Message List: 11,290
S.No Message Title Message State Created By Creation Date Status Action
10441 8 sep 2022 dibrugarh জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১ °চে.ৰ পৰা ৩৬ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী আগষ্ট মাহত গড়ে ২৯৪ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 08-09-2022 Disable
10442 8 sep 2022 tinsukia জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে অতি পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩১ °চে.ৰ পৰা ৩৫ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৬ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। জিলাখনৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা বতৰ কেন্দ্ৰৰ পৰা পোৱা বতৰা অনুযায়ী আগষ্ট মাহত গড়ে ৪৬০ মিলিমিটাৰ বৰষুণ হৈছে। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 08-09-2022 Disable
10443 8 sep 2022 darogachuba জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ৩০ °চে.ৰ পৰা ৩৪ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। আগষ্ট মাহত মুঠ ২৪৬ মি.মি বৰষুণ হৈছে। যোৱা সপ্তাহত ১০২ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭ % আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 08-09-2022 Disable
10444 8 sep 2022 Amjuli জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৭ পৰা ১৩ ছেপ্টেম্বৰলৈ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩২ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। আগষ্ট মাহত মুঠ ১৬৪ মি.মি বৰষুণ হৈছে। যোৱা সপ্তাহত ৬০ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৭% আৰু ৬০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১৪ কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP, LOS আৰু LS বাগান বোৰত পাত তোলা টেবুল খন সমান কৰি ৰাখিব যাতে টেবুলৰ ওপৰত দীঘল খুটি ৰৈ নাযায়। জনম পাতৰ ওপৰত ৭-৮ দিনৰ ব্যৱধানত পাত তুলিব লাগে। • এই সময়ত Black rot , Red rust, Fusarium আদি বেমাৰ বিশেষ ভাবে দেখা যায়। এই বেমাৰ বোৰৰ নিয়ন্ত্ৰণৰ বাবে প্ৰতিৰোধমূলক ব্যৱস্থা লব । ৰোগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো ৰাসায়নিক পদাৰ্থ নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব লাগিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। • যি বোৰ বাগানত যোৱা মাহত বৰষুণৰ বা পানী ৰৈ যোৱাৰ বাবে সাৰ প্ৰয়োগ কৰিব পৰা নাই, তেনে বোৰ বাগানত দ্বিতীয় কিষ্টিৰ NPK সাৰ ৰ অনুমোদিত পৰিমাণ প্ৰয়োগ কৰিব লাগিব। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Snowball, Pusa Synthetic, Improved Japanese আদি মধ্যমীয়া জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰে। বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩ গ্ৰাম কাৰ্বক্সিন (Carboxin) বা নাবাম (Nabam)ৰে শোধন কৰিব লাগে। • কৃষক সকলে আগতীয়াকৈ কৰা মূলাৰ বীজ সিঁচা কার্য্য অনুকুল বতৰ চাই অব্যাহত ৰাখিব পাৰে। মূলাৰ কিছুমান আগতীয়াকৈ কৰা জাত যেনে- Pusa Himani, Pusa Deshi আদি বীজ সিঁচা কার্য্য ৰ বাবে সংগ্ৰহ কৰিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 08-09-2022 Disable
