Message List: 12,220
S.No Message Title Message State Created By Creation Date Status Action
10051 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Betonibaam, 4/05/23) জিলা: ডিব্ৰুগড় (ষ্টেচন: বেটোনিবাম_AWS) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ বেটোনিবামত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ২৫২ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
10052 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibru_Nemupathar, 4/05/23) জিলা: ডিব্ৰুগড় ( ষ্টেচন: নেমুপথাৰ_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ডিব্ৰুগড় জিলাৰ নেমুপথাৰত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩, বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ২৪৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
10053 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Dariabheti, 4/05/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: দৰিয়াভেটি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ দৰিয়াভেটিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২০-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১৭৮ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 03-05-2023 Disable
10054 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (TSK_Rupjan, 4/05/23) জিলা: তিনিচুকীয়া ( ষ্টেচন: ৰূপজান_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। তিনিচুকীয়া জিলাৰ ৰূপজানত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকৰ পৰা সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৬-৩৩ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ২১-২৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৭০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । বিগত এপ্ৰিল মাহত মুঠ ১১৬ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 03-05-2023 Disable
10055 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Darogachuba, 4/05/23) জিলা: ওদালগুৰি ( ষ্টেচন: দাৰোগাচুবা_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ৩১-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২৩-২৫ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫ % আৰু ৫০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ২৪৪ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
10056 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Udal_Amjuli, 4/05/23) জিলা: ওদালগুৰি ( ষ্টেচন: আমজুলি_AWS ) বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৪ৰ পৰা ১০ মে লৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৪ৰ পৰা ১০ মে লৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৯-৩৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ২২-২৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৪-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। বিগত এপ্ৰিল মাহত মুঠ ১৭৫ মি.মি বৰষুণৰ পৰিমাণ লাভ কৰা হৈছে। চাহ খেতিৰ বাবে: • এই সময়ত পৈণত আৰু অপৈণত চাহ গছত First Split Dose সাৰ প্ৰয়োগ কৰিব লাগে। সাৰ প্ৰয়োগৰ বাবে আগতে প্ৰচাৰ কৰা Manuring Chart অনুসৰণ কৰিব লাগিব । • যিহেতু যোৱা কেইদিনমানত যথেষ্ট পৰিমাণৰ বৰষুণ লাভ কৰা হৈছে গতিকে সাৰ প্ৰয়োগে গছৰ উৎপাদনত যথেষ্ট সহায় কৰিব। বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। • বাঞ্জী পাতৰ সমস্যা থকা বাগান বোৰত ইউৰিয়া (Urea) আৰু জিংক ছালফেট (Zinc Sulphate) ৰ মিশ্ৰণ (১%কৈ) বৰষুণমুক্ত সময়ত Foliar স্প্ৰে কৰিব লাগে। • যিবোৰ অঞ্চলত শিলাবৃষ্টিৰ ধুমুহা সংঘটিত হোৱাৰ ফলত চাহৰ জোপোহাত ক্ষতি হোৱা দেখা গৈছে তেনে বাগান বোৰত আঘাতপ্ৰাপ্ত চাহৰ পাত