Message List: 11,307
S.No Message Title Message State Created By Creation Date Status Action
9991 19th Jan23 JAM 19/01/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ২৪ তারিখ অবধি আকাশ মূলত পরিষ্কার থাকবে , আংশিক মেঘাছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪৫ % , বাতাসের গতি দক্ষিণ থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.০ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৫ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.৩ শতাংশ এবং মাটির নীচের ৪০ সেন্টিমিটারের১০.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 18-01-2023 Disable
9992 19th Jan23 JBR 19/01/2023--Jaburapara :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ২৪ তারিখ অবধি আকাশ পরিষ্কার থাকবে আংশিক মেঘাছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১০ ডিগ্রি সেন্টিগ্রেড থেকে ১২ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর - পশ্চিম এবং দক্ষিণ -পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ৬ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার শুরু করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 18-01-2023 Disable
9993 19th Jan23 BB 19/01/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ২৪ তারিখ অবধি আকাশ পরিষ্কার থাকবে ,আংশিক মেঘাছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি উত্তর থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৬ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৪.৯ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৪ শতাংশ এবং মাটির নীচের ৪০ সেন্টিমিটারের আদ্রতা ৪.৪ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 18-01-2023 Disable
9994 19th Jan23 BK 19/01/2023--Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ২৪ তারিখ অবধি আকাশ হাল্কা মেঘাছন্ন ও মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২১ ডিগ্রি সেন্টিগ্রেড থেকে ২৬ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৪.৮ ডিগ্রি সেণ্টিগ্রেড থেকে ১৬.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৯ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন । বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 18-01-2023 Disable
9995 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 19/01/23) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • ফৰ্কিং (Forking) কৰা সময়ত লুপাৰ (Looper) পোকৰ সম্ভাৱ্য আক্ৰমণ হোৱা বাগিচাৰ অংশবোৰত মাটিত থকা লেটাবোৰ সংগ্ৰহ কৰি নষ্ট কৰি দিব লাগে। • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ বেছি হোৱা দেখা গৈছে, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 18-01-2023 Disable
9996 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 19/01/23) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • ফৰ্কিং (Forking) কৰা সময়ত লুপাৰ (Looper) পোকৰ সম্ভাৱ্য আক্ৰমণ হোৱা বাগিচাৰ অংশবোৰত মাটিত থকা লেটাবোৰ সংগ্ৰহ কৰি নষ্ট কৰি দিব লাগে। • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ বেছি হোৱা দেখা গৈছে, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 18-01-2023 Disable
9997 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 19/01/23) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২২-২৭ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • ফৰ্কিং (Forking) কৰা সময়ত লুপাৰ (Looper) পোকৰ সম্ভাৱ্য আক্ৰমণ হোৱা বাগিচাৰ অংশবোৰত মাটিত থকা লেটাবোৰ সংগ্ৰহ কৰি নষ্ট কৰি দিব লাগে। • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ বেছি হোৱা দেখা গৈছে, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 18-01-2023 Disable
9998 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 19/01/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৯ৰ পৰা ২৫ জানুৱাৰীলৈ, ২০২৩ বতৰ সামান্য ভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৩-২৭ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • LP কটা চাহ বাগিচাৰ মাটিবোৰত ফৰ্কিং (Forking) কৰিব লাগে অৰ্থাত মাটি খুচৰি দিব লাগে। এই কাৰ্য্যৰ পিছত মাটি ডৰা সমান কৰি দিব লাগে। • ফৰ্কিং (Forking) কৰা সময়ত লুপাৰ (Looper) পোকৰ সম্ভাৱ্য আক্ৰমণ হোৱা বাগিচাৰ অংশবোৰত মাটিত থকা লেটাবোৰ সংগ্ৰহ কৰি নষ্ট কৰি দিব লাগে। • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ বেছি হোৱা দেখা গৈছে, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • ফুলকবি খেতিত পলু বা অন্যান্য পাত খোৱা কীট-পতংগৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বাবে প্ৰতি লিটাৰ পানীত ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি (Malathion 50 EC) স্প্ৰে কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। • নতুনকৈ ৰোৱা শাক-পাচলীৰ খেতিত এদিনৰ মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা লব পাৰে । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 18-01-2023 Disable
9999 சிவப்பு நிற சிலந்தி நோய் கட்டுப்படுத்துதல் சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 18-01-2023 Disable
10000 கொழுந்து எடுத்தல் இந்த மாதத்தில் 1 ம் மற்றும் 4 ம் வருட தோட்டங்களில் மட்டத்திற்கு இலை எடுக்கலாம். 2 ம் மற்றும் 3 ம் வருட தோட்டங்களில் தாய் இலை விட்டு கொழுந்து எடுத்தல் அவசியமாகும். கத்தி கொண்டு இலை பறிப்பில் ஈடுபடுவதை தவிர்க்க வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். Tamil Nadu Tamil Nadu 18-01-2023 Disable