Message List: 12,220
| S.No | Message Title | Message | State | Created By | Creation Date | Status | Action |
|---|---|---|---|---|---|---|---|
| 10971 | 5th Jan 2023 JBR | 05/01/2023--Jaburapara :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার জাবুরা পাড়া আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১০ তারিখ অবধি আকাশ পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১০ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৪ থেকে ৯ কিমি প্রতি ঘণ্টায় , থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা শুরু করে দিয়েছেন , কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।এল পি কাটা বাগানের নালা পরিষ্কার করা শুরু করে দিন ।অবশ্যই নালা কাটা বা পরিষ্কার করার কাজ শুরু করবেন নালার শেষ নির্গমন পথ থেকে । যে সব এল পি বাগানে মাটির অম্লতা ঠিক আছে সেই সব বাগানে হাল্কা কুপিয়ে গোবর ও ট্রাইকোডামা মিশিয়ে বাগানের মাটিতে ছিটিয়ে দিন ।বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । মাটি পরীক্ষা করার জন্য মাটি বাগানের বিভিন্ন জায়গা থেকে সংগ্রহ করে পরীক্ষার জন্য পাঠিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 04-01-2023 | Disable |
|
| 10972 | 5th Jan 2023 BB | 05/01/2023--Berubari :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বেরুবাড়ি আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১০ তারিখ অবধি আকাশ পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১০ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৯০ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ৫ থেকে ৯ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৬.৪ ডিগ্রি সেণ্টিগ্রেড থেকে ১৯.১ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ১৩.৪ শতাংশ এবং মাটির নীচের ৪০ সেন্টিমিটারের আদ্রতা ৪.৫ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা শুরু করে দিয়েছেন , কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।এল পি কাটা বাগানের নালা পরিষ্কার করা শুরু করে দিন ।অবশ্যই নালা কাটা বা পরিষ্কার করার কাজ শুরু করবেন নালার শেষ নির্গমন পথ থেকে । যে সব এল পি বাগানে মাটির অম্লতা ঠিক আছে সেই সব বাগানে হাল্কা কুপিয়ে গোবর ও ট্রাইকোডামা মিশিয়ে বাগানের মাটিতে ছিটিয়ে দিন ।বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । মাটি পরীক্ষা করার জন্য মাটি বাগানের বিভিন্ন জায়গা থেকে সংগ্রহ করে পরীক্ষার জন্য পাঠিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 04-01-2023 | Disable |
|