10445 VIF-Telangana-07-09 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 19.8 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 70-80%గా ఉంది.ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 07-09-2022 Disable
10446 VIF-2-Yavatmal-07-09 कापूस आणि इतर पिकांवर किडींचा प्रादूर्भाव दिसून येतो. यावर कमी खर्चाचे उपाय म्हणून शेतकऱ्यांनी   पिकांमधे पक्षी थांबे जास्तीत जास्त लावावे . त्यामुळे पक्ष्यांद्वारे विविध अळ्यांचे पतंग आणि इतर किटक यांचे नियंत्रण होते. कापूस पिकामधे बोंडअळीचा प्रादुर्भाव कमी करण्यास प्रकाश सांपळ्यांचा वापर त्वरीत करावा. त्यामुळे रात्री सर्व प्रकारच्या अळ्यांचे पतंग आकर्षीत होऊन नष्ट होतात. रसशोषक किडी उदा.मावा, तुडतुडे यांना आकर्षित करण्यास एकरी दहा पिवळे चिकट सांपळे तसेच फुलकीडींना नियंत्रीत करण्यास निळे चिकट सापळे लावावे . या उपायांमुळे पिकाचे नुकसान कमी होण्यास मदत होईल. सोयाबीन पिकांवरील किडींचे  रासायनिक पद्धतीने नियंत्रण करण्यास इमिडाक्लोप्रीड 48 एफएस 125ml. प्रती हेक्टर वापर रसशोषक किडींचे नियंत्रण करण्यास करावा. तसेच खोड माशी आणि हिरवी अळीचे नियंत्रणा करिता टेट्रानिलीप्रोल 18.18 एस सी 230मिली. प्रती हेक्टर मात्रा किंवा लॅमडासायलोहेथ्रीन 04.90 ए सी 300मिली. प्रती हेक्टर मात्रा घेऊन या किडनाशकाचा वापर उपयुक्त होईल.   सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-09-2022 Disable
10447 VIF-2-Wardha-07-09 कापूस आणि इतर पिकांवर किडींचा प्रादूर्भाव दिसून येतो. यावर कमी खर्चाचे उपाय म्हणून शेतकऱ्यांनी   पिकांमधे पक्षी थांबे जास्तीत जास्त लावावे . त्यामुळे पक्ष्यांद्वारे विविध अळ्यांचे पतंग आणि इतर किटक यांचे नियंत्रण होते. कापूस पिकामधे बोंडअळीचा प्रादुर्भाव कमी करण्यास प्रकाश सांपळ्यांचा वापर त्वरीत करावा. त्यामुळे रात्री सर्व प्रकारच्या अळ्यांचे पतंग आकर्षीत होऊन नष्ट होतात. रसशोषक किडी उदा.मावा, तुडतुडे यांना आकर्षित करण्यास एकरी दहा पिवळे चिकट सांपळे तसेच फुलकीडींना नियंत्रीत करण्यास निळे चिकट सापळे लावावे . या उपायांमुळे पिकाचे नुकसान कमी होण्यास मदत होईल. सोयाबीन पिकांवरील किडींचे  रासायनिक पद्धतीने नियंत्रण करण्यास इमिडाक्लोप्रीड 48 एफएस 125ml. प्रती हेक्टर वापर रसशोषक किडींचे नियंत्रण करण्यास करावा. तसेच खोड माशी आणि हिरवी अळीचे नियंत्रणा करिता टेट्रानिलीप्रोल 18.18 एस सी 230मिली. प्रती हेक्टर मात्रा किंवा लॅमडासायलोहेथ्रीन 04.90 ए सी 300मिली. प्रती हेक्टर मात्रा घेऊन या किडनाशकाचा वापर उपयुक्त होईल.   सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-09-2022 Disable
10448 VIF-2-Nagpur-07-09 कापूस आणि इतर पिकांवर किडींचा प्रादूर्भाव दिसून येतो. यावर कमी खर्चाचे उपाय म्हणून शेतकऱ्यांनी   पिकांमधे पक्षी थांबे जास्तीत जास्त लावावे . त्यामुळे पक्ष्यांद्वारे विविध अळ्यांचे पतंग आणि इतर किटक यांचे नियंत्रण होते. कापूस पिकामधे बोंडअळीचा प्रादुर्भाव कमी करण्यास प्रकाश सांपळ्यांचा वापर त्वरीत करावा. त्यामुळे रात्री सर्व प्रकारच्या अळ्यांचे पतंग आकर्षीत होऊन नष्ट होतात. रसशोषक किडी उदा.