Message List: 12,220
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 10931 | ମୁଗ | ସଂଗୃହିତ ବିହନକୁ ୧କି.ଗ୍ରା ବିହନ ପ୍ରତି ୩କି.ଗ୍ରା କପ୍ଟାନ୍ କିମ୍ବା ଥିରାମ୍ ଅଥବା ୧ ଗ୍ରା. ବାଭିଷ୍ଟିନ(ରାସାୟନିକ ଫିମ୍ଫିନାଶକ ) ରେ ବିଶୋଧନ କରନ୍ତୁ| ଏକର ପ୍ରତି ୧୦ କି.ଗ୍ରା ବିଶୋଧିତ ବିହନକୁ, ବିଶୋଧନର ୫-୭ ଦିନପରେ ପ୍ରତି କି.ଗ୍ରା ବିହନରେ ୨୦ଗ୍ରା. ହିସାବରେ ରାଇଜୋବିୟମ୍ କଲ୍ଚର ଗୋଳାଇ ବିହନକୁ ଛାଇରେ ସୁଖାଇ ଦିଅନ୍ତୁ | ମୂଳସାର ହିସାବରେ ଏକର ପ୍ରତି ୮କି.ଗ୍ରା ଯବକ୍ଷାରଜାନ, ୧୬କି.ଗ୍ରା ଫସଫରସ୍, ୧୬ କି.ଗ୍ରା ପଟାସ୍ ଓ ୮ କି.ଗ୍ରା ସଲ୍ଫର୍ ପ୍ରୟୋଗ କରନ୍ତୁ | ରାଇଜୋବିୟମ୍ ଉପଚାର ହୋଇଥିବା ବିହନକୁ ଧାଡିକୁ ଧାଡି ୨୫ ସେ.ମି ଏବଂ ଗଛ କୁ ଗଛ ୮-୧୦ ସେ.ମି ବ୍ୟବଧାନରେ ବୁଣନ୍ତୁ| | Orissa | Orissa | 12-01-2023 | Disable |
|
| 10932 | ସୂର୍ଯ୍ୟମୁଖୀ | ବିହନ ବୁଣିବା ପୂର୍ବରୁ ବିହନକୁ ଭଲଭାବରେ ବିଶୋଧନ କରନ୍ତୁ | ସଙ୍କର କିସମ ସୂର୍ଯ୍ୟମୁଖୀ ଅଧିକ ଅମଳ ଦେଇଥାଏ | ଏହି କିସମ ଫସଲ ଚାଷ କରୁଥିଲେ ଏକର ପ୍ରତି ୪ କି.ଗ୍ରା ବିହନ ଲାଗିଥାଏ| ୧ କି.ଗ୍ରା ବିହନ ପ୍ରତି ୩ କି.ଗ୍ରା କପ୍ଟାନ୍ କିମ୍ବା ଥିରାମ୍ ଅଥବା ୧ ଗ୍ରା. ବାଭିଷ୍ଟିନ ଗୋଳାଇ ବିହନ ବିଶୋଧନ କରନ୍ତୁ | ମୂଳସାର ହିସାବରେ ଏକର ପ୍ରତି ୧୨ କି.ଗ୍ରା ଯବକ୍ଷାରଜାନ, ୩୨କି.ଗ୍ରା ଫସଫରସ୍, ୧୨ କି.ଗ୍ରା ପଟାସ୍ ସାର , ୧୦୦ କି.ଗ୍ରା ଜିପ୍ସମ୍ ଓ ୪ କି.ଗ୍ରା ବୋରାକ୍ସ କୁ ୮-୧୦ ସେ.ମି ଗଭୀର ସିଆରରେ ପ୍ରୟୋଗ କରି ମିଶାଇ ଦିଅନ୍ତୁ | ମଞ୍ଜି ବୁଣିବା ସମୟରେ ଧାଡିକୁ ଧାଡି ୬୦ ସେ.ମି, ଗଛ କୁ ଗଛ ୩୦ ସେ.ମି ଓ ୫-୭ ସେ.ମି ଗଭୀରରେ ବୁଣି ଘୋଡାଇ ଦିଅନ୍ତୁ | | Orissa | Orissa | 12-01-2023 | Disable |
|
| 10933 | ଚିନାବାଦାମ | ଜାନୁଆରୀ ପ୍ରଥମାର୍ଦ୍ଧ ସୁଦ୍ଧା ଚିନାବାଦାମ ବୁଣିବା ସାରିଦିଅନ୍ତୁ | ମୂଳସାର ହିସାବରେ ଏକର ପ୍ରତି ୮କିଗ୍ରା ଯବକ୍ଷାରଜାନ, ୧୬କି.ଗ୍ରା ଫସଫରସ୍, ୧୬କି.ଗ୍ରା ପଟାସ୍ ଓ ୮ କି.ଗ୍ରା ସଲ୍ଫର୍ ପ୍ରୟୋଗ କରନ୍ତୁ| ବିହନ ବିଶୋଧନ ପାଇଁ ପ୍ରତି କି.ଗ୍ରା ବିହନ ପାଇଁ ୩ଗ୍ରା. କପ୍ଟାନ୍ କିମ୍ବା ଥିରାମ୍ ଗୋଳାଇ ଦିଅନ୍ତୁ | ବିହନ ବିଶୋଧନ କରିବାର ୫-୭ ଦିନ ପରେ ରାଇଜୋବିୟମ୍ ଜୀବାଣୁସାର ଉପଚାର କରନ୍ତୁ | ଏଥିପାଇଁ ୧ କି.ଗ୍ରା ବିହନରେ ୨୦ ଗ୍ରାମ ହିସାବରେ ରାଇଜୋବିୟମ୍ କଲ୍ଚର ଗୋଳାଇ ଛାଇରେ ଶୁଖାଇ ଦେଇ ବିହନ ବୁଣା ଯନ୍ତ୍ର କିମ୍ବା ଗୋଜି ଲଙ୍ଗଳରେ ଧାଡି କୁ ଧାଡି ୨୫ ସେ.ମି ଓ ଗଛକୁ ଗଛ ୧୦ ସେ.ମି ବ୍ୟବଧାନରେ ବୁଣନ୍ତୁ | ଏକର ପ୍ରତି ୭୦ କି.ଗ୍ରା ଚୋପାଲଗା ବିହନ କିମ୍ବା ୫୦ କି.ଗ୍ରା ଚୋପାଛଡା ବିହନ ବ୍ୟବହାର କରନ୍ତୁ| ଯଦି ଧବଳଭୃଙ୍ଗ ପୋକ କିମ୍ବା ଉଇ ର ସମସ୍ୟା ଥାଏ ଫିପ୍ରୋନିଲ୍ ୪୦+ ଇମିଡାକ୍ଲୋପ୍ରିଡ ୪୦ ଡବ୍ଲୁଜି କୀଟନାଶକ ଔଷଧକୁ ଏକର ପ୍ରତି ୧୨୦ଗ୍ରା. ହିସାବରେ ୨୦୦ ଲିଟର ପାଣିରେ ମିଶାଇ ଜମିରେ ସିଞ୍ଚନ କରନ୍ତୁ | | Orissa | Orissa | 12-01-2023 | Disable |
|
| 10934 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 12/01/23) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থকাৰ লগতে ১৫ জানুৱাৰীত সামান্য পৰিমাণৰ বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 12-01-2023 | Disable |
