Message List: 11,290
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 10421 | 15 sep 2022 Tinsukia | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 15-09-2022 | Disable |
|
| 10422 | 15 sep 2022 Dibrugarh | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 15-09-2022 | Disable |
|
| 10423 | Crop advisory 3rd week September | प्रिय किसान साथियों, आगामी 19 से 25 सितम्बर के दौरान लखीमपुर और हरदोई जिलो के तापमान में थोड़ी और कमी आयेगी और दिन का अधिकतम तापमान 32 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 25 डिग्री तक रहेगाI इस दौरान पूर्व और दक्षिण दिशा से 5 से 10 किलोमीटर प्रति घंटे की रफ़्तार से हवा के झोंके आ सकते हैंI सप्ताह के अंत में 23 से 25 तारीख तक वर्षा की सम्भावना हैI पिछले महीनों की कम बरसात को देखते हुए गन्ने की फसल में वाले खेतों में नमी बनाये रखना चाहिए जिससे गन्ने की बढ़त ठीक से हो सकेI गन्ने के पेड़ों को गिरने से बचाने के लिए जड़ों पर मिट्टी चढाने और पौधों की बंधाई का काम करेंI कैंची बंधाई करने से हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI गन्ने के पौधों की सूखी पत्तियों की छिलाई करें और उसे पौधों की लाइनों में बिछायेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर-पतवार को नियंत्रित करते रहेंI बिमारियों के लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI शरद कालीन गन्ना लेने के लिए खेत की तैयारी के साथ मिट्टी की जाँच अवश्य करायेंI लगायेंI ऐसे खेतों का चुनाव करें जिसमे बारिश के समय पानी लगने की सम्भावना न होI यदि जून या जुलाई माह में सनई, ढैंचा जैसी फसल हरी खाद के लिए लगायी थी तो खेत तैयार करते समय उसे मिट्टी में मिला देI गोबर की खाद का जरुरत के अनुसार प्रबंध करेंI बीजों के चयन में सावधानी बरतें और केवल स्वस्थ बीजो को ही खेत में लगायेंI बीजों को लगाने से पहले उनका उपचार अवश्य करेंI धान की फसल में अब बालियाँ निकलने लगी हैंI इसमें फाल्स स्मट जैसे कीटों के लगने से पहले फसल सुरक्षा की तैयारी पूरी कर लेंI खीरा, करेला और लौकी जैसे फसलों को लेने के बाद आलू और सरसों के फसल लेने के लिए भी खेत की तैयारी पूरी कर लेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 15-09-2022 | Disable |
|
| 10424 | 15 sep 2022 Jorhat | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৪ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP /MS বাগান বোৰত বান্জী পাত দেখা যাব পাৰে, এই বান্জী পাত বোৰ টৈবুলৰ সমানে তুলিব। কুমলীয়া বান্জী পাত বোৰ Fine হিচাপে লব লাগে। • UP, DS বাগান বোৰ যিমান পাৰে পাতৰ টেবুলটো সমান ৰাখিবলৈ চেষ্টা কৰিব কাৰণ এই বাগান বোৰ অহা বছৰত UP ৰখা হব পাৰে। • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । • এই সময়ত বাগান বোৰত বিশেষকৈ লতা জাতীয় অপতৃণ দেখা যায়। এই অপতৃণবোৰ হাতৰে মাটিৰ তলৰ শিপাৰ সৈতে উলিয়াই বাগানৰ বাহিৰত ৰাখিব লাগে। অপতৃণ নিয়ন্ত্ৰণ কৰিবলৈ অনুকুল বতৰ চাই ২০০ লিটাৰ পানীত ১.৫ লিটাৰ গ্লাইফছেট (Glyphosate) স্প্ৰে কৰিব। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 15-09-2022 | Disable |
|
| 10425 | पैडी एडवाइजरी फॉर रायसेन | धान की फसल में खरपतवार नियंत्रण का के लिए हाथों द्वारा निंदाई या धान के निंदाई यंत्रों की सहायता से करना चाहिए जहाँ धान के खेत में प्रत्यारोपण के 70 से 75 दिन हो गये है खेत में जलस्तर 2 से 3 सेंटीमीटर लगातार 15 दिन तक बनाए रखें| स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 14-09-2022 | Disable |
|
| 10426 | Telangana-14-09-22 | జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 107.4 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 55-85%గా ఉంది.ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా | Telangana | Telangana | 13-09-2022 | Disable |
