Message Schedule List : 9833
S. No. | Message | Language | Created By | Date | Time | Status | Action |
---|---|---|---|---|---|---|---|
8241 | 15/12/2022--Jaburapara :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের মাধ্যমে পূর্বাভাষ অনুসারে আগামী ২০ শে ডিসেম্বর অবধি আকাশ মুলত পরিষ্কার এবং কিছু জায়গায় হাল্কা মেঘাচ্ছন্ন থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রি সেন্টিগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৪ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৮৫% এবং ৪০% , বাতাসের গতিবেগ গড় ২ থেকে ৮ কিমি প্রতি ঘণ্টায় এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । । এখন বাগানে এল পি , ডি এস ,এবং এম এস শুরু করতে পারেন । কাটার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড স্প্রে করে দিন । কে সি ও বা খুলনি করার সময় কেবল মাত্র বাঞ্জি ডাল এবং ঝুল ডাল বের করে দিন ।এল ও এস ,ও এল এস মাসের শেষের দিকে করবেন । আনপ্রুন ,এল ও এস এবং এল এস বাগানে এম ও পি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি করে ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করে যান । মাটির ধরন অনুয়ায়ী জলসেচ দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 15-12-2022 | 12:00:00 | SCHEDULED |
|
8242 | 15/12/2022--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের মাধ্যমে পূর্বাভাষ অনুসারে আগামী ২০ শে ডিসেম্বর অবধি আকাশ মুলত পরিষ্কার এবং কিছু জায়গায় হাল্কা মেঘাচ্ছন্ন থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রি সেন্টিগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৪ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০% , বাতাসের গতিবেগ গড় ২ থেকে ৮ কিমি প্রতি ঘণ্টায় এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । । এখন বাগানে এল পি , ডি এস ,এবং এম এস শুরু করতে পারেন । কাটার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড স্প্রে করে দিন । কে সি ও বা খুলনি করার সময় কেবল মাত্র বাঞ্জি ডাল এবং ঝুল ডাল বের করে দিন ।এল ও এস ,ও এল এস মাসের শেষের দিকে করবেন । আনপ্রুন ,এল ও এস এবং এল এস বাগানে এম ও পি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি করে ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করে যান । মাটির ধরন অনুয়ায়ী জলসেচ দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 15-12-2022 | 12:00:00 | SCHEDULED |
|
8243 | 15/12/2022--Baukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ২০ শে ডিসেম্বর অবধি আকাশ হাল্কা মেঘাচ্ছন্ন থাকবে এবং মূলত পরিষ্কার থাকবে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৭ ডিগ্রি সেন্টিগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৪ ডিগ্রি সেন্টিগ্রেড থেকে ১৬ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতিবেগ গড় ২ থেকে ৮ কিমি প্রতি ঘণ্টায় এবং বৃষ্টি পাতের স্মভবনা নেই বলে অনুমান করা হচ্ছে । এখন বাগানে এল পি , ডি এস ,এবং এম এস শুরু করতে পারেন । কাটার ৪৮ ঘণ্টার মধ্যে ফাঙ্গিসাইড স্প্রে করে দিন । কে সি ও বা খুলনি করার সময় কেবল মাত্র বাঞ্জি ডাল এবং ঝুল ডাল বের করে দিন ।এল ও এস ,ও এল এস মাসের শেষের দিকে করবেন । আনপ্রুন ,এল ও এস এবং এল এস বাগানে এম ও পি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি করে ১০০ লিটার জলে মিশিয়ে ১৫ থেকে ২০ দিন অন্তর স্প্রে করে যান । মাটির ধরন অনুয়ায়ী জলসেচ দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | Bengali | West Bengal | 15-12-2022 | 12:00:00 | SCHEDULED |
