Message List: 11,290
S.No Message Title Message State Created By Creation Date Status Action
10531 VIF 2 Text Advisory 27 July 2022 मागील काही दिवसांत जास्त पाऊस झाल्यामुळे बर्‍याच ठिकाणी शेतात पाणी साचले आहे. अशा परिस्थितीत शेतकर्‍यांनी हे साठलेले पाणी निचरासाठी योग्य व्यवस्था करावी. जेणेकरून पिकाचे मुळकुज पासून संरक्षण करून पिकाचे पुढील नुकसान टाळता येईल. अंकुरण ते रोपावस्थेतील कपाशी पिकावर काही भागात मिलिपीड किंवा वाणी किडीच्या प्रादुर्भावाने मोठ्या प्रमाणात नुकसान झाल्याचे आढळून येत आहे. ही कीड गर्द तपकिरी रंगाची, तांबूस काळपट किंवा लालसर असते. 5 मिमी. ते 35 सेमी लांब. मुख्य शरीर लांबट, दंडगोलाकार व असंख्य छोट्या भागांनी मिळून बनलेले असते. पीक रोपावस्थेत असताना रोपट्याच्या बुंध्याशी आपले डोके खुपसून अंकुरलेले दाणे किंवा आत शिल्लक असलेले बी खातात. उगवलेल्या रोपांची सुरुवातीची जाड पाने व नंतर येणारी कोवळी पाने खातात. रोपट्यांचा बुंधा जमिनीलगत कुरतडल्याने रोपे सुकतात. कालांतराने जळून जातात. यामुळे एकरी आवश्यक किमान रोपांची संख्या घटते व उत्पादनात लक्षणीय घट येते. जास्त प्रादुर्भाव झाल्यास दुबार पेरणीचे संकट ओढवण्याचा धोका असतो. ही बहुभक्षी कीड आहे. पुढील मेसेज मध्ये या किडीच्या नियंत्रणासाठीच्या उपाययोजना व पद्धती याबद्दल माहिती घेऊ. सॉलिडरीडॅड संपर्क: मोबा. क्र. 9158261922. Maharashtra MH 26-07-2022 Disable
10532 VIF 1 Text Advisory 27 July 2022 मागील काही दिवसांत जास्त पाऊस झाल्यामुळे बर्‍याच ठिकाणी शेतात पाणी साचले आहे. अशा परिस्थितीत शेतकर्‍यांनी हे साठलेले पाणी निचरासाठी योग्य व्यवस्था करावी. जेणेकरून पिकाचे मुळकुज पासून संरक्षण करून पिकाचे पुढील नुकसान टाळता येईल. अंकुरण ते रोपावस्थेतील कपाशी पिकावर काही भागात मिलिपीड किंवा वाणी किडीच्या प्रादुर्भावाने मोठ्या प्रमाणात नुकसान झाल्याचे आढळून येत आहे. ही कीड गर्द तपकिरी रंगाची, तांबूस काळपट किंवा लालसर असते. 5 मिमी. ते 35 सेमी लांब. मुख्य शरीर लांबट, दंडगोलाकार व असंख्य छोट्या भागांनी मिळून बनलेले असते. पीक रोपावस्थेत असताना रोपट्याच्या बुंध्याशी आपले डोके खुपसून अंकुरलेले दाणे किंवा आत शिल्लक असलेले बी खातात. उगवलेल्या रोपांची सुरुवातीची जाड पाने व नंतर येणारी कोवळी पाने खातात. रोपट्यांचा बुंधा जमिनीलगत कुरतडल्याने रोपे सुकतात. कालांतराने जळून जातात. यामुळे एकरी आवश्यक किमान रोपांची संख्या घटते व उत्पादनात लक्षणीय घट येते. जास्त प्रादुर्भाव झाल्यास दुबार पेरणीचे संकट ओढवण्याचा धोका असतो. ही बहुभक्षी कीड आहे. पुढील मेसेज मध्ये या किडीच्या नियंत्रणासाठीच्या उपाययोजना व पद्धती याबद्दल माहिती घेऊ. सॉलिडरीडॅड संपर्क: मोबा. क्र. 9158261922. Maharashtra MH 26-07-2022 Disable
10533 Insect Management in Soy सोयाबीन की फसल पर सोयाबीन मोजैक वायरस व पीला मोजेक वायरस के लक्षण दिखने पर तत्काल रोग ग्रस्त पौधों को खेत से उखाड़कर नष्ट करें या जमीन में गाड़ दे I इन रोगों को फैलाने वाले वाहक जैसे एफिड एवं सफेद मक्खी की रोकथाम हेतु अपने खेत में विभिन्न स्थानों पर 6 पीले स्टिकी कार्ड प्रति एकड़ लगाएं एवं पूर्व मिश्रित कीटनाशक थाइमेथाक्सोम + लैम्ब्डा सायहेलोथ्रिन (125 मिली /हे) या बीटाफ्लूथरिन + इमिडाक्लोरोपिड (350 मिली / हे) का छिड़काव करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 26-07-2022 Disable
