Message List: 12,220
S.No Message Title Message State Created By Creation Date Status Action
10841 2nd Feb23 BB 02/02/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ৭ তারিখ অবধি আকাশ হাল্কা মেঘলা থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৬ ডিগ্রি সেন্টিগ্রেড থেকে ২৮ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১১ ডিগ্রি সেন্টিগ্রেড থেকে ১৩ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি দক্ষিণ থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৮.৩ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১২.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এল পি এবং ডি এস করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন বাগানে নালা কাটা বা পরিষ্কার করার কাজ শেষ করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 02-02-2023 Disable
10842 2nd Feb23 BK 02/02/2023--Baikur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী ফেব্রুয়ারী মাসের ৭ তারিখ অবধি আকাশ হাল্কা মেঘলা ও মূলত পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৫ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১২ ডিগ্রি সেন্টিগ্রেড থেকে ১৪ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি দক্ষিণ থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৯ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৭.১ ডিগ্রি সেণ্টিগ্রেড থেকে ১৭.০ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । এল পি এবং ডি এস করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । রেড স্পাইডার নিয়ন্ত্রনের জন্য সালফার ৫০০ গ্রাম ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । যদি রেড স্পাইডার বা লাল পোকা বেশী দেখা দেয় তাহলে এক রাউন্ড প্রপোজাইট ২৫০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করুন এবং ১০ থেকে ১২ দিন পরে সালফার স্প্রে করে দিন বাগানে নালা কাটা বা পরিষ্কার করার কাজ শেষ করে দিন। বাগানের মাটির গঠন অনুযায়ী ১০ থেকে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । West Bengal West Bengal 02-02-2023 Disable
10843 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 02/02/23) জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১৩-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-02-2023 Disable
10844 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 02/02/23) জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত , ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে ৭ ফেব্ৰুৱাৰীত অতি পাতলীয়াৰ পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২৩-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৫ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৮ কিলোমিটাৰ বেগত দক্ষিণ-পূব আৰু উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-02-2023 Disable
10845 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 02/02/23) জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ সাধাৰণতে ডাৱৰীয়া হৈ থকাৰ লগতে ৭ ফেব্ৰুৱাৰীত পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৯ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ১২-১৬ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । Assam Assam 01-02-2023 Disable
10846 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 02/02/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৬-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৩-১৭ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০% আৰু ৩০% আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ২-৮ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-02-2023 Disable
