ಬೆರೆಸಿ ಬೇರುಗಳ ಬಳಿ ಹಾಕಬೇಕು . ಈ ವೇಳೆ ಕಬ್ಬಿನ ಗದ್ದೆಗಳಲ್ಲಿ ತುಕ್ಕು ರೋಗದ ಲಕ್ಷಣಗಳು ಕಂಡುಬಂದರೆ ಸಕ್ಕರೆ ಕಾರ್ಖಾನೆಯ ಅಧಿಕಾರಿಗಳನ್ನು ಸಂಪರ್ಕಿಸಿ. ಕಬ್ಬಿನ ಕಟಾವು ನಂತರ ಸಿಪ್ಪೆಯನ್ನು ಹೊಲದಲ್ಲಿಯೇ ಹರಡಿ ಒಣಗಲು ಬಿಡಿ, ಇದರಿಂದ ನಿಮ್ಮ ಹೊಲದಲ್ಲಿಯೇ ಉತ್ತಮವಾದ ಸಾವಯವ ಗೊಬ್ಬರ ತಯಾರಾಗುತ್ತದೆ. ಇದಕ್ಕಾಗಿ ವೇಸ್ಟ ಡಿ-ಕಂಪೊಸರ್ ಅನ್ನು ಕೂಡ ಬಳಕೆ ಮಾಡಬಹುದು. ರಟೂನ್ ಬೆಳೆಗೆ ಎರಡು ತಿಂಗಳಾಗಿದ್ದರೆ ನೀವು ಅದರ ಬುಡಕ್ಕೆ ಗೊಬ್ಬರವನ್ನು ಹಾಕಿದ್ದರೆ, ಅದಕ್ಕೆ 75 ಕೆಜಿ ಯೂರಿಯಾವನ್ನು ಬೇರುಗಳ ಬಳಿ ಎಕರೆಗೆ ಹಾಕಿ ಲಘು ನೀರಾವರಿ ಮಾಡಿ.. ಸ್ಮಾರ್ಟ ಅಗ್ರಿ ಕಾರ್ಯಕ್ರಮದ ಹೆಚ್ಚಿನ ಮಾಹಿತಿಗಾಗಿ 9205021814 ನ್ನು ಸಂಪರ್ಕಿಸಿ. ಈ ಸಂದೇಶವನ್ನು ಮತ್ತೆ ಪುನಃ ಕೇಳಲು 7065-00-5054 ನ್ನು ಸಂಪರ್ಕಿಸಿ. | Kannada | Karnataka | 10-02-2023 | 10:00:00 | SCHEDULED |
|
7972 | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 09-02-2023 | 08:03:00 | SCHEDULED |
|
7973 | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 09-02-2023 | 08:01:00 | SCHEDULED |
|
7974 | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assamese | Assam | 09-02-2023 | 08:00:00 | SCHEDULED |
|
7975 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৬ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 09-02-2023 | 08:00:00 | SCHEDULED |
|
7976 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৯ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৫ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। • প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত কেৱল UPআৰু LOS বাগানত অব্যাহত ৰাখিব পাৰে। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে জিকাৰ কিছুমান জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar), আদি বীজ সিঁচা কার্য্যৰ বাবে সংগ্ৰহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় জানুৱাৰী (January) মাহৰ পৰা মে (May) মাহৰ ভিতৰত। বীজবোৰ শাৰীৰ মাজত ১.৫ মি.ৰ পৰা -২.৫ মি. আৰু গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মি ব্যাবধান ৰাখি সিঁচিব লাগে। • কৃষক সকলে তিতা কেৰেলাৰ বীজ সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। ইয়াৰ বীজ সিঁচাৰ উপযুক্ত সময় ফেব্ৰুৱাৰী (February) মাহৰ পৰা মাৰ্চ (March) মাহৰ ভিতৰত।তিতা কেৰেলাৰ অনুমোদিত বা কিছুমান স্থানীয় জাত কৃষকসকলে বীজ সিঁচাৰ বাবে সংগ্ৰহ কৰিব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 09-02-2023 | 08:00:00 | SCHEDULED |
|
7977 | 09/02/2023--Jharbaragila :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১১ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় , থাকবে বলে অনুমান করা হচ্ছে। এই সময় বাগানের নতুন কুশি পাতাতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন বাগানে নালা কাটা বা পরিষ্কার করার কাজ শেষ করে দিন। বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 09-02-2023 | 12:00:00 | SCHEDULED |
|
7978 | 09/02/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১১ ডিগ্রি সেন্টিগ্রেড থেকে ১৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৬.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৭ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.০ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এই সময় বাগানের নতুন কুশি পাতাতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন বাগানে নালা কাটা বা পরিষ্কার করার কাজ শেষ করে দিন। বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 09-02-2023 | 12:00:00 | SCHEDULED |
|
7979 | 09/02/2023--Jaburapara :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৮ কিমি প্রতি ঘণ্টায় , থাকবে বলে অনুমান করা হচ্ছে । ।এই সময় বাগানের নতুন কুশি পাতাতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন বাগানে নালা কাটা বা পরিষ্কার করার কাজ শেষ করে দিন। বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 09-02-2023 | 12:00:00 | SCHEDULED |
|
7980 | 09/02/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ১৪ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১১ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১২.৭ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এই সময় বাগানের নতুন কুশি পাতাতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন বাগানে নালা কাটা বা পরিষ্কার করার কাজ শেষ করে দিন। বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 09-02-2023 | 12:00:00 | SCHEDULED |
|