10534 Crop Advisory July 25 प्रिय किसान साथियों, जुलाई माह में 25 से 31 जुलाई के दौरान लखीमपुर और हरदोई जिलों में न्यूनतम तापमान 26 डिग्री और अधिकतम तापमान 33 डिग्री सेंटीग्रेड के बीच रहेगाI वायुमंडल में नमी रहेगी और सप्ताह में 27 से 30 जुलाई तक वर्षा की सम्भावना हैI इसके साथ हवा के तेज झोंके भी चलेंगेI हवा में लम्बे समय तक नमी होने से फसल में कीटों का प्रकोप बढेगाI बिमारियों के बढ़ते लक्षण को ध्यान में रख कर किसान साथी सावधानी बरतेंI गन्ने के खेतों में पोक्का बोईंग रोग और लाल सडन बीमारी के लक्षण दिखेंगेI पोक्का बोइंग में पत्तियौ में जड़ की तरफ पीले रंग के धब्बे दिखायी पड़ते हैं तथा पत्तियाँ सिकुड़ने लगती हैंI रोग की पहचान के बाद ७५० ग्राम मेन्कोजेब दवा को २५० लीटर पानी में घोल कर एक एकड़ की दर से खेतों में छिडकाव करेंI लाल सडन रोग ग्रसित गन्नो को जड़ से उखाड़ कर खेत से बाहर जमीन के नीचे ३-४ फीट गड्ढा खोद कर दबा देंI उखाड़े गए स्थान पर प्रति एकड़ 4 किलो ट्राईकोडरमा को 100 लीटर पानी में घोल लें तथा 4-5 कुंटल गोबर के खाद में मिलाकर छाये में सुखाएंI 48 घंटे बाद इस मिश्रण को लाल सडन रोग से प्रभावित गन्ने की लाइनों में डाल कर हल्का पानी लगायेंI पिछले साल सितम्बर-अक्टूबर में बोये गए गन्ने के पौधों पर मिट्टी चढाने का काम कर लेI यदि गन्ने के पौधों की लम्बाई अधिक हो गयी हो तो जरुरत के अनुसार पौधों की पहली या दूसरी बंधाई करेंI इससे हवा चलने या बारिश होने की स्थिति में पौधे नहीं गिरेंगेI खेतों में नमी को बनाये रखेंI इसके साथ ही बारिश की स्थिति को देखते हुए खेतों में पानी के निकास की समुचित व्यवस्था भी कर लेंI खेत का नियमित निरीक्षण करें पायरीला, ग्रास होपर, जैसे कीटो के साथ खर पतवार को नियंत्रित करते रहेंI खाली खेतों में हरी खाद के लिए सनई या ढैंचा की फसल लगायेंI ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI Uttar Pradesh Uttar Pradesh 21-07-2022 Disable
10535 July 21st 2022, Amjuli বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২০ৰ পৰা ২৬ জুলাইলৈ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩১ ° চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫°চে.ৰ পৰা ২৬ ° চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ১ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১৫ কিলোমিটাৰ বেগেৰে ঘাইকৈ দক্ষিণ-পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাৰ পানীৰ তালিকাৰ ৰেকৰ্ড গ্ৰহণ কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক পদাৰ্থৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো পদাৰ্থ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভিণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ কল দিব পাৰে । ধন্যবাদ । Assam Assam 20-07-2022 Disable
10536 July 21st 2022, Darogachuba বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত অহা সপ্তাহত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনাৰ সৈতে বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ °চে. হৈ থাকিব বুলি ধাৰণা কৰা হয়। যোৱা সপ্তাহত ৫৫ মি.মি বৰষুণ হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮ % আৰু ৭৫ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১৫ কিলোমিটাৰ বেগেৰে ঘাইকৈ পশ্চিম দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব I গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ ডকল দিব পাৰে । ধন্যবাদ । Assam Assam 20-07-2022 Disable
10537 July 21st 2022, Dibrugarh বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৬ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ আৰুপোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে । ধন্যবাদ । Assam Assam 20-07-2022 Disable
