Message Schedule List : 9833
S. No. Message Language Created By Date Time Status Action
8041 26/01/2023--Jaburapara :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ৩১ তারিখ অবধি আকাশ পরিষ্কার থাকবে আংশিক মেঘাছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর -পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৬ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার শুরু করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-01-2023 12:00:00 SCHEDULED
8042 26/01/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ৩১ তারিখ অবধি আকাশ পরিষ্কার থাকবে ,আংশিক মেঘাছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৩ ডিগ্রি সেন্টিগ্রেড থেকে ১৭ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৭ থেকে ১২ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৪.৭ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৩ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৩ শতাংশ এবং মাটির নীচের ৪০ সেন্টিমিটারের আদ্রতা ৪.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-01-2023 12:00:00 SCHEDULED
8043 26/01/2023--Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ৩১ তারিখ অবধি আকাশ হাল্কা মেঘাছন্ন ও মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৯ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৫ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৫ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৪.৭ ডিগ্রি সেণ্টিগ্রেড থেকে ১৫.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৯ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । Bengali West Bengal 26-01-2023 12:00:00 SCHEDULED
8044 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 26-01-2023 08:00:00 SCHEDULED
8045 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 26-01-2023 08:00:00 SCHEDULED
8046 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৬-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assamese Assam 26-01-2023 08:00:00 SCHEDULED
8047 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। ৩১ জানুৱাৰীত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১২কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 26-01-2023 08:00:00 SCHEDULED
8048 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২৬ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। ৩১ জানুৱাৰীত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। গতিকে, বাগান বোৰত প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • পুলি বাগিচাত মাল্চিং কৰি ৰাখিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • এই সময়ত soil samples লোৱাাটো খুব আবশ্যক । যি সকলে লোৱা নাই অতি সোনকালে লব লাগে আৰু soil testing ৰ বাবে পঠাব লাগে । অন্যান্য শস্যৰ বাবে: • জলকীয়া খেতিৰ বাবে মাটি প্ৰস্তুত কৰাৰ সময়ত গোৱৰ বা জৈৱিক সাৰ প্ৰয়োগ কৰি ভালদৰে মাটি চহায় সমান কৰি লব লাগে। ভালকৈ পানী ওলাই যোৱা বালিচহীয়া মাটি জলকীয়া খেতিৰ বাবে উপযুক্ত। মাটি প্ৰস্তুতি কৰা পিছত কৃষক সকলে কিছু জাত যেনে- পুচা জ্বালা (Pusa Jwala), এন. পি. ৪৬ এ (N-P46 A), আৰু লকেল জাত যেনে- খোৰিকা (Khorika), সূৰ্য্যমুখী (Suryamukhi) আৰু কৃষ্ণা (Krishna) আদি সংগ্ৰহ কৰিব পাৰে। • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assamese Assam 26-01-2023 08:00:00 SCHEDULED
8049 1 kg urea + 1 kg MOP + 200 ml Green Miracle கலந்த கலவையை 100 லிட்டர் தண்ணீருடன் கலந்து ஒரு ஏக்கருக்கு செடிகளில் நன்றாக நனையும்படி தெளிப்பதன் மூலம் தேயிலை செடியை வறட்சியின் பிடியிலிருந்து பாதுகாக்க முடியும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 26-01-2023 10:30:00 SCHEDULED
8050 இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Tamil Nadu 26-01-2023 10:15:00 SCHEDULED