|
| 10427 | VIF-Nanded-Mahur-14-09-22 | कपाशी पिकामध्ये रस शोषक किडीच्या नियंत्रणासाठी फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ८० ग्रॅम किंवा थायमे-थॉक्सम २५ डब्ल्यूजी @ ४० ग्रॅम/ प्रती एकर किंवा डायफेन्थियुरॉन ५०% डब्ल्यूपी २०० ग्राम प्रती एकर या प्रमाणात किटकनाशकाची स्वच्छ हवामान असताना व वाफसा परिस्थितीत असताना करावी. गुलाबी बोंडअळीचे निरीक्षण करण्यासाठी, शेतात 5 कामगंध सापळे प्रती एकर लावावे. ज्या ठिकाणी कामगंध सापळ्यामध्ये सलग ३ रात्री ६ ते ८ पतंग आढळून आल्यास किंवा १० टक्के डोमकळ्या किंवा प्रादुर्भाव ग्रस्त हिरवी बोंडे आढळून आल्यास इमामेक्टीन बेन्झोएट ५ % एसजी १०० ग्राम प्रती एकर किंवा प्रोफेनोफॉस ५० % ईसी ६०० मिली प्रती एकर या प्रमाणात गुलाबी बोंड अळीच्या नियंत्रणासाठी फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 13-09-2022 | Disable |
|
| 10428 | VIF-2-Yavatmal-Ner-14-09-22 | कपाशी पिकामध्ये रस शोषक किडीच्या नियंत्रणासाठी फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ८० ग्रॅम किंवा थायमे-थॉक्सम २५ डब्ल्यूजी @ ४० ग्रॅम/ प्रती एकर किंवा डायफेन्थियुरॉन ५०% डब्ल्यूपी २०० ग्राम प्रती एकर या प्रमाणात किटकनाशकाची स्वच्छ हवामान असताना व वाफसा परिस्थितीत असताना करावी. गुलाबी बोंडअळीचे निरीक्षण करण्यासाठी, शेतात 5 कामगंध सापळे प्रती एकर लावावे. ज्या ठिकाणी कामगंध सापळ्यामध्ये सलग ३ रात्री ६ ते ८ पतंग आढळून आल्यास किंवा १० टक्के डोमकळ्या किंवा प्रादुर्भाव ग्रस्त हिरवी बोंडे आढळून आल्यास इमामेक्टीन बेन्झोएट ५ % एसजी १०० ग्राम प्रती एकर किंवा प्रोफेनोफॉस ५० % ईसी ६०० मिली प्रती एकर या प्रमाणात गुलाबी बोंड अळीच्या नियंत्रणासाठी फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 13-09-2022 | Disable |
|
| 10429 | VIF-1-Yavatmal-Ghatanji-14-09-22 | कपाशी पिकामध्ये रस शोषक किडीच्या नियंत्रणासाठी फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ८० ग्रॅम किंवा थायमे-थॉक्सम २५ डब्ल्यूजी @ ४० ग्रॅम/ प्रती एकर किंवा डायफेन्थियुरॉन ५०% डब्ल्यूपी २०० ग्राम प्रती एकर या प्रमाणात किटकनाशकाची स्वच्छ हवामान असताना व वाफसा परिस्थितीत असताना करावी. गुलाबी बोंडअळीचे निरीक्षण करण्यासाठी, शेतात 5 कामगंध सापळे प्रती एकर लावावे. ज्या ठिकाणी कामगंध सापळ्यामध्ये सलग ३ रात्री ६ ते ८ पतंग आढळून आल्यास किंवा १० टक्के डोमकळ्या किंवा प्रादुर्भाव ग्रस्त हिरवी बोंडे आढळून आल्यास इमामेक्टीन बेन्झोएट ५ % एसजी १०० ग्राम प्रती एकर किंवा प्रोफेनोफॉस ५० % ईसी ६०० मिली प्रती एकर या प्रमाणात गुलाबी बोंड अळीच्या नियंत्रणासाठी फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 13-09-2022 | Disable |
|
| 10430 | VIF-2-Wardha-Ajansara-14-09-22 | कपाशी पिकामध्ये रस शोषक किडीच्या नियंत्रणासाठी फ्लॉनिकॅमिड ५० डब्ल्यूजी @ ८० ग्रॅम किंवा थायमे-थॉक्सम २५ डब्ल्यूजी @ ४० ग्रॅम/ प्रती एकर किंवा डायफेन्थियुरॉन ५०% डब्ल्यूपी २०० ग्राम प्रती एकर या प्रमाणात किटकनाशकाची स्वच्छ हवामान असताना व वाफसा परिस्थितीत असताना करावी. गुलाबी बोंडअळीचे निरीक्षण करण्यासाठी, शेतात 5 कामगंध सापळे प्रती एकर लावावे. ज्या ठिकाणी कामगंध सापळ्यामध्ये सलग ३ रात्री ६ ते ८ पतंग आढळून आल्यास किंवा १० टक्के डोमकळ्या किंवा प्रादुर्भाव ग्रस्त हिरवी बोंडे आढळून आल्यास इमामेक्टीन बेन्झोएट ५ % एसजी १०० ग्राम प्रती एकर किंवा प्रोफेनोफॉस ५० % ईसी ६०० मिली प्रती एकर या प्रमाणात गुलाबी बोंड अळीच्या नियंत्रणासाठी फवारणी करावी. सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! | Maharashtra | MH | 13-09-2022 | Disable |
|