Message List: 12,220
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 10631 | Sugarcane Crop Advisory Fourth week of March - Lakhimpur | प्रिय किसान साथियों, आगामी 20 से 26 मार्च के दौरान लखीमपुर जिले का अधिकतम तापमान 30 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 18 डिग्री सेंटीग्रेड रहने की सम्भावना है| इस सप्ताह 20 और 21 मार्च को बारिश की संभावना रहेगी | वायुमंडल में आर्द्रता 55 से 92% तक रहेगी | पस्चिमोतर दिशा से 2से12 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना है| वाशपिकरण 1 से 3 mm/दिन होगा | जिन किसान भाईओ ने सरसों की कटाई कर ली है वे थ्रेशिंग कर लें और तिरपाल से सरसों को ढक दें | बसंतकालीन गन्ने के लिए यह सप्ताह जमाव के लिए अनुकूल है | किसान भाई गन्ना बुवाई संपन करें | गन्ना बुआई के लिए कुछ बातों का ध्यान रखें : गन्ना बुआई से पहले खेत में 25 टन/एकड की दर से गोबर की खाद डालें | क्यारिओं में दूरी 3.5मीटर से जयादा न रखें | बीज की उम्र 1 माह से अधिक न हो और गन्ने के एक-तिहाई हिस्से को ही बोने में प्रयोग करें| बीज को thiophinate methyle में 20 से 25 मिनट तक दूबयें | बीज उपचार के लिए choloro pyri phose का प्रयोग करें | फसल के रूप में मूंग और ढेंचा का प्रयोग करें | | रूट बोरर के प्रभाव को कम करने के लिए खेत के चारो तरफ दो लाइन अरहर की फसल लगायें | गन्ने को जड़ से काटने के बाद सूखी पत्तियों को खेत में ही फैला दें और वेस्ट डीकंपोजर की सहायता से खेत में ही सड़ाकर खाद बना लें| गप फिलिंग के लिए STP के पोधे का प्रयोग करें| गन्ना काटने के दो सप्ताह के अन्दर 50 kg यूरिया + 75 kg DAP + 50kg Potash + 10 kg zinc और 10 kg लोहा मिलाकर खूडो में डालें| टॉप बोरर की सफ़ेद रंग की तितली दिखाई देने पर उसे मार दें और खेत में pheromon trap लगायें | प्रभावित गन्ने को जड़ से उखाड़ कर नष्ट कर दें | अंडे वाली पत्तियों को तोड़कर नष्ट करें | Moisture मीटर की सहायता से मिटटी की नमी की जांच कीजिये और उसके आधार पे खेत की सिंचाई का निर्णय करें | शरदकालीन गन्ने में 10 kg PSB को 10 kg गोबर की खाद में मिलाकर खेत में डालें | Intercrop की कटाई के तुरंत बाद हल चलाकर NPK (12:32:16) के दर से 50 kg/एकड़ खुडो में डालें | वाइट ग्रब से बचने के लिए 10 kg BVM में 10 kg गोबर और 250gm Deutatsu का प्रयोग करें | जिन खेतों में लाल सडन पायी गयी है उनमें 10 kg /एकड़ के दर से Trichoderma का प्रयोग गोबर की खाद में मिलाकर करें| ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 15-03-2023 | Disable |
|
| 10632 | Sugarcane Crop Advisory Fourth week of March - Shahjahanpur | प्रिय किसान साथियों, आगामी 20 से 26 मार्च के दौरान शाहजहांपुर जिले का अधिकतम तापमान 30 डिग्री सेंटीग्रेड तथा रात का न्यूनतम तापमान 18 डिग्री सेंटीग्रेड रहने की सम्भावना है| इस सप्ताह 20 और 21 मार्च को बारिश की संभावना रहेगी | वायुमंडल में आर्द्रता 55 से 92% तक रहेगी | पस्चिमोतर दिशा से 2से12 किमी प्रति घंटे की रफ़्तार से हवा चलने की सम्भावना है| वाशपिकरण 1 से 3 mm/दिन होगा | जिन किसान भाईओ ने सरसों की कटाई कर ली है वे थ्रेशिंग कर लें और तिरपाल से सरसों को ढक दें | बसंतकालीन गन्ने के लिए यह सप्ताह जमाव के लिए अनुकूल है | किसान भाई गन्ना बुवाई संपन करें | गन्ना बुआई के लिए कुछ बातों का ध्यान रखें : गन्ना बुआई से पहले खेत में 25 टन/एकड की दर से गोबर की खाद डालें | क्यारिओं में दूरी 3.5मीटर से जयादा न रखें | बीज की उम्र 1 माह से अधिक न हो और गन्ने के एक-तिहाई हिस्से को ही बोने में प्रयोग करें| बीज को thiophinate methyle में 20 से 25 मिनट तक दूबयें | बीज उपचार के लिए choloro pyri phose का प्रयोग करें | फसल के रूप में मूंग और ढेंचा का प्रयोग करें | | रूट बोरर के प्रभाव को कम करने के लिए खेत के चारो तरफ दो लाइन अरहर की फसल लगायें | गन्ने को जड़ से काटने के बाद सूखी पत्तियों को खेत में ही फैला दें और वेस्ट डीकंपोजर की सहायता से खेत में ही सड़ाकर खाद बना लें| गप फिलिंग के लिए STP के पोधे का प्रयोग करें| गन्ना काटने के दो सप्ताह के अन्दर 50 kg यूरिया + 75 kg DAP + 50kg Potash + 10 kg zinc और 10 kg लोहा मिलाकर खूडो में डालें| टॉप बोरर की सफ़ेद रंग