| 10973 | 5th Jan 2023 BK | 05/01/2023--Baukur Gourgram :- সোলিডারিডেড এবং ভোডাফোন আইডিয়া জলপাইগুড়ি জেলার বৈকুর গৌড় গ্রাম আবহাওয়া বিভাগের পূর্বাভাষ অনুসারে আগামী জানুয়ারী মাসের ১০ তারিখ অবধি আকাশ পরিষ্কার থাকবে এবং বৃষ্টিপাতের কোন সম্ভবনা নেই বলে অনুমান করা হচ্ছে । দিনের সবোর্চ্চ তাপ মাত্রা ২৪ ডিগ্রি সেন্টিগ্রেড থেকে ২৭ ডিগ্রিসেন্টগ্রেড এবং সবোর্নিম্ন তাপমাত্রা ১০ ডিগ্রি সেন্টিগ্রেড থেকে ১১ ডিগ্রি সেন্টিগ্রেড ।সকাল এবং বিকালের আদ্রতা ৮৫ % এবং ৪০ % , বাতাসের গতি উত্তর থেকে পশ্চিম দিকে বইবে এবং গতিবেগ গড়ে ২ থেকে ৭ কিমি প্রতি ঘণ্টায় , মাটির নিচের ১০ থেকে ৬০ সেমি গভীরতার তাপমাত্রা ১৬.২ ডিগ্রি সেণ্টিগ্রেড থেকে ১৮.৩ ডিগ্রি সেণ্টগ্রেড এবং মাটির নীচের ১০ সেন্টিমিটারের আদ্রতা ৫.৮ শতাংশ থাকবে বলে অনুমান করা হচ্ছে । বাগানে সম্ভবত এল ও এস ,এবং এল এস কাটা শুরু করে দিয়েছেন , কাটার পর ট্রাইকোডামা অথবা কোপার অক্সিক্লোরাইড স্প্রে করে দিন ।এল পি করা বাগানের মাটির অম্লতা (পি এইচ ) ৪.৫ এর নীচে থাকলে ডলোমাইট ২৬৫ কেজী প্রতি বিঘাতে প্রয়োগ করুন । প্রয়োগ করার আগে হাল্কা কুপিয়ে নিন এবং ডলোমাইট প্রয়োগ করে হাল্কা সেচ দিন ।এল পি কাটা বাগানের নালা পরিষ্কার করা শুরু করে দিন ।অবশ্যই নালা কাটা বা পরিষ্কার করার কাজ শুরু করবেন নালার শেষ নির্গমন পথ থেকে । যে সব এল পি বাগানে মাটির অম্লতা ঠিক আছে সেই সব বাগানে হাল্কা কুপিয়ে গোবর ও ট্রাইকোডামা মিশিয়ে বাগানের মাটিতে ছিটিয়ে দিন ।বাগানে ১৫ দিন অন্তর ২ ইঞ্চি করে জলসেচ দিতে পারেন । মাটি পরীক্ষা করার জন্য মাটি বাগানের বিভিন্ন জায়গা থেকে সংগ্রহ করে পরীক্ষার জন্য পাঠিয়ে দিন । পুনঃ রায় ভয়েস কল শুনতে হলে মিস কল করুন ৭০৬৫০০৫০৫৪ ধন্যবাদ । | West Bengal | West Bengal | 04-01-2023 | Disable |
|
| 10974 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Jorhat, 05/01/23) | জিলা: যোৰহাট বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী যোৰহাট জিলাত ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১২ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৬-১০কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 04-01-2023 | Disable |
|
| 10975 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Dibrugarh, 05/01/23) | জিলা: ডিব্ৰুগড় বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী ডিব্ৰুগড় জিলাত ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৫ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৯-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে । ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০ % আৰু ৫০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ৩-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 04-01-2023 | Disable |
|
| 10976 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Tinsukia, 05/01/23) | জিলা: তিনিচুকীয়া বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী তিনিচুকীয়া জিলাত ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। দিনৰ উষ্ণতা প্ৰায় ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু নিশাৰ উষ্ণতা প্ৰায় ৮-১১ ডিগ্ৰী চেলচিয়াছ হব বুলি অনুমান কৰা হৈছে। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৯০% আৰু ৪০% আশে-পাশে থাকিব । বতাহ প্ৰতি ঘন্টাত ২-৭ কিলোমিটাৰ বেগত উত্তৰ-পূব দিশৰ পৰা প্ৰবাহিত হব । চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ । | Assam | Assam | 04-01-2023 | Disable |