আৰু ডালবোৰ চিনাক্ত কৰি সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ৫০০ গ্ৰাম Copper Fungicide (ভেঁকুৰনাশক) প্ৰতি ২০০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব পাৰে। • শিল বৰষুণত নষ্ট হোৱা DS আৰু LP বাগান বোৰত পুনৰাই টিপিং উচ্চতাত পাত তুলি টেবুলটো সমান কৰিব লাগে । অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বীজ সিঁচাৰ কাৰ্য্য মে মাহলৈকে কৃষকসকলে অনুকূল বতৰ চাই অব্যাহত ৰাখিব পাৰে। জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। • দুটা শাৰীৰ মাজত ১.৫ৰ পৰা ২.৫ মিটাৰ আৰু দুটা গছৰ মাজত ৬০ চে.মি.ৰ পৰা ১.২ মিটাৰ ব্যাবধান ৰাখি বীজবোৰ সিঁচিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 03-05-2023 Disable
10057 03-05-2023 - Kotagiri Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஏப்ரல் மாதம் 26ம் தேதி முதல் மே மாதம் 2ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கோத்தகிரியில் 151.4mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 22.6 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14.4 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 3ம் தேதி முதல் 9ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். 3, 4 மற்றும் 8ம் தேதிகளில் கன முதல் மிக கன மழை பொழிவிற்கு வாய்ப்புள்ளது. மற்ற நாட்களில் மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 18 முதல் 21 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 95 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு மற்றும் தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 6 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். உருளைக்கிழங்கில் களை போட்டியின் முக்கியமான காலம் 60 நாட்கள் வரை இருக்கும். இந்த காலகட்டத்தில் வயலை களைகள் இல்லாமல் வைத்திருப்பது அவசியம் ஆகும். ஸ்டோலன்களுக்கு இடையூறு இல்லாமல் 45-வது நாளில் முதல் மண்வெட்டியையும், 60-வது நாளில் இரண்டாவது மண்வெட்டியையும் பயன்படுத்தி மண் அணைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Nadu Tamil Nadu 03-05-2023 Disable
10058 03-05-2023 - Coonoor Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஏப்ரல் மாதம் 26ம் தேதி முதல் மே மாதம் 2ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள குன்னுரில் 132.2mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 23 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 13.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 3ம் தேதி முதல் 9ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். 3 ம் தேதி முதல் 5ம் தேதி வரை கன முதல் மிக கன மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 18 முதல் 22 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 14 முதல் 15 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 80 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது வடகிழக்கு திசையில் மணிக்கு சுமார் 2 முதல் 6 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். உருளைக்கிழங்கில் களை போட்டியின் முக்கியமான காலம் 60 நாட்கள் வரை இருக்கும். இந்த காலகட்டத்தில் வயலை களைகள் இல்லாமல் வைத்திருப்பது அவசியம் ஆகும். ஸ்டோலன்களுக்கு இடையூறு இல்லாமல் 45 வது நாளில் முதல் மண்வெட்டியையும், 60 வது நாளில் இரண்டாவது மண்வெட்டியையும் பயன்படுத்தி மண் அணைத்தல் வேண்டும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Nadu Tamil Nadu 03-05-2023 Disable