की तितली दिखाई देने पर उसे मार दें और खेत में pheromon trap लगायें | प्रभावित गन्ने को जड़ से उखाड़ कर नष्ट कर दें | अंडे वाली पत्तियों को तोड़कर नष्ट करें | Moisture मीटर की सहायता से मिटटी की नमी की जांच कीजिये और उसके आधार पे खेत की सिंचाई का निर्णय करें | शरदकालीन गन्ने में 10 kg PSB को 10 kg गोबर की खाद में मिलाकर खेत में डालें | Intercrop की कटाई के तुरंत बाद हल चलाकर NPK (12:32:16) के दर से 50 kg/एकड़ खुडो में डालें | वाइट ग्रब से बचने के लिए 10 kg BVM में 10 kg गोबर और 250gm Deutatsu का प्रयोग करें | जिन खेतों में लाल सडन पायी गयी है उनमें 10 kg /एकड़ के दर से Trichoderma का प्रयोग गोबर की खाद में मिलाकर करें| ‘स्मार्ट एग्री कार्यक्रम’ की और अधिक जानकारी के लिए मो. नं. 9205021814 पर संपर्क करेंI इस सन्देश को दोबारा सुनने के लिए 7065-00-5054 पर संपर्क करेI | Uttar Pradesh | Uttar Pradesh | 15-03-2023 | Disable |
|
| 10633 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 16/03/23) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-03-2023 | Disable |
|
| 10634 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 16/03/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩, বতৰ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৯ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-03-2023 | Disable |
|
| 10635 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 16/03/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩ বতৰ ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৮ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-03-2023 | Disable |
|
| 10636 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 16/03/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৮-২০ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৫০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১৪ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫ চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫ চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-03-2023 | Disable |
|
| 10637 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 16/03/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ মাৰ্চলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব আৰু পাতলীয়াৰ পৰা মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৯ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৭-১৯ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৬০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৯-১২ কি: মি: বেগেৰে ঘাইকৈ দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • এই সময়ত টিপিং বিশেষকৈ MS আৰু DS অঞ্চল বোৰত কৰিব পাৰে যত টিপিঙৰ বাবে গজালী বোৰ সাজু হোৱা লক্ষ্য কৰা হয়। MS এলেকাবোৰত কলম কৰা দাগিৰ ওপৰত (২.৫চে.মি.) ওলোৱা এটা ডাঙৰ পাত এৰি ওপৰৰ পাত আৰু কলিৰ সৈতে তুলিব লাগে আৰু DS এলেকাবোৰত কাটি লোৱা ডালৰ দুটা ডাঙৰ পাতৰ ওপৰত (৫চে.মি.) টিপিং কৰিব লাগে । UP/LOS অঞ্চল বোৰত জনম পাতৰ ওপৰত চিঙিব লাগে ৷ • ৫ টাতকৈ অধিক ডাঙৰ পাত লক্ষ্য কৰালে LS এলেকাবোৰত কাটি লোৱা ডালৰ পৰা ২০ চে.মি. বা ৫ টা ডাঙৰ পাতৰ ওপৰত চিঙিব লাগে । পাততোলা টেবুলৰ তললৈ হাত ভৰাই পাত তুলিব নালাগে। • UP/LOS/LS এলেকাবোৰত কোমল Banjhi পাত লক্ষ্য কৰিলে বাঞ্জী (Banjhi) পাত বোৰ টেবুলৰ সমানে আঁতৰাই পেলাব চেষ্টা কৰিব। পাততোলা টেবুল খন সমান কৰি ৰাখিবলৈ গুৰুত্ব দিব লাগে। অন্যান্য শস্যৰ বাবে: • জিকা খেতিৰ বাবে ওখ, পানী জমা নোহোৱা পলসুৱা আৰু অধিক জৈৱিক পদাৰ্থ থকা মাটিয়েই উত্তম। কৃষকসকলে জিকাৰ অনুমোদিত জাত যেনে- এ এ ইউ জে-১(AAUJ-1), পুছা নাছদাৰ (Pusa Nasdar) আদিৰ বীজ সংগ্রহ কৰিব পাৰে। বীজ সিঁচাৰ উপযুক্ত সময় হৈছে মাঘ মাহৰ পৰা আৰম্ভ কৰি আহাৰ মাহলৈকে অৰ্থাৎ জানুৱাৰী মাহৰ পৰা জুন মাহৰ লৈকে। • কৃষক সকলে শাক পাচিলৰ পুলি বাৰীখনত যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ বাবে সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। • যিহেতু অহা কেইদিনমানত বৰষুণৰ সম্ভাৱনা আছে, সেয়েহে ঔষধ স্প্ৰে কৰাৰ পৰা বিৰত থাকিব। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-03-2023 | Disable |
