Message List: 11,290
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 10511 | 4 August 2022 Amjuli | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৩ পৰা ৯ আগষ্টলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯° চে.ৰ পৰা ৩৩ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫° চে.ৰ পৰা ২৭ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১১৯ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩ -১০ কিলোমিটাৰ বেগেৰে ঘাইকৈ উত্তৰ পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
| 10512 | 4 August 2022 Jorhat | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৭ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৪ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
| 10513 | 4 August 2022 Dibrugarh | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৮ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৬ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
| 10514 | 4 August 2022 Tinsukia | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ৩০ °চে.ৰ পৰা ৩৭ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ °চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ২-৫ কিলোমিটাৰ বেগত উত্তৰ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • আগষ্ট মাহত সঠিক ব্যবস্থা লোৱাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ এই মাহত উৎপাদন আৰু কোৱালিটি চাহ বনাব নোৱাৰিলে গোটেই বছৰটোত লোকচানৰ সন্মুখীন হব লাগিব। তাৰোপৰি ১৫ আগষ্ট দিনটো বন্ধ পৰা কাৰণে পাত তোলা ৰাউন্দ ও বাঢ়ি যাব পাৰে যাৰ বাবে ১০-১২ দিনৰ পাত তুলিব লাগিব পাৰে। • এই মাহত যিহেতু বছৰৰ উৎপাদনৰ ২০-২৫% হয়, গতিকে পাততোলা কাৰ্য্য খিনি বহুত মনযোগ দিয়া দৰকাৰ। ৭-৮ দিনৰ ৰাউন্দ তুলিব পৰাকৈ মাহটোত Plan কৰিব লাগিব যাতে পাতৰ লগতে কোৱালিটি পাত অৰ্থাৎ Fine % ৪০-৪৫% ৰ তলত নাহে। • যি বোৰ গছ দুৰ্বল বা Black rot আদি বেমাৰত ভূগিছে, সেই বাগান বোৰত পাত এৰি Step up প্লাকি্ঙ কৰিলে ভাল যাতে গছ বৰ সুষ্হ আৰু সবল হব পাৰে। অন্যান্য শস্যৰ বাবে: • নাৰ্চাৰীত এই সপ্তাহৰ পৰা Pusa Katki, Pusa Deepali, Early Kuwari আদি প্ৰাৰম্ভিক জাতৰ ফুল-কবিৰ বীজ সিঁচাৰ আৰম্ভ কৰিব পাৰি। এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ৫৩.৩ গ্ৰাম। • বীজ সিঁচা ঠাই খন বীজাণুমুক্ত কৰিবলৈ Captan ০.১% বা Fytolan ৪% দ্ৰৱণ প্ৰয়োগ কৰি পলিথিনেৰে ২ দিন মাটি ডৰা ঢাকি ৰাখিব লাগে। • বীজ সিঁচাৰ আগতে প্ৰতি কেজি বীজত ৩গ্ৰাম Captaf বা Thiram দি শোধন কৰিব লাগে। • প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষক ৰাইজে পথাৰৰ পৰা পূৰঠ ফল-মূল আৰু পাচলিসমূহ চপাই সঠিক স্থানত ৰাখিব যাতে বৰষুণৰ পৰা সুৰক্ষিত থাকে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । | Assam | Assam | 03-08-2022 | Disable |
|
| 10515 | VIF Telangana Text Advisory | జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 17.0 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 26-91% గా ఉంది. అధిక వర్షాలు కురిసాయి కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా | Telangana | Telangana | 03-08-2022 | Disable |
|
| 10516 | VIF 2 Text Advisory 3 Aug 2022 | अतिपावसापासून किंवा पावसामध्ये पडणाऱ्या दिर्घ खंडापासून आपले पिक वाचवण्यासाठी डवर्याचे फेर सूरु करावे. तसेच मूळांची वाढ होण्यास ह्यूमीक अॅसीडचे ड्रेंचिंग करणे फायदेशिर ठरेल. सोयाबीन पिकाकरिता . जमिनीत जास्त प्रमाणात ओल असून पिकावर मर रोगाची लक्षणे दिसत असेल तर ट्रायकोडर्मा विरडीचे ड्रेंचिंग करावे. शक्य असेल तर डवराचा फेर द्यावा. आपल्या शेतातील कापूस पिकाचे रोपांचा शेंडा मलूल झालेला आढळला आणि रोप उपटल्यास त्याच्या मुळांना तंतूमुळे आढळत नसतील तर तेथे हुमणी या किडींचा प्रादुर्भाव असण्याची दाट शक्यता आहे. झाडावर औषधाची फवारणी न करता याचा