|
| 10977 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Darogachuba, 05/01/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ দাৰোগাচুবাত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৪-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১০-১২ ডিগ্ৰী চেলচিয়াছ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৭০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 04-01-2023 | Disable |
|
| 10978 | বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (Amjuli, 05/01/23) | জিলা: ওদালগুৰি বতৰৰ বতৰা আৰু আমাৰ পৰামৰ্শ (বৈধতাৰ সময়সীমা: ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩) VI Smart Agri Project ৰ প্ৰিয় ট্ৰিনিটি ক্ষুদ্ৰ চাহ খেতিয়ক । স্মাৰ্ট কৃষি পৰামৰ্শলৈ স্বাগতম। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। ওদালগুৰি জিলাৰ আমজুলিত অৱস্থিত Automatic Weather Station (AWS) ৰ পৰা পোৱা বতৰৰ পূৰ্বানুমান অনুসৰি ওচৰৰ অঞ্চলবোৰত, ৫ৰ পৰা ১১ জানুৱাৰীলৈ, ২০২৩ বতৰ ফৰকাল হৈ থাকিব। সপ্তাহটোত সর্বোচ্চ তাপমাত্ৰা ২৫-২৬ ডিগ্ৰী চেলচিয়াছ আৰু সর্বনির্বম্ন তাপমাত্ৰা প্ৰায় ১১-১৩ ডিগ্ৰী চেলচিয়াছ হৈ থাকিব বুলি ধাৰনা কৰা হয়। ৰাতিপুৱা আৰু আবেলিৰ আপেক্ষিক আৰ্দ্ৰতা ক্ৰমান্বয়ে প্ৰায় ৮০ % আৰু ৪০ % আশে-পাশে থাকিব। বতাহ প্ৰতি ঘন্টাত ৮-১২ কি: মি: বেগেৰে ঘাইকৈ উত্তৰ-পূব দিশৰ পৰা বলিব। চাহ খেতিৰ বাবে: • UP / LOS বাগান বোৰত চাহ গছত আৰ্দ্ৰতাৰ চাপ প্ৰতিৰোধ কৰিবলৈ MOP আৰু মেগনেছিয়াম ছালফেট ৰ (Magnesium Sulphate) মিশ্ৰণৰ (১%কৈ) Foliar স্প্ৰে কৰি থাকিব লাগে। • কলম গছবোৰত নতুনকৈ পোখা মেলাৰ সময়তে গছক পানীৰ প্ৰয়োজন হয়। বর্তমান অব্যাহত থকা শুকান আৰু ফৰকাল বতৰৰ প্ৰতি লক্ষ্য ৰাখি প্রয়োজন অনুসৰি জলসিঞ্চনৰ ব্যৱস্থা লব পাৰে । • বাগান বোৰত মাঘ বিহুৰ আগতে Pruningৰ কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। Pruning কৰাৰ লগে লগে ডালবোৰত কপাৰ অক্সিক্লৰাইড (Copper Oxychloride) বা ট্ৰাইকডাৰ্মা হাৰ্জিয়ানাম (Trichoderma harzianum) (তৰল) স্প্ৰে কৰিব যাতে ভেঁকুৰ বা বেক্টেৰিয়াৰ দ্বাৰা ৰোগৰ নিয়ন্ত্ৰণত সহায় কৰে । • বিশেষকৈ LP কলম কৰা বাগিচাৰ পুৰণি গছবোৰত জানুৱাৰী মাহৰ ভিতৰত পৰিষ্কাৰকৰণৰ ব্যৱস্থা লব। অন্যান্য শস্যৰ বাবে: • মূল পথাৰত বেঙেনাৰ পুলি সমূ্হ ৰোপণ কৰাৰ ২০ দিনৰ পিছত কৃষকসকলে ২-৩ গ্ৰাম ফৰেট (Phorate) বা ফুৰাডান(Furadan) প্ৰতিটো গছজোপাত প্ৰয়োগ কৰিব লাগে যাতে বেঙেনাৰ খেতিডৰাত ডাল আৰু ফল বিন্ধা পোকৰ (Fruit and Shoot Borer) আক্ৰমণৰ পৰা সুৰক্ষিত হয়। • ফুলকবি খেতিত পাতলকৈ এটা জলসিঞ্চন মূল পথাৰত ৰুৱা লগালগ দিব লাগে আৰু পৰৱর্তী জলসিঞ্চন সমূহ প্ৰয়োজন অনুসৰি দিব লাগে। মুঠ ৫ টা জলসিঞ্চন কৰিলে যথেষ্ট হয়। প্ৰথম নিৰণিকৰণ মূল পথাৰত ৰুৱা ২০ দিন আৰু দ্বিতিয় বাৰ ৪০ দিন পিছত দিয়া উচিত। বতৰ আৰু কৃষি সম্পৰ্কীয় তথ্যৰ বিষয়ে জানিবলৈ কৃষকসকলে ৭০৬৫-০০-৫০৫৪ নম্বৰত মিছড কল দিব পাৰে। ধন্যবাদ। | Assam | Assam | 04-01-2023 | Disable |