|
| 10638 | 16th March23 JBR | 15/03/2023--Jaburapara :-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ২১ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে । তবে হাল্কা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৮ ডিগ্রি সেন্টিগ্রেড থেকে ১৯ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৬৫ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৬ থেকে ১৫ কিমি প্রতি ঘণ্টায় থাকবে বলে আনুমান করা হচ্ছে । এই সপ্তাহে বাগানে পাতা তোলার সময় এল পি বাগানে পাঁচ পাতা ছেঁড়ে এবং ডি এস বাগানে ২ পাতা থেকে ৩ পাতা ছেড়ে ৭ দিন অন্তর টিপিং করুন ।স্কিফ করা বাগানে একটি পাতা ছেড়ে পাতা তুলবেন । রেডস্পাইডার বা লাল পোকার উপর নজর রাখুন এবং দেখা মাত্র প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এবং ৭ দিন পরে আরেক রাউন্ড ফেনাজাকুইন ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । হালোপেল্টিস বা চা মশা , থিপ্স দেখা দিলে প্রথমে কুইনালফোস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। ১২ থেকে ১৫ দিনের ব্যবধানে আরেক রাউন্ড নীম অথবা থায়ামেথোস্কাম (প্রয়োজন অনুসারে ) ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 15-03-2023 | Disable |
|
| 10639 | 16th March23 JHR | 15/03/2023--Jharbaragila:-সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ২১ তারিখ অবধি আকাশ আংশিক মেঘলা থাকবে । তবে হাল্কা থেকে মাঝারি বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ৩২ ডিগ্রি সেন্টিগ্রেড থেকে ৩৫ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৬ ডিগ্রি সেন্টিগ্রেড থেকে ২০ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯৫ % এবং ৭০ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৬ থেকে ১৩ কিমি প্রতি ঘণ্টায় থাকবে বলে আনুমান করা হচ্ছে । এই সপ্তাহে বাগানে পাতা তোলার সময় এল পি বাগানে পাঁচ পাতা ছেঁড়ে এবং ডি এস বাগানে ২ পাতা থেকে ৩ পাতা ছেড়ে ৭ দিন অন্তর টিপিং করুন ।স্কিফ করা বাগানে একটি পাতা ছেড়ে পাতা তুলবেন । রেডস্পাইডার বা লাল পোকার উপর নজর রাখুন এবং দেখা মাত্র প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এবং ৭ দিন পরে আরেক রাউন্ড ফেনাজাকুইন ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । হালোপেল্টিস বা চা মশা , থিপ্স দেখা দিলে প্রথমে কুইনালফোস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। ১২ থেকে ১৫ দিনের ব্যবধানে আরেক রাউন্ড নীম অথবা থায়ামেথোস্কাম (প্রয়োজন অনুসারে ) ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন।পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 15-03-2023 | Disable |
|
| 10640 | 16th March23 JAM | 15/03/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী মার্চ মাসের ২১ তারিখ অবধি আকাশ মূলত মেঘলা থাকবে । তবে বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপমাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১৭ ডিগ্রি সেন্টিগ্রেড থেকে ১৯ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৬০ % , বাতাসের গতি পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৫ থেকে ১৫ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ২২.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ২১.৮ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৮.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এই সপ্তাহে বাগানে পাতা তোলার সময় এল পি বাগানে পাঁচ পাতা ছেঁড়ে এবং ডি এস বাগানে ২ পাতা থেকে ৩ পাতা ছেড়ে ৭ দিন অন্তর টিপিং করুন ।স্কিফ করা বাগানে একটি পাতা ছেড়ে পাতা তুলবেন । রেডস্পাইডার বা লাল পোকার উপর নজর রাখুন এবং দেখা মাত্র প্রোপাজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এবং ৭ দিন পরে আরেক রাউন্ড ফেনাজাকুইন ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । হালোপেল্টিস বা চা মশা , থিপ্স দেখা দিলে প্রথমে কুইনালফোস ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন। ১২ থেকে ১৫ দিনের ব্যবধানে আরেক রাউন্ড নীম অথবা থায়ামেথোস্কাম (প্রয়োজন অনুসারে ) ২৫ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 15-03-2023 | Disable |
|