|
8244 | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 15-12-2022 | 08:00:00 | SCHEDULED |
|
8245 | ஒரு ஏக்கர் கொண்ட தோட்டத்திற்கு 120 kgs of Ammonium Sulphate + 30 kgs of MOP = 150 kgs per acre பரப்பி விடுதல் உகந்தது 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் | Tamil | Tamil Nadu | 15-12-2022 | 10:30:00 | SCHEDULED |
|
8246 | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 15-12-2022 | 08:00:00 | SCHEDULED |
|
8247 | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১১-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 15-12-2022 | 08:00:00 | SCHEDULED |
|
8248 | தேயிலை தோட்டம் களைகள் இல்லாமல் இருத்தல் அவசியம் மண்வெட்டியை கொண்டு களை எடுத்தலை தவிர்க்க வேண்டும் ஏனெனில் இவ்வாறு செய்யும் பொழுது மேல் மண்ணை இழக்க நேரிடும் களைக்கொல்லியை பயன்படுத்தி களையை கட்டுப்படுத்தும் பொழுது 10 லிட்டர் தண்ணீருக்கு 50 மி லிட்டர் கிளைசல் + 50 கிராம் கயோலின் பவுடர் + 10 மி லிட்டர் நனைப்பான் (இது இன்ட்ரான் மற்றும் டிரைடான் என்ற வியாபார பெயால் கிடைக்கிறது) சேர்த்து தெளித்து கட்டுப்படுத்தலாம். 500 மி லிட்டர் கிளைசல் + 500 கிராம் கயோலின் பவுடர் + 100 மி லிட்டர் நனைப்பானை 100 லிட்டர் தண்ணீருடன் கலந்து கை தெளிப்பான் மூலம் ஒரு ஏக்கருக்கு தெளிப்பதன் மூலம் களைகளை கட்டுப்படுத்தலாம். 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம் | Tamil | Tamil Nadu | 15-12-2022 | 10:00:00 | SCHEDULED |
|
8249 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 15-12-2022 | 08:00:00 | SCHEDULED |
|
8250 | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৫ৰ পৰা ২১ ডিচেম্বৰলৈ বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থাকিব আৰু বৰষুণ অহা সম্ভাৱনা নাই। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৬ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮৫% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP বাগান বোৰত Pruningত বেছিকৈ মনোযোগৰ প্ৰয়োজন। সাধাৰণতে LP ডালটো ৫ চে.মি.তকৈ ডাঠ হ’ব নালাগে আৰু কাটি লোৱা অংশ পূৰ্বৰ LP স্তৰৰ ৫ চে.মি.ৰ ওপৰত হব লাগে। কটাৰ পিছত ডালবোৰ কোনো কাৰণতে ফাটি যাব নালাগে। ডাল বোৰত Pruning কৰাৰ পিছত অতি কমেও ৪৮ ঘণ্টাৰ ভিতৰত Copper fungicide স্প্ৰে কৰিব লাগে। • ডিচেম্বৰ আৰু জানুৱাৰী মাহত UP / LOS বাগান বোৰত ১ কিলোগ্ৰাম MOP আৰু ১ কিলোগ্ৰাম মেগনেছিয়াম ছালফেট (Magnesium Sulphate) একেলগে ১০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে । • বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ বাবে পাতলীয়া জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে। অন্যান্য শস্যৰ বাবে: • বতৰ অনুকূল হোৱাৰ বাবে বেঙেনাৰ গছত এই সময়ত ব্লাইট (Blight) ৰোগ হোৱা পৰিলক্ষিত হব পাৰে। নিয়ন্ত্ৰণ কৰিবলৈ Vitavax দৰৱৰ ১ গ্রাম প্রতি লিটাৰ পানীত মিহলাই স্প্রে কৰিব লাগে। • শাক-পাচলী খেতিত শস্যৰ মাজৰ খালি ঠাইখিনিত Mulching অৰ্থাত প্লাষ্টিক বা ধানৰ খেৰৰে মাটি ডৰা ঢাকি দিব লাগে। ই মাটিৰ আৰ্দ্ৰতা সংৰক্ষণ আৰু অপতৃণৰ বৃদ্ধি ৰোধ কৰিবলৈ সহায় কৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assamese | Assam | 15-12-2022 | 08:00:00 | SCHEDULED |
|