बंदोबस्त ब्यूवेरिया बॅसीयाना किंवा मेटॅरायझीयम अनासपोली या मित्र बूरशीचा वापर मृदुकाय अळ्यांच्या बंदोबंस्ताकरिता करावा. आपण मिलिपीड किंवा वाणी किडीच्या नियंत्रणासाठीच्या उपाय व पद्धतींबद्दल जाणून घेऊ. पावसाळ्यात बांधावरील गवत नष्ट करून बांध नेहमी स्वच्छ ठेवावेत. बांधावरील गवतावरून शेतात मुख्य पिकावर होणारा प्रादुर्भाव रोखण्यासाठी शेताच्या चोहोबाजूंनी एक मीटर पट्ट्यात राख पसरावी. राखेमुळे मातीतील कोरडेपणा वाढून किडीची हालचाल मंदावते. मोरचूद व कळीचा चुना (2:3) यांच्या मिश्रणाचा पातळ थर राखेवर द्यावा. संपर्कात येणार्या किडी मरण्यास मदत होते. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. | Maharashtra | MH | 02-08-2022 | Disable |
|
| 10517 | VIF 1 Text Advisory 3 Aug 2022 | अतिपावसापासून किंवा पावसामध्ये पडणाऱ्या दिर्घ खंडापासून आपले पिक वाचवण्यासाठी डवर्याचे फेर सूरु करावे. तसेच मूळांची वाढ होण्यास ह्यूमीक अॅसीडचे ड्रेंचिंग करणे फायदेशिर ठरेल. सोयाबीन पिकाकरिता . जमिनीत जास्त प्रमाणात ओल असून पिकावर मर रोगाची लक्षणे दिसत असेल तर ट्रायकोडर्मा विरडीचे ड्रेंचिंग करावे. शक्य असेल तर डवराचा फेर द्यावा. आपल्या शेतातील कापूस पिकाचे रोपांचा शेंडा मलूल झालेला आढळला आणि रोप उपटल्यास त्याच्या मुळांना तंतूमुळे आढळत नसतील तर तेथे हुमणी या किडींचा प्रादुर्भाव असण्याची दाट शक्यता आहे. झाडावर औषधाची फवारणी न करता याचा बंदोबस्त ब्यूवेरिया बॅसीयाना किंवा मेटॅरायझीयम अनासपोली या मित्र बूरशीचा वापर मृदुकाय अळ्यांच्या बंदोबंस्ताकरिता करावा. आपण मिलिपीड किंवा वाणी किडीच्या नियंत्रणासाठीच्या उपाय व पद्धतींबद्दल जाणून घेऊ. पावसाळ्यात बांधावरील गवत नष्ट करून बांध नेहमी स्वच्छ ठेवावेत. बांधावरील गवतावरून शेतात मुख्य पिकावर होणारा प्रादुर्भाव रोखण्यासाठी शेताच्या चोहोबाजूंनी एक मीटर पट्ट्यात राख पसरावी. राखेमुळे मातीतील कोरडेपणा वाढून किडीची हालचाल मंदावते. मोरचूद व कळीचा चुना (2:3) यांच्या मिश्रणाचा पातळ थर राखेवर द्यावा. संपर्कात येणार्या किडी मरण्यास मदत होते. सॉलिडरीडॅड स्मार्ट अॅग्री प्रोग्राम संपर्क मोबा. क्र. 9158261922. | Maharashtra | MH | 02-08-2022 | Disable |
|
| 10518 | Disease_Management_in_Urad | उड़द की फ़सल पर सफ़ेद मक्खी द्वारा फैलाया जाने वाला पीला मोजाइक रोग की सम्भावना है. अतः सफ़ेद मक्खी की रोकथाम के लिए इमिडाक्लोप्रिड 17.8 एस.एल. @ 0.2 मि.ली./ली.पानी या थायमिथोक्सम 25 डब्ल्यू.जी. @ 100 ग्राम/हेक्टे. का छिड़काव करें I फ़सल में पाउडरी मिल्ड्यू के लक्षण दिखने पर कार्बेन्डाजिम (1 ग्राम/ली.पानी) या घुलनशील सल्फर (4 ग्राम/ली.पानी) का छिड़काव करें.I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 02-08-2022 | Disable |
|
| 10519 | Disease Control in Soy | सोयाबीन की फसल में केवल अनुशंसित कीटनाशकों की अनुशंसित मात्रा को पर्याप्त पानी के साथ मिलाकर छिड़काव करें I कभी भी एक कीटनाशक का लगातार प्रयोग नहीं करना चाहिये I आवश्यकता पड़ने पर उसी तरह के स्वाभाव वाले अन्य कीटनाशक का प्रयोग करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 02-08-2022 | Disable |
|
| 10520 | Disease control in Soy | सोयाबीन की फसल में यदि पत्ती, तना तथा फलियों पर अनियमित भूरे काले छोटे से बड़े आकार के धब्बे दिखाई देते हैं तो यह फफूंद जनित एन्थ्रेकनोज नामक बीमारी का प्रकोप होने संकेत है इस रोग के नियंत्रण हेतु सलाह है कि टेबूकोनाझोल 625 मिलीलीटर प्रति हेक्टेयर अथवा हैक्जाकोनोझोल 5 प्रतिशत ईसी 800 मिलीलीटर प्रति हेक्टेयर से छिड़काव करें I तम्बाखू की इल्ली एवां चने की इल्ली के प्रबंधन के लिये कीट विशेष फेरोमोन्स ट्रैप्स एवं खेत में बर्ड पर्च (T आकार की खूंटी ) लगाने से कीट-भक्षी पक्षियों द्वारा भी इल्लियो की संख्या कम करने में सहायता मिलती हैI स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 02-08-2022 | Disable |
|