10847 বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 02/02/23) জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে । সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৮ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১৪-১৫ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৩-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • পৈনত চাহ বাগান বোৰত এম.অ. পি. (MOP) আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ Foliar স্প্ৰে (১%কৈ) মাহটোত সকলো কলম নকটা এলেকাত অব্যাহত ৰাখিব পাৰে। • যদিহে জোপোহাবোৰত জানুৱাৰী মাহৰ ভিতৰত কৰিবলগীয়া পৰিষ্কাৰকৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হোৱা নাই, তেন্তে অতি সোনকালে কলি আৰম্ভ হোৱাৰ আগতেই সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগিব। • যোৱা বছৰৰ অক্টোবৰ - নৱেম্বৰ মাহত ৰোপণ কৰা চাহৰ পুলি গছবোৰত হাতৰ বুঢ়া আঙুলিৰ সহায়ত (Thumb Breaking) মাটিৰ স্তৰৰ পৰা ২০ চে.মি. উচ্চতাত ভাঙি দিব লাগে । • প্ৰয়োজন অনুসৰি পুলি বাগিচাত মাল্চিংৰ (Mulching) ব্যৱস্থা কৰিলে জলসিঞ্চনৰ প্ৰয়োজনীয়তা কম হয় আৰু ই মাটিৰ আৰ্দ্ৰতা হ্ৰাস নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অন্যান্য শস্যৰ বাবে: • কৃষক সকলে ভেণ্ডী খেতিৰ বাবে মাটিৰ প্ৰস্তুতিৰ কার্য্য অব্যাহত ৰাখিব পাৰে। • ভেণ্ডি খেতিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ হৈছে প্ৰতি বিঘাই ১.৩ টন গোৱৰ বা জৈৱিক সাৰ (FYM), ১৪.৭ কি: গ্ৰা: ইউৰীয়া (Urea), ৪২ কি: গ্ৰা: একক চুপাৰ ফচফেট(SSP) আৰু ১১.৩ কি: গ্ৰা: মিউৰেট অৱ পটাছ(MOP) । খেতি ডৰাত শেষৰ বাৰ মাটি চহাবৰ সময়ত সম্পূর্ণভাগ গোৱৰ সাৰ, SSP, MOP আৰু আধাভাগ Urea সাৰখিনি মাটিত প্ৰয়োগ কৰি হাল মাৰি মিহলাই লব লাগে। বাকী থকা আধা ভাগ Urea বীজ সিঁচাৰ ৩৫-৪০ দিনৰ পিছত প্ৰয়োগ কৰিব লাগে। • ভেণ্ডীৰ কিছুমান জাত যেনে - Arka Anamika, Pusa Sawani, Parbhani Kranti, আদি সংগ্ৰহ কৰিব পাৰে। এবিঘা মাটিৰ বাবে ২ কেজি বীজৰ প্ৰয়োজন হয় । বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। Assam Assam 01-02-2023 Disable
10848 रोग प्रबंधन ମୁଗ ଜମିର ବତର ଦେଖି ଜଳସେଚନ କରନ୍ତୁ | ବର୍ତ୍ତମାନ ସମୟରେ ଯଦି ଗଛ ୨୫ ରୁ ୩୦ ଦିନ ହୋଇଥାଏ , ତେବେ ପାଉଁଶିଆ ରୋଗ ଏବଂ ସାହେବୀ ରୋଗର ସମ୍ଭାବନା ରହିଥାଏ | ପାଉଁଶିଆ ରୋଗର ନିରାକରଣ ପାଇଁ ଏକର ପ୍ରତି ୮୦୦ ଗ୍ରାମ ଗନ୍ଧକକୁ ( Sulphur 80℅ WP) ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ| ଅଥବା ଏକର ପ୍ରତି ୩୦ ଗ୍ରାମ କ୍ୟାପଟାନ୍ + ହେକ୍ସାକୋନାଜୋଲ କୁ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ସିଞ୍ଚନ କରନ୍ତୁ | ସାହେବୀ ରୋଗର ବାହକ ଧଳାମାଛି ଅଟେ | ତେଣୁ ଧଳାମାଛିର ନିୟନ୍ତ୍ରଣ କରିବା ଅତ୍ୟନ୍ତ ଆବଶ୍ୟକ | ଏଥିପାଇଁ ଏକର ପ୍ରତି ୬୬ ମି.ଲି ଇମିଡ଼ାକ୍ଲୋରପ୍ରିଡ୍ ୧୭.୮ SL କୁ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ପତ୍ର ସିଞ୍ଚନ କରନ୍ତୁ | ଚିନାବାଦାମ ଯାହା ପୂର୍ବରୁ ଦିଆଯାଇଥିଲା, ସେହି ପଦ୍ଧତିକୁ ଯେଉଁ ଚାଷୀ ଭାଇ ଓ ଭଉଣୀ ମାନେ କରିନଥିବେ ତାହେଲେ କରନ୍ତୁ | Orissa Orissa 01-02-2023 Disable
10849 प्याज मे कीट प्रबंधन प्याज की समय से बोई गई फसल में थ्रीप्स के आक्रमण की निरंतर निगरानी करते रहे I प्याज में थ्रीप्स के हमले की जाँच के लिए 6-8 नीले चिपके कार्ड प्रति एकड़ लगाएं I अगर इनका हमला दिखाई दें तो फिपरोनिल 30 मि.ली. को प्रति 15 लीटर पानी में घोल कर स्प्रे करें, या प्रोफैनफोस 10 मि.ली. को प्रति 10 लीटर की स्प्रे 8-10 दिनों के फासले पर करें I स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 01-02-2023 Disable
10850 गेहू मे सिचाई प्रबंधन पिछले सप्ताह हुई बारिश के बाद नमी का अनुमान लगाकर ही सिचाई करे गेहूं की बलीयो मे दुध बनने की क्रांतिक अवस्था में सिंचाई अवश्य करें I गेहूं में यूरिया की अंतिम सिंचाई अवस्था पर टॉप-ड्रेसिंग द्वारा 20 से 25 किलो प्रति एकड़ के हिसाब से स्प्रे करें या गेंहु एवं चने की फसल मैं फली में दाना बनते समय 2% यूरिया के घोल का दो बार पत्तियों पर छिड़काव 10 दिनों के अंतराल पर करे जिससे उत्पादन में बृद्धि होती है स्मार्ट एग्री प्रोजेक्ट के अंतर्गत खेती संबंधित समसामयिक सलाह के लिए 7065-00-5054 पर मिस कॉल करें एवं उपयोगी सलाह प्राप्त करें I सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 Madhya Pradesh MP 01-02-2023 Disable