Message List: 11,307
S.No Message Title Message State Created By Creation Date Status Action
10281 सरसों में सिंचाई सरसों की फसल खेत में नमी को ध्यान रख सिंचाई करें I सरसों की फसल में फूल आने से समय (बोवनी के लगभग 30-35 दिन बाद) व दाना भरते समय (बोवनी के लगभग 60-65 दिन बाद) जल आवश्यकता के प्रति संवेदनशील होती है Iअतः पहली सिंचाई फूल आने के समय अवश्य करें I सिंचित सरसों में सिंचाई के पूर्व 50 किलो ग्राम यूरिया प्रति हेक्टेयर के हिसाब से छिड़काव कर दें I अगर खेत में खरपतवार हो तो निंदाई करें I सरसों में माहू कीट नाजुक पत्तों कलियों एवं फलियों का रस चूसते हैं कीट का प्रकोप ज्यादा होने पर इमिडाक्लोप्रिड अथवा थायमेथाक्सोम 50 से 60 ग्राम प्रति एकड़ की दर से 400 लीटर पानी में घोलकर छिड़काव करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Rajasthan Rajasthan User 15-11-2022 Disable
10282 गेहूं में सिंचाई गेहूँ की खेती में उपलब्ध पानी की समुचित प्रबंधन आवश्यक है I गेहूँ की अगेती या समय से या पछेती लगाई किस्मों के लिए पहली सिंचाई बोवनी के 20 दिनों के बाद जब जड़ व तना बनने (क्राउन रूट इनिशियेशन) के समय अनुशंसित है I अन्य क्रांतिक अवस्थायों पर सिंचाई की आवश्यकतावों पर समय समय पर जानकारी आपको उपलब्ध कराई जाएगी I खेत की नियमित निगरानी रखें I फ़सल को प्रारंभिक 30-35 दिनों तक खरपतवार मुक्त रखें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 15-11-2022 Disable
10283 November third week advisory प्रिय किसान साथियों, आगामी 14 से 20 नवम्बर के दौरान हरदोई, लखीमपुर और शाहजहांपुर जिलो के वायुमंडलीय तापमान में गिरावट से हल्का बदलाव होगाI दिन का अधिकतम तापमान 27 डिग्री सेंटीग्रेड तक तथा रात का न्यूनतम तापमान 14 डिग्री सेंटीग्रेड तक गिरने की सम्भावना हैI वायुमंडल में आर्द्रता 30 से 80 प्रतिशत तक रहेगीI सप्ताह के दौरान आसमान साफ रहेगा और वर्षा की सम्भावना नहीं हैI पिछले साल बोये गए गन्ने के पौधे अब परिपक्व हो रहें हैंI गन्नो का पूरा वजन लेने के लिए वातावरण में ओस को ध्यान में रखते हुए खेत का नियमित निरीक्षण करते रहें और खेत में नमी की जाँच करते रहें, खेत को गीला न होनें दें I गन्ने की जड़ के पास से कटाई करके गन्ने को मिल में ले जाएँI गन्ने की छिलाई के बाद सूखी पत्तियों को खेत में ही बिछा कर उसे सड़ायें जिससे खेत में ही कार्बनिक खाद तैयार होI शरद कालीन गन्ने की बुवाई इस हफ्ते तक पूरी कर लेंI इसके लिए खेत में 25 टन प्रति हेक्टेयर की दर से गोबर की सड़ी खाद को खेत में मिला कर ही गन्ने के दो आख वाले स्वस्थ बीजो को खेत में लगायेंI बीजों को लगाने से पहले उनका उपचार 100 ग्राम हेक्सास्टॉप को 50 मिली इमिडा के साथ 100 लीटर पानी में मिला कर अवश्य करेंI बीज वाले गन्ने की उम्र 9 माह से अधिक की नहीं होनी चाहिएI दो आंख वाले बीजों को लगाते समय ध्यान रखें कि दोनों आंखे अगल-बगल हों जिससे दोनों आँखों का जमाव हो सकेI गन्ने की बुवाई ट्रेंच विधि से दो लाइनों के बीच 4 से साढ़े 4 फुट की दूरी बना कर करेंI बुवाई के बाद 75 किग्रा डी.ए.पी. 25 किग्रा यूरिया और 50 किग्रा पोटाश को 25 किग्रा माइक्रो नुट्रीएंट्स के साथ मिला कर खेत में डालेंI जो किसान साथी गन्ने के साथ गेंहू की फसल लेना चाहते हैं वह एफ आई आर बी विधि से गेंहू की बुवाई करें तथा पहली सिंचाई पर गन्ने के पौध को लगायें I इसके लिए किसान साथियों को यह भी सलाह दी जाती है कि गन्ने की एस.टी.पी. विधि से नर्सरी लगायेंI नर्सरी के लिए बीज अगेती किस्म के गन्ने का ही लेंI अंतः फसल के रूप में लहसुन, आलू, सरसों, तोरिया या गोभी की बुवाई करके आमदनी को बढाया जा सकता हैI जो किसान आलू या लहसुन को अंतः फसल के रूप में लेना चाहते है वह पहले आलू या लहसुन की बुवाई करें और उसके बाद ट्रेन्चों में गन्ना लगायेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 10-11-2022 Disable
10284 10th Nov 2022 সোলিডারিডেড এবং ভোডাফোন আইডিয়ার পক্ষ থেকে উত্তরবঙ্গের ক্ষুদ্র চা বাগানের জন্য কিছু পরামর্শ । এখন ও যারা নতুন চারা গাছের বাগানে মালচিং করেননি তারা এখনি শিশু গাছে মালচিং করে দিন । প্রস্তাবিত আগামী মাসে এল- পি বা ডি- এস বাগানে কলম করার আগে দুই থেকে তিন রাউন্ড এম ও পি ২ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন ।আনপ্রুন ও এল ও এস বাগানে এই সপ্তাহ থেকে ১৫ থেকে ২০ দিন অন্তর এম ও পি ১ কেজি এবং ম্যাগনেসিয়াম সালফেট ১ কেজি ১০০ লিটার জলে মিশিয়ে স্প্রে করা শুরু করে দিন ।যে সব বাগানে মাটিতে বালির ভাগ বেশি আছে সে সব বাগানে ২ ইঞ্চি জলসেচ করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 10-11-2022 Disable