मावा, तुडतुडे यांना आकर्षित करण्यास एकरी दहा पिवळे चिकट सांपळे तसेच फुलकीडींना नियंत्रीत करण्यास निळे चिकट सापळे लावावे . या उपायांमुळे पिकाचे नुकसान कमी होण्यास मदत होईल. सोयाबीन पिकांवरील किडींचे  रासायनिक पद्धतीने नियंत्रण करण्यास इमिडाक्लोप्रीड 48 एफएस 125ml. प्रती हेक्टर वापर रसशोषक किडींचे नियंत्रण करण्यास करावा. तसेच खोड माशी आणि हिरवी अळीचे नियंत्रणा करिता टेट्रानिलीप्रोल 18.18 एस सी 230मिली. प्रती हेक्टर मात्रा किंवा लॅमडासायलोहेथ्रीन 04.90 ए सी 300मिली. प्रती हेक्टर मात्रा घेऊन या किडनाशकाचा वापर उपयुक्त होईल.   सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-09-2022 Disable
10449 VIF-2-Amravati-07-09 कापूस आणि इतर पिकांवर किडींचा प्रादूर्भाव दिसून येतो. यावर कमी खर्चाचे उपाय म्हणून शेतकऱ्यांनी   पिकांमधे पक्षी थांबे जास्तीत जास्त लावावे . त्यामुळे पक्ष्यांद्वारे विविध अळ्यांचे पतंग आणि इतर किटक यांचे नियंत्रण होते. कापूस पिकामधे बोंडअळीचा प्रादुर्भाव कमी करण्यास प्रकाश सांपळ्यांचा वापर त्वरीत करावा. त्यामुळे रात्री सर्व प्रकारच्या अळ्यांचे पतंग आकर्षीत होऊन नष्ट होतात. रसशोषक किडी उदा.मावा, तुडतुडे यांना आकर्षित करण्यास एकरी दहा पिवळे चिकट सांपळे तसेच फुलकीडींना नियंत्रीत करण्यास निळे चिकट सापळे लावावे . या उपायांमुळे पिकाचे नुकसान कमी होण्यास मदत होईल. सोयाबीन पिकांवरील किडींचे  रासायनिक पद्धतीने नियंत्रण करण्यास इमिडाक्लोप्रीड 48 एफएस 125ml. प्रती हेक्टर वापर रसशोषक किडींचे नियंत्रण करण्यास करावा. तसेच खोड माशी आणि हिरवी अळीचे नियंत्रणा करिता टेट्रानिलीप्रोल 18.18 एस सी 230मिली. प्रती हेक्टर मात्रा किंवा लॅमडासायलोहेथ्रीन 04.90 ए सी 300मिली. प्रती हेक्टर मात्रा घेऊन या किडनाशकाचा वापर उपयुक्त होईल.   सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-09-2022 Disable
10450 VIF-1-Yavatmal-07-09 कापूस आणि इतर पिकांवर किडींचा प्रादूर्भाव दिसून येतो. यावर कमी खर्चाचे उपाय म्हणून शेतकऱ्यांनी   पिकांमधे पक्षी थांबे जास्तीत जास्त लावावे . त्यामुळे पक्ष्यांद्वारे विविध अळ्यांचे पतंग आणि इतर किटक यांचे नियंत्रण होते. कापूस पिकामधे बोंडअळीचा प्रादुर्भाव कमी करण्यास प्रकाश सांपळ्यांचा वापर त्वरीत करावा. त्यामुळे रात्री सर्व प्रकारच्या अळ्यांचे पतंग आकर्षीत होऊन नष्ट होतात. रसशोषक किडी उदा.मावा, तुडतुडे यांना आकर्षित करण्यास एकरी दहा पिवळे चिकट सांपळे तसेच फुलकीडींना नियंत्रीत करण्यास निळे चिकट सापळे लावावे . या उपायांमुळे पिकाचे नुकसान कमी होण्यास मदत होईल. सोयाबीन पिकांवरील किडींचे  रासायनिक पद्धतीने नियंत्रण करण्यास इमिडाक्लोप्रीड 48 एफएस 125ml. प्रती हेक्टर वापर रसशोषक किडींचे नियंत्रण करण्यास करावा. तसेच खोड माशी आणि हिरवी अळीचे नियंत्रणा करिता टेट्रानिलीप्रोल 18.18 एस सी 230मिली. प्रती हेक्टर मात्रा किंवा लॅमडासायलोहेथ्रीन 04.90 ए सी 300मिली. प्रती हेक्टर मात्रा घेऊन या किडनाशकाचा वापर उपयुक्त होईल.   सॉलिडरीडॅड स्मार्ट ऍग्री प्रोग्राममध्ये आपले शंकासमाधान करण्यास कृपया संपर्क साधावा. मोबा. क्र. 9158261922. धन्यवाद! Maharashtra MH 06-09-2022 Disable