|
| 10935 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 12/01/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থকাৰ লগতে ১৪, ১৫ আৰু ১৮ জানুৱাৰীত সামান্য পৰিমাণৰ বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৪ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১৪ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 12-01-2023 | Disable |
|
| 10936 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 12/01/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থকাৰ লগতে ১৪ আৰু ১৫ জানুৱাৰীত সামান্য পৰিমাণৰ বৰষুণৰ সম্ভাৱনা আছে। দিনৰ উষ্ণতা প্ৰায় ২০-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১৩ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-১০ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 12-01-2023 | Disable |
|
| 10937 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 12/01/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS)ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২২-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৪ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭৫% আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৬-১১ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 12-01-2023 | Disable |
|
| 10938 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 12/01/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ১২ৰ পৰা ১৮ জানুৱাৰীলৈ, ২০২৩ বতৰ আংশিকভাৱে ডাৱৰীয়াৰ পৰা ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২১-২৫ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১২-১৪ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৭-১০ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • যদি বাগান বোৰত লুপাৰ (Looper) বা ৰেড স্লাগৰ (Red Slug) আক্ৰমণ দেখা যায়, তেন্তে তাৎক্ষণিক ভাৱে Quinalphos 25EC @ ১ : ৪০০ মাত্ৰাত মিহলাই স্প্ৰে কৰিব লাগে। • এই সময়ত বাগিচাবোৰ পৰিষ্কাৰ কৰি ৰাখিব যাতে অহা চিজনলৈ কোনো কীট-পতংগৰ কণী বা পলু চাহৰ জোপোহাবোৰত ৰৈ নাযায়। নলাবোৰ দ’ কৰাৰ ব্যৱস্থা লব আৰু পৰিষ্কাৰ কৰি ৰাখিব । বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। • বিহলঙনি, লতা আৰু টান ঠাৰি ধৰা অপতৃণবোৰ উভালি পেলাব লাগে। • চাহ বাগিচাৰ খালী ঠাইত ছাঁ গছ (Shade tree) ৰোপণ কৰাৰ বাবে এয়া সঠিক সময়। অন্যান্য শস্যৰ বাবে: • কৃষকসকলে ৰঙালাওৰ বীজ সিঁচা আৰম্ভ কৰিব পাৰে যাতে এপ্ৰিল মাহলৈকে শস্য চপোৱাব পৰা হয় । এক বিঘা মাটিৰ বাবে বীজৰ পৰিমাণ ২৫০ গ্ৰাম । • বন্ধাকবিত কলা পৰি যোৱা ৰোগৰ নিয়ন্ত্ৰণ কৰিবলৈ ১০ লিটাৰ পানীত ১.