10285 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 10/11/22) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৮ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৫% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 09-11-2022 Disable
10286 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 10/11/22) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৪-১৭ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 09-11-2022 Disable
10287 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 10/11/22) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। ১২ আৰু ১৩ নৱেম্বৰত বতৰ সামান্য ভাবে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 09-11-2022 Disable
10288 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 10/11/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৮ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৪৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 09-11-2022 Disable
10289 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 10/11/22) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১০ৰ পৰা ১৬ নৱেম্বৰলৈ, ২০২২) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১০ৰ পৰা ১৬ নৱেম্বৰলৈ বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৭-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-১৭ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ আৰু দক্ষিণ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি LOS / UP কৰিব লগা বাগানবোৰত অক্টোবৰ মাহত বৰষুণৰ প্ৰয়োজনীয় পৰিমাণ কম হোৱা দেখা গৈছে তেন্তে জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • সম্ভৱ হলে পৰ্যাপ্ত গ্ৰেডিয়েণ্ট দি নলা পৰিষ্কাৰ আৰু দ’ কৰাৰ ব্যৱস্থা কৰিব। • সকলো নলাৰ পৰা অতিৰিক্ত ভাৱে জমা হোৱা গেদ বা তৰপ আঁতৰোৱাৰ ব্যৱস্থা কৰিব। • UP/LOS/MS ৰাখিব লগা বাগানবোৰত ৰঙা চাঁহিৰ দৰে কীট-পতংগৰ বিৰুদ্ধে অবিৰত ভাৱে চকু ৰাখিব আৰু ফেনাজাকুইন ১০ই চি (Fenazaquin 10EC) (১০০ লিটাৰ পানীত ২৫০ মিলিলিটাৰ) / স্পাইৰমেচিফেন ২২.৯ (Spiromesifen 22.9) (১০০ লিটাৰ পানীত ১০০ মিলিলিটাৰ) এক ৰাউণ্ড স্প্ৰে কৰিব যাতে কীট-পতংগ বোৰ অহা ছিজনলৈ গছত থাকি নাযায় । অন্যান্য শস্যৰ বাবে: • কৃষক সকলে যদি ইতিমধ্যে ফুলকবি খেতিৰ সিঁচাৰ কার্য্য সমাপ্ত কৰিছে তেতিয়া অক্টোবৰ মাহত বীজ সিঁচা পুলি সমূ্হ এতিয়া মূল পথাৰত ৰুৱ পৰা হৈছে। পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। • বর্তমান অব্যাহত থকা শুষ্ক আৰু ফৰকাল বতৰৰ বাবে এই সময়ত শীতকালীন শাক-পাচলীৰ খেতি শুকাই যোৱা পৰিলক্ষিত হৈছে। সেয়েহে শাক-পাচলীৰ খেতিত এদিন মূৰে মূৰে জলঞ্চিনৰ ব্যৱস্থা কৰিব লাগে। • শীতকালিন শাক পাচলী খেতিত প্রয়োজন অনুসৰিহে কীটনাশক ঔষধ ব্যৱহাৰ কৰিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 09-11-2022 Disable
10290 VIF-Adialabad-Jainad-09-11 VIF-Adialabad-Jainad-09-11 రైతులకు నమస్కారం... Solidaridad మరియు Vodafone Idea ఫౌండేషన్ యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్‌కు స్వాగతం. జైనద్ మండల్ లోని ఆటోమేటిక్ వెదర్ స్టేషన్ ప్రకారం.. ఈ వారంలో కనిష్ట ఉష్ణోగ్రత 18 నుండి 20 డిగ్రీల సెల్సియస్ , గరిష్ట ఉష్ణోగ్రత 29 నుండి 31 డిగ్రీల సెల్సియస్ గా ఉండే అవకాశం ఉందని వాతావరణ సూచన. రైతులకు సూచనలు ప్రస్తుత వాతావరణం పత్తిలో బూడిద అచ్చుకు అనుకూలంగా ఉంటుంది. నివారణకు లీటరు నీటికి తడి సల్ఫర్ 3 గ్రా లేదా కార్బెండిజిమ్ 1 గ్రా లేదా హెక్సాకోనజోల్ 2 మి.లీ కలిపి పిచికారీ చేయాలి. పత్తిపై బాక్టీరియల్ లీఫ్ స్పాట్ ఇన్ఫెక్షన్ గమనించవచ్చు. నివారణకు లీటరు నీటికి కాపర్-ఆక్సీ-క్లోరైడ్ 3 గ్రా లేదా కార్బండజిమ్ 1 గ్రా కలిపి పిచికారీ చేయాలి. పత్తిపై గులాబీ రంగు కాయతొలుచు పురుగు సోకడం గమనించవచ్చు. నివారణకు లీటరు నీటికి 1.5 గ్రా థయోడికార్బ్ కలిపి పిచికారీ చేయాలి.) ధన్యవాదాలు! ఈ సమాచారాన్ని మళ్లీ వినడానికి సున్నాని నొక్కండి. Telangana Telangana 09-11-2022 Disable