|
| 10979 | मौसम संबंधी सलाह | आगामी सप्ताह में रात के तापमान में तीव्र गिरावट के कारण पाले की आशंका बनी हुई है I इससे फसलों के विकास पर प्रतिकूल प्रभाव पड़ता है इससे बचने के लिए सल्फर युक्त रसायन जैसे डाई मिथाइल सल्फो ऑक्साइड का 0.2 % अथवा 0.1 % थायो यूरिया का प्रयोग लाभकारी होता है I इसके साथ साथ पाला पड़ने की संभावना के पूर्व हलकी सिंचाई करने से या रात में कचरा/फसल अवशेष/खरपतवार जलाकर धुआँ करने व पलवार बिछाने से भी पाले का दुष्प्रभाव कम होता है I सिंचित गेहूँ की फसल को बोवनी के समय के हिसाब से 40-45 दिन (कल्ले फूटने से समय) और 60-65 दिन (तने में गाँठ पड़ते समय) बाद सिंचाई अवश्य दें I ऐसा करने से वातावरण के तापक्रम में भी अधिक कमी आने से भी फसल को नुकसान नहीं होगा I सभी किसान भाइयो को आने वाले नववर्ष 2023 की शुभकामनाये सोलिडरिडाड, स्मार्ट एग्री कार्यक्रम सम्पर्क: मो. न. 8251071818 | Madhya Pradesh | MP | 03-01-2023 | Disable |
|
| 10980 | VIF-Adilabad-Bela-04-01-2023 | VIF – Adilabad-Bela- ఆదిలాబాద్-బేల- హలో తోటి రైతులకు... Solidaridad మరియు Vodafone Idea Foundation యొక్క స్మార్ట్ అగ్రి ప్రోగ్రామ్కు స్వాగతం. ఈ వారం కనిష్ట ఉష్ణోగ్రత 15 నుంచి 20 డిగ్రీల సెల్సియస్, గరిష్ట ఉష్ణోగ్రత 28 నుంచి 30 డిగ్రీల సెల్సియస్గా ఉండి ఆకాశం మేఘావృతమై ఉండే అవకాశం ఉందని ఆదిలాబాద్లోని బేల మండలం ఆటోమేటెడ్ వాతావరణ కేంద్రం వెల్లడించింది. రైతులకు సూచనలు రైతు ఉత్పత్తి చేసే పత్తికి సరైన ప్రతిఫలం పొందాలంటే పత్తి నాణ్యతను కాపాడుకోవడం ముఖ్యం.పత్తి రంగు, పత్తి పరిమాణం, నారు పొడవు, శుభ్రత, వ్యర్థాలు వంటి అంశాలను పరిగణనలోకి తీసుకుని పత్తి నాణ్యతను నిర్ణయిస్తారు. , పత్తిలో ఎండిన ఆకుల పరిమాణం, తేమ పరిమాణం, కావడి అంటే పాక్షికంగా వికసించిన పత్తి మొదలైనవి. అలాగే, విక్రయించబడిన పత్తి నుండి ఫైబర్లను ఒక నిర్దిష్ట స్థాయికి మానవీయంగా లాగడం ద్వారా ఫైబర్ బలం నిర్ణయించబడుతుంది. ఫైబర్ పొడవు ఎంతగానో ఫైబర్ బలం కూడా నొక్కి చెప్పబడుతుంది. ఫైబర్ పొడవు ప్రకారం బలం నిష్పత్తిని సన్నగా, మధ్యస్థంగా మరియు తక్కువగా నిర్ణయించడం ద్వారా పత్తిని పరిపక్వం మరియు అపరిపక్వమైనదిగా వర్గీకరించారు. హర్బరా పంటకు నీటిపారుదల ప్రణాళిక - పొడి భూములలో తేమ చాలా తక్కువగా ఉంటుంది మరియు వీలైతే ఒకసారి నీరు త్రాగుట చేయాలి. హార్టికల్చర్ ఏరియాలో ప్రతిసారీ 7 నుంచి 8 సెంటీమీటర్ల నీరు ఇవ్వాలి. ఎక్కువ నీరు ఇస్తే పంట ఎండిపోయే ప్రమాదం ఉంది. పువ్వు వచ్చినప్పుడు మూలికలకు నీరు పెట్టండి. నాఫ్తాలిక్ ఎసిటిక్ యాసిడ్ లేదా రెండు శాతం యూరియాను మితంగా పిచికారీ చేయడం వల్ల ఆకుమచ్చ తెగులును నివారించవచ్చు. ధన్యవాదాలు! | Telangana | Telangana | 03-01-2023 | Disable |
|