৫ গ্ৰাম ষ্ট্ৰেপ্টচাইক্লিনৰ (Streptocyclin) সৈতে ২৫ গ্ৰাম কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) মিহলাই স্প্ৰে কৰিব লাগে। • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 12-01-2023 | Disable |
|
| 10939 | 12th Jan2023 JHR | 12/01/2023--Jharbaragila :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার ঝারবড় গিলা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি আকাশ পরিষ্কার থাকবে, আংশিক মেঘাচ্ছন্ন থাকতে পারে এবং বৃষ্টিপাতের সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১২ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি দক্ষিণ পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৩ থেকে ১০ কিমি প্রতি ঘণ্টায় থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 11-01-2023 | Disable |
|
| 10940 | 12th Jan2023 JAM | 12/01/2023--Jamaldha :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া কোচবিহার জেলার জামালদা আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১৭ তারিখ অবধি আকাশ মূলত পরিষ্কার থাকবে,আংশিক মেঘাচ্ছন্ন থাকতে পারে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২২ ডিগ্রি সেন্টিগ্রেড থেকে ২৪ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ৯ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪৫ % , বাতাসের গতি উত্তর – পশ্চিম এবং দক্ষিণ পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ৯ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৫.৫ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.২ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১০.৩ শতাংশ এবং মাটির নীচের ৪০ সেমি এর আদ্রতা ১৩.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা চলছে, কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানে নতুন কুশিতে এফিডস নামক পোকা দেখা গেলে এক রাউন্ড কুইনালফোস স্প্রে করে দিন । কিছু বাগানে ছোট ছোট লুপার দেখা যাচ্ছে লুপার এই মুহুতে নিয়ন্ত্রন করার জন্য কুইনালফোস ২৫০ মিলি এর সাথে নিম (১০০০০ পিপিএম অবধি ) ৩০০ মিলি ১০০ লিটার জলে মিশিয়ে স্প্রে করে দিন । এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।বাগানে নালা কাটা বা পরিষ্কার করার কাজ শুরু করে দিন । বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 11-01-2023 | Disable |
|