Message List: 12,220
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 10771 | 16th Feb23 BB | 16/02/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২১ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩১ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৮ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি দক্ষিণ থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১২.৩ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি ,ডি এস বা,এম এস করা বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 16-02-2023 | Disable |
|
| 10772 | 16th Feb23 BK | 16/02/2023--Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ২১ তারিখ অবধি আকাশ হাল্কা মেঘলা ও বৃষ্টিপাতের সম্ভবনা আছে বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৮ ডিগ্রি সেন্টিগ্রেড থেকে ৩০ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১১ ডিগ্রি সেন্টিগ্রেড থেকে ১৯ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৫০ % , বাতাসের গতি দক্ষিণ থেকে পূর্ব দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ৯ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.৯ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে ।এল পি ,ডি এস বা,এম এস করা বাগানে এফিডস বা হাল্কা মশা দেখা গেলে এক রাউন্ড কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন এবং ৭ দিনের ব্যবধানে আরেক রাউন্ড নীম স্প্রে করে দিন । মশার আক্রান্ত বেশি দেখা দিলে (থায়ামেথোস্কাম ২৫ ডব্লু জি ২৫ গ্রাম ) ১০০ জলে মিশিয়ে স্প্রে করে দিন। রেড স্পাইডার বা লাল পোকা দেখা দিলে এক রাউন্ড প্রপোজাইট অথবা ইথিয়ন , ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন । বাগানে আলোক ফাঁদ ব্যবহার করে পোকামাকড়ের ম্থ নিয়ন্ত্রন করুন । বাগানের মাটির গঠন অনুযায়ী ৮ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 16-02-2023 | Disable |
|
| 10773 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 16/02/23) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৫-৩১ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৬-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 10774 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 16/02/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২১ আৰু ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২২-৩০ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 10775 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 16/02/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ ফৰকালৰ পৰা আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৫-১৯ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 15-02-2023 | Disable |
|
| 10776 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 16/02/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৮-৩১ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-২১ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 10777 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 16/02/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১৬ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ২২ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-৩০ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৫-২০ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০% আৰু ৩০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৫-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • ইনফিল (Infill) এলাকাত ডি-চেণ্টাৰ(De-centre) / Pruningৰ কাম সম্পূৰ্ণ কৰিব লাগিব, যদিহে এইবোৰ আগতে কৰা হোৱা নাই । • যদি UP/LOS বাগান বোৰত হেলোপেলটিছৰ আক্ৰমণ লক্ষ্য কৰা হৈছে, তেন্তে Black Plucking কৰাৰ পিছত ২০০ মিলিলিটাৰ Thiacloprid (Alanto) ২০০ লিটাৰ পানীত মিহলাই হেণ্ড স্প্ৰেয়াৰৰ সহায়ত স্প্ৰে কৰিব। • যিবোৰ অঞ্চলত এই কেইদিনমানত বৰষুণ লাভ হৈছে , নতুনকৈ লগোৱা পুলি বাগানবোৰত, গছৰ শাৰীৰ মাজত ক্ৰটালেৰিয়াৰ (Crotolaria) বীজ সিঁচিব পাৰে। • এই সময়ত, গছৰ গুৰিত মাটি চপাই দিব আৰু মাটি ডৰা সমান কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰয়োজন হলে মুখ্য নলাবোৰ পৰিষ্কাৰ কৰি ৰাখিব আৰু নলাবোৰ দ কৰাৰ ব্যৱস্থা লব । • যি বোৰ বাগানত লাল পোকা/ ৰঙা মকৰা (Red Spider) দেখা গৈছে, নিয়ন্ত্ৰণৰ বাবে অনুমোদিত মাত্ৰাত প্ৰপাৰগাইট ৰ (Propargite) স্পট স্প্ৰে (spot spraying) কৰিব লাগে। অন্যান্য শস্যৰ বাবে: • এই সময়ত জলকীয়া খেতিত Thrips/শোহনী পোকৰ দ্বাৰা আক্রমন হোৱা পৰিলক্ষিত হব পাৰে। এই পোকৰ আক্রমন হলে গছৰ পাত ভাজ খোৱা বা মেৰ খোৱা হৈ পৰে যাৰ ফলত গছৰ বৃদ্বি আৰু বিকাশত প্রভাৱ পেলাই। গতিকে এই পোকৰ আক্রমনৰ পৰা গছ জোপাবোৰ ৰক্ষা কৰিবলৈ ডাইমিথয়েট (Diamethoate) বা ৰগৰ (Rogor) ১.৫ মিঃ লিঃ প্রতি এক লিটাৰ পানীত মিহলাই গছৰ পাতৰ তলপিনে ভিজা কৈ স্প্রে কৰিব লাগে কাৰণ এই পোক সদায় গছৰ পাতৰ তল পিনে হে থাকে। • কৃষকসকলে তিতা কেৰেলা, জিকা আদি পাচলি শস্যৰ বীজ সিঁচা কার্য্য অব্যাহত ৰাখিব পাৰে। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 15-02-2023 | Disable |
|
| 10778 | சிவப்பு நிற சிலந்தி நோய் கட்டுப்படுத்துதல் | சிவப்பு நிற சிலந்தி பாதிப்பு உள்ள தோட்டங்களில் 40 கிராம் Wettable Sulphur (80%) ஐ 10 லிட்டர் தண்ணீர் கலந்து 7 – 10 நாட்கள் இடைவெளியில் இருமுறை தெளிக்கலாம். இவ்வாறு செய்யும் பொழுது ஒரு ஏக்கருக்ரு 400 கிராம் Wettable Sulphur- ம் 100 லிட்டர் தண்ணீரும் தேவைப்படும். மேலும் 7065005054 என்ற எண்ணுக்கு மிஸ்டு கால் கொடுப்பதின் மூலம் தேயிலை மற்றும் வேளாண் பயிர்களின் சந்தேகங்களை கேட்டு நிவர்த்தி செய்து கொள்ளலாம். | Tamil Nadu | Tamil Nadu | 15-02-2023 | Disable |
|
| 10779 | Harvesting in Mustard | सरसों की कटाई यथासंभव फलिया पीली या भूरी पड़ने आने की अवस्था में करें अर्थात परिपक्व अवस्था में करें I इस अवस्था में दाने झड़ने की आशंका एवं नुकसान नहीं होगा पौधों को पूर्ण रूप से सूखने के पश्चात बीजों को पौधों से थ्रेशर द्वारा अलग कर लिया जाता है कटाई के समय बीजों की नमी 25% होना चाहिए I फिर बीजों को भलीभांति 4 से 5 दिन धूप में सूखने दें I ताकि बीज में नमी का प्रतिशत 12 से 13 रहे I सरसो बीज को सुखाकर साफ बोरों में भरकर हवादार स्वच्छ गोदामों भंडारित कर लेना चहिये I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Rajasthan | Rajasthan User | 15-02-2023 | Disable |
|
| 10780 | Irrigation Management in Wheat | गेहूं की बालियों में दूध बनाने की अवस्था में सिंचाई आवश्यक होती है। गेहूं के लिए, यूरिया की अंतिम सिंचाई के बाद, टॉप-ड्रेसिंग द्वारा प्रति एकड़ 20 से 25 किलो स्प्रे किया जाना चाहिए। चने की फसल में, फली बनते समय, पत्तियों पर दो बार 10 दिनों के अंतराल पर 2% यूरिया के घोल का छिड़काव करने से उपज में सुधार होता है। चने की फसल में, 90% खेत में टहनियाँ दिखाई देने और फलियों का रंग हरे से पीले में बदलने पर, चना काटने के लिए तैयार हो जाता है। लहसुन की फसल के स्वस्थ विकास के लिए, प्रति एकड़ बोरान 20% के 100 ग्राम को 200 लीटर पानी में मिलाकर छिड़काव करना चाहिए। | Madhya Pradesh | MP | 15-02-2023 | Disable |
|