Message Schedule List : 9701
S. No. Message Language Created By Date Time Status Action
8471 पिछले कुछ दिनों में हुई भारी बारिश से फसल को सुरक्षित रखने के लिए खेत का भ्रमण कर सोयाबीन में जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I सोयाबीन पर चक्र भृंग (गर्डल बीटल )के साथ साथ पत्ती खाने वाली इल्लियों का प्रकोप होने पर इनके नियंत्रंण हेंतु किसानों को सलाह दी जाती है कि वे पूर्व मिश्रित कीटनाशक छिड़काव का स्प्रे करें। थियामेथोक्सम + लैम्ब्डा साइहलोथ्रिन (१२५ मिली/हेक्टेयर) या बीटासीफ्लुथ्रिन + इमिडाक्लोप्रिड (३५० मिली/हेक्टेयर या इमामेक्टीन बेन्जोएट (425 मिलीलीटर / है.) का 500 लीटर पानी के साथ प्रति हेक्टेयर में छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi MP 23-08-2022 10:55:00 SCHEDULED
8472 उड़द की फ़सल जल भराव से बचने के लिए पानी की उचित निकासी की व्यवस्था करें I उड़द की फ़सल पर सफ़ेद मक्खी द्वारा फैलाया जाने वाला पीला मोजाइक रोग की सम्भावना है. अतः सफ़ेद मक्खी की रोकथाम के लिए इमिडाक्लोप्रिड 17.8 एस.एल. @ 0.2 मि.ली./ली.पानी या थायमिथोक्सम 25 डब्ल्यू.जी. @ 100 ग्राम/हेक्टे. का छिड़काव करें I फ़सल में पाउडरी मिल्ड्यू के लक्षण दिखने पर कार्बेन्डाजिम (1 ग्राम/ली.पानी) या घुलनशील सल्फर (4 ग्राम/ली.पानी) का छिड़काव करें.I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Marathi Rajasthan User 23-08-2022 10:20:00 SCHEDULED
8473 प्रिय किसान साथियों, अगस्त माह के चौथे सप्ताह में 22 से 28 तारीख तक लखीमपुर और हरदोई जिले में तापमान में बहुत बदलाव नहीं होगाI इस दौरान न्यूनतम तापमान 27 डिग्री और अधिकतम तापमान 33 डिग्री सेंटीग्रेड तक बना रहेगाI वायुमंडल में नमी 70 से 90 प्रतिशत तक होगीI 22 से 28 अगस्त के दौरान वर्षा की भी सम्भावना हैI इस दौरान तेज हवा के झोंके भी आएंगे जिससे गन्ने के पेड़ों के गिरने की सम्भावना बनेगीI गन्ना गिरने से उसकी पैदावार में 15 से 20 प्रतिशत तक कमी आ सकती है जिससे किसानों की आमदनी घट सकती हैI इससे बचने के लिए गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की तीसरी या चौथी बंधाई भी करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों को उतार कर उसे पौधों की लाइनों में बिछा देंI बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था अवश्य कर लेंI कुछ खेतों में लाल सडन रोग के लक्षण अब स्पस्ट दिखायी दे रहे हैंI ऐसे रोग ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोलें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI बिमारियों के लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI पोक्का बोइंग रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायें यह अगली शरद कालीन गन्ने के लिए खाद का काम करेगीI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Marathi Uttar Pradesh 19-08-2022 09:00:00 SCHEDULED
8474 प्रिय किसान साथियों, अगस्त माह के चौथे सप्ताह में 22 से 28 तारीख तक लखीमपुर और हरदोई जिले में तापमान में बहुत बदलाव नहीं होगाI इस दौरान न्यूनतम तापमान 27 डिग्री और अधिकतम तापमान 33 डिग्री सेंटीग्रेड तक बना रहेगाI वायुमंडल में नमी 70 से 90 प्रतिशत तक होगीI 22 से 28 अगस्त के दौरान वर्षा की भी सम्भावना हैI इस दौरान तेज हवा के झोंके भी आएंगे जिससे गन्ने के पेड़ों के गिरने की सम्भावना बनेगीI गन्ना गिरने से उसकी पैदावार में 15 से 20 प्रतिशत तक कमी आ सकती है जिससे किसानों की आमदनी घट सकती हैI इससे बचने के लिए गन्ने के पौधों पर मिट्टी चढाने और बंधाई का काम प्राथमिकता से करेंI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की तीसरी या चौथी बंधाई भी करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों को उतार कर उसे पौधों की लाइनों में बिछा देंI बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था अवश्य कर लेंI कुछ खेतों में लाल सडन रोग के लक्षण अब स्पस्ट दिखायी दे रहे हैंI ऐसे रोग ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोलें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI बिमारियों के लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI पोक्का बोइंग रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायें यह अगली शरद कालीन गन्ने के लिए खाद का काम करेगीI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Marathi Uttar Pradesh 19-08-2022 08:02:00 SCHEDULED