10538 July 21st 2022, Jorhat বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৯ °চে.ৰ পৰা ৩৩ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৫ °চে.ৰ পৰা ২৭ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৬০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৫-১০ কিলোমিটাৰ বেগত উত্তৰ পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলক পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। প্ৰতিটোতে গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে । ধন্যবাদ । Assam Assam 20-07-2022 Disable
10539 July 21st 2022, Tinsukia বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত অহা ৭ দিনত বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৮ °চে.ৰ পৰা ৩২ °চে. আৰু নিশাৰ উষ্ণতা প্ৰায় ২৪ °চে.ৰ পৰা ২৫ ° চে. হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯৮% আৰু ৭০ % আশে-পাশে থাকিব ।বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • নলাৰ পানী বহুত দিনলৈ বাহিৰলৈ ওলাই যোৱাৰ ব্যৱস্হা নাথাকিলে চাহ গছত বহুত বেমাৰ ও পোকৰ আক্ৰমণ হব পাৰে। অহা ৭ দিনত প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে পথাৰত অতিৰিক্ত পানী উলিয়াবলৈ প্ৰয়োজনীয় ব্যৱধানত বাগিচাবোৰত নলাৰ ব্যৱস্থা কৰিব পাৰে । • পৰামৰ্শ অনুসৰি প্ৰতিখন বাগিছাত মাটিৰ তলত পানীৰ গভীৰতা লক্ষ্য কৰি থাকিব। • পাতৰ বৃদ্ধিৰ বাবে বতৰ অনুকূল হৈ পৰিছে, গতিকে কৃষকসকলে Second Split Dose সাৰ প্ৰয়োগ কৰিব পাৰে । বৰষুণৰ ফলত যাতে সাৰৰ অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । • যদি বাগিচাবোৰত Helopeltisৰ আক্ৰমণ লক্ষ্য কৰা হৈছে তেন্তে সংক্ৰমিত এলেকাবোৰ চিহ্নিত কৰি প্লাকিং কৰাৰ পিছত অনুমোদিত ৰাসায়নিক দৰৱৰৰ স্পট স্প্ৰে (Spot spraying) কৰি নিয়ন্ত্ৰণ কৰিব । নিয়ন্ত্ৰণৰ বাবে প্ৰয়োগ কৰিব লগা সকলো দৰৱ বৰষুণ মুক্ত সময়ত স্প্ৰে কৰিব আৰু পাত তোলাৰ পৰা নিম্নতম ৬-৭ দিনৰ ব্যৱধান ৰাখি স্প্ৰে কৰিব যাতে পিছত কোনো এম.আৰ.এল. (MRL) সমস্যা নাহে। অন্যান্য শস্যৰ বাবে: • পাচলিশস্য যেনে লাও, জিকা, তিঁয়হ ইত্যাদি, বৰষুণ আৰু বতাহৰ ফলত বেঁকা হোৱাৰ পৰা সুৰক্ষিত কৰিবলৈ, লাঠি বা ৰছীৰ সমৰ্থন প্ৰদান কৰিব। • পাচলি বাগিচাৰ পৰা অপতৃণবোৰ আঁতৰাই পেলাব। গছজোপাৰ গুৰিৰ ওচৰত মাটি চপাই ৰাখিব যাতে গুৰিত পানী জমা নহয়। • সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা আৰু আপেক্ষিক আৰ্দ্ৰতা বৃদ্ধিৰ বাবে ভেণ্ডীত হালধীয়া শিৰাৰ মোজাইক (Yellow Vein Mosaic)) ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। এই ৰোগৰ বাহক হল White Fly(বগা মাখি) । এই পোকৰ নিয়ন্ত্ৰণৰ বাবে, ডাইমেথএট (Dimethoate) বা অক্সিডিমেটন মিথাইল (Oxydemeton methyl) @ ১ মি.লি প্ৰতি লিটাৰ পানীত মিহলাই ৭ দিনৰ ব্যৱধানত ৪-৫ বাৰ স্প্ৰে কৰিব লাগে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছ ড কল দিব পাৰে । ধন্যবাদ । Assam Assam 20-07-2022 Disable
10540 VIF Telangana Text Advisory 20 July 2022 జైనాద్ మండల రైతు సోదరులకు సూచన :: సోలిడరిడాడ్ వారి ఆధునిక ఆటోమేటెడ్ వాతావరన కేంద్ర సమాచారము మేరకు, గత వారం లో కురిసిన వాన 161.60 మిల్లీ మీటర్లు గా ఉంది. ఈ వారం సైతం వానలు కురిసే అవకాశం 30-60% గా ఉంది. అధిక వర్షం కురిసింది కావున రైతు సోదరులు కాలువలు ఏర్పాటు చేసుకొని పంటచేరల్లో ఆగిన నీటిని వర్షాలు తగ్గిన వెంటనే తొలగించుకోవాలి. ఆకాశం మేఘావృతమై ఉండడం వల్ల తెగుళ్లు సోకే ప్రమాదం ఉంది కావున ఎక్కడైతే నీరు నిల్వ ఉండి ఆకులు ఎర్రబరాయో అట్లాంటి పంటచేలలో రైతు సోదరులు విధిగా 600 గ్రాములు కాపర్ ఆక్సి క్లోరైడ్ మరియు 20 గ్రాముల ప్లాంటమైసిన్ అనే మందును 200 లీటర్ల నీటిలో కలుపుకొని మొదలు తడిచేలా పిచికారి చేసుకోవాలి. అవసరమైనట్లయితే 19 .19. 19. నీటిలో కరిగే ఎరువులను మరియు అగ్రోమిన్ మాథ్స్ ఫార్ములా సిక్స్ వంటి ఎరువులను ఎకరానికి రెండు కేజీల చొప్పున 200 లీటర్ల నీటిలో కలుపుకొని పిచికారి చేసుకోవాలి ఇట్లు సాలిడేరిడాడ్ ఆసియా Telangana Telangana 20-07-2022 Disable