10059 03-05-2023 - Gudalur Solidaridad மற்றும் Vodafone நிறுவனம் இணைந்து செயல்படுத்தும் Smart Agri Project மூலமாக பின்வரும் செய்தியினை பதிவு செய்கின்றோம். ஏப்ரல் மாதம் 26ம் தேதி முதல் மே மாதம் 2ம் தேதி வரை நீலகிரி மாவட்டத்தில் உள்ள கூடலூரில் 18mm மழை பொழிவானது பதிவாகியுள்ளது. அதிக பட்ச வெப்பநிலையானது 30.4 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 18.9 degree celsius ஆகவும் பதிவாகியுள்ளது. வருகின்ற மே மாதம் 3ம் தேதி முதல் 9ம் தேதி வரை வானம் லேசான மேகமூட்டத்துடன் காணப்படும். மிக லேசானது முதல் லேசான மழை பொழிவிற்கு வாய்ப்புள்ளது. அதிக பட்ச வெப்பநிலையானது 23 முதல் 26 degree celsius ஆகவும் குறைந்த பட்ச வெப்பநிலையானது 20 முதல் 21 degree celsius ஆகவும் காணப்படும். காற்றின் ஈரப்பதமானது காலை நேரத்தில் 98 சதவீதமாகவும் மாலை நேரத்தில் 60 சதவீதமாகவும் காணப்படும். காற்றின் வேகமானது தென்மேற்கு திசையில் மணிக்கு சுமார் 2 முதல் 7 கிலோமீட்டர் வேகத்தில் வீசக்கூடும். ஏப்ரல் மாதத்தின் இறுதியில் 4 cm மழை கிடைத்தவுடன் கவாத்து செய்ய ஆரம்பிக்கலாம். கவாத்து செய்யும் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 12 – 14 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 14 – 16 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். கவாத்து செய்ய கத்தி அல்லது இயந்திரத்தை பயன்படுத்தலாம். கடந்த ஆண்டு செப்டம்பர் முதல் நவம்பர் மாதத்தில் கவாத்து செய்த தோட்டங்களில் இந்த மாதம் மட்டம் உடைத்தல் வேண்டும். மட்டம் உடைத்தலின் பொழுது செடியின் உயரமானது கொட்டை செடியாக இருப்பின் 22 – 24 அங்குலம் மற்றும் குளோனல் செடியாக இருப்பின் 24 – 26 அங்குலம் தரைமட்டத்திலிருந்து இருக்குமாறு பார்த்து கொள்ளவும். மட்டம் உடைக்கும் பொழுது ஒரு தடவை உடைக்காமல் மூன்று தடவை உடைத்தல் வேண்டும். பிப்ரவரி மற்றும் மார்ச் மாதத்தில் மண் பரிசோதனை செய்ய தவறியவர்கள் இந்த மாதத்தில் மண் பரிசோதனை செய்து அதன் அடிப்படையில் டோலமைட் பரப்பி கார அமில நிலையை சரி செய்வது அவசியமாகும். ஏக்கருக்கு தேவைப்படும் அளவானது கார அமில நிலை 4-ற்கும் குறைவாக உள்ள தோட்டங்களில் 1600 கிலோவும், 4.1 முதல் 4.3 வரை உள்ள தோட்டங்களில் 1200 கிலோவும், 4.4 முதல் 4.7 வரை உள்ள தோட்டங்களில் 800 கிலோவும், 4.7 முதல் 5 வரை உள்ள தோட்டங்களில் 400 கிலோவும் தேவைப்படும். சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். நன்றி. Tamil Nadu Tamil Nadu 03-05-2023 Disable
10060 असमय बारिश पर सलाह Nagoniya Jhalawar वोडाफोन आईडिया फाउंडेशन एवं सोलीडरिडाड द्वारा क्रियान्वित स्मार्ट एग्री कार्यक्रम में आपका स्वागत है I किसानों के लिए सम-सामयिक सलाह: ग्राम नगोनिया जिला झालावाड़ ऑटोमैटिक वेदर स्टेशन के अनुसार इस सप्ताह 02 मई से 08 मई के दौरान दिन में 37 और रात में 25 डिग्री सेल्सियस तापक्रम रहने का अनुमान है । पिछले सप्ताह में 39.2 मिलीमीटर बारिश दर्जे हुई है । आगामी सप्ताह मे बुधवार को 55 % बारिश होने की सभांवना है। पिछले सप्ताह हुई बेमौसम बारिश के कारण रस चूसक कीड़े ग्रीष्मकालीन मूंग की पतियों, तनो का रस चूसकर फसल को हानि पहुचा सकते हैंI इन कीड़ों की रोकथाम हेतु प्रति एकड़ 6 पीले चिपचिपे कार्ड (येलो स्टिकी ट्रैप ) लगाए एवं अधिक प्रकोप होने पर एमिडाक्लोप्रिड 17.8 एस एल का 500 मी.ली. मात्रा मे मिल कर प्रति हेक्टयर की दर से छिड़काव करना चाहिएI पिछले सप्ताह हुई बारिश एवं आगामी सप्ताह में भी बारिश की संभावना को ध्यान रखते हुए किसान भाई एवं बहने बेमौसम बारिश का लाभ लेते हुए गेंहू की पराली की समस्या का हल कर सकते हैं किसान भाई खेत की नमी ka उपयोग कर गेहूं के फसल अवशेष (पराली) को फसल अपघटक (वेस्ट डी कंपोजर) की मदद से खेत में सड़ा कर कंपोस्ट में बदल सकते हैं। स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I अधिक जानकारी के लिए कृपया आप हमारे कृषि-विशेषज्ञ (फ़ोन: 8251071818) से दिन में सुबह 10 बजे से शाम 6 बजे के बीच बात करें.I इस सन्देश को दोबारा सुनने के लिये शून्य दबाए। Rajasthan Rajasthan User 02-05-2023 Disable