8475 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৭ পৰা ২৩ আগষ্টলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতলীয়াৰ পৰা পাতলীয় বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩১ °চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৬° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৩২ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯ % আৰু ৭০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১৫ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খাৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেলটিছ বা লুপাৰৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত ঔষধ স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰক । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 18-08-2022 08:30:00 SCHEDULED
8476 জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত অতি পাতলৰ পৰা পাতল বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩৩ °চে.ৰ পৰা ৩৫ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৭ °চে.ৰ পৰা ২৮ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৩৫ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৯% আৰু ৬৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৮ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খাৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেলটিছ বা লুপাৰৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত ঔষধ স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰক । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 18-08-2022 08:30:00 SCHEDULED
8477 জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩২ °চে.ৰ পৰা ৩৬ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খাৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেলটিছ বা লুপাৰৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত ঔষধ স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰক । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 18-08-2022 08:30:00 SCHEDULED
8478 জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৭ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৮ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খাৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেলটিছ বা লুপাৰৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত ঔষধ স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰক । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 18-08-2022 08:30:00 SCHEDULED
8479 জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৬ °চে.ৰ পৰা ২৮° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • পাত তোলা ৰাউণ্ড বাঢ়ি যোৱাৰ সম্ভাৱনা থাকিব পাৰে ৷ গতিকে পাততোলা কাৰ্য্য খিনিৰ ওপৰত চকু ৰাখিব যাতে ই চাহপাতৰ কোৱালিটিৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। • যদি এনে পৰিস্থিতিৰ সৃষ্টি হয়, প্ৰয়োজন অনুসৰি শ্ৰমিকৰ সহায়ত পাততোলা কাৰ্য্য খিনি পুনৰ ৭-৮ দিনৰ ৰাউণ্ডত তুলিব পৰাকৈ চেষ্টা কৰিব ৷ • পাত ছিঙি যোৱাৰ পাছত টেবুলৰ ওপৰত থকা খুটিৰ দৰে ওলাই থকা খাৰি ( stub) বোৰ চোকা কটাৰিৰে কাটি সমান কৰিব লাগে। • হেলোপেলটিছ বা লুপাৰৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ পাততোলা কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পিছত ঔষধ স্প্ৰে কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • মাটিৰ আৰ্দ্ৰতাৰ সুবিধা লৈ কৃষকসকলে আগতীয়াকৈ ফুলকবিৰ বীজ সিঁচিব পাৰে। বীজ সিঁচাৰ কাৰ্য্যৰ বাবে Early Kuwari, Pusa Katki, Pusa Deepali আদি জাত সংগ্ৰহ কৰি নিৰপেক্ষ বতৰৰ পৰিস্থিতিত বীজ ৰোপণ কৰিব পাৰে। শাৰী আৰু গছৰ মাজৰ ব্যৱধান ৪৫ ছেন্টিমিটাৰ * ৪৫ ছেন্টিমিটাৰ হব লাগে। • আগতীয়াকৈ মূলা খেতিৰ বাবে অনুমোদিত প্ৰকাৰৰ বীজ যেনে Pusa Deshi, Pusa Himani, আদি সংগ্ৰহ কৰক । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ১.৩ কেজি। প্ৰতি বিঘাত ২.৬ টন FYM, ৭.৩৫ কেজি Urea, ৪২.০ কেজি SSP আৰু ২২.৭ কেজি MOP সাৰ প্ৰয়োগ কৰিব লাগে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ২-২.৫ গ্ৰাম Carboxin দি শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Marathi Assam 18-08-2022 08:00:00 SCHEDULED
8480 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 80.40 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 25_62% గా ఉంది. అధిక వర్షాలు కురిసాయి కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Marathi Telangana 17-08-2022 11:00:00 SCHEDULED